অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ও ৭৫ প্ৰবন্ধ
- ওও অসমীয়া লিপিৰ স্বৰবৰ্ণৰ দশম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সে…
- ওঁওঁ হৈছে হিন্দু ধৰ্মৰ পৱিত্ৰ আৰু সৰ্বজনীন প্ৰতীক। ইয়াক ওঁ-কাৰ, ওঙ্কাৰ (সংস্কৃত: অ + উ + ম্…
- ওঁ নমঃ শিৱায়ওঁ নমঃ শিৱায় (Devanagari: ॐ नमः शिवाय; IAST: Oṃ Namaḥ Śivāya) হিন্দু ধৰ্মৰ জনপ্ৰিয় মন্ত্…
- ওকোপি দুৰ্গওকোপি দুৰ্গ ( Okopy Castle) স্থানীয়ভাৱে পৱিত্ৰ ত্ৰিত্বৰ খাদ নামেৰেও পৰিচিত। ই ওকোপি, টেৰ্…
- ওঙ্কাৰনাথ ঠাকুৰপণ্ডিত ওঙ্কাৰ নাথ ঠাকুৰ (Pandit Omkar Nath Thakur) এজন ভাৰতীয় সংগীত শিক্ষক, সংগীতবিদ আৰু …
- ওচমান টাকাৰ নৃত্যওচমান টাকাৰ নৃত্য(Dance of Osman Taka) (Οσμαντάκας or Σαμαντάκας)আলবেনিয়া আৰু গ্ৰীচত প্ৰচ…
- ওচিৰাকালিওচিৰা কালি (ইংৰাজী: Oachira Kali) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ ওচিৰাত প্ৰতি বছৰে…
- ওচেনিয়াপ্ৰশান্ত মহাসাগৰৰ মধ্যভাগ আৰু দক্ষিণাংশৰ দ্বীপসমূহক একেলগে ওচেনিয়া বুলা হয়। এই অঞ্চলক চা…
- ওছাছু এডোবৰওছাছু এডোবৰ (Osasu Edobor) (পূৰ্বতে অছাছু পল-আজিনো নামেৰে জনাজাত) এগৰাকী নাইজেৰিয়ান লিংগ …
- ওছানওছান দক্ষিণ ভাৰতৰ কেৰালাৰ মুছলমানৰ এটা সম্প্ৰদায় বা গোট। মধ্য মালাবাৰ উপকূলৰ (উত্তৰ কেৰাল…
- ওছানইনওছানইন (ইয়োৰুবা ভাষাত: Ọ̀sanyìn, লেটিন আমেৰিকাত Osaín/Ossain/Ossaím, ফনত Ague (বয়স)) হৈছ…
- ওছামা বিন লাডেনওছামা বিন লাডেন (Osama Bin Laden (১০ মাৰ্চ ১৯৫৭ – ২ মে' ২০১১) এজন সন্ত্ৰাসবাদী নেতা আছিল৷ …
- ওছামু দাজাই{{Infobox person | name = ওছামু দাজাই | native_name = | native_name_lang = ja | image = Os…
- ওজাপালিওজাপালি অসমৰ এক অৰ্ধ-নাটকীয় লোকপৰিবেশ্য কলা, য’ত গীত, নৃত্য, আবৃত্তি আৰু কাহিনী-কথন একেলগ…
- ওট্টান থুল্লালওট্টান থুলাল বা অট্টামথুল্লাল ( Ottan Thullal) ভাৰতৰ কেৰালাৰ এটা আবৃত্তি-নৃত্য(নৃত্য-নাটিক…
- ওড়িছী নৃত্যওড়িছী নৃত্য (ইংৰাজী: Odissi Dance) ভাৰতৰ প্ৰাচীন শাস্ত্ৰীয় নৃত্যকলা। এই নৃত্যৰ উৎপত্তি আ…
- ওড়িয়া কবিৰ তালিকাবলৰাম দাস (১৪৭৪—১৫২২) জগন্নাথ দাস (১৪৯০—১৫৫০) অনন্ত দাস (পঞ্চদশ শতিকাৰ কবি) যশোবন্ত দাস (প…
- ওড়িয়া ভাষাওড়িয়া বা উৰিয়া (ଓଡ଼ିଆ) ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটি ভাষা। অসমীয়া …
- ওড়িয়া লিপিওড়িয়া লিপি হ'ল এক ব্ৰাহ্মিক লিপি যি মূলতঃ ওড়িয়া ভাষা আৰু সংস্কৃত আৰু অন্যান্য আঞ্চলিক …
