অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
অ ১,৩৭৯ প্ৰবন্ধ
- অনিল মজুমদাৰঅনিল মজুমদাৰ (Anil Majumdar) অসমৰ এজন প্ৰখ্যাত সাংবাদিক আৰু অসমীয়া দৈনিক কাকত “আজি”ৰ কাৰ্…
- অনিল শইকীয়াঅনিল শইকীয়া (Anil Saikia) একাধাৰে লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যিক, সম্পাদক, অধ্যক্ষ আৰু সম…
- অনিল ৰায়চৌধুৰীঅনিল ৰায়চৌধুৰী (Anil Raichoudhury) এগৰাকী অসমীয়া সাহিত্যিক, সমাজবিজ্ঞানী, গীতিকাৰ, মুক্ত…
- অনিলা অমৰুতলাল দালালঅনিলা অমৰুতলাল দালাল (Anila Amrutlal Dalal ) এগৰাকী গুজৰাটী সমালোচক আৰু অনুবাদক। তেওঁ আহমে…
- অনিলা সুন্দৰঅনিলা সুন্দৰ (ইংৰাজ: Anila Sunder) হৈছে সিন্ধী সম্প্ৰদায়ৰ অন্তৰ্গত এগৰাকী ভাৰতীয় শাস্ত্ৰ…
- অনিশা নাগৰাজনঅনিশা নাগৰাজন (ইংৰাজী: Anisha Nagarajan) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। এণ্ড্ৰু লয…
- অনিৰুদ্ধঅনিৰুদ্ধ (Aniruddha বা Aniruddh) হ’ল শ্ৰীকৃষ্ণৰ নাতি আৰু প্ৰদ্যুম্নৰ পুত্ৰ; বাণ ৰজাৰ জীয়া…
- অনিৰুদ্ধ কায়স্থঅনিৰুদ্ধ কায়স্থ ষষ্ঠদশ-সপ্তদশ শতিকাৰ এগৰাকী কবি। এখেতৰ পিতৃ ৰামচন্দ্ৰ বা ৰামৰুদ্ৰদেৱ। পিত…
- অনিৰুদ্ধদেৱমহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ (১৫৫৩-১৬২৩) এগৰাকী শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু শ্ৰ…
- অনিৰ্ণেয় = অসংক্ৰমণযোগ্যঅনিৰ্ণেয় = অসংক্ৰমণযোগ্য (Undetectable=Untransmitable; U = U) এইচ.আই.ভি. অভিযানত ব্যৱহৃত …
- অনিৰ্বাণ (চলচ্চিত্ৰ)অনিৰ্বাণ ১৯৮১ চনত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। এইখন ড° ভবেন্দ্ৰ নাথ শইকী…
- অনিৰ্বাণ (সন্ন্যাসী)শ্ৰী অনিৰ্বাণ (Anirvan; ৮ জুলাই ১৮৯৬ – ৩১ মে' ১৯৭৮) জন্মৰ সময়ত নাম আছিল নৰেন্দ্ৰ চন্দ্ৰ ধ…
- অনিৰ্বাণ বৰগোহাঁইঅনিৰ্বাণ বৰগোহাঁই বা অনিৰ্বাণ বি. গোহাঁই (Anirban B. Gohain) অসমৰ এগৰাকী সাংবাদিক, সমাজকৰ্…
- অনীত পাড্ডাঅনীত পাড্ডা (Aneet Padda; জন্ম: ১৪ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হ…
- অনু আগাঅনু আগা (Anu Aga; জন্ম ১৯৪২) হৈছে এগৰাকী ভাৰতীয় বিলিয়নাৰ, উদ্যোগী মহিলা, এগৰাকী সমাজকৰ্ম…
- অনু আগৰৱালঅনু আগৰৱাল (ইংৰাজী: Anu Aggarwal; জন্ম: ১১ জানুৱাৰী, ১৯৬৯) এগৰাকী প্ৰাক্তন ভাৰতীয় মডেল আৰ…
- অনু ইমানুৱেলঅনু ইমানুৱেল (ইংৰাজী: Anu Emmanuel; জন্ম: ২৮ মাৰ্চ ১৯৯৭) এগৰাকী আমেৰিকান মূলৰ ভাৰতীয় অভিন…
