অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ত ৪৫৮ প্ৰবন্ধ
- তত অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু …
- ত'ত্ত'-চ্চানত’ত্ত’–চ্চান: খিৰিকীমুখত অকনিজনী (মূল শিৰোনাম 窓ぎわのトットちゃん, মাডগিৱা ত’ত্ত’–চ্চান; Totto Chan…
- তকচিতা (বস্ত্ৰ)তকচিতা (আৰবী: تَكْشِيْطَة, বিকল্প বানান: তক্ষিতা, টকশ্বিটা, ( taqchita, tackshita, tackchi…
- তক্ষকতক্ষক হিন্দু আৰু বৌদ্ধ ধৰ্মৰ এজন নাগৰজা। হিন্দু মহাকাব্য মহাভাৰতৰ লগতে ভাগৱত পুৰাণতো তেওঁৰ…
- তক্ষশিলাতক্ষশীলা (Taxila) পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ ৰাৱালপিণ্ডি জিলাত অৱস্থিত এখন চহৰ। তক্ষশীলা এ…
- তগৰতগৰ (বৈজ্ঞানিক নাম: Gardenia jasminoides) অসমত খুবেই পৰিচিত এক ফুল। এই ফুলৰ মুল বাসস্থান হ…
- তচদ্দুক ইউছুফতচদ্দুক ইউছুফ (Tasadduk Yusuf, ১৯৩১- ১০ আগষ্ট ১৯৮২) অসমীয়া চলচ্চিত্ৰ, অনাতাঁৰ আৰু মঞ্চৰ এ…
- তছনীম জেহৰা হুছেইনতছনীম জেহৰা হুছেইন এজন পাকিস্তানী তাত্ত্বিক পদাৰ্থবিজ্ঞানী। পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী…
- তছনীম নিউজ এজেন্সীতাছনিম নিউজ এজেন্সী (Tasnim News Agency)(পাৰ্চী ভাষাত: خارجی تسنیم ) ইৰাণৰ এটা অৰ্ধ-চৰকাৰী…
- তছলিমা নাছৰিনতছলিমা নাছৰিন (বাংলা: তসলিমা নাসব়িন, জন্ম: ২৫ আগষ্ট ১৯৬২) এগৰাকী বাংলাদেশী চুইডিছ সাহিত্য…
- তঞ্চঙ্গ্যা ভাষাতঞ্চঙ্গ্যা হৈছে বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰাম, ভাৰতৰ ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্য আৰু ম্যানমা…
- তঞ্জাই চেলভিতঞ্জাই চেলভি এগৰাকী তামিল গায়িকা। তেওঁ লোকগীত বাবে জনপ্ৰিয়। তেওঁ ইছান ছবিৰ "ৱিট্টু" গীতট…
- তত্ত্বচিন্তামণিতত্ত্বচিন্তমণি হৈছে খ্ৰীষ্টীয় চতুৰ্দশ শতিকাৰ ভাৰতীয় যুক্তিবিদ আৰু দাৰ্শনিক গংগেশৰদ্বাৰা …
- তথাগত অৱতাৰ তুলসীতথাগত অৱতাৰ তুলসী (জন্ম ৯ ছেপ্টেম্বৰ ১৯৮৭) এজন ভাৰতীয় পদাৰ্থবিদ। তেওঁ বিস্ময় বালক হিচাপে…
- তথ্যতথ্য বা ইনফৰমেশ্যন হৈছে বিশেষ সজ্জাত সজ্জিত চিহ্নৰ (symbol) দ্বাৰা প্ৰকাশিত বাৰ্তা message…
- তথ্য জনাৰ অধিকাৰ আইন, ২০০৫তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ (Right to Information Act, 2005; सूचना का अधिकार अधिनियम, २००५)…
