অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
থ ১০০ প্ৰবন্ধ
- থথ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু …
- থট্টাৰ যুদ্ধ১৫৫৫ চনৰ থট্টাৰ যুদ্ধ হৈছে বৰ্তমান পাকিস্তানৰ থট্টাটা চহৰত পৰ্তুগীজ সাম্ৰাজ্য আৰু সিন্ধত শ…
- থমাচ হবছথমাচ হবছ (; ৫ এপ্ৰিল ১৫৮৮ – ৪ ডিচেম্বৰ ১৬৭৯) এজন ইংৰাজ দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ, ১৬…
- থমাছ আলভা এডিচনথমাছ আলভা এডিচন (ইংৰাজী: Thomas Alva Edison, জন্ম: ১১ ফ্ৰেব্ৰুৱাৰী, ১৮৪৭ - মৃত্যু: ১৮ অক্ট…
- থমাছ মানথমাছ মান (Thomas Mann) হৈছে এগৰাকী জাৰ্মানী কথাশিল্পী। ১৯ বছৰ বয়সতে তেওঁ মিউনিকৰ বিখ্যাত …
- থম্পু (চলচ্চিত্ৰ)থম্পু (Thampu) হৈছে ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত জি. অৰবিন্দনৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখন মাল…
- থাংকাথাংকা (Thangka) হৈছে কপাহী, ৰেচমী কাপোৰৰ ওপৰত কৰা তিব্বতী বৌদ্ধ চিত্ৰ। এই চিত্ৰৰ অংশ হিচাপ…
- থাংগলথাংগল (টাংগল বুলিও কোৱা হয়) দক্ষিণ ভাৰতৰ কেৰালাৰ মুছলমানসকলৰ মাজৰ এটা সামাজিক গোট। থাংগলস…
- থাংগল (জনগোষ্ঠী)থাংগল জনগোষ্ঠী উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ সেনাপতি জিলাত বসবাস কৰা এহ তিব্বত-বৰ্মন মূলৰ …
- থাই বৌদ্ধ ভাস্কৰ্য্যথাই বৌদ্ধ ভাস্কৰ্য্য(:Thai Buddhist sculpture); থাইলেণ্ডত বুদ্ধৰ প্ৰতিমূৰ্তি সাধাৰণতে বুদ্…
- থাই ভাষাথাই ভাষা (ภาษา ไทย) থাইলেণ্ডৰ একমাত্ৰ চৰকাৰী আৰু জাতীয় ভাষা আৰু চেণ্ট্ৰেল থাই লোক সকলৰ প্…
- থাই মালিচথাই মালিচ বা থাই যোগ মালিচ হৈছে একুপ্ৰেচাৰ, ভাৰতীয় আয়ুৰ্বেদিক নীতি আৰু সহায়ক যোগাসন ভংগ…
- থাই লোককথাথাই লোককথা (ইংৰাজী: Thai folklore) হৈছে থাই জনসাধাৰণৰ মাজত প্ৰচলিত পৌৰাণিক কাহিনী আৰু পৰম্…
- থাই ৰন্ধনপ্ৰণালীথাই ৰন্ধনপ্ৰণালী (อาหารไทย, আহান থাই) হৈছে থাইলেণ্ডৰ ৰাষ্ট্ৰীয় ৰন্ধনপ্ৰণালী। থাই ৰন্ধনত স…
- থাই ৱিকিপিডিয়াথাই ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ থাই সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অ…
- থাইপুছমথাইপুছাম বা থাইপূছাম(তামিল: தைப்பூசம், ৰোমানীকৃত: Taippūcam) হৈছে পুছাম নক্ষত্ৰৰ লগত সংগতি…