- অনু চৌধুৰীঅনসুয়া দাশ চৌধুৰী, যি পেছাদাৰীভাৱে অনু চৌধুৰী নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু…
- অনু প্ৰভাকাৰঅনু প্ৰভাকাৰ ( Anu Prabhakar) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ কানাড়া ছবি আৰু কেই…
- অনু মালহোত্ৰাঅনু মালহোত্ৰা (Anu Malhotra) এগৰাকী ভ্ৰমণ আৰু অভিযান বিষয়ক ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, তে…
- অনু সীতাৰাঅনু সীতাৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ মালয়ালম ছবিত অভিনয় কৰে। তামিল কিছুমান…
- অনুক অৰুদপ্ৰগাশমঅনুক অৰুদপ্ৰগাশম (Anuk Arudpragasam, তামিল ভাষাত:அனுக் அருட்பிரகாசம் জন্ম:১৯৮৮) এগৰাকী শ্ৰ…
- অনুকী প্ৰেমচন্দ্ৰঅনুকী প্ৰেমচন্দ্ৰ (ইংৰাজী: Anuki Premachandra) এগৰাকী শ্ৰীলংকান সামাজিক কৰ্মী, মহিলা অধিকা…
- অনুক্ৰীতি ভাছঅনুক্ৰীতি ভাছ (: Anukreethy Vas; জন্ম ২৮ ছেপ্টেম্বৰ, ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল …
- অনুজ ধৰঅনুজ ধৰ এগৰাকী ভাৰতীয় লেখক তথা প্ৰাক্তন সাংবাদিক। ধৰে সুভাষ চন্দ্ৰ বসুৰ মৃত্যুৰহস্য সম্পৰ…
- অনুজ বৰুৱাঅনুজ বৰুৱা (Anuj Baruah; ১৯৬৪ – ২০২১) অসমৰ এগৰাকী লেখক, আদৰ্শ জৈৱিক কৃষক, কৃষি গৱেষক। 'মহা…
- অনুজা আকাথুট্টুঅনুজা আকাথুট্টু (Anuja Akathoottu) ভাৰতৰ কেৰালাৰ এগৰাকী মালয়ালম ভাষাৰ কবি আৰু চুটিগল্প লে…
- অনুজা চৌহানঅনুজা চৌহান (Anuja Chauhan, জন্ম: ১৯৭০) হ'ল এগৰাকী ভাৰতীয় লেখক, বিজ্ঞাপনদাতা আৰু নাট্যকাৰ…
- অনুজা ত্ৰেহান কাপুৰঅনুজা ত্ৰেহান কাপুৰ ( Anuja Trehan Kapur; জন্ম: ২৪ অক্টোবৰ ১৯৭৫) এগৰাকী ভাৰতীয় অপৰাধমূলক …
- অনুজা প্ৰভুদেশাইঅনুজা প্ৰভুদেশাই (জন্ম ৮ ফেব্ৰুৱাৰী ১৯৬২) বম্বে উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ। ভাৰতৰ …
- অনুতাই ৱাঘঅনুতাই ৱাঘ (১৭ মাৰ্চ ১৯১০ – ১৯৯২) ভাৰতৰ প্ৰাক-বিদ্যালয় শিক্ষাৰ অন্যতম পথ প্ৰদৰ্শক আছিল। ত…
- অনুদামিনীঅনুদামিনী হৈছে এখন ভাৰতীয় হিন্দী নাটক যিখন ডিডি নেচনেলত ২০১৪ চনৰ ৩১ মাৰ্চৰ পৰা ২০১৫ চনৰ ১…
- অনুন্নাকীঅনুন্নাকী (চুমেৰীয়:, অনুনাকি, আনুনাকি, অনুন্না, আনানাকি আৰু অন্যান্য ভিন্নতা হিচাপেও লিপি…
- অনুপম খেৰঅনুপম খেৰ (Anupam Kher, জন্ম-৭ মাৰ্চ ১৯৫৫) এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু প্ৰযোজক৷ তেওঁ …