- তথ্য প্ৰযুক্তিতথ্য প্ৰযুক্তি (Information Technology) হ'ল প্ৰযুক্তিবিদ্যাৰ (Technology) লগত জড়িত তথ্য (…
- তথ্য প্ৰযুক্তি আইন ২০০০তথ্য প্ৰযুক্তি আইন, ২০০০ (Information Technology Act, 2000; চমু নাম ITA-2000, বা the IT Ac…
- তথ্যচিত্ৰতথ্যচিত্ৰ (Documentary Film) হৈছে "বাস্তৱক নথিভুক্ত কৰা, প্ৰধানকৈ নিৰ্দেশনা, শিক্ষা বা ঐতি…
- তথ্যপেৰাতথ্যপেৰা (Infobox) হৈছে ৱিকিত কোনো বিষয়ৰ বিষয়ে তথ্যৰ এটা উপসংহতি সংগ্ৰহ আৰু উপস্থাপন কৰি…
- তনতাৱান তান্তিৱেজাকুলতনতাৱান তান্তিৱেজাকুল (থাই: ต้นตะวัน ตันติเวชกุล; জন্ম ৭ নৱেম্বৰ ২০০০), গৃহনাম টু (ตู)) এগ…
- তনয়া দুবাছতনয়া দুবাছ (:Tanya Dubash জন্ম ১৪ ছেপ্টেম্বৰ ১৯৬৮) এগৰাকী ভাৰতীয় ব্যৱসায়ী, আৰু গড্ৰেজ গ…
- তনয়া মণিকতালাতনয়া মণিকতালা (Tanya Maniktala(জন্ম-৭ জুলাই ১৯৯৭)হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক সততে …
- তনুজাতনুজা সমৰ্থ (Tanuja Samarth, জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৪৩)ৰ জনপ্ৰিয় নাম হৈছে তনুজা। ভাৰতীয় চ…
- তনুজা কঁৱৰতনুজা কঁৱৰ ( ইংৰাজী: Tanuja Kanwar; জন্ম: ২৮ জানুৱাৰী ১৯৯৮) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ যিয়ে…
- তনুশ্ৰী চক্ৰৱৰ্তীতনুশ্ৰী চক্ৰৱৰ্তী (Tanusree Chakraborty; জন্ম: ৬ আগষ্ট ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু …
- তনুশ্ৰী শংকৰতনুশ্ৰী শংকৰ ( Tanusree Shankar; জন্ম: ১৬ মাৰ্চ ১৯৫৬) এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু কৰিঅ’…
- তন্ত্ৰতন্ত্ৰ (;; আক্ষৰিক অৰ্থত 'বিস্তাৰ-যন্ত্ৰ, মুক্তিৰ বিস্তাৰক; তাঁতশাল, বোৱা, ৱাৰ্প') হৈছে ভা…
- তন্নিষ্ঠা চেটাৰ্জীতন্নিষ্ঠা চেটাৰ্জী (ইংৰাজী: Tannishtha Chatterjee) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালক৷ ক…
- তন্বী আজমীতন্বী আজমী (Baljinder Kaur) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। “অকেলে হম অকে…
- তন্বী ব্যাসতন্বী ব্যাস (Tanvi Vyas) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যি…
- তন্ময় ভাটতন্ময় ভাট (Tanmay Bhat; জন্ম: ২৩ জুন ১৯৮৭) এজন ভাৰতীয় ইউটিউবাৰ, কমেডিয়ান, চিত্ৰনাট্যকাৰ…
- তন্মাত্ৰতন্মাত্ৰ (সংস্কৃত: तन्मात्र; tanmātra) হৈছে অতি প্ৰাথমিক, অপৰিব্যক্ত, সূক্ষ্ম “উপাদান” বা …