- থাইলেচিনথাইলেচিন (Thylacine) আধুনিক যুগৰ জ্ঞাত প্ৰাণীৰ ভিতৰত আটাইতকৈ ডাঙৰ মাংসভোজী মাৰ্চুপিয়েল আছ…
- থাইলেণ্ডথাইলেণ্ড ( বা; ประเทศไทย), চৰকাৰী নাম Kingdom of Thailand (ราชอาณาจักรไทย; ), সাধাৰণতে চিয…
- থাইলেণ্ডৰ নাৰীথাইলেণ্ডৰ মহিলাসকল এছিয়াৰ ভিতৰতে ভোটাধিকাৰ পোৱা প্ৰথম মহিলা যিসকলে ১৯৩২ চনত প্ৰথম বাৰৰ বা…
- থাইৰইড হৰম'নথাইৰইড হৰম'ন (Thyroid hormone) হ'ল মানৱ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয় একপ্ৰকাৰৰ হৰম'ন। থাইৰ…
- থাইৰয়ডথাইৰয়ড বা থাইৰয়ড গ্ৰন্থি (Thyroid)মেৰুদণ্ডী প্ৰাণীৰ অন্তঃস্ৰাৱী গ্ৰন্থি। মানুহৰ ক্ষেত্ৰত…
- থাইৰয়ড ৰোগথাইৰয়ড ৰোগ বুলিলে থাইৰয়ড গ্ৰন্থিসমূহৰ বিভিন্ন প্ৰকাৰৰ বিকাৰকে বুজোৱা হয়।
- থাউমাছথাউমাছ অথবা থাউমান্ট (গ্ৰীক: Θαύμας) হ'ল গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি এজন সমুদ্ৰ দেৱতা। তেও…
- থাণ্ডৱে জিলাথাণ্ডৱে জিলা (သံတွဲခရိုင်) পশ্চিম ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ এখন জিলা। জিলাখনৰ সদৰ হৈছে থাণ্ড…
- থানমানা পূজাথানমানা পূজা ( Thanmana Puja) ত্ৰিপুৰাৰ অধিবাসী চাকমাসকলৰ পৰম্পৰাগত পূজা৷ বাংলদেশৰ পাৰ্বত্…
- থানাকাথানাকা(Thanaka) পিহি লোৱা গছৰ বাকলিৰ পৰা তৈয়াৰী পেষ্ট। ম্যানমাৰৰ সংস্কৃতিৰ ই এক সুকীয়া ব…
- থানেথানে ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন নগৰ। ই থানে নিজৰাৰ শীৰ্ষত অৱস্থিত। থানে জিলাৰ ই প্ৰশাসনিক…
- থানেশ্বৰ গগৈথানেশ্বৰ গগৈ ( Thaneswar Gogoi) এগৰাকী ভাৰতৰ স্বাধীনতা যুঁজৰ যুঁজাৰু আছিল৷ ১৯১৬ চনৰ ভাদ মা…
- থানেশ্বৰ বড়োথানেশ্বৰ বড়ো (Thaneswar Boro; ১ নৱেম্বৰ ১৯৩৯- ১৭ মে’ ২০২৪) অসমৰ এজন ৰাজনীতিক আছিল। তেওঁ অ…
- থাপট্ৰাষ্ট ফৰ হিষ্ট্ৰী, আৰ্ট এণ্ড আৰ্কিটেক্সাৰ অফ পাকিস্তান (ইংৰাজী: Trust for History, Art a…
- থাপনা (মুখপত্ৰ)থাপনা হাফলং নামঘৰৰ বছৰেকীয়া মুখপত্ৰ৷ “থাপনা’’ৰ ভাষা অসমীয়া৷ নামঘৰৰ মুখপত্ৰ যদিও ইয়াত কে…
- থাপাথলী দৰবাৰথাপাথলী দৰবাৰ (নেপালী: थापाथली दरवार) আছিল নেপালৰ ৰাজধানী কাঠমাণ্ডুস্থিত এটা মহল। থাপাথলী …
- থাপ্পড় (চলচ্চিত্ৰ)থাপ্পড় (Thappad) হৈছে ২০২০ চনৰ ভাৰতীয় হিন্দী ভাষাৰ নাট্য ছবি অনুভ সিনহাৰ পৰিচালনা আৰু সহ…