- অনুপম মিশ্ৰঅনুপম মিশ্ৰ (Anupam Mishra; ১৯৪৮ৰপৰা – ১৯ ডিচেম্বৰ, ২০১৬) এগৰাকী গান্ধীবাদী, লেখক, পৰিৱেশব…
- অনুপম শইকীয়া (গণিতজ্ঞ)অনুপম শইকীয়া এজন ভাৰতীয় গণিতজ্ঞ আৰু বৰ্তমান তেওঁ আই আই টি, গুৱাহাটীৰ গণিত বিভাগৰ এজন অধ্…
- অনুপম শইকীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)অসমৰ একাধিক ব্যক্তিক অনুপম শইকীয়া নামেৰে জনা যায়। অনুপম শইকীয়াই তলৰ ব্যক্তিসকলক বুজাব প…
- অনুপমাঅনুপমা (Annupamaa) তামিলনাডুৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। বিশেষকৈ থিৰুদা থিৰুদা ছবিৰ…
- অনুপমা ঔৰা গুৰুংঅনুপমা ঔৰা গুৰুং (নেপালী: अनुपमा गुरुङ; জন্ম: ১৬ আগষ্ট ১৯৮৮) এগৰাকী ছিংগাপুৰীয়-নেপালী মডে…
- অনুপমা চোপ্ৰাঅনুপমা চোপ্ৰা (জন্ম ২৩ ফেব্ৰুৱাৰী ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় ছবি সমালোচক, লেখক আৰু সাংবাদিক…
- অনুপমা দত্ত শইকীয়াঅনুপমা দত্ত শইকীয়া (Anupama Dutta Saikia) অসমৰ এগৰাকী উল্লেখযোগ্য সাহিত্যিক আৰু অনুবাদক। …
- অনুপমা দেশপাণ্ডেঅনুপমা দেশপাণ্ডে বলিউডৰ প্লেবেক গায়িকা। তেওঁ সোহনী মহিৱাল (১৯৮৪) ছবিত "সোহনী চিনাব দে" না…
- অনুপমা দেৱীঅনুপমা দেৱী ( Anupama Devi) অসমৰ এগৰাকী অনুবাদক তথা সাহিত্যিক আৰু সমাজকৰ্মী৷ অসমীয়া, বাংল…
- অনুপমা নিৰঞ্জনাঅনুপমা নিৰঞ্জনা (Anupama Niranjana; ১৯৩৪–১৯৯১) ভাৰতৰ এগৰাকী চিকিৎসক আৰু আধুনিক কানাড়া কল্…
- অনুপমা পৰমেশ্বৰনঅনুপমা পৰমেশ্বৰন (Anupama Parameswaran, জন্ম: ১৮ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী ভাৰতীয় চলচ্চিত্…
- অনুপমা বসুমতাৰীঅনুপমা বসুমতাৰী (Anupama Basumatary) হৈছে অসমৰ এগৰাকী লেখক, সাহিত্যিক আৰু কবি।
- অনুপমা ভট্টাচাৰ্যঅনুপমা ভট্টাচাৰ্য (Anupama Bhattacharjya; ১৯ আগষ্ট ১৯২৮-৩০ জানুৱাৰী ২০২২) অসমৰ চলচ্চিত্ৰ আ…
- অনুপমা হোস্কেৰেঅনুপমা হোস্কেৰে (Anupama Hoskere) ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এগৰাকী পুতলা কলাকাৰ। ভাৰত চৰকাৰৰ সা…
- অনুপাতঅনুপাত(Ratio), গণিতত অনুপাত হৈছে দুটা সংখ্যাৰ মাজৰ এক সম্পৰ্ক। এই সম্পৰ্ক অনুসৰি প্ৰথমটো স…
- অনুপ্ৰিয়া গোৱেংকাঅনুপ্ৰিয়া গোৱেংকা (ইংৰাজী: Anupriya Goenka; জন্ম: ২৯ মে' ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আ…
- অনুপ্ৰিয়া পেটেলঅনুপ্ৰিয়া সিং পেটেল (Anupriya Patel, জন্ম ২৮ এপ্ৰিল ১৯৮১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ…
