অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
অ ১,৩৭৯ প্ৰবন্ধ
- অচাইৰিছঅচাইৰিছ (Osiris) হৈছে প্ৰাচীন ইজিপ্টৰ উৰ্বৰতা, কৃষি, পৰলোক, মৃত্যু, পুনৰজীৱন আৰু জীৱনৰ দেৱ…
- অচাৰিয়াঅচাৰিয়া (সিংহলী: ඔසරිය) বা কাণ্ডিয়ান সাজ-পাৰ হৈছে শ্ৰীলংকাৰ সিংহলী লোকসকলৰ পৰম্পৰাগত সাজ…
- অচিন মোমাইদেউঅচিন মোমাইদেউ অসমৰ এগৰাকী প্ৰখ্যাত শিশু সাহিত্যিক। এখেতৰ আচল নাম অমল দত্ত।
- অচিনাক্ত উৰণীয়া বস্তুঅচিনাক্ত উৰণীয়া বস্তু (ইংৰাজী: Unidentified Flying Object - UFO), বা অচিনাক্ত বিষম পৰিঘটন…
- অচিন্ত্য বৰুৱাঅচিন্ত্য বৰুৱা (Achintya Baruah) অসমৰ এগৰাকী উদ্যোগী, সমাজ সংগঠক আৰু পৰিৱেশ সংৰক্ষক। তেওঁ …
- অচিন্ত্য শিউলিঅচিন্ত্য শিউলি (Achinta Sheuli; জন্ম: ২৪ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় ভাৰোত্তোলনকাৰী। তেওঁ…
- অচেইকঅচেইক (Acheik; বাৰ্মিজ: အချိတ်) বা লুনটায়া অচেইক (luntaya acheik; অৰ্থ: এশ মাকুৰ অচেইক) হ…
- অচেটীয় ৱিকিপিডিয়াঅচেটীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ অচেটীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ড…
- অচেতন মনঅচেতন মনৰ ধাৰণাটো মনোবিজ্ঞান অথবা মনোবিশ্লেষণৰ অন্তৰ্গত। মনৰ যিটো অংশ আমাৰ জাগ্ৰত চেতনাৰ ব…
- অচ্যুত লহকৰঅচ্যুত লহকৰ (৯ জুলাই, ১৯৩১ - ১২ জুন, ২০১৬)-ক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলি কোৱা হয়। …
- অছ'-এবিঅছ'-এবি (Asọ-Ẹbí; ইংৰাজী: Asoebi), নাইজেৰিয়াত কেতিয়াবা ইয়াক অছ'ৱেবি বুলিও লিখা হয়, হৈছ…
- অছনাত এলকবিৰঅছনাত এলকবিৰ (אסנת אלכביר) এগৰাকী ইজৰাইলী গায়িকা, নৃত্যশিল্পী, চিত্ৰশিল্পী আৰু নাট্য পৰিচ…
- অছবেকিয়া জুবিনগাৰ্গিয়ানাঅছবেকিয়া জুবিনগাৰ্গিয়ানা হৈছে ভাৰতৰ অসম ৰাজ্যৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিৰ পৰিৱেশ তন…
- অছুনঅছুন ইয়োৰুবা জনগোষ্ঠীৰ মাজত প্ৰচলিত প্ৰেম, যৌনতা, উৰ্বৰতা, নাৰীত্ব, পানী, ভাগ্য, ভৱিষ্যদ্…
- অছুৎ কন্যাঅছুৎ কন্যা ( Achhut Kannya; اچھوت کنیا; अछूत कन्या; অসমীয়া অনুবাদ: অস্পৃশ্য কন্যা) ১৯৩৬ চ…
- অছৰগঞ্জঅছৰগঞ্জ ভাৰতৰ বিহাৰ ৰাজ্যৰ মুংগেৰ জিলাত অৱস্থিত এখন সৰু নগৰ।
- অজঅজ হিন্দু গ্ৰন্থত উল্লেখ এজন এজন ৰজা। তেওঁ ৰঘুৰ পুত্ৰ। তেওঁৰ পিতামহ হৈছে ধৰ্মপৰায়ণ ৰজা দি…
