অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
খ ১৮৪ প্ৰবন্ধ
- খখ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২য় আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মু…
- খ (বঙালী)খ (বঙালী লিপিত খ, আই-পি-এ:/kʱɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২য় আখৰ। ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ…
- খ'চলা কা ঘ'চলাখোচলা কা ঘোচলা (खोसला का घोसला; ইংৰাজী: Khosla's Nest) হ'ল ২০০৬ চনত দিবাকৰ বেনাৰ্জীৰ নিৰ্দ…
- খংখং বা ক্ৰোধ এক তীব্ৰ আৱেগিক অৱস্থা। ইয়াত মনত অনুভূত প্ৰৰোচনা, আঘাত বা ভাবুকিৰ প্ৰতি শক্তি…
- খইৰাবাৰীখইৰাবাৰী (ইংৰাজী: Khoirabari) হৈছে ভাৰতৰ অসম ৰ জিলাৰ ওদালগুৰি জিলাৰ এখন চহৰ। খইৰাবাৰীয়ে খ…
- খগেন গগৈখগেন গগৈ (Khagen Gogoi) অসমৰ এগৰাকী কণ্ঠশিল্পী। বিহুগীত আৰু দেহবিচাৰৰ শিল্পী হিচাপে তেওঁক …
- খগেন মহন্তখগেন মহন্ত অসমৰ খ্যাতিমান কণ্ঠশিল্পী, সুৰকাৰ আৰু গীতিকাৰ; লোকসংগীত, বিশেষকৈ বিহুগীতক আধুনি…
- খগেন্দ্ৰ নাথ পাঠকখগেন্দ্ৰ নাথ পাঠক (Khagendra nath Pathak)ৰ জন্ম হয় ১৯৩৬ চনত বৰপেটাৰ পাটবাউসীত। পিতৃ অমৃতৰ…
- খগেন্দ্ৰনাথ নাথখগেন্দ্ৰনাথ নাথ (২০ শতিকা)ৰ গোৱালপাৰা অঞ্চলৰ মানুহ। ভাৰতীয় মুক্তি আন্দোলনৰ তেওঁ অন্যতম যু…
- খগেশ সেন ডেকাখগেশ সেন ডেকা (জন্ম:১৬ অক্টোবৰ ১৯৫৩ - ১৯ মাৰ্চ ২০২৫ ) অসমীয়া ভাষাৰ গৱেষক আৰু ব্যাকৰণবিদ আ…
- খগেশ্বৰ দত্ত বৰুৱাখগেশ্বৰ দত্ত বৰুৱা (Khageswar Datta Baruah) এজন অসমীয়া শিক্ষক, বিজ্ঞান লেখক আৰু কবি আছিল।…
- খঞ্জৰীখঞ্জৰী হৈছে তালৰ এবিধ প্ৰকাৰ। ছয় বা সাত ইঞ্চিমান ব্যাসৰ কাঠৰ খোলা এটাৰ এফালে চামৰাৰে ছোৱা…
- খটকা (সংগীত)খটকা (ইংৰাজী: Khatka) হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এবিধ গুৰুত্বপূৰ্ণ অলংকাৰ (Alankar) বা…
- খটীয়া পহুখটীয়া পহু(Indian Hog deer, বৈজ্ঞানিক-Axis porcinus), এবিধ হৰিণ জাতীয় জন্তু। ভাৰতৰ অসমত ই…
- খড়্গ প্ৰসাদ শৰ্মা ওলীখড়্গ প্ৰসাদ শৰ্মা ওলী (জন্ম ২২ ফেব্ৰুৱাৰী ১৯৫২, সাধাৰণতে কে পি শৰ্মা ওলী বা সৰলভাৱে কে পি…
- খতমে নবুওৱতখতমে নবুওৱত (নবুয়ত) হ'ল ইছলামী শ্বৰীয়তৰ এটা গুৰুত্বপূৰ্ণ বিষয়। ইছলামী পৰিভাষাত মুহাম্মা…
- খননখনন হৈছে পৃথিৱীৰ পৃষ্ঠৰ পৰা মূল্যৱান ভূতাত্ত্বিক পদাৰ্থ আৰু খনিজ পদাৰ্থ নিষ্কাশন। কৃষি প্ৰ…
- খনমাখনমা নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা বিছ কিলোমিটাৰ পশ্চিমে অৱস্থিত এখন আংগামী নগা গাওঁ। গাওঁ…
- খনাখনা (যাক ডাক বা লীলাৱতী বুলিও জনা যায়) এগৰাকী ভাৰতীয় কবি, দাৰ্শনিক আৰু কিংবদন্তি জ্যোতিষ…
