অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ঘ ৬১ প্ৰবন্ধ
- ঘঘ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ চতুৰ্থ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু…
- ঘ (বঙালী)ঘ (বঙালী লিপিত ঘ, আই-পি-এ:/gʱɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৪ৰ্থ আখৰ। ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থা…
- ঘঁৰিয়ালঘঁৰিয়াল (Gharial; বৈজ্ঞানিক নামঃ Gavialis gangeticus) হ'ল মিঠা পানীৰ এবিধ বিৰল প্ৰজাতিৰ …
- ঘটশ্ৰাদ্ধঘটশ্ৰাদ্ধ (Ghatashraaddha) ১৯৭৭ চনত মুক্তি পোৱা গিৰীশ কাছাৰৱল্লী পৰিচালিত এখন কানাড়া ভাষা…
- ঘটোৎকচঘটোৎকাচ প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ এটা বিশিষ্ট চৰিত্ৰ। ঘটোৎকচ হিড়িম্বাপুৰৰ (বৰ্তমা…
- ঘড়ীঘড়ী (Clock) ই এনে এটা যন্ত্ৰ যি সময় নিৰ্ধাৰণত সহায় কৰে। বিভিন্ন ধৰণৰ ঘড়ী দেখিবলৈ পোৱা …
- ঘণ্টাই মন্দিৰঘণ্টাই মন্দিৰ ভাৰতৰ মধ্যপ্ৰদেশৰ খাজুৰাহো চহৰৰ এটা ধ্বংসপ্ৰাপ্ত দিগম্বৰা জৈন মন্দিৰ ঘন্টী ম…
- ঘনকান্ত বৰা বৰবায়নঘনকান্ত বৰা বৰবায়ন (১৯৫০-) অসমৰ সত্ৰীয়া নৃত্যৰ এগৰাকী প্ৰসিদ্ধ গুৰু। তদুপৰি তেওঁ এগৰাকী …
- ঘনত্বঘনত্ব (ইংৰাজী: Density) হ'ল একক আয়তনত থকা পদাৰ্থৰ পৰিমাণ। ঘনত্বক ρ (ৰ') বা D ৰে সূচোৱা হয…
- ঘনশ্যাম দৌলঘনশ্যাম দৌল বা নাতি গোঁসাই দৌল ১৮ শতিকাৰ আৰম্ভণিতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহয়ে নিৰ্মাণ কৰাই…
- ঘাঁচী (মুছলিম)ঘাঁচী বা ঘাঁচী-পিঞ্জাৰা ভাৰতৰ গুজৰাট আৰু ৰাজস্থান ৰাজ্যত পোৱা এটা মুছলমান সম্প্ৰদায়। পাকি…
- ঘাগ্ৰা চোলিঘাগ্ৰা চোলি ভাৰতীয় উপমহাদেশৰ মহিলাসকলৰ এক প্ৰকাৰৰ জাতিগত পোছাক। এইবিধ পোছাক লেহেঙ্গা চোলি…
- ঘাটু গানঘাটু গান (ঘাটু গান) হ'ল বাংলাদেশৰ হাওড় অঞ্চলৰ বিলুপ্তপ্ৰায় একধৰণৰ বঙালী লোকগীত। এই গীতক …
- ঘাতবলধ্ৰুপদী বলবিজ্ঞানত, ঘাতবল(J) হৈছে সময়ৰ সাপেক্ষে বলৰ অনুকল( integral)। ⟨J = \int F \,\math…
- ঘাতাংকঘাতাংক (Logarithm) হৈছে গণিতৰ ক্ষেত্ৰ খনৰ সূচকৰ বিপৰীত প্ৰক্ৰিয়া। অৰ্থাৎ কোনো সংখ্যাৰ ঘাত…
- ঘানাৰ নাৰীযোৱা কেইটামান দশকত ঘানাৰ মহিলাসকলৰ মৰ্যাদা আৰু ঘানাৰ সমাজত তেওঁলোকৰ ভূমিকা সলনি হৈছে।ইতিহা…
- ঘাম্বৰুঘাম্বৰু বা ঘিমৰু এবিধ লতাজাতীয় একবৰ্ষী সপুষ্কক উদ্ভিদ। ইয়াৰ ফল খাদ্য হিচাপে ব্যৱহাৰ কৰা …
- ঘাসীদাসশ্ৰীশ্ৰীঘাসীদাস বাবা (Ghasidas, ১৭৫৬-১৮৫০) সৎনাম ধৰ্মৰ প্ৰৱৰ্তক তথা সৎনামী সমাজৰ গুৰু।
- ঘাৰমৰা সত্ৰঘাৰমৰা সত্ৰ উত্তৰ লখিমপুৰ নগৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই সত্ৰখন প্ৰাগ শঙ্…
- ঘিউঘিউ হৈছে ভাৰতীয় উপমহাদেশৰ মাখনৰ পৰা উৎপাদন কৰা পৰিষ্কাৰ পানীৰ দৰে পদাৰ্থ৷ খাদ্যৰ সোৱাদ আৰ…
