অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অন্তহীন যাত্ৰা

অন্তহীন যাত্ৰা হৈছে ২০০৪ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। গাৰ্গী এণ্টাৰটেইনমেণ্ট কো. (প্ৰাইভেট) লিমিটেডৰ বেনাৰত প্ৰাঞ্জল ভৰালী আৰু ছবি ভৰালীয়ে প্ৰযোজনা কৰা ডo মামণি ৰয়ছম গোস্বামীৰ এটি গল্পৰ ভিত্তিত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে মুন্না আহমেদে।

হালনাগাদ: ২২ নৱেম্বৰ ২০২৩ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অন্তহীন যাত্ৰা হৈছে ২০০৪ চনত মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। গাৰ্গী এণ্টাৰটেইনমেণ্ট কো. (প্ৰাইভেট) লিমিটেডৰ বেনাৰত প্ৰাঞ্জল ভৰালী আৰু ছবি ভৰালীয়ে প্ৰযোজনা কৰা ডo মামণি ৰয়ছম গোস্বামীৰ এটি গল্পৰ ভিত্তিত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে মুন্না আহমেদে। চিত্ৰনাট্য দুলাল ৰয়ৰ আৰু সংগীত ডাo হিতেশ বৰুৱাৰ। বোলছবিখন কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল।১২

অভিনয়-শিল্পী

কলা-কুশলী

  • প্ৰযোজনা - প্ৰাঞ্জল ভৰালী, ছবি ভৰালী
  • পৰিচালনা - মুন্না আহমেদ
  • মুখ্য সহকাৰী পৰিচালনা - অনিন্দ্য কাশ্যপ
  • প্ৰযোজনা নিয়ন্ত্ৰণ - ভবেন বৰা
  • সম্পাদনা - শিৱাজী চৌধুৰী
  • সহ সম্পাদনা - অৰূপ কাকতী, সুজিত বৰা
  • সংগীত - ডাo হিতেশ বৰুৱা
  • সংগীত ব্যৱস্থাপনা - ডনী হাজৰিকা৩

তথ্যসূত্ৰ

  1. ↑ Antaheen Jatra releasing today
  2. ↑ WATCH ANTAHEEN JATRA (2004) FREE ONLINE. OV Guide
  3. ↑ Antaheen Jatra progressing fast

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্তহীন যাত্ৰা” প্ৰবন্ধৰ সংশোধন ৩৯২৮৭০ (২২ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।