- তপকেশ্বৰ মন্দিৰটপকেস্বৰ মন্দিৰ স্থান: ৩০.৩৫৭২৭২৪°উত্তৰ ৭৮.০১৬৬৭৬৮°পূব টাপকেশ্বৰ মন্দিৰ, যাক টাপকেশ্বৰ মহা…
- তপত দিন দীঘল ৰাতিতপত দিন দীঘল ৰাতি আফ্ৰিকাৰ কেইটামান নিৰ্বাচিত চুটিগল্পৰ অনুবাদ সংকলন। মূল 'Hot Days Long N…
- তপন কুমাৰ প্ৰধানতপন কুমাৰ প্ৰধান (জন্ম ১৯৭২) উৰিষ্যাৰ এজন ভাৰতীয় কবি, লেখক আৰু অনুবাদক। তেওঁ তেওঁৰ কবিতা …
- তপন কুমাৰ শইকীয়াতপন কুমাৰ শইকীয়া এগৰাকী ভাৰতীয় চিকিৎসক তথা কৰ্কটৰোগবিদ। তেওঁ বিশেষকৈ ভাৰতৰ উত্তৰ-পূব অঞ্…
- তপন ডেকাতপন কুমাৰ ডেকা (Tapan Kumar Deka; জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বি…
- তপন দাসতপন দাস অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, নাট পৰিচালক, আবৃত্তিকাৰ আৰু গল্প লিখক। গুৱ…
- তপন সিনহাতপন সিনহা (Tapan Sinha; ২ অক্টোবৰ ১৯২৪ – ১৫ জানুৱাৰী ২০০৯) তেওঁৰ সময়ৰ অন্যতম বিশিষ্ট ভাৰত…
- তপোধীৰ ভট্টাচাৰ্যতপোধীৰ ভট্টাচাৰ্য (১২ ফেব্ৰুৱাৰী, ১৯৪৯) অসমবাসী এজন বাঙালী বুদ্ধিজীৱী। সমকালীন মননশীল প্ৰা…
- তপোবনতপোবন সংস্কৃতমূলীয় শব্দ। তপঃ অৰ্থাৎ তপস্যা আৰু ৱন অৰ্থাৎ বন- এই দুই মূল শব্দৰপৰা হৈছে তপো…
- তফজ্জুল আলিতফজ্জুল আলি (Tafazzul Ali) অসমৰ এজন প্ৰসিদ্ধ গীতিকাৰ। তেওঁ অসমীয়া ভাষাত ভালেসংখ্যক গীত ৰচ…
- তবচ্ছুম আদনানতবচ্ছুম আদনান (تبسم عدنان; জন্ম ১৯৭৭) স্বাত উপত্যকাৰ এগৰাকী পাকিস্তানী মহিলা অধিকাৰ কৰ্মী।…
- তবলাতবলা ভাৰতীয় সংগীতৰ এটা জনপ্ৰিয় বাদ্য। বহুতৰ মতে দিল্লীৰ সুধাৰ খাঁ (সিদ্ধাৰ খাঁ) ঢাঢ়ীহে …
- তবাৰানা কাথেতবাৰানা কাথে (Tabarana Kathe; অৰ্থ: তবাৰানাৰ কথা) ১৯৮৭ চনত মুক্তি পোৱা, গিৰীশ কাছাৰৱল্লী প…
- তবিথা চলোমনতবিথা চলোমন ( Tabitha Solomon; জন্ম ১৯০১) কলিকতা ডেণ্টেল কলেজ এণ্ড হস্পিতালৰ পৰা স্নাতক ডি…
- তবুতবচ্চুম ফাতিমা হাচমী (Tabassum Fatima Hashmi; জন্ম: ৪ নৱেম্বৰ ১৯৭১) হৈছে এগৰাকী ভাৰতীয় অভ…
- তমঃতমঃ (Sanskrit: তমস্ তামাস, আভিধানিক অৰ্থ 'আন্ধাৰ') তিনিটা গুণ (প্ৰৱণতা, গুণ, বৈশিষ্ট্য)ৰ ভ…
- তমু লোছাৰতমু লোছাৰ হৈছে নেপালীসকলৰ গুৰুং ৰাইজে উদ্যাপন কৰা নৱবৰ্ষৰ উৎসৱ। নেপালী কেলেণ্ডাৰৰ প্ৰতি ১…
- তয়াবুন নিছাতয়াবুন নিছা (Tayabun Nisha) এগৰাকী প্ৰাক্তন এথলীট। তেওঁ ১৯৭১ চনত ভাৰতৰ নৱম ৰাষ্ট্ৰীয় এথল…
