অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ধ ১৭০ প্ৰবন্ধ
- ধধ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৯ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু …
- ধঁপাতধঁপাত হৈছে ধঁপাত গছৰ পাত সংৰক্ষণ কৰি তৈয়াৰ কৰা এক প্ৰকাৰৰ দ্ৰব্য। ধঁপাত গছৰ আদি নিবাস উত্…
- ধঁপাত প্ৰতিবাদপাৰস্যৰ ধঁপাত প্ৰতিবাদ আছিল কাজাৰ ইৰাণৰ বাৰজন ছিয়া মুছলমানৰ বিদ্ৰোহ। নাছিৰ আল-দিন শ্বাহ ক…
- ধতুৰাধতুৰা (বৈজ্ঞানিক নামঃ Dutura metel) এক প্ৰকাৰৰ বিষাক্ত উদ্ভিদ। ইয়াৰ সমস্ত অংশই বিষাক্ত। ধ…
- ধদধদ (Dhadd) ভাৰতৰ পঞ্জাব অঞ্চলত প্ৰচলিত পাৰম্পৰিক সুৰাশ্ৰয়ী ঘাতবাদ্য। ধদ দেখিবলৈ ডম্বৰু আক…
- ধদু মোনৰাধদু মোনৰা (ඩණ්ඩු මෝනර) বা ডাণ্ডু মোনৰা শ্ৰীলংকাৰ পৌৰাণিক কাহিনীত উল্লিখিত এক উৰন্ত যান, যা…
- ধন সিং গুৰ্জাৰ্ ধন সিং গুৰ্জাৰ (Dhan Singh Gurjar) যাক ধুন্না সিং বুলিও জনা যায়, তেওঁ মীৰাটৰ ভাৰতীয় কো…
- ধন সিং থাপালেফটেনেণ্ট কৰ্ণেল ধন সিং থাপা মেগৰ, পি.ভি.চি (Dhan Singh Thapa; ১০ এপ্ৰিল ১৯২৮ – ৬ ছেপ্টেম…
- ধনগুলৈধনগুলৈ ( jack-o’-lantern, friar’s lantern, will-o’-the-wisp) পচা বস্তু আদি থকা জেকা ঠাইৰ প…
- ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় (জন্মঃ ১১ নৱেম্বৰ ১৯৫৯) এগৰাকী ভাৰতীয় ন্যায়াধীশ যি ভাৰতৰ পঞ্চা…
- ধনতেৰাচধনতেৰাচ (Dhanteras, হিন্দী: धनतेरस), যাক ধনত্ৰয়োদশী বুলিও কোৱা হয়, ভাৰত আৰু নেপালৰ বেছিভ…
- ধনদা দেৱীধনদা দেৱী (Dhanada Devi) হৈছে এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰবন্ধকাৰ। তেখেতৰ ঘৰ …
- ধনদা পাঠকধনদা পাঠক (বিবাহৰ পূৰ্বে বৰ্মন; Dhanada Pathak) এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেওঁ বিশেষকৈ কা…
- ধনবন্তী ৰামা ৰাউধনবন্তী লেডী ৰামা ৰাউ (Dhanvanthi, Lady Rama Rau, ১৮৯৩–১৯৮৭) ভাৰতীয় পৰিয়াল পৰিকল্পনা সংস…
- ধনলক্ষ্মী পূজাৰীধনলক্ষ্মী পূজাৰী (জন্ম: ২০০৪) এগৰাকী ভাৰতীয় কাবাডী খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় …
- ধনশিৰি নদীধনশিৰি নদী (Dhansiri River) হৈছে অসমৰ গোলাঘাট জিলা আৰু নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ মুখ্য নদী।…
- ধনাই বৰাধনাই বৰা(Dhanai Borah; জন্ম: ১৮৭২ – মৃত্যু: ১৯৫৬) এগৰাকী অসমীয়া কবি আৰু লেখক। ১৮৭২ চনত ছি…