- অজগৰ সাপঅজগৰ সাপ (Asiatic reticulated python, বৈজ্ঞানিক নাম-Python reticulatus) দক্ষিণ-পূব এছিয়াত…
- অজন্তা গুহাসমূহঅজন্তা গুহা ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ গভীৰ খাড়া গিৰিখাতৰ শিল কাটি খনন কৰা প্ৰায় ৩০টা গুহা-…
- অজন্তা নেওগঅজন্তা নেওগ (Ajanta Neog) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী…
- অজন্থা পেৰেৰাঅজন্থা উইজেছিংহে পেৰেৰা এগৰাকী শ্ৰীলংকাৰ শিক্ষাবিদ, বিজ্ঞানী, বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, পৰ…
- অজয় আহুজাস্কোৱাড্ৰন লীডাৰ অজয় আহুজা (Ajay Ahuja (২২ মে’ ১৯৬৩ – ২৭ মে’ ১৯৯৯) ভাৰতীয় বায়ুসেনাৰ এগৰ…
- অজয় কুমাৰ দত্তঅজয় কুমাৰ দত্ত (Ajoy Kumar Dutta) ভাৰতৰ এগৰাকী সমাজকৰ্মী। তেওঁ অসমৰ বিভিন্ন বেচৰকাৰী সংগঠ…
- অজয় কুমাৰ ৰায়অজয় কুমাৰ ৰায় (জন্ম ১৯৮৭) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অসমৰ চিৰাং জিলাৰ বিজনী বিধানসভা স…
- অজয় ঘটকঅজয় ঘটক ( জন্ম ১৯৩৯ চনৰ ৯ নৱেম্বৰ) এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থবিজ্ঞানবিষয়ক পাঠ…
- অজয় দেৱগনঅজয় দেৱগন (Ajay Devgn; জন্ম: ২ এপ্ৰিল ১৯৬৯; জন্ম নাম: বিশাল দেৱগন) হৈছে এগৰাকী ভাৰতীয় চল…
- অজয় নাগৰঅজয় নাগৰ (Ajey Nagar), যি কেৰিমিনাটি বুলি জনাজাত, হৈছে ভাৰতৰ ফৰিদাবাদৰ এজন ইউটিউবাৰ আৰু ষ…
- অজয় বংগাঅজয়পাল সিং বংগা (Ajaypal Singh Banga; জন্ম: ১০ নৱেম্বৰ, ১৯৫৯) ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী …
- অজলেম চেকিচঅজলেম চাৰা চেকিচ (জন্ম: ৭ মে’ ১৯৭৬) এগৰাকী ডেনিছ-কুৰ্ডাছ প্ৰাক্তন ৰাজনীতিবিদ আৰু চচিয়েলিষ…
- অজাতশত্ৰুঅজাতশত্ৰু ( বৌদ্ধ পৰম্পৰাৰ পালি ভাষাত অজাতশত্তু (পালি: Ajātasattu]) আৰু সংস্কৃত ভাষাত অজাত…
- অজামিলঅজামিল (अजामिल) ভাগৱত পুৰাণৰ ষষ্ঠ কাণ্ডত বৰ্ণিত এক আখ্যানৰ মুখ্য চৰিত্ৰ। ভগৱন্তৰ স্বৰ্গীয়…
- অজামিল উপাখ্যানঅজামিল উপাখ্যান ভাগৱত পুৰাণৰ কাহিনীৰ আধাৰত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এক জনপ্ৰিয় আখ্যান৷ ভাগ…
- অজিত কুমাৰ বেনাৰ্জীঅজিত কুমাৰ বেনাৰ্জী (Ajit Kumar Banerjee; ১ ছেপ্টেম্বৰ ১৯৩১ – ২৯ নৱেম্বৰ ২০১৪) এজন বিখ্যাত…
- অজিত কুমাৰ ভূঞাঅজিত কুমাৰ ভূঞা ( Ajit Kumar Bhuyan) হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু ৰাজ্যসভাৰ সাংসদ…