- তলাতল ঘৰতলাতল ঘৰ অসমৰ শিৱসাগৰ জিলাৰ ৰংপুৰত অৱস্থিত এক আহোম ৰাজমহল। ই আহোম স্থাপত্যকলাৰ উল্লেখযোগ্য…
- তাঁতশালকপাহ বা কপাহী সূতাৰ পৰা কাপোৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰক তাঁতশাল বোলে। আধুনিক বস্ত্…
- তাঁতৰ শাৰীতাঁতৰ শাৰী বংগৰ পূব অংশৰপৰা উৎপত্তি হোৱা আৰু সাধাৰণতে বঙালী মহিলাসকলে ব্যৱহাৰ কৰা পৰম্পৰাগ…
- তাওবাদতাওবাদ বা দাওবাদ চীনৰ এক থলুৱা বৈচিত্ৰ্যময় দাৰ্শনিক আৰু ধৰ্মীয় পৰম্পৰা। তাওবাদে সমন্বয়ৰ…
- তাওহিদতাওহিদ শব্দটো আৰবী ‘ওয়াহাদা’ ক্ৰিয়া মূলৰ পৰা গৃহীত, যাৰ অৰ্থ ‘এক হোৱা’, ‘একক হোৱা’ বা ‘অ…
- তাওৰাততাওৰাত এটা আকাশী কিতাপ যিটো ইছলামৰ ৰাছুল মুছা (আঃ)ৰ উপৰত অৱতীৰ্ণ হৈছিল। ই হিব্ৰু ভাষাত লিখ…
- তাক্বৱাতাক্বৱা (تقوى taqwā / taqwá) হৈছে আল্লাহৰ প্ৰতি সচেতন আৰু সচেতন হোৱাৰ বাবে এটা ইছলামিক শব্…
- তাগালগ ৱিকিপিডিয়াতাগালগ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ তাগালগ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ…
- তাছনিয়া ফাৰিণতাছনিয়া জামিল ফাৰিণ (ইংৰাজী: Tasnia Zamil Farin; জন্ম: ৩০ জানুৱাৰী ১৯৯৮) এগৰাকী বাংলাদেশী…
- তাছি আৰু নুংচি মালিকতাছি আৰু নুংচি মালিক (জন্ম ২১ জুন ১৯৯১) হৈছে সপ্তশৃঙ্গ আৰোহণ কৰা আৰু উত্তৰ আৰু দক্ষিণ মেৰু…
- তাছি ছ'জোমতাছি ছ'জোম (: Tashi ChhozomDzongkha: བཀྲིས་ཆོས་འཛོམས་) এগৰাকী ভূটানী উকীল আৰু আইনবিদ যিয়ে…
- তাজ খান কাৰাণীতাজ খান কাৰাণী (ৰাজত্ব ১৫৬৪–১৫৬৫) আছিল কাৰাণী বংশৰ প্ৰতিষ্ঠাপক, কাৰ্লান মূলৰ আফগান বংশ, যি…
- তাজ হোটেলতাজ হোটেল (Taj Hotels) হৈছে বিলাসী হোটেলৰ এটা শৃংখলা আৰু ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডৰ…
- তাজমহলতাজমহল (ताज महल, تاج محل) ভাৰতৰ আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ। মোগল সম্ৰাট ছাহজা…
- তাজিকিস্তানতাজিকিস্তান (তাজিক ভাষা: Тоҷикистон তজিকিস্তন্)দক্ষিণ-পূব মধ্য এছিয়াৰ এখন স্থলবেষ্টিত প্…
- তাজিকিস্তানৰ নাৰীতাজিকিস্তান মধ্য এছিয়াৰ এখন দেশ, ইয়াৰ জনসংখ্যা প্ৰধানকৈ তাজিকিস্তানী (৮৪.৩%), উল্লেখযোগ্…
- তাজিন আহমেদতাজিন আহমেদ (৩০ জুলাই ১৯৭৫ – ২২ মে' ২০১৮) এগৰাকী বাংলাদেশী সাংবাদিক, অভিনেত্ৰী, নাট্যকাৰ, …
