অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অনুমতি (দেৱী)

অনুমতি (সংস্কৃত: अनुमति) হিন্দু ধৰ্মৰ এগৰাকী দেৱী৷ অনুমতি চন্দ্ৰক প্ৰতিনিধিত্ব কৰা দেৱী আৰু আধ্যাত্মিকতাৰ দেৱী বুলি গণ্য কৰা হয়। অনুমতিৰ বাহন হৈছে কৃষ মৃগম বা কৃষ্ণ জিংকা অৰ্থাৎ কৃষ্ণসাৰ মৃগ (ব্লেকবাক)। অনুমতি হিন্দী ভাষাৰ এটা শব্দ যাৰ অৰ্থ হৈছে "অনুমতি" বা "অনুমতি প্ৰদান কৰা"।

হালনাগাদ: ৩ জানুৱাৰী ২০২৬ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অনুমতি (সংস্কৃত ভাষা: अनुमति)১ হিন্দু ধৰ্মৰ এগৰাকী দেৱী৷ অনুমতি চন্দ্ৰক প্ৰতিনিধিত্ব কৰা দেৱী আৰু আধ্যাত্মিকতাৰ দেৱী বুলি গণ্য কৰা হয়। অনুমতিৰ বাহন হৈছে কৃষ মৃগম বা কৃষ্ণ জিংকা অৰ্থাৎ কৃষ্ণসাৰ মৃগ (ব্লেকবাক)।

অনুমতি হিন্দী ভাষাৰ এটা শব্দ যাৰ অৰ্থ হৈছে "অনুমতি" বা "অনুমতি প্ৰদান কৰা"। অনুমতি প্ৰকৃতি মাতৃৰ যিকোনো আনুষ্ঠানিক কাৰ্যকলাপৰ অনুমতি প্ৰদানকাৰী দেৱী। পৃথিৱীত বাস কৰা মানুহকে ধৰি প্ৰকৃতি অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো জীৱৰ মাজত সোমাই থকা এটা মৌলিক অনুশাসন হিচাপে "কাৰ্যকলাপ আৰু পৰিঘটনাৰ অনুমতি প্ৰদান"ৰ জৰিয়তে দেৱীয়ে অনুষ্ঠানটো শান্তিপূৰ্ণ, শিশুসুলভ আৰু শান্ত ভাবে সম্পন্ন হোৱাত সহায় কৰে।

অনুমতিক শক্তিৰ ব্যক্তিত্ব বা অৱতাৰ হিচাপেও দেখা যায়।

ভাগৱত পুৰাণৰ মতে ধাতা অদিতি আৰু কাশ্যপৰ সপ্তম পুত্ৰ৷ এই ধাতাৰ চাৰিগৰাকী পত্নী আছিল, যাৰ নাম আছিল ক্ৰমে কুহু, সিনীবালী, ৰাকা আৰু অনুমতি।২ ধাতা আৰু অনুমতিৰ পুত্ৰ আছিল পূৰ্ণমাস৷৩

তথ্যসূত্ৰ

  1. ↑ Search results for अनुमति spokensanskrit.org
  2. ↑ SB 6.18.3, SB 6.18.4, SB 6.18.3-4 Srimad-Bhagavatam
  3. ↑ Bhagavata Purana, Book 6 - Sixth Skandha, Chapter 18

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুমতি (দেৱী)” প্ৰবন্ধৰ সংশোধন ৫৬৭৪৮৯ (৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।