অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ব ১,৯৯৪ প্ৰবন্ধ
- বব অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু …
- ব (বঙালী)ব (বঙালী লিপিত ব, আই-পি-এ:/bɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২৩ সংখ্যক আখৰ। ই এটি ব্যঞ্জনবৰ্ণ, অ…
- ব'ক্সী কো ঘৰব'ক্সী কো ঘৰ (बोक्सीको घर, ) হৈছে সুলক্ষণ ভাৰতীৰ দ্বাৰা পৰিচালিত, ২০২৪ চনৰ নেপালী ভাষাৰ এখ…
- ব'ছনব'ছন (Boson) হৈছে পূৰ্ণসংখ্যক স্পিনবিশিষ্ট একধৰণৰ উপ-পাৰমানৱিক কণিকা (Subatomic particle)।…
- ব'ন চাইনাহাড়ৰ ছাই, ফিল্ডছ্পাৰ আৰু কেঅ'লিনেৰে তৈয়াৰী এবিধ কোমল পে'ষ্টৰ চীনামাটিক ব'ন চাইনা বোলা হ…
- ব'হাগ বিহুব'হাগ বিহু (ৰঙালী বিহু) অসমৰ মুখ্য বিহু উৎসৱ, যি বসন্তৰ আগমণ আৰু কৃষিকাৰ্যৰ নতুন চক্ৰ আৰম্…
- ব'ৰ'লিনব'ৰ'লিন ভাৰত ৰ এটা জনপ্ৰিয় এণ্টিচেপ্টিক সুগন্ধী ক্ৰীম আৰু একেনামৰ ব্ৰেণ্ড। ক'লকাতাৰ বাঙাল…
- ব'ৰণব'ৰণ হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "B" পাৰমাণৱিক সংখ্যা ৫। ব'ৰণ পৰ্য্যাবৃত্ত …
- বং জোন-হো{{Infobox person | name = বং জোন-হো, Bong Joon-ho, 봉준호 | image = Bong Joon-ho 2017.jpg | i…
- বংগবংগ (বাংলা ভাষাত: বঙ্গ/ বাংলা) এটি ভৌগোলিক, সাংস্কৃতিক আৰু ঐতিহাসিক অঞ্চল, যি দক্ষিণ এছিয়…
- বংগ চুবাহবংগ চুবাঃ (সুবাহ বাংলা; ) বা মোগল বংগ (মোগল বাংলা) আছিল মোগল সাম্ৰাজ্যৰ সৰ্ববৃহৎ ভাগ (যি প…
- বংগ চুলতানীবংগ চুলতানী (Middle Bengali: শাহী বাঙ্গালা Shahī Baṅgala, Classical Persian: Saltanat-e-Ba…
- বংগ বিভাজন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)বংগ বিভাজনে তলত দিয়া বিষয় বুজাব পাৰে: বংগ বিভাজন (১৯০৫) বংগ বিভাজন (১৯৪৭)
- বংগ বিভাজন (১৯০৫)প্ৰথমটো বংগ বিভাজন (Partition of Bengal, ১৯০৫; বংগ ভংগ) আছিল ব্ৰিটিছ শাসকৰ দ্বাৰা ঘোষিত হো…
- বংগপাণ্ডু ঊষাবংগপাণ্ডু ঊষা হ'ল তেলুগু ভাষাৰ এগৰাকী কবি৷ তেওঁ ৱাই এছ আৰ কংগ্ৰেছ দলৰ সাংস্কৃতিক শাখাৰ আহ্…
- বংগমাতাবংগমাতা (বঙ্গমাতা), বাংলা মা (বাংলা মা) বা কেৱল বাংলা হ'ল বংগৰ ব্যক্তিৰূপ। বংগৰ নৱজাগৰণৰ স…
- বংগোপসাগৰবংগোপসাগৰ বিশ্বৰ বৃহত্তম উপসাগৰ। ই ভাৰত মহাসাগৰৰ উত্তৰপশ্চিম অংশত অৱস্থিত প্ৰায় ত্ৰিভূজাক…
- বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগবংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ চমুকৈ বিমষ্টেক দক্ষিণ…
- বংগৰ নৱজাগৰণবংগৰ নৱজাগৰণ (বাংলা ভাষাত: বাংলাৰ নবজাগৰণ) বা বাঙালী নৱজাগৰণ অষ্টদশ শতিকাৰ শেষৰ ভাগৰ পৰা ব…
- বংগৰ বিভাজন (১৯৪৭)১৯৪৭ চনৰ বংগৰ বিভাজন হ'ল ভাৰতৰ বিভাজনৰ এটি অংশ, য'ত ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰদেশক ৰেডক্লিফ ৰ…
- বংগৰ লোক-কথাবংগৰ লোক-কথা (Folk-Tales of Bengal) হৈছে লাল বেহাৰী দেৰ দ্বাৰা ৰচিত বংগৰ লোককথা আৰু সাধুকথ…
- বংশবংশ (Clan) বুলিলে প্ৰকৃত বা অনুভূত আত্মীয়তা আৰু তেজৰ সম্পৰ্কৰ দ্বাৰা একত্ৰিত হোৱা মানুহৰ …
- বইটা বন্দনাবইটা বন্দনা (Boita Bandana) বা ডাংগা ভাছা ভাৰতৰ ওড়িশা প্ৰদেশত বাৰ্ষিকভাৱে উদযাপিত পৰম্পৰা…
- বক ফুলবক ফুল (বৈজ্ঞানিক নাম: Sesbania grandiflora; সমাৰ্থক: Aeschynomene grandiflora, Agati gran…
- বকতাবকতা চুহুংমুঙে (১৪৯৭–১৫৩৯) ১৬ শতিকাত প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যৰ ৰাজধানী আছিল। যিহেতু তেওঁৰ …
- বকতা জাপিসজীয়াবকতা জাপিসজীয়া গাঁও (Bokata Japihajia Village) হৈছে অসমৰ এখন গাঁও। গাঁওখন শিৱসাগৰ জিলাৰ ব…
- বকাসুৰ|- ! class="infobox-label" scope="row" |ভাই-ভনীসকল | class="infobox-data" |কিৰমিৰা (কনিষ্ঠ…
- বকাসুৰ (কংসৰ অনুচৰ)বকাসুৰ হিন্দু দেৱতা কৃষ্ণই হত্যা কৰা বগলীৰূপী অসুৰ। তেওঁ কংস ৰজাৰ সংগী আৰু পুতনা আৰু অঘাসু…
- বকুলবকুল (বৈজ্ঞানিক নাম:Mimusops elengi) হৈছে মিনাছপ্স্ (Minasops) প্ৰজাতিৰ ই ফুল। এছিয়া আৰু…
- বকুল (চলচ্চিত্ৰ)বকুল হৈছে ২০১৫ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ৰীমা বৰাই পৰিচালনা কৰা চলচ্চিত্ৰখন…
- বকুল কায়স্থবকুল কায়স্থ (জন্ম ১৪০০ শতাব্দী) কামৰূপৰ এগৰাকী গণিতজ্ঞ আছিল৷ তেওঁ প্ৰধানকৈ ১৪৩৪ চনতে ৰচনা…
- বকুল দেৱীবকুল দেৱী (তেলুগু: వకుళా దేవి, ৰোমানীকৃত: Vakuḷā dēvi, সংস্কৃত: वकुलदेवी, ৰোমানীকৃত: Vakul…
- বকুল ফুলৰ দৰে (গ্ৰন্থ)বকুল ফুলৰ দৰে হৈছে ড॰ মৃণাল কলিতাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ২০১৫ চনৰ নৱেম্বৰ মাহত বান্…
- বকো, কামৰূপবকো হৈছে ভাৰতৰ অসম ৰাজ্যৰ কামৰূপ জিলাত অৱস্থিত এখন চহৰ। চহৰখন ১৩৯ খন গাঁওৰে গঠিত। ই গুৱাহা…
