অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অন্তৰা নন্দী

অন্তৰা নন্দী (Antara Nandy) অসমৰ এগৰাকী নেপথ্য গায়িকা। জি টিভিত প্ৰচাৰিত সংগীত প্ৰতিভা আৰু ৰিয়েলিটি শ্ব' Sa Re Ga Ma Pa L'il Champs-২০০৯ৰ ফাইনেল ৰাউণ্ডত উপনীত হোৱাৰ পিছত আৰু শীৰ্ষ তিনিগৰাকী প্ৰতিযোগীৰ ভিতৰত অন্যতম হোৱাৰ পিছত তেওঁ সুপৰিচিত হৈ পৰে।

হালনাগাদ: ২৫ জুলাই ২০২৬ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

অন্তৰা নন্দী (Antara Nandy) অসমৰ এগৰাকী নেপথ্য গায়িকা। জি টিভিত প্ৰচাৰিত সংগীত প্ৰতিভা আৰু ৰিয়েলিটি শ্ব' Sa Re Ga Ma Pa L'il Champs-২০০৯ৰ ফাইনেল ৰাউণ্ডত উপনীত হোৱাৰ পিছত আৰু শীৰ্ষ তিনিগৰাকী প্ৰতিযোগীৰ ভিতৰত অন্যতম হোৱাৰ পিছত তেওঁ সুপৰিচিত হৈ পৰে।১২

তথ্যসূত্ৰ

  1. ↑ Antara Nandy – the teen sensation of Assam, OKNorthEast.com
  2. ↑ Antara Nandy gives a dazzling performance, Zee TV

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্তৰা নন্দী” প্ৰবন্ধৰ সংশোধন ৬১৯২৪৩ (২৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।