অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুপমা বসুমতাৰী

অনুপমা বসুমতাৰী (Anupama Basumatary) হৈছে অসমৰ এগৰাকী লেখক, সাহিত্যিক আৰু কবি।

হালনাগাদ: ২৪ জুলাই ২০২৫ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অনুপমা বসুমতাৰী (Anupama Basumatary)১ হৈছে অসমৰ এগৰাকী লেখক, সাহিত্যিক আৰু কবি।

জন্ম আৰু বংশ পৰিচয়

১৯৬০ চনৰ ৫ জুলাই তাৰিখে গোৱালপাৰা জিলাৰ দৰংগিৰি অঞ্চলত অনুপমা বসুমতাৰী জন্ম হয়।২

শিক্ষা

চাকৰি জীৱন

ভাৰতীয় জীৱন বীমা নিগমৰ এগৰাকী কৰ্মচাৰী।

সাহিত্যৰাজি

কবিতাপুথি

  • ৰূপালী ৰাতিৰ ঘাট। (১৯৯৪)
  • অনুভবৰ বিষণ্ণ প্ৰান্তৰ। (১৯৯৯)
  • দুখ আৰু প্ৰেমৰ মোহনাত। (২০০১)
  • শীতৰ ৰাতি অনুৰাগ। (অনূদিত,২০০৫)
  • ফাগুনৰ দুখৰ গধূলী। (২০০৭)
  • তোমাৰ শুভকামনাৰে। (২০০৮)
  • চিয়াং সীমান্তত বতাহৰ অকেষ্টা। (২০১১)
  • প্ৰেমৰ ইম্প্ৰেছনিষ্ট লেণ্ডস্কেপ। (২০১৩)
  • বলুকাত মৰমৰ সাগৰ। (২০১৩)
  • মই প্ৰায়ে ঋতুৰ সৈতে আলাপ কৰো। (২০১৪)

ভ্ৰমণমূলক গ্ৰন্থ

  • চীনদেশৰ মধুৰ স্মৃতি সোৱৰি(২০১১)
  • ব্ৰিটেইনলৈ এক আন্তৰিক যাত্ৰা(২০১৩)

বঁটা আৰু সন্মান

  • কাব্যকৃতিৰ স্বীকৃতি হিচাপে তেওঁ ভাৰতীয় ভাষা পৰিষদৰ পৰা ঈশান সন্মান আৰু গিৰিৱালা চৌধুৰী স্মাৰক ন্যাস সাহিত্য বঁটা লাভ কৰে।২

তথ্যসূত্ৰ

  1. ↑ www.anupamabasumatary.com/i-am-a-poet-and-love-t
  2. ↑ সম্প: ৰাজখোৱা, অৰবিন্দ. (২০১৯). সাম্প্ৰতিক কবিতা. নিৰীক্ষণ প্ৰকাশন. পৃ. ৫৪

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুপমা বসুমতাৰী” প্ৰবন্ধৰ সংশোধন ৫২৬৭৯৫ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।