- ধনাত্মক অখণ্ড সংখ্যামূল প্ৰবন্ধ: অখণ্ড সংখ্যা'ধনাত্মক অখণ্ড সংখ্যা(positive integer): অখণ্ড সংখ্যাৰ তালিকাৰ এট…
- ধনিয়াধনিয়া (Coriandrum sativum) এবিধ সুগন্ধী একবৰ্ষজীৱী তৃণজাতীয় উদ্ভিদ, যাৰ পাত আৰু গুটি বিশ…
- ধনীৰাম বৰুৱা (চিকিৎসক)ডাঃ ধনীৰাম বৰুৱা এগৰাকী হৃদশল্য চিকিৎসক। তেওঁ জেনোট্ৰেন্সপ্লাণ্টেচনৰ ক্ষেত্ৰত তেওঁৰ অগ্ৰণী…
- ধনু যাত্ৰাধনু যাত্ৰা (ଧନୁଯାତ୍ରା; Dhanu Jatra) উৰিষ্যাৰ বৰগড়ত অনুষ্ঠিত হোৱা মুক্তাঙ্গনত পৰিবেশিত নাট…
- ধনু(মাহ)ধনু, ধনুস বা ধনুৰ্মাস (धनुर्मास) হিন্দু পঞ্জিকা, মালয়ালম পঞ্জিকা আৰু অন্যান্যৰ এটা মাহ। ই…
- ধনুষধনুষ (தனுஷ்; জন্ম ২৮ জুলাই, ১৯৮৩) হৈছে ভাৰতীয় এজন তামিল চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচ…
- ধনুষ্টংকাৰধনুষ্টংকাৰ (tetanus বা lockjaw) মাংসপেশী সিৰামূৰিয়ে ধৰা এবিধ সংক্ৰমণ। বেছিকৈ দেখা প্ৰকাৰত…
- ধনেশ্বৰ ইংতিধনেশ্বৰ ইংতি (Dhaneswar Engti, জন্ম: ১ নৱেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় সাহিত্যিক, গীতিকাৰ তথা…
- ধন্দ কেশৱ কৰ্ৱেধন্দ কেশৱ কৰ্ৱে (১৮ এপ্ৰিল ১৮৫৮ – ৯ নৱেম্বৰ ১৯৬২), জনপ্ৰিয়ভাৱে মহৰ্ষি কৰ্ৱে, এগৰাকী ভাৰতী…
- ধন্দি দৌলধন্দি দৌল (ধন্দি ভগ্নাৱশেষ হিচাপেও খ্যাত) (Dhandi Ruins) অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ…
- ধন্বন্তৰিধন্বন্তৰি (Dhanvantari) বেদ আৰু পুৰাণত আয়ুৰ্বেদৰ দেৱতা বুলি উল্লেখ আছে। এওঁক দেৱতা সকলৰ চ…
- ধন্য নৰ তনু ভালধন্য নৰ তনু ভাল (Dhanya Nara Tanu Bhaal) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক, নাট্যকাৰ…
- ধন্যমালিনীহিন্দু শাস্ত্ৰত ধন্যমালিনী (Dhanyamalini) ৰাৱণৰ দ্বিতীয়গৰাকী পত্নী আছিল। তেওঁ এগৰাকী নম্ৰ…
- ধন্যা অনন্যাধন্যা অনন্যা হৈছে এক ভাৰতীয় অভিনেত্ৰী, যি মলয়ালম চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ ২০১৯ চন…
- ধনৰাজ গিৰিধনৰাজ গিৰি (১৮১১–১৯০১) ১৮৮০ চনত ঋষিকেশৰ মুনি কি ৰেটিত স্থাপন কৰা আশ্ৰম কৈলাশ আশ্ৰমৰ মঠৰ পু…
- ধম্মপদধম্মপদ বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থ ত্ৰিপিটকৰ অন্তৰ্গত খুদ্দক নিকায়ৰ দ্বিতীয় গ্ৰন্থ। ‘ধম্মপদ’ …
- ধম্মপালধম্মপাল দুজন বা তাতকৈ অধিক মহান থেৰাবাদ বৌদ্ধ ধাৰাভাষ্যকাৰৰ নাম। কাঞ্চিপুৰমত জন্মগ্ৰহণ কৰা…
