অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনিৰুদ্ধ কায়স্থ

অনিৰুদ্ধ কায়স্থ ষষ্ঠদশ-সপ্তদশ শতিকাৰ এগৰাকী কবি। এখেতৰ পিতৃ ৰামচন্দ্ৰ বা ৰামৰুদ্ৰদেৱ। পিতামহ মাধৱদেৱৰ ককায়েক দামোদৰ ওৰফে ৰূপচন্দ্ৰ গিৰী। পূব কোচ ৰাজ্যৰ ৰজা ৰঘূদেৱৰ ৰাজসভাৰ অমাত্য আছিল। ৰজা ৰঘূদেৱৰ পৃষ্ঠপোষকতাত এখেতে ভাগৱতৰ ২য় আৰু ৫ম স্কন্ধৰ পদ ভাঙনি কৰে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

অনিৰুদ্ধ কায়স্থ ষষ্ঠদশ-সপ্তদশ শতিকাৰ এগৰাকী কবি। এখেতৰ পিতৃ ৰামচন্দ্ৰ বা ৰামৰুদ্ৰদেৱ। পিতামহ মাধৱদেৱৰ ককায়েক দামোদৰ ওৰফে ৰূপচন্দ্ৰ গিৰী। পূব কোচ ৰাজ্যৰ ৰজা ৰঘূদেৱৰ ৰাজসভাৰ অমাত্য আছিল। ৰজা ৰঘূদেৱৰ পৃষ্ঠপোষকতাত এখেতে শ্ৰীমদ্ভগৱতগীতাৰ ২য় আৰু ৫ম স্কন্ধৰ পদ ভাঙনি কৰে। পঞ্চম খণ্ডৰ ৰচনাকাল ১৬০২ চন বুলি ঠাৱৰ কৰা হৈছে।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া কবিঅসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিৰুদ্ধ কায়স্থ” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৪১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।