অন্তৰ্জলী যাত্ৰা (Antarjali Jatra)) ১৯৮৭ চনত মুক্তি পোৱা কলকাতাভিত্তিক গৌতম ঘোষ পৰিচালিত ভাৰতীয় বোলছবি। কমল কুমাৰ মজুমদাৰৰ মহাযাত্ৰা নামৰ উপন্যাস এখনৰ আধাৰত এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল।১ ঊনবিংশ শতিকাৰ বংগৰ অভিজাত ব্ৰাহ্মণসকলৰ বহুবিবাহ প্ৰথাৰ দলিলস্বৰূপ এই বোলছবিখন। এই বোলছবিখনে ১৯৮৮ চনত বাংলা ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ১৯৮৮ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত ইয়াক সুনিশ্চিত সম্মান শিতানত প্ৰদৰ্শিত কৰা হৈছিল।২৩
অভিনয়ত
- বৈজুৰ ভূমিকাত শত্ৰুঘ্ন সিনহা
- যশোৱতীৰ পিতৃৰ ভূমিকাত বসন্ত চৌধুৰী
- গাঙ্গুলি সীতাৰামৰ ভূমিকাত
- জ্যোতিষীৰ ভূমিকাত ৰবি ঘোষ
- যশোৱতীৰ ভূমিকাত শম্পা ঘোষ
- মোহন আগাশে
তথ্যসূত্ৰ
- ↑ Gulzar. (2003). Encyclopaedia of Hindi cinema. Popular Prakashan. ISBN 81-7991-066-0
- ↑ (2009-07-28). Festival de Cannes: Antarjali Jatra
- ↑ www.arthousecinema.in/2014/06/antarjali-jatra-19
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্তৰ্জলী যাত্ৰা” প্ৰবন্ধৰ সংশোধন ৫৬৯০৮৮ (১১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।