- অজিত ছাইনীঅজিত সিং ছাইনী (১৯২২–২০০৭) আছিল ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ এজন লেখক আছিল। তেওঁ পাঞ্জাবী দৈনিক কাক…
- অজিত ডোভালঅজিত কুমাৰ ডোভাল, কেচি (Ajit Kumar Doval) (জন্ম ২০ জানুৱাৰী ১৯৪৫) ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পঞ্…
- অজিত সিং যাদৱঅজিত সিং যাদৱ (Ajeet Singh Yadav; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় পেৰা-এথলীট। তেওঁ…
- অজিত সিংহঅজিত সিংহ ( ইংৰাজী: Ajit Singha) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক আৰ…
- অজিতা কেশকাম্বালিঅজিতা কেশকাম্বালী খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ এগৰাকী প্ৰাচীন ভাৰতীয় দাৰ্শনিক। তেওঁক ভাৰতীয় …
- অজিতা শ্ৰীবাস্তৱঅজিতা শ্ৰীবাস্তৱ এগৰাকী ভাৰতীয় গায়িকা, শিক্ষাবিদ আৰু এগৰাকী সমাজকৰ্মী। শ্ৰীবাস্তৱ মিৰ্জা…
- অজিতা সুচিত্ৰা বীৰাঅজিতা সুচিত্ৰা বীৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, লেখিকা, চিত্ৰকৰ, ফটোগ্ৰাফাৰ, আৰু চলচ…
- অজিৎ ইকবাল সিংঅজিৎ ইকবাল সিং (জন্ম ১৯৪৩)হৈছে এগৰাকী ভাৰতীয় অংকবিদ। তেখেতৰ বিশিষ্টতা হৈছে "কাৰ্যকৰী বিশ্…
- অজিৎ বৰুৱাঅজিৎ বৰুৱা (Ajit Barua; ১৯ আগষ্ট ১৯২৬—৩ এপ্ৰিল ২০১৫) এজন অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয…
- অজেয়অজেয় (Invincible) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০১৪ চনৰ ৩ জানুৱাৰ…
- অজৈৱ ৰসায়নৰসায়ন বিজ্ঞানৰ এই শাখাটোত ঘাইকৈ অজৈৱ মৌল আৰু যৌগৰ গুণাগুণ অধ্যয়ন কৰা হয়। জৈৱ যৌগসমূহ বা…
- অজ্ঞাতব্যক্তিভীতিঅজ্ঞাতব্যক্তিভীতি আৰু বৰ্ণবাদৰ ভেদ নুবুজি কেতিয়াবা দুয়ো শব্দকে আনটোৰ সলনি ব্যৱহাৰ কৰা হয…
- অজ’নঅজ’ন হৈছে অক্সিজেনৰ এটা অৱৰূপ; নীলাভ ৰঙৰ এবিধ অতি সক্ৰিয় গেছ। ইয়াৰ IUPAC নাম ট্ৰাইঅক্সিজ…
- অঞ্জন দত্ত (শিল্পী)অঞ্জন দত্ত এজন ভাৰতীয় বাঙালী গায়ক, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। তেওঁ সংগীতৰ বাবেহে বে…
- অঞ্জনাঅঞ্জনা (अञ्जना) হৈছে ৰামায়ণৰ নায়কসমূহৰ অন্যতম হনুমানৰ মাতৃ। তেওঁক অঞ্জনী বা অঞ্জলী নামেৰ…
- অঞ্জনা ওম্ কাশ্যপঅঞ্জনা ওম্ কাশ্যপ হিন্দী নিউজ চেনেল আজ তকৰ সৈতে পৰিচালনা-সম্পাদিকা হিচাপে কাম কৰা এগৰাকী ভ…
- অঞ্জনা চুলতানাঅঞ্জনা চুলতানা ( জন্ম: ২৭ জুন ১৯৬৫ – ৪ জানুৱাৰী ২০২৫) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী…