- তাড়কাতাড়কা (ताड़का) বা তাতকা মহাকাব্য ৰামায়ণৰ এক ৰাক্ষসী চৰিত্ৰ। তেওঁৰ সন্তান মাৰিচ আৰু সুবাহ…
- তাণ্ডিয়া ভাষাতাণ্ডিয়া ভাষা ইণ্ডোনেছিয়াৰ পাপুয়াৰ ধাৰণা কৰামতে চেণ্ডাৰৱাছিহ(গীলভিংক বে) পৰিয়ালৰ এটা ব…
- তাণ্ডৱতাণ্ডৱ বা তাণ্ডৱম বা তাণ্ডৱ নাট্যম (Tandava) হিন্দু দেৱতাসকলে কৰা এক মহাজাগতিক ঐশ্বৰিক নৃত…
- তাতাৰ ৱিকিপিডিয়াতাতাৰ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ তাতাৰ ভাষাৰ সংস্কৰণ। এই সংস্কৰণ ২০০৩ …
- তাত্তামংগলম কুথিৰা ভেলাতাত্তামংগলম কুথিৰা ভেলা (ইংৰাজী: Tattamangalam Kuthira Vela) বা আংগাদী ভেলা (Angadi Vela) …
- তাত্যানা আফানাচিয়েভা-এহ্ৰেনফেষ্টতাত্যানা আলেক্সেয়েভনা আফানাচিয়েভা-এহ্ৰেনফেষ্ট (জন্ম নাম: আফানাছিয়েভা; ১৯ নৱেম্বৰ ১৮৭৬ –…
- তান (সংগীত)তান (হিন্দী: तान, উৰ্দু: تان) হৈছে হিন্দুস্তানী ধ্ৰুপদী সংগীতত ৰাগৰ কণ্ঠ প্ৰদৰ্শনত ব্যৱহৃত…
- তানখনতানখন বৌদ্ধ বিহাৰসমূহত ওলোমাই ৰখা এখন পৱিত্ৰ কাপোৰ৷ বৌদ্ধ বিহাৰসমূহত এই তানখন নামে ঠেক অথচ…
- তানজিম খালিদ চৌধুৰীতানজিম খালিদ চৌধুৰী (জন্ম ১৯৭৫) হৈছে কৰ্ণেল টেকৰ সমন্বিত স্বাস্থ্য আৰু প্ৰযুক্তিত ৰ’জাৰ আৰ…
- তানপুৰাতানপুৰা এবিধ চাৰি (বা পাঁচ) ডাল তাঁৰযুক্ত বাদ্যযন্ত্ৰ। ছয়ডাল তাঁৰযুক্ত তানপুৰাও দেখা পোৱা…
- তানভিন ছুইটিতানভিন ছুইটি (Tanvin Sweety; জন্ম: ৩০ আগষ্ট) এগৰাকী বাংলাদেশী টেলিভিছন, মঞ্চ আৰু চলচ্চিত্ৰ…
- তানসেনতানসেন (Tansen) সংগীতজ্ঞ।
- তানা আৰু ৰিৰিতানা আৰু ৰিৰি হ'ল এটা ভাৰতীয় গল্প। গল্পটো ১৫৬৪ চনত জন্ম হোৱা দুজনী ছোৱালীৰ বিষয়ে যাক ৰজা…
- তানাজী মালুচাৰেতানাজী মালুচাৰে(Tanaji Malusare) মাৰাঠা শাসক শিৱাজীৰ এজন সামৰিক সহায়ক আছিল। এজন স্থানীয় …
- তানিকা সৰকাৰতানিকা সৰকাৰ (Tanika Sarkar) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতৰ এগৰাকী ইতিহাসবিদ৷…
- তানিছাতানিছা এছ মুখাৰ্জী (জন্ম ৩ মাৰ্চ ১৯৭৮), যাক কেৱল তানিছা নামেৰেও জনা যায়, এগৰাকী ভাৰতীয় অ…
- তানিয়া (অভিনেত্ৰী)তানিয়া (Tania; জন্ম: ৬ মে' ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ পঞ্জাবী চলচ্চিত্ৰত কৰা কা…
- তানিয়া আহমেদতানিয়া আহমেদ (জন্ম: ৫ জুন ১৯৭২) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল, কৰিঅ’গ্ৰাফাৰ আৰু পৰিচাল…