- খনিকৰ (নাট)খনিকৰ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এখন পূৰ্ণাংগ অসমীয়া নাটক। ১৯২৮ চনত লিখিবলৈ আৰম্ভ কৰা …
- খনিকৰ পুথিখনিকৰ পুথি গোলাঘাট জিলাৰ দেৰগাঁৱৰ অন্তৰ্গত মিছামৰা মৌজাৰ খনিকৰ গাঁৱত সংৰক্ষিত এখন পুথি। এ…
- খনিজ পদাৰ্থখনিজ পদাৰ্থ হৈছে প্ৰাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদাৰ্থ। ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নি…
- খনিৰাম মিলিখনিৰাম মিলি (Khaniram Mili; ১৯২৭-২০২৬) অসমৰ শিৱসাগৰ জিলাৰ এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী,…
- খনীন্দ্ৰ চন্দ্ৰ চৌধুৰীখনীন্দ্ৰ চন্দ্ৰ চৌধুৰী (Khanindra Chandra Chowdhury) এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু গুৱাহাটী ব…
- খন্তীয়া হাঁহখন্তীয়া হাঁহ (Northern Shoveler, বৈজ্ঞানিক নাম-Anas clypeata) এবিধ বহুলভাৱে বিস্তৃত হৈ থক…
- খলিফাখলিফা (خليفة ḫalīfah/khalīfah) হ'ল খিলাফত ভিত্তিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান আৰু ইছলামিক শ্বৰি…
- খলিফা (জাতি)খলিফাসকল ভাৰতৰ গুজৰাটৰ ভালছাদ জিলাত বসতি কৰা প্ৰধানকৈ মুছলমান জাতি; পাকিস্তানৰ ৰাজধানী ইছল…
- খলিল জিব্ৰানখালিল জিব্ৰান (Khalil Jibran) এজন লেবাননীয়-আমেৰিকাৰ কবি আৰু লেখক আছিল। খালিল জিব্ৰানক দাৰ…
- খলিহনা মাছখলিহনা (banded gourami, striped gourami, বৈজ্ঞানিক নাম:Trichogaster fasciata) বিষুৱীয় অঞ্…
- খলিহৈখলিহৈ (ইংৰাজী: Mustard Oil Cake বা Mustard Cake) হৈছে সৰিয়হ গুটিৰ পৰা তেল উলিওৱাৰ পাছত অৱ…
- খহুলী দেৱীখহুলী দেৱী ( Khahuli devi) বা খহুলী নাথ বিয়াল্লিছৰ গণ আন্দোলনত শ্বহীদ হোৱা অসমৰ এগৰাকী স্…
- খাইবাৰ পাছ বা গিৰিপথখাইবাৰ পাছ বা খাইবাৰ গিৰিপথ হৈছে পাকিস্তানৰ খাইবাৰ পাখ্তুনখোৱা প্ৰদেশৰ এটা পাহাৰীয়া গিৰিপ…
- খাও চেখাও চে (ข้าวแช่) হৈছে 'শীতল পানীত তিয়াই ৰখা চাউল'। খাও শব্দৰ অৰ্থ হৈছে চাউল আৰু চে শব্দৰ …
- খাও ৰুমখাও ৰুম বা হু-ৰুম হল আহোমসকলৰ একপ্ৰকাৰৰ পৰম্পৰাগত জলপান। ইয়াৰ নাম টাই আহোম ভাষাৰ পৰা আহিছ…
- খাগৰিখাগৰি (বৈজ্ঞানিক নাম: Miscanthus fuscus) নদীকাষৰীয়া অঞ্চলত দেখা পোৱা এবিধ ওখ ঘাঁহজাতীয় উ…
- খাগৰিকটা শহাখাগৰিকটা শহা (Hispid hare; বৈজ্ঞানিক নামঃ Caprolagus hispidus)ক অসম শহাপহু আৰু ব্ৰিষ্টলি …
- খাচী আৰু জয়ন্তীয়া পাহাৰখাচী আৰু জয়ন্তীয়া পাহাৰ পূৰ্বে মূলতঃ অসম আৰু মেঘালয়ৰ অংশ হিচাপে থকা পাহাৰীয়া অঞ্চল। এই…
- খাচী জনগোষ্ঠীখাচী জনগোষ্ঠী হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয়, অসম আৰু বাংলাদেশৰ এটা অষ্ট্ৰো-এছিয়াটিক জনগোষ্…
- খাচী ভাষাখাচী হ'ল এটা অষ্ট্ৰো-এছীয় ভাষা, যিটো ঘাইকৈ ভাৰতৰ মেঘালয় ৰাজ্যত প্ৰচলিত। খাচী ভাষাৰ প্ৰায…