- অনুবাদঅনুবাদ (Translation) হৈছে উৎস ভাষাৰ পাঠ্যৰ অৰ্থ সমতুল্য লক্ষ্য ভাষাৰ পাঠ্যৰ দ্বাৰা যুক্ত ক…
- অনুবাদ: তত্ত্ব আৰু প্ৰয়োগ (গ্ৰন্থ)অনুবাদঃ তত্ত্ব আৰু প্ৰয়োগ গ্ৰন্থখনৰ লিখক নীৰাজনা মহন্ত বেজবৰা। বনলতা প্ৰকাশনৰপৰা ২০০৯ চনত…
- অনুবিছঅনুবিছ ( Anubis, প্ৰাচীন মিচৰীয় ভাষাত Inpu, Inpw, Jnpw) হৈছে প্ৰাচীন মিচৰ ধৰ্মৰ মৃত্যু, ম…
- অনুভৱ তুলসীঅনুভৱ তুলসী (Anubhav Tulasi) একাধাৰে কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ, সম্পাদক। বিংশ …
- অনুভৱ মহান্তিঅনুভৱ মহান্তি (ওড়িয়া: ଅନୁଭବ ମହାନ୍ତି) (জন্ম: ২০ জানুৱাৰী ১৯৭৭) ওড়িশাত বাস কৰা এজন ওড়িয়…
- অনুভৱৰ প্ৰতিধ্বনিঅনুভৱৰ প্ৰতিধ্বনি(Anuvobor Prottidhoni) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এ…
- অনুমতি (দেৱী)অনুমতি (সংস্কৃত: अनुमति) হিন্দু ধৰ্মৰ এগৰাকী দেৱী৷ অনুমতি চন্দ্ৰক প্ৰতিনিধিত্ব কৰা দেৱী আৰ…
- অনুয়া ৱাই ভাগৱতঅনুয়া ৱাই ভাগৱত (ইংৰাজী: Anuya Y Bhagwat; জন্ম: ৬ ছেপ্টেম্বৰ, ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত…
- অনুলা বুলাতসিংহলাঅনুলা বুলাতসিংহলা (ইংৰাজী: Anula Bulathsinhala; জন্ম: অনুলা মেণ্ডিছ; ২১ ছেপ্টেম্বৰ ১৯৪৭ – …
- অনুলোমঅনুলোম এটা সংস্কৃত শব্দ, যিটো শব্দ উচ্চ জাতত জন্মা পুৰুষ আৰু পুৰুষৰ নিজৰ তুলনাত নিম্ন জাতৰ…
- অনুশ্ৰীঅনুশ্ৰী এজনী ভাৰতীয় টেলিভিছন উপস্থাপক আৰু অভিনেত্ৰী যিয়ে প্ৰধানকৈ কন্নড় চলচ্চিত্ৰত অভিন…
- অনুষা দণ্ডেকাৰঅনুষা দণ্ডেকাৰ ( Anusha Dandekar; জন্ম: ৯ জানুৱাৰী ১৯৮২) এগৰাকী ভাৰতীয়-অষ্ট্ৰেলিয়ান এমটি…
- অনুষ্কা শংকৰঅনুষ্কা শংকাৰ (জন্ম ১৯৮১ চনৰ ৯ জুন) এগৰাকী ভাৰতীয় চেতাৰবাদক আৰু গীতিকাৰ। তেওঁ পণ্ডিত ৰবি …
- অনুষ্কা শেট্টীছুইটি শেট্টী (Anushka Shetty; জন্ম: ৭ নৱেম্বৰ ১৯৮১) -ৰ পৰিচিত নাম হৈছে অনুষ্কা শেট্টী৷ তেখ…
- অনুষ্কা শৰ্মাঅনুষ্কা শৰ্মা (Anushka Sharma; জন্ম: ১ মে' ১৯৮৮) এগৰাকী ভাৰতীয় চিত্ৰাভিনেত্ৰী আৰু প্ৰযোজক…
- অনুষ্কা সেনঅনুষ্কা সেন ( Anushka Sen; জন্ম ৪ আগষ্ট ২০০২) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আৰু মডেল। …
- অনুসুয়াঅনসূয়া বা অনুসূয়া (अनसूया, অৰ্থ: 'ঈৰ্ষাৰ পৰা মুক্ত') হৈছে প্ৰাচীন কালৰ ঋষি অত্ৰীৰ ধৰ্মপত…