- থাবল চোংবাথাবল চোংবা (Thabal chongba) ভাৰতৰ মণিপুৰ ৰাজ্যৰ পাৰম্পৰিক নৃত্য। থাবাল চোংগবাৰ আক্ষৰিক অৰ্…
- থামি জাতিথামি (নেপালী: थामी) পূব হিমালয়ৰ এটা খিলঞ্জীয়া জনগোষ্ঠী। নেপালত ইহঁতে মূলতঃ পূব-মধ্য নেপা…
- থাম্বেলিনাথাম্বেলিনা (Tommelise, Thumbelina) হৈছে হান্স ক্ৰিষ্টিয়ান এণ্ডাৰছন ৰচিত এটি সাধু কথা। ১৮৩…
- থায়ী চাহেবাথায়ী চাহেবা (Thaayi Saheba) ১৯৯৭ চনত মুক্তি পোৱা, গিৰীশ কাছাৰৱল্লী পৰিচালিত কানাড়া ভাষাৰ…
- থালিথালি বা ভোজনম (অৰ্থাৎ সম্পূৰ্ণ আহাৰ) হৈছে দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু কেৰিবিয়ান …
- থাৰা ৰঙ্গস্বামী স্বামীথাৰা ৰঙ্গস্বামী স্বামী (: Thara Rangaswamy; জন্ম: ২৫ মে' ১৯৫৩) ভাৰতৰ এগৰাকী মনোৰোগ বিশেষজ্…
- থাৰাৱথ আম্মালু আম্মাথাৰাৱথ আম্মালু আম্মা (Tharavath Ammalu Amma) আছিল ব্ৰিটিছ ভাৰতৰ (বৰ্তমানৰ কেৰালা, ভাৰত) মা…
- থাৰু ভাষাথাৰু হৈছে ইণ্ডো-আৰ্য ভাষাসমূহৰ অন্তৰ্গত কেইটামান ভাষা, যিবোৰ নেপালৰ তৰাই অঞ্চল আৰু উত্তৰাখ…
- থাৰ্টিনথ মুনথাৰ্টিনথ মুন (13th Moon) হৈছে ১৯৭৩ চনত এলেন মেৰী বিছাৰ্টে প্ৰতিষ্ঠা কৰা এখন আমেৰিকান নাৰীব…
- থিঅ'গনিথিঅ'গনি (প্ৰাচীন গ্ৰীক: Θεογονία, অৰ্থাৎ "দেৱতাসকলৰ বংশাৱলী বা জন্মবৃত্তান্ত") হেচিঅ'ডৰ দ্…
- থিওন’ (প্ৰটিয়াছৰ কন্যা)থিওন’ (প্ৰাচীন গ্ৰীক: Θεονόη, ইংৰাজী: Theonoe; আক্ষৰিক অৰ্থ: 'দেৱতাৰ দৰে যাৰ মন') গ্ৰীক শ্…
- থিচিয়াছ আঙঠিথিচিয়াছ আঙঠি (Theseus Ring) খ্ৰীষ্টপূৰ্ব ১৫শ শতিকাৰ এটা সোণৰ ছিগনেট আঙঠি, যাৰ সৃষ্টি মাইচ…
- থিড়াম্বু নৃত্যমথিড়াম্বু নৃত্যম বা থিড়াম্বু নৃত্য হৈছে ভাৰতৰ উত্তৰ মালাবাৰ অঞ্চলৰ মন্দিৰসমূহত পৰিবেশন কৰ…
- থিনলাছ চোৰলথিনলাছ চোৰল (: Thinlas Chorol; জন্ম: ৬ মে' ১৯৮১) ভাৰতৰ লাডাখৰ এগৰাকী সামাজিক উদ্যোগী আৰু স…
- থিম্ফুথিম্ফু (/(/tɪmˈpuː/; Dzongkha: ཐིམ་ཕུ [tʰimpʰu]; পূৰ্বতে থিম্বু ) ভূটান ৰাজ্যৰ সৰ্ববৃহৎ চহ…
- থিয়ডোৰা কোৱানথিয়ডোৰা এষ্টাৰ কোৱান (থিও) (১৮৬৮–১৯৪৯) এজনী অষ্ট্ৰেলিয়ান শিল্পী আছিল আৰু তেওঁক অষ্ট্ৰেলি…
- থিয়ডৰ হাৰ্টিগথিয়ডৰ হাৰ্টিগ ( Theodor Hartig; ২১ ফেব্ৰুৱাৰী ১৮০৫ – ২৬ মাৰ্চ ১৮৮০) এজন জাৰ্মান বন জীৱবিজ…