- অঞ্জনা পেগুঅঞ্জনা পেগু মিচিং জনগোষ্ঠীৰ অধিকাৰৰ বাবে আন্দোলন কৰা এগৰাকী শ্বহীদ।
- অঞ্জনা মেননঅঞ্জনা মেনন (Anjana Menon) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰত অভিনয…
- অঞ্জনা সুখানীঅঞ্জনা সুখানী (ইংৰাজী: Anjana Sukhani; জন্ম: ১০ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰ…
- অঞ্জনিবাই মালপেকাৰঅঞ্জনিবাই মালপেকাৰ: Anjinibai Malpekar; অঞ্জনিবাই মালপেকাৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীত…
- অঞ্জলিঅঞ্জলি (Anjali, জন্ম: ১৬ জুন ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল আৰু তেলেগু ছ…
- অঞ্জলি কিস্কুঅঞ্জলি কিস্কু চাঁওতালি ভাষাত সাহিত্য চৰ্চা কৰা এগৰাকী ভাৰতীয় সাহিত্যিক। ২০২০ চনত তেওঁৰ কব…
- অঞ্জলি দেৱীঅঞ্জলি দেৱী তেলেগু আৰু তামিল ছবিৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু প্ৰযোজক আছিল। তেওঁৰ জ…
- অঞ্জলি ভীমানীঅঞ্জলি ভীমানী (ইংৰাজী: Anjali Bhimani) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কণ্ঠ অভিনেত্ৰী। তেওঁ …
- অঞ্জলি মুদ্ৰাঅঞ্জলি মুদ্ৰা (সংস্কৃত:अञ्जलि मुद्रा, ) হৈছে এটা হাতৰ ভঙ্গি, যি প্ৰধানকৈ ভাৰতীয় ধৰ্ম আৰু …
- অঞ্জলি মেণ্ডেছঅঞ্জলি মেণ্ডেছ (জন্ম: ফিলিছ মেণ্ডেছ; ২৯ জানুৱাৰী, ১৯৪৬ – ১৭ জুন, ২০১০) আছিল এক ভাৰতীয় মডে…
- অঞ্জলি মেননঅঞ্জলি মেনন হৈছে মালয়ালম চলচ্চিত্ৰ উদ্যোগত মুখ্যতঃ কৰ্মৰত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচাল…
- অঞ্জলি লাৱনিয়াঅঞ্জলি লাৱনিয়া (ইংৰাজী: Anjali Lavania) এগৰাকী ভাৰতীয় মডেল, এগৰাকী হলিষ্টিক লাইফ-কোচ আৰু…
- অঞ্জলি শৰ্মা (ক্ৰিকেটাৰ)অঞ্জলি শৰ্মা (জন্ম ১২ ডিচেম্বৰ ১৯৫৬) এগৰাকী প্ৰাক্তন ৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ যিয়ে…
- অঞ্জলি ৰয়অঞ্জলি ৰয় (Anjali Roy; এপ্ৰিল ১৯৩০ – ২২ জানুৱাৰী ২০১৭) এগৰাকী বিশিষ্ট ভাৰতীয় মাইক’লজিষ্ট…
- অঞ্জলী গোপালনঅঞ্জলী গোপালন (জন্ম ১ ছেপ্টেম্বৰ ১৯৫৭) এগৰাকী ভাৰতীয় মানৱধিকাৰ আৰু পশু অধিকাৰ কৰ্মী। তেওঁ…
- অঞ্জলী ভৰদ্বাজঅঞ্জলী ভৰদ্বাজ (Anjali Bhardwaj, জন্ম-১৯৭৩) হৈছে এগৰাকী ভাৰতীয় সমাজকৰ্মী৷ তেখেতে স্বচ্ছতা…
- অঞ্জু ঘোষঅঞ্জলি "অঞ্জু" ঘোষ (ইংৰাজী: Anju Ghosh) এগৰাকী অভিনেত্ৰী যিয়ে বাংলাদেশ আৰু ভাৰতীয় (টলিউড…
