মাজ ৰাতি কেতেকী১২ (ইংৰাজী ভাষা: Maj Rati Keteki) সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত এখন অসমৰ চলচ্চিত্ৰ।৩ ২০১৭ চনত মুক্তি লাভ কৰা এই চলচ্চিত্ৰখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অভিনেতা আদিল হুছেইনে।
অভিনয়ত
- আদিল হুছেইন
- ছাকিল ইমটিয়াজ
- মহেন্দ্ৰ ৰাভা
- সুলক্ষণা বৰুৱা
- ৰাহুল গৌতম শৰ্মা
মুক্তি
২০১৭ বৰ্ষৰ ২৭ অক্টোবৰত অসমৰ ছবিগৃহসমূহত চলচ্চিত্ৰখন বাণিজ্যিকভাৱে মুক্তি দিয়া হ'ব।
বঁটা
মাজ ৰাতি কেতেকীয়ে ২০১৬ চনৰ ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটাৰে সন্মানিত হয়।৪
তথ্যসূত্ৰ
- ↑ Gopika KP. (2016-12-14). 'Maj Rati Keteki' review: memory game. English.manoramaonline.com
- ↑ admin. (2016-11-22). MAJ RATI KETEKI | International Film Festival of Kerala. Iffk.in
- ↑ (2015-12-15). Santwana Bordoloi's to begin shooting for second film tomorrow | Business Standard News. Business-standard.com
- ↑ 64th NFA Catalogue. Directorate of Film Festivals, GOI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাজ ৰাতি কেতেকী” প্ৰবন্ধৰ সংশোধন ৩৮২৫৫৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।