- থিয়নামথিয়নাম বা বীৰনাম ( Thiyonaam or Beernaam) অসমৰ একশৰণ নৱবৈষ্ণৱ ধৰ্মৰ বিবিধ সংস্কৃতিৰ ভিতৰৰ…
- থিয়েটাৰথিয়েটাৰ হৈছে দৰ্শকৰ সম্মুখত স্থাপিত মঞ্চ বা পটত অভিনীত নাটক। ই শিল্পমাধ্যমৰ (পৰিৱেশন কলা)…
- থিয়েটাৰ সূৰ্য্যথিয়েটাৰ সূৰ্য্য অসমৰ এক নতুন ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী। ২০১৫ চনত সৰ্থেবাৰীত এই থিয়েটাৰৰ…
- থিয়েন ৱাই এ নাথিয়েন ৱাই এ না (Thiên Y A Na) এগৰাকী ভিয়েটনামী লোকদেৱী। তেওঁক ভিয়েটনামৰ লোক ধৰ্মত উপাসন…
- থিৰায়াট্টমথিৰায়াট্টম ভাৰতৰ কেৰালা ৰাজ্যৰ দক্ষিণ মালাবাৰ অঞ্চলত প্ৰতি বছৰে পৰিৱেশন কৰা এক লোক পৰম্পৰ…
- থিৰুভাঞ্চেৰী কাভুথিৰুভাঞ্চেৰী কাভু কেৰেলাৰ কান্নুৰ জিলাৰ কুথুপাৰম্বাৰ ওচৰত অৱস্থিত৷ প্ৰাচীন পূজাৰ স্থান য'ত…
- থিৰুভাথিৰাথিৰুভাথিৰা (ইংৰাজী: Thiruvathira; বা থিৰুভাথিৰাই বা আৰুদ্ৰা দৰ্শনম) হৈছে মূলতঃ ভাৰতৰ কেৰাল…
- থিৰুমুল্লাভাৰম সমুদ্ৰতটথিৰুমুল্লাভাৰম সমুদ্ৰতট (Thirumullavaram Beach) কেৰালাৰ কোল্লাম চহৰৰ অন্যতম জনপ্ৰিয় সমুদ্…
- থুছাৰী জয়শেখৰাথুছাৰী জয়শেখৰা (ইংৰাজী: Thushari Jayasekera) এগৰাকী শ্ৰীলংকান-আমেৰিকান অভিনেত্ৰী, প্ৰদৰ্শ…
- থুদৰমথুদৰম হৈছে ২০২৫ চনত মুক্তিপ্ৰাপ্ত এক ভাৰতীয় মালয়ালম ভাষাৰ একচন থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ। এ…
- থুনুকী দাসথুনুকী দাস ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থ…
- থুপৰামায়াথুপৰামায়া হৈছে শ্ৰীলংকাৰ আটাইতকৈ পুৰণি নথিভুক্ত বৌদ্ধ মন্দিৰ। ইয়াৰ নিৰ্মাণ মহিন্দ থেৰা (…
- থুৰীয়াথুৰীয়া (অথবা থুৰিয়া) হৈছে অসমীয়া পৰম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। এইবিধ অলংকাৰ অকল সো…
- থেইয়াথেইয়া (/ˈθiːə/; প্ৰাচীন গ্ৰীক: Θεία, ইংৰাজী: Theia) গ্ৰীক কিংবদন্তিত বৰ্ণিত এগৰাকী গ্ৰীক …
- থেইয়া (অপেশ্বৰী)থেইয়া (/ˈθiːə/; প্ৰাচীন গ্ৰীক: Θεία, ইংৰাজী: Theia, আক্ষৰিক অৰ্থ: 'ঈশ্বৰ') গ্ৰীক পৌৰাণিক …
- থেটিছথেটিছ (/ˈθiːtɪs/ বা /ˈθetɪs/; প্ৰাচীন গ্ৰীক: Θέτις, ইংৰাজী: Thetis) গ্ৰীক শ্ৰুতিকথাৰ বিভিন…
- থেমবাংথেমবাং পশ্চিম কামেং জিলাত অৱস্থিত এখন প্ৰাচীন মনপা গাঁও। ই অৰুণাচল প্ৰদেশৰ এখন গুৰুত্বপূৰ্…