- ওড়িয়া ৱিকিপিডিয়াওড়িয়া ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ওড়িয়া সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ড…
- ওড়িশাওড়িশা (ইংৰাজী: /əˈdɪsə/; ওড়িয়া: [oɽiˈsa] m), পূৰ্বতে উৰিষ্যা (২০১১ চনলৈকে চৰকাৰী নাম), …
- ওড়িশা ইকাটওড়িশা ইকাট (Odisha Ikat) ভাৰতৰ ওড়িশা ৰাজ্যl উৎপত্তি হোৱা এক ৰং কৰাৰ কৌশল। "ওড়িশা বন্ধা"…
- ওড়িশা ৰাজ্যিক মহিলা আয়োগওড়িশা ৰাজ্যিক মহিলা আয়োগ হৈছে ওড়িশা ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ …
- ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩ (2023 Odisha train collision) হৈছে ২০২৩ চনৰ ২ জুন তাৰিখে পূব ভাৰ…
- ওড়িশাৰ চলচ্চিত্ৰওলিউড নামেৰে জনাজাত ওড়িয়া চিনেমা ভাৰতৰ ওড়িশা ৰাজ্যৰ ভুৱনেশ্বৰ আৰু কটকত নিৰ্মাণ কৰা ভাৰত…
- ওড়িশাৰ শিলৰ খোদাইওড়িশাৰ শিলৰ খোদাই (Stone carving in Odisha) শিলক খোদিত কৰি কলা আৰু উপযোগী বস্তুলৈ ৰূপান্ত…
- ওড়িশাৰ সংস্কৃতিওড়িশাৰ সংস্কৃতি হৈছে ভাৰতৰ ২৮খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য, ভাৰতৰ পূৱ উপকূলত অৱস্থিত। ৰাজ্যখন…
- ওড়িশাৰ সামুদ্ৰিক ইতিহাসওড়িশাৰ সামুদ্ৰিক ইতিহাস প্ৰাচীন কালত কলিংগ নামেৰে জনাজাত। প্ৰাচীন সূত্ৰ অনুসৰি খ্ৰীষ্টপূৰ…
- ওডিছীওডিছী এখন মহাকাব্য। এই গ্ৰন্থখনৰ লেখক- হোমাৰ। ওডিছী হোমাৰৰ দ্বিতীয়খন মহাকাব্য। প্ৰথমখনৰ ন…
- ওডেছাওডেছা ইউক্ৰেইনৰ তৃতীয় সৰ্বাধিক জনবহুল চহৰ আৰু পৌৰসভা। দেশৰ দক্ষিণ-পশ্চিম অংশত, ক'লা সাগৰৰ…
- ওদালগুৰিওদালগুৰি অসমৰ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ এখন চহৰ আৰু ওদালগুৰি জিলাৰ সদৰ ঠাই। ই বড়োলেণ্ড …
- ওদালগুৰি জিলাওদালগুৰি জিলা অসমৰ এখন গুৰুত্বপূর্ণ সীমান্তৱৰ্তী জিলা, যি ভূটান-সংলগ্ন উত্তৰাঞ্চল আৰু পললম…
- ওদালগুৰি বিধানসভা সমষ্টিওদালগুৰি বিধানসভা সমষ্টি (ইংৰাজী: Udalguri Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম…
- ওদালগুৰি মহাবিদ্যালয়ওদালগুৰি মহাবিদ্যালয় (Udalguri College) হৈছে ১৯৭৯ চনত স্থাপিত অসমৰ ওদালগুৰিত অৱস্থিত এখন …
- ওনাকে ওবাবভাওনাকে ওবাবভা কৰ্ণাটকৰ এজন যোদ্ধা আছিল যিয়ে ভাৰতৰ কৰ্ণাটকৰ চিত্ৰদুৰ্গা ৰাজ্যত হাইদৰ আলীৰ ব…
- ওনামওনাম (ഓണം; Ōṇaṁ) দক্ষিণ ভাৰতৰ কেৰালাৰ মালয়ালী সকলে পালন কৰা বাৰ্ষিক উৎসৱ। ওনাম এক কৃষিভিত…
- ওপজা সোণৰ মাটি (চলচ্চিত্ৰ)ওপজা সোণৰ মাটি (Opaja Sonar Mati) ১৯৭২ চনত মুক্তি পোৱা সমবায় আন্দোলনৰ ওপৰত আধৰিত এটা কাহি…