- অনুসুয়া বাই বৰকাৰঅনসূয়া বাই বৰকাৰ (Ansuyabai Borkar) আছিল এগৰাকী সমাজ কৰ্মী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনী…
- অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅনুসূচীত জাতি (Scheduled Caste, চমুকৈ SC) আৰু অনুসূচীত জনজাতি (Scheduled Tribe, চমুকৈ ST) …
- অনুসূয়া উইকেঅনুসূয়া উইকে (Anusuiya Uikey, জন্ম-১০ এপ্ৰিল ১৯৫৭) এগৰাকী ৰাজনীতিবিদ যি পূৰ্বতে মণিপুৰৰ ৰ…
- অনুসূয়া সেনগুপ্তাঅনুসূয়া সেনগুপ্তা (Anasuya Sengupta)এগৰাকী ভাৰতীয় কবি, লেখিকা, কৰ্মী, আৰু ইণ্টাৰনেটত প্ৰ…
- অনুসূয়া সেনগুপ্তা (অভিনেত্ৰী)অনসুয়া সেনগুপ্তা (Anasuya Sengupta; জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু…
- অনুৰঅনুৰ ২০২৩ চনৰ জানুৱাৰীত মুক্তিলাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বৃদ্ধকালৰ মনস্তত্ত্বক কেন্দ্ৰ…
- অনুৰাগ কাশ্যপঅনুৰাগ কাশ্যপ (Anurag Kashyap) (জন্ম ১০ ছেপ্টেম্বৰ ১৯৭২) হিন্দী চিনেমাজগতৰ এজন পৰিচিত ভাৰত…
- অনুৰাগ ঠাকুৰঅনুৰাগ সিং ঠাকুৰ (জন্ম ২৪ অক্টোবৰ ১৯৭৪) ভাৰতীয় জনতা পাৰ্টি ৰ এজন ভাৰতীয় ৰাজনীতিবিদ আৰু হ…
- অনুৰাগ শইকীয়াঅনুৰাগ শইকীয়া এজন ভাৰতীয় সংগীত পৰিচালক, চলচ্চিত্ৰ সংগীতৰ সুৰকাৰ আৰু বাদ্যযন্ত্ৰী। অসমৰ ড…
- অনুৰাধা (অভিনেত্ৰী)অনুৰাধা (জন্ম: সুলোচনা দেৱী) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেত্ৰী। তেওঁ মূলতঃ ১…
- অনুৰাধা (চলচ্চিত্ৰ)অনুৰাধা ২০১৫ চনৰ ২৭ মাৰ্চত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। নাৰীকেন্দ্ৰিক কাহিনীৰ এই …
- অনুৰাধা (ধাৰাবাহিক)অনুৰাধা হৈছে ৰং চেনেল যোগে সম্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। এন কে প্ৰডাকচনৰ হৈ দেৱ…
- অনুৰাধা (১৯৬০ চলচ্চিত্ৰ)অনুৰাধা (अनुराधा; Love of Anuradha) হৃষিকেশ মুখাৰ্জীয়ে প্ৰযোজনা আৰু পৰিচালনা কৰা ১৯৬০ চনৰ…
- অনুৰাধা আচাৰ্যঅনুৰাধা আচাৰ্য (Anuradha Acharya; জন্ম: ১৯৭২) হৈছে এগৰাকী ভাৰতীয় উদ্যোগী। অ'কিয়াম বায়' …
- অনুৰাধা এন নাইকঅনুৰাধা এন নাইক: Anuradha N. Naik,গোৱাৰ কেন্দ্ৰীয় উপকূলীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (CCARI)…
- অনুৰাধা কাপুৰঅনুৰাধা কাপুৰ (Anuradha Kapur ) এগৰাকী ভাৰতীয় নাট পৰিচালক আৰু নাটকৰ অধ্যাপক। তিনি দশকৰো অ…
- অনুৰাধা কৃষ্ণমূৰ্তিঅনুৰাধা কৃষ্ণমূৰ্তি এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী আৰু চীজ নিৰ্মাতা ৷ সতীৰ্থ নম্ৰতা সুন্দৰ…