- অঞ্জু চদ্ধাঅঞ্জু চাধা (:Anju Chadha; জন্ম: ৪ মে' ১৯৫৫ আহমেদনগৰত) এজন ভাৰতীয় জৈৱ ৰসায়নবিদ। তেওঁ ইণ্ড…
- অঞ্জু তামাংঅঞ্জু তামাং ( Anju Tamang; জন্ম: ২২ ডিচেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ যিয়ে ই…
- অঞ্জু ববী জৰ্জঅঞ্জু ববী জৰ্জ (Anju Bobby George; জন্ম: ১৯ এপ্ৰিল ১৯৭৭) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় এথলীট। ২০…
- অঞ্জু মাখিজাঅঞ্জু মাখিজা (ইংৰাজী: Anju Makhija) এগৰাকী ভাৰতীয় কবি, নাট্যকাৰ, অনুবাদক আৰু স্তম্ভলেখক। …
- অঞ্জুম চোপ্ৰাঅঞ্জুম চোপ্ৰা ( Anjum Chopra); জন্ম: ২০ মে' ১৯৭৭) এগৰাকী ভাৰতীয় ক্ৰিকেট মন্তব্যকাৰী আৰু প…
- অঞ্জুম হাছানঅঞ্জুম হাছান এগৰাকী ভাৰতীয় ঔপন্যাসিক, গল্পকাৰ, কবি, সম্পাদক। অঞ্জুম হাছান এজন ভাৰতীয় ঔপন…
- অঞ্জৰাকণ্ডীঅঞ্জৰাকণ্ডী (ইংৰাজী: Anjarakandy) ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাত অৱস্থিত এখন পিয়ল চহৰ …
- অঞ্জৰী অলঘঅঞ্জৰী অলঘ (ইংৰাজী: Anjori Alagh) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ অভিনেত্…
- অট ৰন্ধনশৈলীঅট ৰন্ধনশৈলী (ফৰাচী: Haute cuisine; অৰ্থ: উচ্চ পৰ্যায়ৰ ৰন্ধন) বা গ্ৰাণ্ড ৰন্ধনশৈলী হৈছে ৰ…
- অট'গ্ৰাফ (চলচ্চিত্ৰ)অট’গ্ৰাফ (Autograph) হৈছে ২০১০ বৰ্ষত মুক্তিপ্ৰাপ্ত এখন বাংলা ভাষাৰ চলচ্চিত্ৰ। এইখন পৰিচালন…
- অটল উদ্যানঅটল উদ্যান হ'ল গুৱাহাটীৰ মালিগাঁও অঞ্চলৰ আদাবাৰী তিনিআলীত অৱস্থিত এখন চহৰীয়া উদ্যান।
- অটল বিহাৰী বাজপায়ীঅটল বিহাৰী বাজপেয়ী (अटल बिहारी वाजपायी; Atal Bihari Vajpayee; জন্ম ২৫ ডিচেম্বৰ ১৯২৪) স্বা…
- অটল সুৰংগঅটল সুৰংগ বা ৰহটাং সুৰংগ হৈছে হিমাচল প্ৰদেশৰ হিমালয় পৰ্বতৰ পীৰপাঞ্জাল মালাৰ লেহ-মানালি ঘা…
- অটল সেতুঅটল সেতু হৈছে পানাজী আৰু পৰ্ভৰিমৰ মাজত যোৱা গোৱাৰ কেবল ষ্টেড দলং। ই মাণ্ডোভি নদীৰ জোৱাৰ-ভা…
- অটিলি বাডাৰঅটিলি বাডাৰ (৩০ মে' ১৮৪৭–২৪ জুলাই ১৯২৫) এগৰাকী জাৰ্মান মহিলা অধিকাৰ কৰ্মী আৰু সমাজবাদী আছি…
- অটো ৱন বিজমাৰ্কঅটো ৱন বিজমাৰ্ক (১ এপ্ৰিল ১৮১৫ – ৩০ জুলাই ১৮৯৮) এজন জাৰ্মান ৰাষ্ট্ৰনেতা আৰু কূটনীতিবিদ যিয…
- অটোফেজিB এটা ফ্ৰুইট ফ্লাইলেটাৰ চেপেটা দেহত অটোফেজিক গঠন AP আৰু AL ৰ ইলেক্ট্ৰন মাইক্ৰগ্ৰাফ; Cভোকাত…