- ধলপুৰ শিৱমন্দিৰভৌগলিক অৱস্থিতি: বুঢ়া লুইতৰ বুকুত জাগ্ৰত প্ৰহৰীৰূপে থিয় হৈ থকা ধলপুৰ পাহাৰখন প্রাচীন সভ্…
- ধলাই বিধানসভা সমষ্টিধলাই বিধানসভা সমষ্টি (ইংৰাজী: Dholai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্য…
- ধাংকাধাংকা (Dhanka) এক জনজাতীয় সম্প্ৰদায়। তেওঁলোকে ৰাজস্থান, হাৰিয়ানা, পঞ্জাব, গুজৰাট, মহাৰা…
- ধাইধাই বা প্ৰসুতিকা (Midwife) হৈছে এগৰাকী স্বাস্থ্যৰ সৈতে সম্পৰ্কিত পেছাদাৰী ব্যক্তি, যিয়ে প…
- ধাইনামধাইনাম হৈছে অসমৰ লোকগীতসমূহৰ ভিতৰত এটা ভাগ। শিশুৰ সংগীতপ্ৰিয়তা আৰু সংগীতৰ স্বাভাৱিক মাধুৰ…
- ধাতাহিন্দু ধৰ্মত ধাতা (সংস্কৃত: ধাতা) বা ধত্ৰ আদিত্যৰ ভিতৰত অন্যতম সৌৰ দেৱতাৰ নাম। তেওঁ স্বাস্…
- ধাতুধাতু হৈছে খুব দ্ৰুত গতিত আয়ন সৃষ্টি কৰিব পৰা কিছুমান মৌলিক পদাৰ্থ। ধাতুৰ ৰাসায়নিক বন্ধনক…
- ধাতু আৰু অধাতুমৌলসমূহক সাধাৰণতে প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে- ১) ধাতু (উদাহৰণ- লো,কপাৰ,সোন,ৰূপ ইত্যাদ…
- ধাতুবিজ্ঞানধাতুবিজ্ঞান, যিয়ে ধাতুৰ বিজ্ঞান আৰু প্ৰযুক্তি দুয়োটাকে সামৰি লয়, য'ত ধাতুৰ উৎপাদন আৰু গ…
- ধাদিধাদি (Dhadi) শিখ ধৰ্মৰ লগত জড়িত আৰু ভাৰতৰ পঞ্জাব ৰাজ্যত প্ৰচলিত পাৰম্পৰিক সংগীতৰ ধাৰা আৰু…
- ধানধান হৈছে এবিধ খাদ্যশস্য। অসমৰ লগতে ভাৰত তথা প্ৰাচ্যৰ বিভিন্ন দেশত জনপ্ৰিয় ধানৰ প্ৰজাতিটো …
- ধানটো পতানটোধানটো-পতানটো (ইংৰাজী: Dhanto potanto) হ'ল অসমীয়া সাহিত্য জগতৰ এগৰাকী অন্যতম নাট্যকাৰ যোগে…
- ধামাইলধামাইল গীত আৰু ধামাইল নৃত্য হʼল বাংলাদেশৰ ময়মনসিংহ আৰু চিলেট অঞ্চল (বিশেষকৈ সুনামগঞ্জ)ত প…
- ধামালধামাল হৈছে ইন্দ্ৰ কুমাৰৰ পৰিচালনা আৰু অশোক ঠাকেৰিয়াৰ প্ৰযোজনাত ২০০৭ চনত নিৰ্মিত ভাৰতীয় হ…
- ধামাৰধামাৰ হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুস্থানী শাস্ত্ৰীয় সংগীতত ব্যৱহৃত তালৰ এটা প্ৰকাৰ। ই ধ্ৰ…
- ধালো নৃত্যধালো নৃত্য (Dhalo) হৈছে ভাৰতৰ গোৱাৰ হিন্দুসকলৰ এক জনপ্ৰিয় লোক নৃত্য। নৃত্যটো মহিলাসকলে তে…
- ধাৰকধাৰক হৈছে এনে এবিধ সঁজুলি যাৰ জৰিয়তে বৈদ্যুতিক ক্ষেত্ৰ এখনত বৈদ্যুতিক স্থিতি-শক্তি ধৰি ৰা…
- ধাৰী দেৱীধাৰী দেৱী হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ গড়ৱাল অঞ্চলৰ শ্ৰীনগৰ আৰু পৌৰী গড়ৱাল জিলাৰ মাজৰ অলকানন্দ…