- অনুৰাধা কৈৰালাঅনুৰাধা কৈৰালা (Anuradha Koirala; জন্ম: ১৪ এপ্ৰিল ১৯৪৯) এগৰাকী নেপালী সমাজকৰ্মী আৰু নেপালৰ…
- অনুৰাধা টি. কে.অনুৰাধা টি.কে. (Anuradha T. K.) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় বিজ্ঞানী আৰু ভাৰতীয় মহাকাশ গৱে…
- অনুৰাধা থোকচোমঅনুৰাধা থোকচোম (Anuradha Thokchom, জন্ম: ২ ফেব্ৰুৱাৰী ১৯৮৯, ভাৰতৰ মণিপুৰৰ টৌবুলত) ভাৰতৰ ৰা…
- অনুৰাধা পৌডৱালঅনুৰাধা পৌডৱাল (Anuradha Paudwal; জন্ম: ২৭ অক্টোবৰ ১৯৫৪)মূলতঃ হিন্দী চলচ্চিত্ৰ এগৰাকী ভাৰত…
- অনুৰাধা মিশ্ৰঅনুৰাধা মিশ্ৰ (Anuradha Misra) এগৰাকী পদাৰ্থ বিজ্ঞানী, অধ্যাপক আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ…
- অনুৰাধা শৰ্মাঅনুৰাধা শৰ্মা (Anuradha Sarma) অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু সাহিত্যিক। তেখেতে ২০০২ চনত…
- অনুৰাধা শৰ্মা পূজাৰীঅনুৰাধা শৰ্মা পূজাৰী (জন্ম ১৯৬৪) অসমীয়া সাহিত্য আৰু সংবাদজগতৰ এগৰাকী পৰিচিত নাম, যিয়ে উপ…
- অনুৰাধা ৰামাননঅনুৰাধা ৰামানন (২৯ জুন ১৯৪৭ – ১৬ মে' ২০১০) এগৰাকী তামিল লেখিকা, শিল্পী আৰু সমাজ কৰ্মী।
- অনুৰাধা ৰায়অনুৰাধা ৰায় (Anuradha Roy) এগৰাকী ভাৰতীয় ঔপন্যাসিক, সাংবাদিক আৰু সম্পাদক। তেওঁ 'এন এটলাছ…
- অনুৰাধাপুৰাঅনুৰাধাপুৰা (අනුරාධපුරය; তামিল: அனுராதபுரம்) হ’ল শ্ৰীলংকাৰ এখন ঐতিহাসিক চহৰ তথা শ্ৰীলংকাৰ …
- অনুৰাধাৰ দেশঅনুৰাধাৰ দেশ উৰিষ্যাৰ বংগোপসাগৰৰ তৈল অনুসন্ধান ক্ষেত্ৰৰ পটভূমিত ৰচিত এখন ভিন্নধৰ্মী অসমীয়…
- অনুৰূপা দেৱীঅনুৰূপা দেৱী (Anurupa Debi; ৯ ছেপ্তেম্বৰ ১৮৮২-১৯ এপ্ৰিল ১৮৫৮) এগৰাকী বিশিষ্ট সাহিত্যিক তথা…
- অনেজিৰুঅনেজিৰু (Onejiru) এগৰাকী জাজ গায়ক। কেনিয়াত জন্মগ্ৰহণ কৰা অনেজিৰুৱে কিশোৰী অৱস্থাত জাৰ্মা…
- অনৈতিকতাঅনৈতিকতা (অনৈতিকতাবাদ বুলিও কোৱা হয়) হৈছে নৈতিকতাৰ প্ৰতি উদাসীনতা, অৱজ্ঞা বা অক্ষমতাৰ অনু…
- অনোখী মিউজিয়াম অৱ হেণ্ড প্ৰিণ্টিংঅনোখী মিউজিয়াম অৱ হেণ্ড প্ৰিণ্টিং (Anokhi Museum of Hand Printing) হৈছে ৰাজস্থানৰ অম্বৰত …
- অন্তঃস্ৰাৱী তন্ত্ৰঅন্তঃস্ৰাৱী তন্ত্ৰ (ইংৰাজী- Endocrine System) হৈছে জীৱৰ হ'ৰমন নিঃসৰণ কৰা কিছুমান গ্ৰন্থীৰ …
- অন্তহীনঅন্তহীন (Antaheen) অনিৰুদ্ধ ৰায়চৌধুৰী পৰিচালিত ২০০৯ চনৰ এখন বঙালী চলচ্চিত্ৰ। ইয়াত অভিনয়…