- বকো-ছয়গাঁও বিধানসভা সমষ্টিবকো-ছয়গাঁও বিধানসভা সমষ্টি (ইংৰাজী: Boko–Chaygaon Assembly constituency) হৈছে অসম বিধানসভ…
- বক্কুৰাবক্কুৰা সাধাৰণতে মালদ্বীপত ব্যৱহাৰ কৰা অতি সৰু এক প্ৰকাৰৰ নাও। ইয়াৰ ধোনিৰ সৈতে সামান্য সা…
- বক্ষ প্ৰাচীৰ (দুৰ্গ)বক্ষ প্ৰাচীৰ আত্মৰক্ষাৰ বাবে মাটিৰে নিৰ্মিত এটা অস্থায়ী দুৰ্গ, প্ৰায়ে বুকু বা কান্ধৰ উচ্…
- বক্ষ বান্ধনিবক্ষ বান্ধনি বা স্তন বান্ধনি হৈছে কাপোৰৰ ফিটা বা উদ্দেশ্যপ্ৰণোদিতভাৱে নিৰ্মিত অন্তৰ্বাসৰ দ…
- বক্ষবন্ধনীবক্ষবন্ধনী হ'ল নাৰীৰ অন্তৰ্বাস যিয়ে সিহঁতৰ স্তনযুগল সঠিক স্থানত ৰখাত সহায়তা কৰে। ইংৰাজীত…
- বক্ষবন্ধনীহীনতামহিলাৰ অন্তৰ্বাসৰ অংশ হিচাপে বক্ষবন্ধনী নিপিন্ধা অৱস্থাক বক্ষবন্ধনীহীনতা বোলে। মহিলাসকলে অ…
- বক্সা দুৰ্গবক্সা দুৰ্গ (Buxa Fort) ভাৰতৰ পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাৰ আলিপুৰদুৱাৰ মহকুমাৰ কালচিনি চি…
- বক্সা বাঘ্ৰ সংৰক্ষণবক্সা বাঘ্ৰ সংৰক্ষণ ভাৰতৰ পশ্চিম বংগ ৰাজ্যত অৱস্থিত। এইখন বাঘ সংৰক্ষিত বনাঞ্চল আৰু ৰাষ্ট্ৰ…
- বক্সাৰ যুদ্ধবক্সাৰ যুদ্ধ ১৭৬৪ চনৰ ২২ আৰু ২৩ অক্টোবৰত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাহিনী আৰু বেনাৰস…
- বক্সিং ডে'বক্সিং ডে বৰদিনৰ পাছদিনা পৰম্পৰাগতভাৱে পালন কৰা এটা বন্ধৰ দিন। এইদিনা আমেৰিকা যুক্তৰাষ্ট্ৰ…
- বখ্ট-উন-নিছা বেগমবখ্ট-উন-নিছা বেগম(প্ৰায় ১৫৪৭ – ২ জুন ১৬০৮) এগৰাকী মোগল ৰাজকুমাৰী আৰু মোগল সম্ৰাট হুমায়ুন…
- বগদ খান উল জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলবগদ খান উল জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল (Bogd Khan Uul Biosphere Reserve) হৈছে মংগোলিয়াৰ ৰাজ…
- বগলামুখীবগলামুখী বা বগলা (बगलामुखी) হ'ল হিন্দু ধৰ্মৰ দহগৰাকী তান্ত্ৰিক দেৱ-দেৱীৰ এগৰাকী সদস্য, তেও…
- বগলামুখী মন্দিৰ, বেংকণ্ডী, হিমাচল প্ৰদেশবগলামুখী মাতাৰ মন্দিৰ বেংকণ্ডীত অৱস্থিত, যি ভাৰতৰ হিমাচল প্ৰদেশৰ কাংগ্ৰা জিলাৰ এক শান্ত এল…
- বগা কাঞ্চনগোলাপী কাঞ্চন বা বগা কাঞ্চন হৈছে এক প্ৰকাৰৰ বৃক্ষ। ই ৰঙা কাঞ্চনতকৈ আকাৰত সৰু, পাতৰ গঠনো এক…
- বগা চকুৱা টিপচীবগা চকুৱা টিপচী (Zosterops palpebrosus) বগা চকুৱা পৰিয়ালৰ এটি সৰু পেচেৰিন চৰাই। ইহঁতক চছ…
- বগা বাবাৰ মাজাৰবগা বাবাৰ মাজাৰ ( Boga Baba Mazhar) বা বগা ফকীৰৰ মাজাৰ অসমৰ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰৰ…