- ধিংধিং ভাৰতৰ অসম ৰাজ্যৰ নগাঁও জিলাৰ এখন গাঁও। ই ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিন পাৰৰ ঠাই।
- ধিং দলবদ্ধ ধৰ্ষণ কাণ্ডধিং দলবদ্ধ ধৰ্ষণৰ ঘটনাটোত ২০২৪ চনৰ ২২ আগষ্টত অসমৰ নগাঁও জিলাত অৱস্থিত ধিঙত এগৰাকী ১৪ বছৰীয…
- ধিং বিধানসভা সমষ্টিধিং বিধানসভা সমষ্টি (ইংৰাজী: Dhing Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ …
- ধিং মহাবিদ্যালয়ধিং মহাবিদ্যালয় (Dhing College) হৈছে ১৯৬৫ চনত স্থাপিত অসমৰ ধিঙত অৱস্থিত এখন উচ্চশিক্ষাৰ প…
- ধিক্ৰিধিক্ৰি প্ৰধানকৈ দক্ষিণ নেপালৰ থাৰু লোকসকলে প্ৰস্তুত কৰা নেপালী ভাপত সিজোৱা চাউলৰ পিঠা। মাঘ…
- ধিময়ধিময়, ধীমায়া, বা (নেৱাৰ ভাষাত: धिमय्) নেৱাৰ জনগোষ্ঠীৰ পৰম্পৰাগত নেপালী ঢোল। বাদ্যৰ শ্ৰেণ…
- ধিষণাধিষণা (সংস্কৃত: धिषणा) হিন্দু ধৰ্মত সমৃদ্ধিৰ দেৱী বুলি গণ্য কৰা হয়। চাৰিবেদৰ অন্যতম ঋগবেদ…
- ধীমচা নৃত্যধীমচা নৃত্য ( Dhimsa) হৈছে আদিতে অন্ধ্ৰপ্ৰদেশৰ পৰ্জা জনজাতীয় মহিলাসকলে পৰিৱেশন কৰা এক জনজ…
- ধীৰনাৰায়ণধীৰনাৰায়ণ (Dhirnarayana) চুতীয়া ৰাজ্যৰ এজন ৰজা আছিল। তেওঁ আছিল চুতীয়াসকলৰ আটাইতকৈ শক্তি…
- ধীৰা চলিহা হাজৰিকাধীৰা চলিহা হাজৰিকা (Dhira Chaliha Hazarika; ৭ জানুৱাৰী ১৯৪০) অসমৰ প্ৰথমগৰাকী মহিলা পাইলট। …
- ধীৰাজ বোম্মাদেৱৰাধীৰাজ বোম্মাদেৱৰা (Dhiraj Bommadevara; জন্ম: ৪ ছেপ্টেম্বৰ ২০০১) এজন ভাৰতীয় ৰিকাৰ্ভ ধনুৰ্ব…
- ধীৰাজ বৰাড° ধীৰাজ বৰা (Dhiraj Bora, ৩০ ছেপ্টেম্বৰ ১৯৫১ - ১৯ জুন ২০২১) এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞান…
- ধীৰু ভূঞাধীৰু ভূঞা (Dhiru Bhuyan) আছিল অসমৰ এজন থিয়েটাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৪২ চনত গুৱাহাটীৰ …
- ধীৰুবেন গোৰ্ধনভাই পেটেলধীৰুবেন গোৰ্ধনভাই পেটেল (Dhiruben Gordhanbhai Patel, ২৯ মে' ১৯২৬ – ১০ মাৰ্চ ২০২৩) এগৰাকী ভ…
- ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী (Dhirendra Krishna Shastri; জন্ম: ৪ জুলাই ১৯৯৬ চনত ধীৰেন্দ্ৰ কৃষ্…
- ধীৰেন্দ্ৰ চন্দ্ৰ দত্তধীৰেন্দ্ৰ চন্দ্ৰ দত্ত (Dhirendra Chandra Dutta) আছিল এগৰাকী প্ৰগতিবাদী কবি তথা অসমৰ কমিউনি…
- ধীৰেন্দ্ৰ নাথ গাংগুলীধীৰেন্দ্ৰ নাথ গাংগুলী ( Dhirendra Nath Ganguly; ২৬ মাৰ্চ ১৮৯৩ – ১৮ নৱেম্বৰ ১৯৭৮) এজন দাদাচ…