- অটোমান সাম্ৰাজ্যঅটোমান সাম্ৰাজ্য (Ottoman Empire) এখন শক্তিশালী ইউৰোপীয় সাম্ৰাজ্য আছিল। ওছমান গাজীয়ে ইয়…
- অটোৱা ফেষ্টিভেলছঅটোৱা ফেষ্টিভেলছ (Ottawa Festivals) হৈছে কানাডাৰ অটোৱা, অন্টাৰিঅ’ত অৱস্থিত সদস্য ভিত্তিক এ…
- অট্টোমান আৰু ছাফাভিদ সাম্ৰাজ্যৰ মাজত থকা কুটনৈতিক সম্পৰ্কঅট্টোমান আৰু ছাফাভিদ সাম্ৰাজ্যৰ মাজত থকা কূটনৈতিক সম্পৰ্ক ষোড়শ শতিকাৰ আৰম্ভণিতে ইৰাণ (পাৰ…
- অট′নয়ি (শ্ৰুতিকথা)অট′নয়ি (প্ৰাচীন গ্ৰীক: Αὐτονόη, ইংৰাজী: Autonoe) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নে…
- অডিঅ’ পৰ্ণগ্ৰাফীঅডিঅ’ পৰ্ণগ্ৰাফী (ইংৰাজী: Audio pornography), যাক অডিঅ’ এৰোটিকা বুলিও জনা যায়, হৈছে এক প্…
- অডিনঅডিন (ইংৰাজী: Odin; উচ্চাৰণ: ) জাৰ্মান পৌত্তলিক ধৰ্মত (মূৰ্তি পূজা কৰা প্ৰথা) বৰ্ণনা কৰা এ…
- অডেছা ৰাষ্ট্ৰীয় একাডেমিক অপেৰা আৰু বেলে থিয়েটাৰঅডেছা ৰাষ্ট্ৰীয় একাডেমিক অপেৰা আৰু বেলে থিয়েটাৰ (Odesa National Academic Opera and Balle…
- অডেছাৰ ঐতিহাসিক কেন্দ্ৰঅডেছাৰ ঐতিহাসিক কেন্দ্ৰ (Historic Centre of Odesa, Історичний центр Одеси) হৈছে ইউক্ৰেইনৰ …
- অডেট কৰ্টেজওডেট মেৰিনা কৰ্টেজ পালাচিঅ’চ (জন্ম ২৭ মে' ১৯৮৭) এগৰাকী পানামানিয়ান ক'ৰিওগ্ৰাফাৰ, নৃত্যশিল…
- অড্ৰি লৰ্ডঅড্ৰি লৰ্ড(অড্ৰি জেৰেলডাইন লৰ্ড,১৮ ফেব্ৰুৱাৰী ১৯৩৪ – ১৭ নৱেম্বৰ ১৯৯২) এগৰাকী আমেৰিকান লেখি…
- অড্ৰী ভানেছাঅড্ৰী ভানেছা চুচিলো (জন্ম: ২৩ ডিচেম্বৰ ১৯৯৯), যি অড্ৰী ভানেছা নামেৰে অধিক পৰিচিত, এগৰাকী ই…
- অড্ৰী হেপ্বাৰ্নঅড্ৰী কেথলিন হেপ্বাৰ্ন (ৰাষ্টন; ৪ মে' ১৯২৯ – ২০ জানুৱাৰী ১৯৯৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। …
- অণিমা চৌধুৰীঅনিমা চৌধুৰী (জন্ম- ২৮ ফেব্ৰুৱাৰী, ১৯৫৩-) (ইংৰাজী: Anima Choudhury) অসমীয়া সংগীত জগতৰ এগৰ…
- অণিমা দত্তড° অণিমা দত্ত (Dr. Anima Dutta) এগৰাকী অসমীয়া গল্পকাৰ, সমালোচক তথা শিক্ষাবিদ। তেওঁ গুৱাহা…
- অণুঅণু (ইংৰাজী: Molecule, ) হৈছে বৈদ্যুতিক ভাবে উদাসীন আৰু আয়নিক, সহযোজী ৰাসায়নিক বান্ধনী ব…
- অণুগল্পঅণুগল্প হৈছে অতি সংক্ষিপ্তভাৱে বৰ্ণনা কৰা সাহিত্য কৰ্ম। সাধাৰণতে ই মূল ঘটনা বা কাহিনীৰ লগত…
- অণুজীৱঅণুজীৱ হ'ল সেইসকল ক্ষুদ্ৰ জীৱ যাক খালী চকুৰে মনিব নোৱাৰি ৷ এই জীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহা…
