অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লাভ ইন বেংকক (অসমীয়া চলচ্চিত্ৰ)

লাভ ইন বেংকক ২০১৫ চনৰ ১০ জুলাই তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে অসীম বৈশ্য-ই। ড্ৰীমছ্‌ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাৰ্যবাহী প্ৰযোজক অনুপম হাজৰিকা। বিদেশৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনৰ কাহিনী বিকুল দত্তৰ।

হালনাগাদ: ১৭ অক্টোবৰ ২০২৪ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

লাভ ইন বেংকক ২০১৫ চনৰ ১০ জুলাই তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে অসীম বৈশ্য-ই। ড্ৰীমছ্‌ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাৰ্যবাহী প্ৰযোজক অনুপম হাজৰিকা। বিদেশৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনৰ কাহিনী বিকুল দত্তৰ। ছবিখনত অভিনয় কৰিছে বিকুল দত্ত, সংগীতা, নন্দিতা বৰা, প্ৰাণকৃষ্ণ মহন্ত, পল্লৱী বৰুৱা, কৰৱী শৰ্মা, ৰূপলেখা কোঁৱৰ, মনালিছা বৈশ্য, মাইনু গগৈ, চাজু, মানস, উজ্জ্বল বৰা, দেৱ কলিতা, গুণ কলিতা, ৰাঘৱী দত্ত আদিয়ে। অতিথি শিল্পী আকাশদীপ। সংগীত পৰিচালনা অজয় ফুকন আৰু প্ৰাঞ্জল প্ৰদীপ ভৰালীৰ। ১

তথ্যসূত্ৰ

  1. ↑ কল্যাণ কুমাৰ কলিতা, লাভ ইন বেংকক, চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, ১২ জুলাই, ২০১৫

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০১৫ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰপোখালি (অসমীয়া চলচ্চিত্ৰ)২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাভ ইন বেংকক (অসমীয়া চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৩৮৬৬২ (১৭ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।