- ওপ্পানাওপ্পানা (ഒപ്പന) হৈছে দক্ষিণ ভাৰতৰ কেৰালাৰ মাপিলা (কেৰালাৰ মুছলমান) সম্প্ৰদায়ৰ মাজত সামাজি…
- ওবা (মুখিয়াল)ওবা (লেটিন আমেৰিকাত ওবা নামেৰে জনাজাত) হৈছে ওবা নদীৰ দেৱতা, যাৰ উৎস ইগবনৰ ওচৰত অৱস্থিত, য'…
- ওবাম্বোওবাম্বো, ওবাম্বু বা ওবাম্বাও, মধ্য আফ্ৰিকাৰ জনগোষ্ঠীৰ অন্তৰ্গত এক অতি-প্ৰাকৃতিক সত্ত্বা। ই…
- ওবিয়াপশ্চিম আফ্ৰিকাৰ লোককথাৰ এটা ওবিয়া বা ওবেয়াহ হৈছে এক দানৱ। ইয়াক এটা বিশালাকাৰ প্ৰাণী বুল…
- ওভিয়াহেলেন নেলছন (জন্ম: ২৯ এপ্ৰিল ১৯৯১), যিজনী পেছাগতভাৱে নিজৰ মঞ্চ নাম ওভিয়া (ইংৰাজী: Oviya) …
- ওমওম (ইংৰাজী: Ohm) হ'ল ৰোধৰ এছ.আই.একক যাক গ্ৰীক অক্ষৰ ওমেগা (Ω) ৰে সূচোৱা হয়। জাৰ্মান পদাৰ্…
- ওম জয় জগদীশ হৰেওম জয় জগদীশ হৰে (ॐ जय जगदीश हरे) শ্বৰ্ধা ৰাম ফিলাউৰীৰদ্বাৰা ৰচিত এটা হিন্দু ধৰ্মীয় গীত। …
- ওম পুৰীওম প্ৰকাশ পুৰী (Om Puri); ১৮ অক্টোবৰ ১৯৫০ – ৬ জানুৱাৰী ২০১৭) আছিল এজন ভাৰতীয় অভিনেতা যিয়…
- ওম প্ৰকাশ আগৰৱালওম প্ৰকাশ আগৰৱাল (Om Prakash Agrawal ২২ অক্টোবৰ ১৯৩১ – ১৫ আগষ্ট ২০২১) এজন ভাৰতীয় সংৰক্ষণব…
- ওম প্ৰকাশ ৰাৱতওম প্ৰকাশ ৰাৱত ( Om Prakash Raawat; জন্ম: ২ ডিচেম্বৰ ১৯৫৩) মধ্যপ্ৰদেশ কেডাৰৰ ১৯৭৭ চনৰ বেচৰ…
- ওমলা পদ্যওমলা পদ্য বা নাৰ্ছাৰী পদ্য (ইংৰাজী: Nursery rhyme) হৈছে ভাৰত আৰু আন বহু দেশৰ শিশুসকলৰ বাবে…
- ওমানওমান (سلطنة عُمان সাল্ত্বানাৎ উমান []) আৰৱ উপদ্বীপৰ দক্ষিণ-পূব কোণত অৱস্থিত ৰাষ্ট্ৰ। ওমান…
- ওমানৰ নাৰীওমানৰ নাৰীসকলে এতিয়া কেৰিয়াৰ আৰু পেছাদাৰী প্ৰশিক্ষণ গ্ৰহণ কৰিছে, আৰু ক্ৰমান্বয়ে পূৰ্বৰ …
- ওমৰওমৰ ইবনে আল খত্তব (عُمَر بْن ٱلْخَطَّاب; ), চমুকৈ ওমৰ বুলিও কোৱা হয়। ওমৰ ৬৩৪ চনৰ আগষ্টৰ প…
- ওমৰ আব্দুল্লাহওমৰ আব্দুল্লাহ ( ইংৰাজী: Omar Abdullah; জন্ম: ১০ মাৰ্চ ১৯৭০) এজন ভাৰতীয় ৰাজনীতিবিদ, বৰ্তম…
- ওমৰ কুৰেছিওমৰ কুৰেছি (Omar Kureishi; জন্ম:১৯২৮ – ১৪ মাৰ্চ ২০০৫) এগৰাকী পাকিস্তানী সাহিত্যিক। তেওঁ বি…
- ওমৰ খৈয়ামওমৰ খৈয়াম (ইংৰাজী: Omar Khayyam) এগৰাকী একাদশ শতিকাৰ ইৰাণৰ কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ। …
- ওমৰ মোৱানেছ য়াঘীওমৰ মোৱানেছ য়াঘী (Omar Mwannes Yaghi) এজন ৰসায়নবিদ। তেওঁ ৰেটিকুলাৰ ৰসায়ন বিজ্ঞানৰ লগত জ…
- ওয়েগো দে মানি (নৃত্য)ওয়েগো দে মানি ('বাদামৰ খেল')ক প্ৰায়ে সৰলভাৱে মানি বা মনি বুলি কোৱা হয় আৰু কেতিয়াবা বেই…