- তানিয়া চৌধুৰীতানিয়া চৌধুৰী (Tania Choudhury; জন্ম: ১৯৯৫) এগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ল'ন বলাৰ…
- তান্দিন বিধাতান্দিন বিধা (জোংখা: རྟ་མགྲིན་བུ་དར) এগৰাকী ভূটানী চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ ব…
- তাপ মৃত্যুতাপ মৃত্যু (Heat death of the universe)এটি অনুকল্প যিয়ে বিশ্ব-ব্ৰহ্মাণ্ডৰ শেষ পৰিণতি অৰ্থ…
- তাপ সঞ্চালনশক্তিৰ এক অন্যতম প্ৰকাৰ হ'ল তাপ শক্তি। উষ্ণতা বিভেদৰ ফলস্বৰূপে উচ্চ উষ্ণতা সম্পন্ন অঞ্চলৰ …
- তাপগতি বিজ্ঞানতাপ আৰু ইয়াৰ সৈতে অন্য প্ৰকাৰৰ শক্তি আৰু কাৰ্যৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰা পদাৰ্থ বিজ্ঞা…
- তাপস সেনতাপস সেন (১১ ছেপ্টেম্বৰ ১৯২৪ – ২৮ জুন ২০০৬) এগৰাকী প্ৰখ্যাত ভাৰতীয় মঞ্চ আলোক সজ্জা নক্সাক…
- তাপাঘাততাপাঘাত বা হিট ষ্ট্ৰ'ক এক গুৰুতৰ তাপজনিত ৰোগ যাৰ ফলত শৰীৰৰ তাপমাত্ৰা ৪০° চেণ্টিগ্ৰেডতকৈ অধ…
- তাপ্তাতাপ্তা প্ৰাচীন মণিপুৰৰ মেইটেই লোককথাৰ এটা চৰিত্ৰ। সন্তানক শান্ত কৰিবলৈ মাতৃসকলে সৃষ্টি কৰা…
- তাপ্তি (দেৱী)তাপ্তি বা তাপতী (तपती) হিন্দু ধৰ্মৰ এগৰাকী দেৱী। তেওঁক তাপ্তি নদীৰ দেৱী আৰু দক্ষিণৰ মাতৃ-দ…
- তাপ্সী পন্নুতাপ্সী পন্নু (Taapsee Pannu; জন্ম: ১ আগষ্ট ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে হি…
- তাবিউনতাবিউন (اَلتَّابِعُونَ, অভিযুক্ত বা জেনিটিভ তাবীন اَلتَّابِعِينَ, একবচন তাবিʿ تَابِعٌ), "অ…
- তাবিজতাবিজ(amulet), হৈছে এক সৌভাগ্য আকৰ্ষক সামগ্ৰী। এই তাবিজে ইয়াৰ অধিকাৰীক সুৰক্ষা প্ৰদান কৰে…
- তাবেতা টেইলচতা-বে-তা টেইলচ (ফাৰ্চী: قصههای تابهتا) যিটো জিজিগুলু নামেৰেও পৰিচিত, হৈছে মৰ্জিয়ে বৰুমা…
- তামতাম হৈছে এবিধ ৰাসায়নিক মৌল, সংকেত Cu (cuprumৰ পৰা) আৰু পাৰমানৱিক সংখ্যা ২৯। ই অতি উচ্চ তা…
- তামচিন উইল্টনটামচিন এলিজাবেথ উইল্টন (Tamsin Wilton; ১৯৫২ – ৩০ এপ্ৰিল ২০০৬) এগৰাকী ইংৰাজ লেচবিয়ান কৰ্মী…
- তামজাৰাতামজাৰা(Tamzara) আৰ্মেনিয়াৰ উচ্চভূমি অঞ্চলৰ এক স্থানীয় লোকনৃত্য। আৰ্মেনিয়াত এই নৃত্য প্…
- তামাং চেল'তামাং চেল (Tamang Selo) তামাং জনগোষ্ঠীৰ পাৰম্পৰিক লোকসংগীত। এই সংগীত ঘাইকৈ নেপালৰ তামাং লো…
- তামাঞ্চা জানগুলজাৰ বেগম, যাক তামাঞ্চা জান ( Tamancha Jan)(জন্ম ১৯১৮) বুলিও জনা যায়, এজন পাকিস্তানী লো…