- ধীৰেন্দ্ৰ নাথ দত্তধীৰেন্দ্ৰ নাথ দত্ত (Dhirendra nath Dutta) (১৯১২- ১৯৭২) অসমৰ এজন প্ৰগতিশীল কবিতাৰ বাটকটীয়া…
- ধীৰেন্দ্ৰ নাথ পালধীৰেন্দ্ৰ নাথ পাল (Dhirendra Nath Paul) অসম ৰাজ্যৰ ধুবুৰী জিলাৰ আশাৰীকন্দি গাঁৱৰ এগৰাকী টে…
- ধীৰেন্দ্ৰ নাথ বেজবৰুৱাধীৰেন্দ্ৰ নাথ বেজবৰুৱা এগৰাকী ভাৰতীয় সাংবাদিক আৰু সাহিত্যিক। তেওঁ উত্তৰ-পূব ভাৰতৰ অন্যতম …
- ধীৰেশ্বৰ কলিতাধীৰেশ্বৰ কলিতা (Dhireswar Kalita; ২২ এপ্ৰিল ১৯২২ – ১৪ জানুৱাৰী ১৯৯৭) এজন ভাৰতীয় ৰাজনীতিক …
- ধীৱৰা (সংগীত)ধীৱৰা (Dhivara; One with Perseverance) হৈছে এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত ২০১৫ চনত মুক্ত…
- ধুতিধুতি বা চুৰিয়া হৈছে এক বস্ত্ৰ বিশেষ। ই ভাৰতীয় মূলৰ এক পৰম্পৰাগত কাপোৰ। ভাৰতীয় পুৰুষে দৈ…
- ধুনাচি নৃত্যধুনাচি নৃত্য বা ধুনুচি নৃত্য (Dhunachi) ঘাইকৈ পূব আৰু উত্তৰ ভাৰতত প্ৰচলিত একপ্ৰকাৰৰ পৰম্পৰ…
- ধুনীয়া তিৰোতাবোৰধুনীয়া তিৰোতাবোৰ (Dhunia Tirutabur) হৈছে ২০০৯ চনত প্ৰদ্যুত কুমাৰ ডেকাৰ পৰিচালনা আৰু আৰ্ক …
- ধুন্দুলীফেঁটী সাপধুন্দুলী ফেঁটী (radiated ratsnake, copperhead rat snake বা copper-headed trinket snake) হৈ…
- ধুবুৰীধুবুৰী (ইং: Dhubri, Pron: ˈdʊbri) হ'ল ধুবুৰী জিলাৰ সদৰ ঠাই। ই ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ পা…
- ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Dhubri Medical College and Hospital) অসমৰ ধুবু…
- ধুবুৰী ছোৱালী মহাবিদ্যালয়ধুবুৰী ছোৱালী মহাবিদ্যালয় (Dhubri Girls' College) ১৯৮৩ চনত স্থাপিত অসমৰ ধুবুৰীত অৱস্থিত এ…
- ধুবুৰী জিলাধুবুৰী জিলা অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন সীমান্তৱৰ্তী প্ৰশাসনিক জিলা, যাৰ সদৰ ধুবুৰী ন…
- ধুবুৰী বন্দৰধুবুৰী বন্দৰ (Dhubri Port) অসমৰ ধুবুৰীত অৱস্থিত নদী বন্দৰ। এই বন্দৰটো ব্ৰহ্মপুত্ৰ নদৰ পাৰত…
- ধুবুৰী বিধানসভা সমষ্টিধুবুৰী বিধানসভা সমষ্টিটো অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো ধুবুৰী লোকস…
- ধুবুৰী লোকসভা সমষ্টিধুবুৰী লোকসভা সমষ্টি (Dhubri Lok Sabha constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১৪টা লোকসভ…
- ধুবুৰী ৰেল ষ্টেচনধুবুৰীৰ ফকিৰাগ্ৰাম-ধুবুৰী শাখা লাইনৰ টাৰ্মিনাল ৰেল ষ্টেচন। এইটো নতুন কোচবিহাৰ-গোলোকগঞ্জ শা…