- ওলকচুওলকচু (Elephant foot yam or Elephant yam, বৈজ্ঞানিক নাম = Amorphophallus spp.) ( পৰিয়াল, …
- ওলকবিওলকবি (Kohlrabi; বৈজ্ঞানিক নাম: Brassica oleracea Gongylodes Group), হৈছে কবি গোত্ৰৰ ভিতৰত…
- ওলন্দাজ ভাষাওলন্দাজ ভাষা মূলতঃ ইউৰোপৰ নেডাৰলেণ্ডচ আৰু বেলজিয়াম দেশত প্ৰচলিত ইণ্ডো-ইউৰোপীয়ান ভাষা পৰি…
- ওলন্দাজ ৱিকিপিডিয়াওলন্দাজ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ওলন্দাজ ভাষাৰ সংস্কৰণ। ২০০২ চনৰ ২ জ…
- ওলাওলুৱা আবাগুনওলাওলুৱা আবাগুন (Olaoluwa Abagun) এগৰাকী নাইজেৰিয়াৰ অধিবক্তা, নাৰীবাদী আৰু এগৰাকী কিশোৰী …
- ওলাদেৱীওলাদেৱী বা ওলাইচণ্ডী হৈছে কলেৰাৰ দেৱী, যাক বাংলা অঞ্চলৰ (বৰ্তমানৰ বাংলাদেশ আৰু পশ্চিমবংগ) …
- ওলাভুম তীৰাভুমওলাভুম তীৰাভুম হৈছে ১৯৭০ চনৰ এখন ভাৰতীয় মালায়ালম ড্ৰামা চলচ্চিত্ৰ। পি. এন. মেননে চলচ্চিত…
- ওস্তাদ আহমদ লাহোৰীওস্তাদ আহমদ লাহোৰী (প্ৰায় ১৫৮০-১৬৪৯) যাক আহমদ মিমাৰ (অৰ্থ 'আহমদ স্থপতি') নামেৰেও জনা যায়…
- ওস্তাদ ইছাওস্তাদ ইছা শ্বিৰাজী (পাৰ্চী: استاد عيسى شیرازی) আছিল ছাফাৱী পাৰস্যৰ (বৰ্তমান ইৰাণ) শ্বিৰাজ…
- ওহীওহী (وَحْي,; plural وُحِيّ wuḥiyy,; বানানও ৱাহি) হৈছে প্ৰকাশৰ বাবে আৰবী শব্দ। ইছলামিক বিশ্…
- ওৰণিওৰণি (Veil) হৈছে এক কাপোৰৰ আৱৰণ, যি মূৰ বা মুখৰ কিছু অংশ ঢাকিবলৈ ব্যৱহাৰ হয়। ইউৰোপ, এছিয়…
- ওৰাং পেণ্ডেকওৰাং পেণ্ডেক (ইংৰাজী: Orang Pendek, ইণ্ডোনেছিয়ান ভাষাত ‘চাপৰ মানুহ’) ইণ্ডোনেছিয়াৰ শ্ৰুতি…
- ওৰাং মাৱাছওৰাং মাৱাছ (ইংৰাজী: Orang Mawas) বা মাৱাছ (Mawas) মালয়েছিয়াৰ লোককথাত বৰ্ণনা কৰা এবিধ কিং…
- ওৰাং ৰাষ্ট্ৰীয় উদ্যানওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park) ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অসমৰ দৰং আৰু শোণিতপুৰ…
- ওৰাঙোটাংওৰাঙোটাং (Orangutan) পংগ (Pongo) গণৰ নেজ নথকা এবিধ প্ৰাইমেট। ইহঁতৰ গাৰ নোম ৰঙা আৰু মটীয়া।…
- ওৰু নল্লা নাল পাথু সোলৰেনওৰু নল্লা নাল পাথু সোলৰেন (এটা শুভ দিনত জনাম) ২০১৮ চনৰ ভাৰতীয় তামিল ভাষাৰ ক'লা কমেডী চলচ্…
- ওৱাকওৱাক (ওৱক বা ওৱাকাও) অৰোমো আৰু ছোমালি ভাষাকে ধৰি কেইবাটাও কুছিটিক ভাষাত কোৱা আকাশ ঈশ্বৰৰ ন…
- ওৱাকফ্ইছলামিক আইন অনুসৰি ওৱাকফ বা মৰ্টমেইন সম্পত্তি হ’ল এক অ-হস্তান্তৰযোগ্য দাতব্য অক্ষয় নিধি। …
- ওৱাহাবি মতবাদওৱাহাবি মতবাদ (وهابية ওৱাহাবিয়াহ) হৈছে ধৰ্মীয় মতবাদ বা ইছলামৰ এটা শাখাগোষ্ঠী যিটো অৰ্থোড…