- থেমিছগ্ৰীক কিংবদন্তি আৰু ধৰ্ম অনুসাৰে থেমিছ (/ˈθiːmɪs/; ইংৰাজী: Themis; আক্ষৰিক অৰ্থ: 'ন্যায়, …
- থেমিষ্ট (শ্ৰুতিকথা)থেমিষ্ট (প্ৰাচীন গ্ৰীক: Θεμιστώ, ইংৰাজী: Themisto; আক্ষৰিক অৰ্থ: 'আইন বা ৰীতি-নীতিৰ অন্তৰ্…
- থেমিষ্টোথেমিষ্টো (প্ৰাচীন গ্ৰীক: Θεμιστώ, ইংৰাজী: Themisto) গ্ৰীক শ্ৰুতিকথা অনুসৰি থেছালিনৰ ৰাজকুম…
- থেমিষ্টো (ইনাকাছৰ কন্যা)থেমিষ্টো (প্ৰাচীন গ্ৰীক: Θεμιστώ) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী দেৱতা ইনাকাছৰ কন্যা আৰু জিউছৰ…
- থেয়্যামথেয়্যাম ( Theyyam) হৈছে কেৰালাৰ উত্তৰ মালাবাৰ অঞ্চল আৰু কৰ্ণাটকৰ কিছুমান অঞ্চলত প্ৰচলিত হ…
- থেলমা একিয়ৰথেলমা আৰিমিবি একিয়ৰ (Thelma Ekiyor) এগৰাকী নাইজেৰিয়ান অধিবক্তা, সামাজিক উদ্যোগী আৰু ইমপে…
- থেলিয়া (গ্ৰেচ)থেলিয়া (/ˈθeɪliə/ বা /θəˈlaɪə/; ইংৰাজী: Thalia বা Thaleia; আক্ষৰিক অৰ্থ: 'the joyous, the…
- থেলিয়া (নিম্ফ)থেলিয়া (/ˈθeɪliə/ বা /θəˈlaɪə/; প্ৰাচীন গ্ৰীক: Θάλεια, ইংৰাজী: সৰহ; আক্ষৰিক অৰ্থ: "আনন্দম…
- থেলিয়া (নেৰেইড)থেলিয়া (/ˈθeɪliə/ বা /θəˈlaɪə/; প্ৰাচীন গ্ৰীক: Θάλεια থালেইয়া, ইংৰাজী: সৰহ; আক্ষৰিক অৰ্থ…
- থেলিয়া (মিউজ)থেলিয়া (/θəˈlaɪə/ বা /ˈθeɪliə/; প্ৰাচীন গ্ৰীক: Θάλεια; ইংৰাজী: Thalia বা Thaleia; "আনন্দম…
- থেস্পিয়া (শ্ৰুতিকথা)থেস্পিয়া (প্ৰাচীন গ্ৰীক: Θέσπια, ইংৰাজী: Thespia) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ…
- থেৰবাদথেৰবাদ (; পালি: ථේරවාද, সংস্কৃত: 𑀣𑁂𑀭𑀯𑀸𑀤 স্থিৰবাদ) বৌদ্ধ ধৰ্মৰ আটাইতকৈ পুৰণি সম্প্ৰদা…
- থেৰাগাথাথেৰাগাথা (জ্যেষ্ঠ সন্ন্যাসীসকলৰ পদ) হৈছে বৌদ্ধ গ্ৰন্থ, পালি ভাষাৰ চুটি কবিতাৰ সংকলন, যিবোৰ…
- থোইবিমইৰাং থোইবি (পুৰণি মণিপুৰী: মইলাং থোইপি) বা ইৱাংলন থোইবি (পুৰণি মণিপুৰী: ইৱাংলন থোইপি) প্ৰ…
- থোট্টাডাথোট্টাডা: Thottada,ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ কান্নুৰ পৌৰ নিগমৰ এখন উপকূলীয় লোকপিয…
- থোতা সীতাৰাম লক্ষ্মীথোতা সীতাৰাম লক্ষ্মী ( Thota Seetharama Lakshmi; জন্ম: ১২ ছেপ্তেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় …