- বগা বালিমাহীবগা বালিমাহী, ( White Wagtail, বৈজ্ঞানিক নাম-Motacilla alba) এটা সৰু আকাৰৰ বালিমাহী চৰাইৰ …
- বগা বাহকজাষ্টিকা আধাট’ডা, সাধাৰণতে অসমীয়াত বগা বাহক নামে জনাজাত এই চিৰসেউজীয়া আৰু জোপোহা সপুষ্পক…
- বগা ভালুকবগা ভালুক বা ধ্ৰুৱীয় ভালুক মেৰু অঞ্চলত পোৱা এবিধ ভালুক।
- বগা মেদকবগা মেদক মিচিং জনগোষ্ঠীৰ অধিকাৰৰ বাবে আন্দোলন কৰা এগৰাকী শ্বহীদ।
- বগা যাদুহোৱাইট মেজিক বা বগা যাদু বা শ্বেত যাতুক পৰম্পৰাগতভাৱে অলৌকিক শক্তি বা যাদুক নিস্বাৰ্থ উদ্দ…
- বগা সাপৰ উপাখ্যানবগা সাপৰ উপাখ্যান (en:The Legend of the White Snake) হৈছে ছু ছিয়ান নামৰ এজন পুৰুষ আৰু বাই…
- বগা হাতীবগা হাতী( White Elephant) সাধাৰণ হাতীৰেই এটা প্ৰকাৰ, যাৰ ৰং বগা আৰু ইয়াক পৃথিৱীৰ ঠাই বিশে…
- বগা হাতী (প্ৰাণী)বগা হাতী (White elephant (animal)) (এলবিনো হাতীও) এবিধ বিৰল প্ৰকাৰৰ হাতী, কিন্তু ই এটা সুক…
- বগাউদাৰ গীতবগাউদাৰ গীত (ইংৰাজী: Song of Bagauda; হাউচা: Waƙar Bagauda) হ’ল কান’ৰপৰা উদ্ভৱ হোৱা এটা হা…
- বগাধৰ ব্ৰহ্ম কিষাণ মহাবিদ্যালয়, জালাহবগাধৰ ব্ৰহ্ম কিষাণ মহাবিদ্যালয় চমুকৈ বি.বি. কিষাণ মহাবিদ্যালয়। মহাবিদ্যালয়খন অসমৰ ২০০৩ …
- বগাপতীয়া খুকুৰী সাপবগাপতীয়া খুকুৰী সাপ (light-barred kukri snake, বৈজ্ঞানিক নাম-Oligodon albocinctus) 'Colub…
- বগাপেটীয়া কোকলোঙাবগাপেটীয়া কোকলোঙা (White-bellied treepie; বৈজ্ঞানিক নামঃ Dendrocitta leucogastra) দক্ষিণ…
- বগামাটিবগামাটি ভাৰত-ভূটান সীমান্তৰ সমীপত বাক্সা জিলাত উত্তৰ দিশত অৱস্থিত। ঘন অৰণ্যৰে আবৃত এই ঠাইড…
- বগিয়াবগিয়া (পিঠা বুলিও জনা যায়) ভাৰত আৰু নেপালৰ মৈথিলী আৰু থাৰু সম্প্ৰদায়ৰ এক সুস্বাদু খাদ্য…
- বগী (উপন্যাস)গ্ৰন্থ সমালোচনা "বগী" (জীৱনভিত্তিক উপন্যাস):গোবিন কুমাৰ খাউণ্ড
- বগী জলকীয়াবগী জলকীয়া (বৈজ্ঞানিক নাম: Capsicum frutescens) এক প্ৰকাৰৰ জলকীয়া। এই জলকীয়াবোৰ সাধাৰণত…
- বগীবিল দলংবগীবিল দলং অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিল ঠাইত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত ৰে’ল-সহ পথ দলং। …
- বগুৰাৰ দৈবগুৰাৰ দৈ বাংলাদেশৰ বগুৰাৰ এবিধ দৈ। বাংলাদেশৰ পৰম্পৰাগত মিঠাই আৰু ই সমগ্ৰ দেশতে জনপ্ৰিয়। …