- ধুবুৰী-ফুলবাৰী দলংধুবুৰী-ফুলবাৰী দলং হৈছে উত্তৰ-পূব ভাৰতৰ অসম আৰু মেঘালয়ৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদৰ ওপ…
- ধুমুহা (চলচ্চিত্ৰ)ধুমুহা (Dhumuha) ১৯৫৭ৰ ২৭ চেপ্তেম্ৰৰৰ দিনা মুক্তি পোৱা ফণী শৰ্মা পৰিচালিত এখন অসমীয়া কথাছ…
- ধুলাবাৰীধুলাবাৰী হ'ল দক্ষিণ-পূব নেপালৰ কোশী প্ৰদেশৰ ঝাপা জিলাৰ এখন চহৰ। ই মেচিনগৰ পৌৰসভাৰ অংশ। ১৯৯…
- ধুৰন্ধৰধুৰন্ধৰ (Dhurandhar; ) হৈছে ২০২৫ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ স্পাই একশ্যন থ্ৰিল…
- ধুৰা নাটঅংকীয়া নাটকৰ আদৰ্শত নৱবৈষ্ণৱ যুগৰ পৰৱৰ্তী কালত উজনি অসমত এশ্ৰেণীৰ নাটক আৰু অভিনয় কলাৰ সৃ…
- ধূপধৰাধূপধৰা নামনি অসমৰ গোৱালপাৰা জিলাৰ পূবে অৱস্থিত এখন গাঁও। ই মেঘালয়ৰ সীমান্তবৰ্তী এখন গাঁও।…
- ধূমকেতুধূমকেতু (Comet) হ'ল বৰফ আৰু ধূলিৰে গঠিত জোতিষ্ক। ধূমকেতুবোৰক প্ৰায়ে লেতেৰা বৰফৰ বল বুলি ক…
- ধূমাৱতীধুমাৱতী (धूमावती, IAST: Dhūmāvatī, আক্ষৰিক অৰ্থত ধোঁৱাৰ আধাৰ বা গৰাকী) দহ গৰাকী তান্ত্ৰিক …
- ধূলাৰ কল দলিওৱা উৎসৱধূলা সত্ৰৰ কল দলিওৱা উৎসৱ ব’হাগৰ সাত বিহুৰ দিনা পালন কৰা এক লোক-পৰম্পৰা৷ কামৰূপ জিলাৰ হাজো…
- ধূসৰতাত সংহত শ্ৰৱণধূসৰতাত সংহত শ্ৰৱণ (Dhusaratat Sanghata Shravan) হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়…
- ধূসৰতাৰ কাব্যধূসৰতাৰ কাব্য (ইংৰাজী: Dhusaratar Kabya) এখন অসমীয়া উপন্যাস। উপন্যাসখনৰ লেখক দেৱব্ৰত দাস।…
- ধৃতিমান চট্টোপাধ্যায়ধৃতিমান চট্টোপাধ্যায় (ইংৰাজী: Dhritiman Chatterjee, প্ৰকৃত নাম: সুন্দৰ চট্টোপাধ্যায়) এগৰ…
- ধৃতিৰাজধৃতৰাজ (Bar-headed Goose, বৈজ্ঞানিক নাম-Anser indicus) এবিধ জলচৰ হাঁহৰ প্ৰজাতি। ইহঁতে মধ্য…
- ধৃতৰাষ্ট্ৰমহাভাৰতত ধৃতৰাষ্ট্ৰ (धृतराष्ट्र, dhṛtarāshtra; lit. "a good king") হ'ল হস্তিনাপুৰৰ ৰজা তথা…
- ধৃতৰাষ্ট্ৰ (গ্ৰন্থ)ধৃতৰাষ্ট্ৰ (নেপালী: धृतराष्ट्र; ইংৰাজী: Dhritarashtra) হৈছে নেপালী কবি ঘনশ্যাম কাণ্ডেলৰ এখ…
- ধৃষ্টকেতুপ্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ এটা চৰিত্ৰ ধৃষ্টকেতু। চেদি ৰাজ্যৰ ৰজা আৰু শিশুপালৰ জ্যেষ…
- ধেনুকহিন্দু পৌৰাণিক কাহিনীত, ধেনুক, যাক ধেনুকাসুৰ বুলিও কোৱা হয়, কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলোৰামে হ…