- ঘিণাৰাম গোহাঞিবৰুৱাঘিণাৰাম গোহাঞিবৰুৱা (১৮২৪ - ১৯০৭) ইংৰাজ চৰকাৰৰ অধীনৰ পুলিচ বিষয়া আছিল। পিছলৈ মৌজাদাৰ হয়।…
- ঘিলাঘিলা(Bean ) এবিধ বৃহৎ কলেবৰৰ আৰু মটৰমাহৰ দৰে চেউ ধৰা এবিধ গছ। ই ভাৰতৰ আটাইতকৈ ডাঙৰ চেউ লগা…
- ঘিলা হাঁহঘিলা হাঁহ বা নাক খেচখেচী, বৈজ্ঞানিক নাম-Nettapus coromandelianus) এটা সৰু আকাৰৰ হাঁহৰ প্ৰজ…
- ঘিলাখেলঘিলা খেল অসমৰ অতি প্ৰাচীন আৰু জনপ্ৰিয় খেল৷ মধ্যযুগৰ অসমৰ বহু পুথিত আৰু লোকগীতি সাহিত্যত ঘ…
- ঘিলাধাৰী ঘাটৰ সন্ধিঘিলাঝাৰি ঘাটৰ সন্ধি মোগল সম্ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত স্বাক্ষৰিত হোৱা সন্ধি। ১৬৬৩ চনৰ ২৩ …
- ঘিলামৰাঘিলামৰা অঞ্চলটো অসমৰ লখিমপুৰ জিলাৰ পূব প্ৰান্তত অৱস্থিত
- ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়খন লখিমপুৰ জিলাৰ ভিতৰতে জাকত-জিলিকা প্ৰাথমিক বিদ্যা…
- ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন লখিমপুৰ জিলাৰ ঘিলামৰাত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক…
- ঘুগনিঘুগনি (ଘୁଗ୍ନି ) বা ঘুগুনি ( ঘুগুনি) বা গুগুনি মটৰ বা বুটমাহৰে তৈয়াৰ কৰা এবিধ তৰকাৰী। খাদ্…
- ঘুগুহা দৌলঘুগুহা দৌল অসমৰ চিল-কং-মুখৰ ওচৰৰ গঙমুখ গাওঁ (বৰ্তমানৰ ধেমাজি জিলাৰ ঘুগুহা)ত অৱস্থিত এক মধ্…
- ঘুগুৰাঘুগুৰা (Ghungroo) জৰীৰে গাঁথি ল’ৰা বা তিৰোতাক পিন্ধোৱা সৰু জুনুকাৰ মালা। বহুতো সৰু সৰু ধাত…
- ঘুণঘুণ (Common furniture beetle; বৈজ্ঞানিক নামঃ Anobium punctatum) হৈছে মূলতঃ ইউৰোপৰ পৰা অহা…
- ঘুমটঘুমট (Ghumot; ইষ্ট ইণ্ডিয়ান: घुमट বা ಘುಮೋಟ) বা গুমোট বা ঘুমত ভাৰতৰ গোৱাৰপৰা অহা এটি মেমব…
- ঘুমুৰা নৃত্যঘুমুৰা নৃত্য হৈছে ভাৰতৰ ওড়িশা ৰাজ্যৰ কালাহাণ্ডি জিলাৰ এক লোকনৃত্য। ঘূমুৰাৰ সাজ-পোছাক জনজা…
- ঘুমৰ নৃত্যঘুমৰ নৃত্য (Ghoomar) ভাৰতৰ ৰাজস্থানত প্ৰচলিত একপ্ৰকাৰৰ পৰম্পৰাগত লোকনৃত্য। আৰম্ভণিতে ভিল জ…
- ঘূমাৰঘূমাৰ (ইংৰাজী অৰ্থ: Spinner) ২০২৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ ক্ৰীড়া নাট্যধৰ্মী ছবি।…
- ঘূৰণীয়া কৃমিঘূৰণীয়া কৃমি বা নিমাট'ডা হৈছে প্ৰাণীজগতেৰ দ্বিতীয় বৃহত্তম পৰ্ব। গ্ৰীক শব্দ Nema অৰ্থ Thr…
- ঘূৰ্ণীবতাহঘূৰ্ণীবতাহ (ইংৰাজী: Tornado (টৰ্ণেডো)) হৈছে এটা অতি বেগেৰে বলা ঘূৰ্ণীয়মান বায়ুৰ স্তম্ভ, …
- ঘৃতাচিঘৃতাচি (সংস্কৃত: घृताची; আক্ষৰিক অৰ্থ: প্ৰচুৰ পৰিমাণৰ শোধিত মাখন) হিন্দু পৌৰাণিক কাহিনীত ব…
- ঘেৰাওঘেৰাও, যাৰ অৰ্থ "ঘেৰি ৰখা" হৈছে এনে এটা শব্দ যিয়ে ভাৰতৰ শ্ৰমিক কৰ্মী আৰু সংঘৰ নেতাসকলে ব্…
- ঘেৱৰঘেৱৰ ( Ghevar) বা ঘেৱাৰ হৈছে ডিস্ক আকৃতিৰ ৰাজস্থানী মিঠাই। যাৰ টেক্সচাৰ মৌচাকৰ দৰে, ঘিঁউ, …