- বগেজাৰী গীতবগেজাৰী গীত হৈছে পাতি ৰাভাসকলৰ মাজত প্ৰচলিত এক প্ৰকাৰৰ গীত। পুৰণি কামৰূপ জিলাৰ (বৰ্তমান দক…
- বগেজাৰী নৃত্যবগেজাৰী নৃত্য (Bogejari Dance) ভাৰতৰ অসমৰ পাতিৰাভা জনগোষ্ঠীৰ এক পৰম্পৰাগত লোকনৃত্য। প্ৰধান…
- বগোটাবগোটা হৈছে কলম্বিয়াৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই দেশখনৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু অ…
- বগৰীবগৰী হ'ল বাকথৰ্ন (buckthorn) পৰিয়ালৰ যিযিফাছ (Ziziphus) জাতিৰ এবিধ ফলধাৰী উদ্ভিদ। ইংৰাজীত…
- বঘেলী ভাষাবঘেলী (দেৱনাগৰী লিপি: बघेली, অথবা বঘেলখণ্ডী) হৈছে এটা মধ্য ইন্দো-আৰ্য ভাষা, যাক ভাৰতৰ মধ্য…
- বঘৰাবঘৰা, মৰিগাঁও জিলাৰ মধ্য ভাগত অৱস্থিত এখন অতি পুৰণি জনবসতি অঞ্চল। বঘৰা বুলিলে সধাৰণতে শিল…
- বঙল বহু দূৰবঙল বহু দূৰ (Bangal Bahu Dur) নন্দিতা দেৱীৰ দ্বাৰা ৰচিত অসমীয়া ভাষাৰ এখন সামাজিক উপন্যাস।…
- বঙাইগাঁওবঙাইগাঁও নামনি অসমৰ এটা গুৰুত্বপূৰ্ণ নগৰ আৰু বঙাইগাঁও জিলাৰ সদৰ। যোগাযোগ, উদ্যোগ আৰু বাণিজ…
- বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় (Bongaigaon Medical College) অসমৰ বঙাইগাঁও জিলাত অৱস্থিত এখন…
- বঙাইগাঁও জিলাবঙাইগাঁও জিলা উত্তৰ-পূৱ ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা, যাৰ সদৰ বঙাইগাঁও। ১৯৮৯ চনত গঠ…
- বঙাইগাঁও তেল শোধনাগাৰবঙাইগাঁও তেল শোধনাগাৰ (Bongaigaon Refinery) অসমৰ চিৰাং জিলাৰ (আগৰ বঙাইগাঁও জিলাৰ) ঢালিগাঁৱ…
- বঙাইগাঁও বিধানসভা সমষ্টিবঙাইগাঁও বিধানসভা সমষ্টি ভাৰতৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত এটা। …
- বঙালঅসমত বহিৰাগতসকলক বুজাবলৈ ব্যৱহাৰ কৰা এটা শব্দ হ’ল ‘বঙাল’। স্বাধীনতাৰ পূৰ্বৰ কালছোৱাত বংগৰ …
- বঙাল পুখুৰীবঙাল পুখুৰী (Bangal Pukhuri) হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা ঐতিহাসিক পুখুৰী। এই পুখুৰী…
- বঙালী কবিৰ তালিকা{| ! কবি !! ছবি !! ছদ্মনাম !! জীৱনকাল !! সাহিত্যকৰ্ম |- | ঈশ্বৰচন্দ্ৰ গুপ্ত || || || ১৮১২–…
- বঙালী চলচ্চিত্ৰবঙালী চলচ্চিত্ৰ বুলিলে বঙালী ভাষাৰ চলচ্চিত্ৰসমূহক বুজোৱা হয়, যিবোৰ মূলতঃ বাংলাদেশ আৰু ভাৰ…
- বঙালী থিয়েটাৰবঙালী থিয়েটাৰ (Bengali theatre) মানে হ’ল- সাধাৰণতে বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবঙ্গত বঙালী ভ…