- ধেমচাধেমচা ( Dhemsa) মধ্য ভাৰত, দক্ষিণ ওড়িশা আৰু ছত্তীশগড় আৰু অন্ধ্ৰপ্ৰদেশৰ কাষৰীয়া অঞ্চলৰ জ…
- ধেমাজিধেমাজি উজনি অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ আৰু ধেমাজি জিলাৰ সদৰ ঠাই। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱ…
- ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ২০২০ চনত অসমৰ ধেমাজি জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। ২০১১…
- ধেমাজি জিলাধেমাজি জিলা অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰে অৱস্থিত এখন সীমান্তীয় জিলা, যাৰ ভূগোল ব…
- ধেমাজি বিধানসভা সমষ্টিধেমাজি বিধানসভা সমষ্টি (ইংৰাজী: Dhemaji Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰা…
- ধেমাজি মহাবিদ্যালয়ধেমাজি মহাবিদ্যালয় (ইংৰাজী: Dhemaji College) ধেমাজি জিলাৰ আটাইতকৈ পুৰণি মহাবিদ্যালয়।
- ধেমেলীয়া সম্পৰ্কনৃতত্ত্বত ধেমেলীয়া সম্পৰ্ক (Joking Relationship) হ’ল দুজন মানুহৰ মাজত গঢ় লৈ উঠা এক সম্পৰ…
- ধৈৱত (স্বৰ)ধৈৱত (धैवत ) হৈছে হিন্দুঃস্থানী আৰু কৰ্ণাটক সংগীতৰ সাতটা স্বৰৰ ভিতৰত ষষ্ঠ আৰু শেষৰ আগৰ স্ব…
- ধোঁৱাচাংধোঁৱাচাং অসমৰ গাঁৱৰ মানুহৰ বাবে অপৰিহাৰ্য সামগ্ৰী বিশেষ। ঘৰৰ জুহাল বা ৰান্ধনিশালৰ ওপৰত চাৰ…
- ধোঁৱাবৰণীয়া নলচুপি চৰাইধোঁৱাবৰণীয়া নলচুপি চৰাই (Ashy Prinia, বৈজ্ঞানিক নাম-Prinia socialis) 'Cisticolidae' পৰিয়…
- ধোকলাধোকলা (Dhokla) ভাৰতৰ গুজৰাট আৰু ওচৰৰ ৰাজ্যৰ কিছু অংশত প্ৰচলিত এবিধ পাৰম্পৰিক নিৰামিষ ব্যঞ্…
- ধোকৰাধোকৰা (ডোক্ৰা বুলিও বানান কৰা হয়) হৈছে অলৌহ ধাতুৰ ঢালাইত লষ্ট ৱাক্স ব্যৱহাৰ কৰাৰ কৌশল। এই…
- ধোদৰ আলিধোদৰ আলি (Sluggards' Road) পথটো গোলাঘাট জিলাৰ খুমটাই কমাৰগাঁৱৰ পৰা দক্ষিণ-পূৱলৈ গৈ গোলাঘাট…
- ধোন চোলেচাধোন চোলেচা (নেপালী: धोन चोलेचा) এজনী কণমানি ছোৱালী আৰু এগৰাকী বৃদ্ধ নেনী ছাগলীৰ নেপালী সাধ…
- ধোলা মাৰুধোলা মাৰু এটা ভাৰতীয় লোক কাহিনী তথা ধোলা আৰু মাৰুৰ ৰোমাণ্টিক কাহিনী। ৰাজস্থানী সংস্কৰণটো …
- ধোলাভীড়াধোলাভীড়া (ધોળાવીરા) গুজৰাটৰ কচ্ছ জিলাত অৱস্থিত এক পুৰাতাত্বিক ক্ষেত্ৰ। ক্ষেত্ৰখনৰ নামটো ১…
- ধৌলিধৌলি বা ধৌলিগিৰি ভাৰতৰ ওড়িশা ৰাজ্যৰ ৰাজধানী ভূৱনেশ্বৰৰপৰা ৮ কিলোমিটাৰ দক্ষিণে দয়া নদীৰ প…