- ঘোঁড়ে যাত্ৰাঘোঁড়ে যাত্ৰা (নেপালী: घोडे जात्रा, অসমীয়া অৰ্থ: ঘোঁৰা যাত্ৰা) হৈছে কাঠমাণ্ডুৰ স্থানীয় ঘ…
- ঘোঁৰাঘোঁৰা হৈছে এক প্ৰকাৰৰ তৃণভোজী প্ৰাণী। প্ৰায় ৪৫ৰ পৰা ৫৫ নিযুত বছৰ আগতেই ঘোঁৰাৰ বিৱৰ্তন আজি…
- ঘোঁৰা নিদান (গ্ৰন্থ)ঘোঁৰা নিদান হৈছে ঘোঁৰাৰ বেমাৰ আৰু চিকিৎসা সৰ্ম্পকীয় এখন পুথি। এই পুথিখনৰ ৰচয়িতা গৰাকীৰ ন…
- ঘোঁৰাবাঁকঘোঁৰাবাঁক বা বাঁক (Baak) সাধাৰণতে পানীৰ আশে পাশে থাকে বুলি মানুহৰ বিশ্বাস। ঘোঁৰাবাকে মাছ, …
- ঘোলগাখীৰ, দৈ আৰু চেকি লোৱাৰ পাছত বাকী থকা তৰল পদাৰ্থটোৱেই হৈছে ঘোল, যাক গাখীৰৰ ছিৰাম বুলিও কো…
- ঘোষ (উপাধি)ঘোষ হৈছে বাংলাদেশৰ ঢাকা, যশোৰ আৰু ভাৰতৰ পশ্চিমবংগৰ দক্ষিণ আৰু বিহাৰৰ বাঙালী হিন্দু সম্প্ৰদ…
- ঘোষাঘোষা (घोषा) এজন প্ৰাচীন বৈদিক যুগৰ ভাৰতীয় দাৰ্শনিক আৰু দৰ্শক আছিল। সৰুৰে পৰা তাই ছালৰ বিক…
- ঘোৰমেহ চবজিঘোৰমেহ চবজি (Ghormeh sabzi), যাক খোৰেষ্ট চবজি বুলিও জনা যায়, হৈছে ইৰানৰ এবিধ পৰম্পৰাগত বন…
- ঘৰসাধাৰণতে ঘৰ house) হ'ল এটি অট্টালিকা য'ত মানুহে বাস কৰে। ঘৰত প্ৰায়েই এটি পৰিয়ালে বাস কৰে…
- ঘৰ জেউতিঅভিধান মতে, ঘৰ জেউতি মানে ঘৰত থকা উপদেৱতা। অসমৰ লোক কথাত ঘৰ জেউতি বুলিলে ঘৰৰ লক্ষ্মী বুলি …
- ঘৰ বতাহীঘৰ বতাহী (House Swift, বৈজ্ঞানিক নাম-Apus nipalensis) 'Apodidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চ…
- ঘৰ সংসাৰ (চলচ্চিত্ৰ)ঘৰ সংসাৰ ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত এখন পাৰিবাৰিক অসমীয়া চলচ্চিত্ৰ। শিৱ প্ৰসাদ ঠাকুৰ আছিল ছবি…
- ঘৰ-শালিকাঘৰ-শালিকা ( Common Myna, বৈজ্ঞানিক নাম: Acridotheres tristis) 'Sturnidae' পৰিয়ালৰ অন্তৰ্গ…
- ঘৰচিৰিকাঘৰচিৰিকা বা ঘনচিৰিকা (house sparrow, বৈজ্ঞানিক নাম: Passer domesticus) হৈছে Passeridae গোত…
- ঘৰচিৰিকাৰ হেৰুৱা বীনটোঘৰচিৰিকাৰ হেৰুৱা বীনটো (নেপাল ভাষা: चखुंचायागु तंगु कयगू, ইংৰাজী: The Sparrow's Lost Bean)…
- ঘৰানাঘৰানা হৈছে হিন্দুস্তানী সংগীত (উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত)ত ভাৰতীয় উপমহাদেশৰ এক সামাজ…
- ঘৰুৱা নিৰ্যাতনগৃহ নিৰ্যাতন বা ঘৰুৱা নিৰ্যাতন হ'ল কোনো নাৰীক নিজৰ গৃহৰ ভিতৰতে পৰিয়ালৰেই অন্য কোনো ব্যক্ত…
- ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ (Protection of Women from Domestic Violence Act,…
- ঘৰুৱাকৰণঘৰুৱাকৰণ হৈছে কোনো জীৱসমষ্টিৰ কৰ্ষণ বা পালন কৰা। ই ঘৰুৱা বা ব্যৱসায়িকভাৱে পৰ্যায়ত হ'ব পা…
- ঘৰে বাইৰেঘৰে বাইৰে (Ghare Baire ) ১৯৮৪ চনৰ সত্যজিৎ ৰায় পৰিচালিত আৰু ৰচিতএখন ভাৰতীয় বাংলা ভাষাৰ ৰো…