- বঙালী নামবাংলাভাষী দেশসমূহৰ ব্যক্তিৰ ব্যক্তিগত নামসমূহ এটা বা কেইবাটাও প্ৰদত্ত নাম আৰু এটা উপাধিৰে …
- বঙালী ভাষাবঙালী ভাষা দক্ষিণ এছিয়াৰ পূৰ্বাঞ্চলৰ এক প্ৰধান ভাৰত-আৰ্য ভাষা, যি বাংলাদেশ আৰু ভাৰতৰ একাধ…
- বঙালী ভাষা আন্দোলন (বৰাক উপত্যকা)বঙালী ভাষা আন্দোলন (বৰাক উপত্যকা) (Bengali Language Movement (Barak Valley)) অসমীয়া ভাষাৰ…
- বঙালী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলএয়া বঙালী ভাষাত ৰচনা কৰি সাহিত্য অকাডেমি বঁটা পোৱাসকলৰ তালিকা। সাহিত্য অকাডেমি বঁটা প্ৰতি…
- বঙালী লিপিবঙালী লিপি বুলিলে তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে: * বঙালী বৰ্ণমালা, বঙালী ভাষাৰ লিখন প্ৰণালী ব…
- বঙালী হিন্দু বিবাহবঙালী হিন্দু বিবাহ (বাঙালি হিন্দু বিবাহ) বুলিলে সাধাৰণতে পশ্চিমবঙ্গ, ত্ৰিপুৰাৰ লগতে ভাৰত…
- বঙালী ৰন্ধনশৈলীবঙালী ৰন্ধনশৈলী (Bengali cuisine) হৈছে ভাৰত উপমহাদেশৰ বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ, ত্ৰিপ…
- বঙালী ৱিকিপিডিয়াবঙালী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বঙালী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্য…
- বঙ্কিম পুৰস্কাৰবঙ্কিম পুৰস্কাৰ বা বঙ্কিম স্মাৰক পুৰস্কাৰ হ'ল পশ্চিমবঙ্গ চৰকাৰে বাংলা কথাসাহিত্যলৈ আগ বঢে়…
- বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ। তেঁও ভাৰতৰ জাতীয় স…
- বঙ্কোৱালবংকোৱাল হৈছে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ উত্তৰত অৱস্থিত এটা অঞ্চল। বোকাখাত ৰাজহচক্ৰৰ অধী…
- বঙ্গদৰ্শনবঙ্গদৰ্শন হ'ল ১৮৭২ চনত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে প্ৰতিষ্ঠা কৰা এখন বাংলা সাহিত্য আলোচনী।…
- বঙ্গবন্ধু এভিনিউবঙ্গবন্ধু এভিনিউ (Bangabandhu Avenue; বঙ্গবন্ধু অ্যাভিনিউ) হৈছে ঢাকাৰ গুলিস্তানত অৱস্থিত এ…
- বচন (ব্যাকৰণ)বচন (Number) শব্দৰ সাধাৰণ অৰ্থ কথা, উক্তি বা বক্তব্য। বচনৰ ইংৰাজী প্ৰতিশব্দ হ'ল 'number'। …
- বচপন বচাও আন্দোলনবচপন বাচাও আন্দোলন (BBA; Save Childhood Movement) ভাৰত ভিত্তিক শিশু অধিকাৰ আন্দোলন। ১৯৮০ চ…
- বছিৰা পাইঘামবছিৰা পাইঘাম (জন্ম ১৯৯৭/১৯৯৮) এগৰাকী আফগান এলজিবিটিকিউ-অধিকাৰ কৰ্মী।