- থোনবনহলাথনবনহলা হৈছে অফিচিয়েল বাৰ্মিজ প্যান্থেয়ন অৱ নাটৰ পঞ্চম গৰাকী। তাকুনৱান নামৰ মন গাঁৱৰ বাস…
- থোনাকল গোপীথোনাকল গোপী (জন্ম: ২৪ মে' ১৯৮৮) এজন ভাৰতীয় এথলীট। তেওঁ ২০১৬ চনৰ ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅত …
- থোপ্পুম্পাড়ীথোপ্পুম্পাড়ী (തോപ്പുംപടി) হৈছে কোচি, কেৰালাৰ অন্তৰ্গত এখন নগৰ। থোপ্পুম্পাড়ী দলঙে উইলিংডন…
- থোলপাভাকুথুথলপাভাকুথু ( মালয়ালম:തോൽപ്പാവക്കൂത്ത്, তামিল:தோல்பாவைக்கூத்து) ভাৰতৰ কেৰেলা আৰু তামিলনাডু…
- থোৰা ফিডলাৰথোৰা নীলচেন ফিডলাৰ (ইংৰাজী: Thora Nielsen Fiedler; ১৫ মাৰ্চ ১৮৫৪ – ১৩ মাৰ্চ ১৯৪১) এগৰাকী ড…
- থোৰানথোৰান (ইংৰাজী: Thoran; ) বা উত্তৰ কেৰালাত ইয়াক উপেৰী বুলি কোৱা হয়। এইবিধ হৈছে ভাৰতৰ কেৰা…
- থৌনাওজাম ষ্ট্ৰেলা লুৱাংথৌনাওজাম ষ্ট্ৰেলা লুৱাং (Thounaojam Strela Luwang) হ'ল এগৰাকী ভাৰতীয় টেলিভিছন এংকৰ, সামাজ…
- থৌবাল জিলাথৌবাল জিলা (Thoubal district, Pron:/ˈθɑʊbɑːl orˈθɑʊbəl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন…
- থ্ৰিচূৰথ্ৰিচূৰ (Thrissur ) (মালয়ালম: തൃശൂർ; পূৰ্বৰ নাম ট্ৰিচুৰ, ঐতিহাসিক নাম থ্ৰিচিভাপেৰূৰ) ভাৰত…
- থ্ৰিচূৰ পুৰাম প্ৰদৰ্শনীথ্ৰিচূৰ পুৰাম প্ৰদৰ্শনী (Thrissur Pooram Exhibition) হৈছে সৰ্বভাৰতীয় কৃষি, উদ্যোগ, শিক্ষা…
- থ্ৰী ইডিয়টচ্থ্ৰী ইডিয়টচ্ হৈছে ৰাজকুমাৰ হিৰাণি পৰিচালিত ২০০৯ চনত মুক্তি পোৱা এখন হাস্যধৰ্মী ভাৰতীয় হি…
- থ্ৰেডছ এপথ্ৰেডছ (Threads) হৈছে মেটা কোম্পানীৰ এটা নতুন সামাজিক মাধ্যম (social media) এপ, যাক মূলত ট…
- থ্ৰেডিংথ্ৰেডিং হ’ল, ভাৰত আৰু মধ্য এছিয়াত উৎপত্তি হোৱা পুৰুষ আৰু মহিলা উভয়ৰে বাবে নোম আঁতৰোৱাৰ এ…
- থৰজাৰ্মাণিক বিশ্বাসত থৰ (; পুৰণি নৰ্ছ: Þórrৰপৰা) এগৰাকী হাতুৰীধাৰী দেৱতা- বিজুলী, গাজনি, ধুম…
- থৰ মৰুভূমিথৰ মৰুভূমি (Thar Desert) ভাৰতৰ উত্তৰ-পশ্চিম তথা পাকিস্তানৰ দক্ষিণ অংশত অৱস্থিত এখন বিশাল ম…
- থৰ: লাভ এণ্ড থাণ্ডাৰথৰ: লাভ এণ্ড থাণ্ডাৰ (ইংৰাজী: Thor: Love and Thunder) হৈছে মাৰ্ভেল ষ্টুডিঅ'ৰ দ্বাৰা প্ৰযোজ…
- থ′য়ি (শ্ৰুতিকথা)থ′য়ি (প্ৰাচীন গ্ৰীক: Θόη, ইংৰাজী: Thoe; আক্ষৰিক অৰ্থ: 'দ্ৰুত, চঞ্চল') গ্ৰীক শ্ৰুতিকথা অনু…