- অণুজীৱবিজ্ঞানঅণুজীৱবিজ্ঞান (Microbiology) চকুৰে মণিব নোৱাৰা জীৱ বা জীৱসদৃশ কণাৰ জীৱন প্ৰণালী, ইহঁতৰ প্ৰ…
- অণুবীক্ষণ যন্ত্ৰঅণুবীক্ষণ যন্ত্ৰ (Microscope) জীৱবিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ যন্ত্ৰ। অণুবীক…
- অণুৰাষ্ট্ৰঅণুৰাষ্ট্ৰ বা মাইক্ৰ’ষ্টেট হ’ল এনে এক ৰাজনৈতিক সত্তা, যাৰ সদস্যসকলে নিজকে কোনো স্বতন্ত্ৰ জ…
- অতনু দাসঅতনু দাস (Atanu Das; জন্ম: ৫ এপ্ৰিল ১৯৯২) হৈছে এজন ভাৰতীয় ধনুৰ্বিদ। তেওঁ আৰ্চাৰীৰ ল'ৰাৰ এ…
- অতনু ভট্টাচাৰ্যঅতনু ভট্টাচাৰ্য ( Atanu Bhattacharyya, জন্ম:২৪ জানুৱাৰী, ১৯৬৮) অসমৰ এগৰাকী কবি, গল্পকাৰ, স…
- অতসী বৰুৱাঅতসী বৰুৱা (ইংৰাজী: Atasi Barua; ৪ ছেপ্টেম্বৰ ১৯২১ – ২৬ জুন ২০১৬) এগৰাকী ভাৰতীয় চিত্ৰশিল্…
- অতি পৰিবাহিতাঅতি পৰিবাহিতা (Super Conductivity) হৈছে বৈদ্যুতিক ৰোধ শূন্য হৈ পৰাৰ এক বিশেষ প্ৰপঞ্চ, য'ত …
- অতিকায়অতিকায় মহাকাব্য ৰামায়ণৰ এজন দৈত্য চৰিত্ৰ। ৰামায়ণ মহাকাব্যত আতিকায় ৰাৱণ আৰু তেওঁৰ পত্নী…
- অতিথি (১৯৬৫ চলচ্চিত্ৰ)অতিথি (Atithi) ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত ১৯৬৫ চনত নিৰ্মিত আৰু তপন সিনহা পৰিচালিত …
- অতিপাত বিশেষাধিকাৰঅতিপাত বিশেষাধিকাৰ (Exorbitant privilege), এই পাৰিভাষিক বাক্যাংশটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ও…
- অতিপ্ৰাকৃতিকঅতিপ্ৰাকৃতিক (Supernatural) বুলিলে প্ৰকৃতিৰ নিয়মৰ ঊৰ্ধত থকা পৰিঘটনা বা সত্তাক বুজোৱা হয়।…
- অতিবেঙুনীয়াঅতিবেঙুনীয়া (Ultraviolet বা UV) ১০ নেন'মিটাৰৰ পৰ পৰা ৪০০ নেন'মিটাৰ তৰংগদৈৰ্ঘ্যৰ এক বিদ্যু…
- অতিৰিক্ত সময়ৰ কামঅতিৰিক্ত সময়ৰ কাম বুলিলে কোনো কৰ্মচাৰীয়ে নিৰ্ধাৰিত স্বাভাৱিক কৰ্মসময়ৰ অতিৰিক্ত সময়ত কৰ…
- অতীতৰ কথাঅতীতৰ কথা প্ৰয়াত ত্ৰৈলোক্য নাথ গোস্বামীৰআত্মজীৱনী। ত্ৰৈলোক্য নাথ গোস্বামীয়ে তেখেতৰ জীৱন …
- অতীশঅতীশ দীপাংকৰ শ্ৰীজ্ঞান (সংস্কৃত লিপ্যন্তৰ: Atīśa Dīpaṅkara Śrījñāna) (অনুমাণিক ৯৮২–১০৫৪ খ্…
- অতুল চন্দ্ৰ বৰুৱাঅতুলচন্দ্ৰ বৰুৱা (Atul Chandra Barua) (১৯১৬-২০০১) সাহিত্যিক আৰু সাহিত্য সমালোচক অতুল চন্দ্…
- অতুল চন্দ্ৰ শইকীয়াঅতুল চন্দ্ৰ শইকীয়া অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিস…
- অতুল চন্দ্ৰ হাজৰিকাঅতুল চন্দ্ৰ হাজৰিকা (১৯০৩-১৯৮৬) অসমীয়া কবি, নাট্যকাৰ, গদ্যলেখক, শিশু সাহিত্যিক আৰু অধ্যাপ…