- বছেন মুৰ্মুবছেন মুৰ্মু (৯ এপ্ৰিল ১৯৮৭ - ৮ জুন ২০২০) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ ঘাইকৈ…
- বছৰবছৰ বুলি ক’লে সাধাৰণতে সূৰ্যৰ কক্ষপথত পৃথিৱীয়ে প্ৰদক্ষিণ কৰা নিৰ্দিষ্ট সময়কে বুজোৱা হয়।…
- বছৰৰ দিনৰ তালিকাগ্ৰেগৰীয় কেলেণ্ডাৰ অনুসৰি নিম্নলিখিত পৃষ্ঠাসমূহত নিৰ্দিষ্ট দিনটোত সংঘটিত ঐতিহাসিক ঘটনা, জ…
- বজালী জিলাবজালী জিলা অসমৰ ৩৪খন জিলাৰ মাজৰ এখন, যাৰ সদৰ পাঠশালাৰ মদন-ৰাউতা নগৰত অৱস্থিত। বৰপেটা জিলাৰ…
- বজালী বিধানসভা সমষ্টিবজালী বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম বিধানসভা সমষ্টি। ২…
- বজালী মহাবিদ্যালয়বজালী মহাবিদ্যালয় (Bajali College) অসমৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান। এই মহাবিদ্যালয় বৰ…
- বজ্জিকা ভাষাবজ্জিকা এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা প্ৰকাৰ যি পূৰ্বী ভাৰত আৰু নেপালৰ কোনো কোনো অংশত ব্যৱহ…
- বজ্ৰাংগবজ্ৰাংগ হিন্দু ধৰ্মশাস্ত্ৰত উল্লেখ থকা এক অসুৰ। পুৰাণৰ মতে তেওঁৰ জন্ম দিতিৰ আৰু পিতৃ কাশ্য…
- বজ্ৰাংগী আইবজ্ৰাংগী আই( Bajranggi Aai) অসমৰ শংকৰী যুগৰ এগৰাকী স্বাৱলম্বী নাৰী৷ তেওঁৰ স্বামীৰ নাম কামদ…
- বজ্ৰেশ্বৰী মন্দিৰশ্ৰী বজ্ৰেশ্বৰী যোগিনী দেৱী মন্দিৰ হৈছে মুম্বাইৰ পৰা ৭৫ কিলোমিটাৰ দূৰত্বত ব্ৰজেশ্বৰী চহৰত …
- বজৰং পুনিয়াবজৰং পুনিয়া (Bajrang Punia; জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৯৪) এগৰাকী ভাৰতীয় ফ্ৰী ষ্টাইল মল্ল যুঁ…
- বজৰংগী ভাইজানবজৰংগী ভাইজান (Brother Bajrangi) কবীৰ খানৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ। ক…
- বঞ্জাৰাবঞ্জাৰা বা লম্বাডা সকল ভাৰতত পোৱা যাযাবৰী জনজাতি।
- বট গছবট গছ বা বৰ গছ বা বড় গছ (Indian banyan; বৈজ্ঞানিক নাম: Ficus benghalensis) ভাৰতৰ জাতীয় গ…
- বট পূৰ্ণিমাবট পূৰ্ণিমা (वट मुक्तिमा,, যাক বট সাবিত্ৰী, ব্ৰত বুলিও কোৱা হয়) হৈছে হিন্দুসকলৰ দ্বাৰা পা…
- বটচ’বটচ’ এবিধ কোট ডি আইভৰিত বিক্ৰী হোৱা ক্ৰীম, যি স্তন আৰু নিতম্বৰ আকাৰ বৃদ্ধি কৰাৰ অভিযোগ উত্…
- বটাবটা বা বটাঁ (Bota) অসমৰ সংস্কৃতিত ব্যৱহাৰ হোৱা এবিধ কাঁহৰ সঁজুলি। শব্দ ডট অৰ্গৰ মতে বটা…
- বটাটা বড়াবটাটা বড়া (बटाटा वडा) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ জনপ্ৰিয় ভাৰতীয় নিৰামিষ ফাষ্ট ফুড। ইয়াৰ আ…