- অন্তহীন প্ৰেৰণাঅন্তহীন প্ৰেৰণা(Antohin Prerona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হ…
- অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰঅন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ (Antahin Preranar Utsa Louis Pasteur) হৈছে হোমেন বৰগোহা…
- অন্তহীন যাত্ৰাঅন্তহীন যাত্ৰা হৈছে ২০০৪ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। গাৰ্গী এণ্টাৰটেইনমেণ্ট …
- অন্তাবোগাঅন্তাবোগা, বা কথিত ভাষাত জাভান ড্ৰেগন সৰ্প দেৱতা হৈছে জাভান আৰু সুন্দন ধৰ্মত (পিছলৈ বালি হ…
- অন্তিম পন্থাৰ পত্ৰসমূহঅন্তিম পন্থাৰ পত্ৰ (Letters of last resort)-সমূহ বুলিলে যুক্তৰাজ্য (গ্ৰেট ব্ৰিটেইন আৰু উত্…
- অন্তেষপুৰঅন্তেষপুৰ (সংস্কৃত:अन्तःपुर), ইয়াক অন্তঃপুৰা বুলিও অভিহিত কৰা হয়, ই মহিলাই বাস কৰা ঘৰ বা…
- অন্ত্যেষ্টিক্ৰিয়াঅন্ত্যেষ্টিক্ৰিয়া (IAST: Antyeṣṭi, अन्त्येष्टि)ৰ আক্ষৰিক অৰ্থ হৈছে "অন্তিম বলিদান", আৰু হ…
- অন্তৰা দেৱ সেনঅন্তৰা দেৱ সেন (জন্ম ১৯৬৩) এগৰাকী ব্ৰিটিছ-ভাৰতীয় সাংবাদিক।
- অন্তৰা নন্দীঅন্তৰা নন্দী (Antara Nandy) অসমৰ এগৰাকী নেপথ্য গায়িকা। জি টিভিত প্ৰচাৰিত সংগীত প্ৰতিভা আৰ…
- অন্তৰা বিশ্বাসঅন্তৰা বিশ্বাস (জন্ম: ২১ নৱেম্বৰ), যি পেছাদাৰীভাৱে মোনালিকা নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় …
- অন্তৰা মিত্ৰঅন্তৰা মিত্ৰ ( Antara Mitra) জন্ম; ১০ জুলাই ১৯৮৭, এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। ২০০৬ চনত …
- অন্তৰীপ (উপন্যাস)অন্তৰীপ ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ১৯৭৯ চনত লিখিবলৈ আৰম্ভ কৰা উপন্য…
- অন্তৰীয়অন্তৰীয় (Antariya) শৰীৰৰ তলৰ অংশত পৰিধান কৰা এখন ঢিলা কাপোৰ। ই ভৰিৰ মাজেৰে পাৰ হৈ যোৱা কপ…
- অন্তৰ্জলী যাত্ৰাঅন্তৰ্জলী যাত্ৰা (Antarjali Jatra)) ১৯৮৭ চনত মুক্তি পোৱা কলকাতাভিত্তিক গৌতম ঘোষ পৰিচালিত ভ…
- অন্তৰ্দাহী ইঞ্জিনঅন্তৰ্দাহী ইঞ্জিন (ICE বা IC ইঞ্জিন) হৈছে এটা তাপ ইঞ্জিন, য’ত জ্বালানীৰ দাহ অক্সিডাইজাৰৰ (…
- অন্ধকাসুৰহিন্দু সাহিত্যত অন্ধক বা অন্ধকাসুৰে (সংস্কৃত: अंधক, অৰ্থ: "যি অন্ধকাৰ কৰে") এজন কু-অসুৰক ব…
- অন্ধকাৰ ত্ৰয়ীঅন্ধকাৰ ত্ৰয়ী(Dark Triad) হৈছে ব্যক্তিত্বৰ এক মানসিক তত্ত্ব, যাক প্ৰথমবাৰৰ বাবে ডেলৰয় এল…
- অন্ধত্বঅন্ধত্ব হৈছে দৰ্শন ক্ষমতা এনে এটা অৱস্থালৈ হ্ৰাস পোৱা, য'ত সৃষ্টি হোৱা সমস্যাবোৰ সাধাৰণ যি…