- তামানা জাৰয়াব পৰ্যানিতামানা জাৰয়াব পৰ্যানি (Tamana Zaryab Paryani; জন্ম-১৯৯৭) এগৰাকী আফগান সাংবাদিক আৰু মহিলা …
- তামান্না ভাটিয়াতামান্না সন্তোষ ভাটিয়া (জন্ম: ২১ ডিচেম্বৰ ১৯৮৯), যিজনী তামান্না ভাটিয়া (ইংৰাজী: Tamannaa…
- তামাৰা জেনকিন্সতামাৰা জেনকিন্স (ইংৰাজী: Tamara Jenkins; জন্ম: ২ মে', ১৯৬২) এগৰাকী আমেৰিকান চলচ্চিত্ৰ নিৰ্…
- তামিল ভাষাতামিল ভাষা (தமிழ்) ভাষাত ভাৰতৰ ছয় কোটিৰো বেছি মানুহে কথা পাতে। এই ভাষাটো দক্ষিণ ভাৰতৰ তাম…
- তামিল লিপিতামিল লিপি (தமிழ் அரிச்சுவடி ) হৈছে এক এবুগিডা লিপি যিটো লিপি ভাৰত, শ্ৰীলংকা, মালয়েছিয়া,…
- তামিল ৰন্ধনশৈলীতামিল ৰন্ধনশৈলী (Tamil cuisine) দক্ষিণ ভাৰতৰ তামিলনাডু আৰু শ্ৰীলংকাৰ দৰে দক্ষিণ এছিয়াৰ অন…
- তামিল ৱিকিপিডিয়াতামিল ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ তামিল সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্য…
- তামিলনাডুতামিলনাডু (তামিলে: தமிழ்நாடு তাম্যিল্ড়্ নাড়্যি আ-ধ্ব-ব: [t̪ɐmɨɻ n̪aːɽɯ]) ভাৰতীয় প্ৰজাত…
- তামিলিছাই সৌন্দৰাৰাজনতামিলিছাই সৌন্দৰাৰাজন (: Tamilisai Soundararajan; জন্ম: ২ জুন ১৯৬১) এগৰাকী ভাৰতীয় ৰাজনীতি…
- তামুলপুৰ জিলাতামুলপুৰ জিলা (Tamulpur district) অসমৰ এখন অন্যতম নৱগঠিত জিলা। অসম কেবিনেটে বাক্সা জিলাৰ ত…
- তামুলপুৰ বিধানসভা সমষ্টিতামুলপুৰ বিধানসভা সমষ্টি) অসম বিধানসভা ৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। তামুলপুৰ কোক…
- তামুলপুৰ মহকুমাতামুলপুৰ অসমৰ বাক্সা জিলাৰ এটা মহকুমা। চৈধ্যটা জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ তামুলপুৰ মহকুমাটি …
- তামেংলং জিলাতামেংলং জিলা (Tamenglong district, Pron:/tæmɛŋˈlɒŋ/) ভাৰতত মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷এ…
- তামোলতামোল (Areca catechu) গোত্ৰ - Arecaceae। তামোল এবিধ ফল যদিও ইয়াক ফল হিচাপে ব্যৱহাৰ কৰা না…
- তাম্ৰধ্বজৰ যুদ্ধতাম্ৰধ্বজৰ যুদ্ধ হৈছে মূলত প্ৰাক্-শঙ্কৰী যুগৰ এখন কাব্য। গ্ৰন্থখনৰ ৰচক হৰিবৰ বিপ্ৰ। হৰিবৰ …
- তাম্ৰেশ্বৰ দেৱালয়তাম্ৰেশ্বৰ দেৱালয় হৈছে অসমৰ ওদালগুৰি জিলাৰ খৈৰাবাৰী অঞ্চলৰ এক অন্যতম পৌৰাণিক স্থান। প্ৰত্…