- খাছ মহলখাছ মহল অৰ্থাৎ "প্ৰাসাদৰ সুন্দৰজন", মোগল সম্ৰাট জাহাংগীৰৰ অন্যতম মুখ্য পত্নী আৰু সম্ৰাজ্ঞী…
- খাজাখাজা বা খাজুৰী হৈছে ভাৰতীয় তেলত ভজা পেষ্ট্ৰি, সাধাৰণতে ফল-মূলেৰে ভৰাই বা চেনিৰ চিৰাপেৰে ত…
- খাজা ইউনুছ আলী এনায়েতপুৰীখাজা ইউনুছ আলী এনায়েতপুৰী (আৰবী: يونسعلي العنايتفوري, ইংৰাজী: Yunus Ali Enayetpuri, ১৮৮৬–…
- খাজা মইনুদ্দিন চিষ্টিমুইন আল-দিন হাছান চিষ্টি ছিজ্জী (ফাৰ্চী : معین الدین چشتی, ৰোমানীকৃত: মুইন আল-দীন চিষ্টি; …
- খাজু দলংখাজু দলং (Khaju Bridge) হৈছে ইৰাণৰ ইছফাহানত থকা ইৰাণৰ মালভূমিৰ আটাইতকৈ ডাঙৰ নদী জায়াণ্ডেৰ…
- খাজুৰাহোখাজুৰাহো (Khajuraho), ভাৰতৰ মধ্য প্ৰদেশ ৰাজ্যৰ ছতৰপুৰ জিলাৰ এখন নগৰ পঞ্চায়ত শাসিত চহৰ। এই…
- খাজুৰাহো স্মাৰকসমূহখাজুৰাহো স্মাৰকসমূহ ভাৰতৰ মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ হিন্দু আৰু দিগম্বৰা জৈন মন্দিৰৰ এটা দল…
- খাটু শ্যাম মন্দিৰখাটু শ্যাম জী মন্দিৰ (Khatu Shyam Temple) ভাৰতৰ ৰাজস্থানৰ সীকৰ জিলাৰ অন্তৰ্গত খাটু গাঁৱত অ…
- খাণ্ডেৰী দ্বীপখাণ্ডেৰী ভাৰতৰ মহাৰাষ্ট্ৰৰ উপকূলৰ কাষত মুম্বাইৰ দক্ষিণে অৱস্থিত এটা দুৰ্গ থকা দ্বীপ।
- খাণ্ডৱ বনখাণ্ডৱ বন বা খাণ্ডৱ বনাঞ্চল (সংস্কৃত: खाव वन) বা খাণ্ডৱপ্ৰস্থ (সংস্কৃত:खाण्डवप्रस्थ) মহাভ…
- খাতিখাতি বিশ্বকৰ্মা সম্প্ৰদায়ৰ এটা হিন্দু উপজাতি যি প্ৰধানকৈ উত্তৰ ভাৰতৰ ৰাজ্য ৰাজস্থান, হাৰি…
- খাতিৰ ভাৰখাতিৰ ভাৰ হৈছে বিয়া খাটং কৰিবলৈ যাওঁতে দৰাৰ বাপেকে লগত নিয়া এখন বিশেষ ভাৰ। অসমীয়া বিয়া…
- খাদানখাদান (Khadaan) হৈছে ২০২৪ চনত মুক্তি পোৱা এখন ভাৰতীয় বাংলা ভাষাৰ একচন থ্ৰিলাৰ ছবি, যিখনৰ …
- খাদিজা আলিবেয়োভাখাদিজা আলিবেয়োভা (আজাৰবাইজানী: Xədicə Əlibəyova, ১৮৮৪ – ১৯৬১) আছিল এগৰাকী আজাৰবাইজানী শিক…
- খাদিজা বিন্ত খুৱাইলিদখাদিজা বিন্ত খুৱাইলিদ (প্ৰায় ৫৫৪ – নৱেম্বৰ ৬১৯) আছিল হজৰত মহম্মদৰ প্ৰথম পত্নী। কোৰেইচসকলৰ…
- খাদিজা মমতাজখাদিজা মমতাজ (জন্ম ১৯৫৫) ভাৰতৰ কেৰালা ৰাজ্যৰ এগৰাকী মালয়ালম লেখিকা। তেওঁ পেশাগতভাৱে এগৰাক…
- খাদিজা মাস্তুৰখাদিজা মাস্তুৰ (Khadija Mastoor; উৰ্দু: خدیجہ مستور; ১১ ডিচেম্বৰ ১৯২৭ – ২৫ জুলাই ১৯৮২) এগৰ…
- খাদিজেহ আফজল বজিৰীখাদিজেহ আফজল বজিৰী (Khadijeh Afzal Vaziri; ১৮৮৯ – ৩ জানুৱাৰী ১৯৮১) এগৰাকী ইৰাণী মহিলা অধিক…
- খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যানখাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যান (Khadim Nagar National Park) বাংলাদেশৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ…
- খাদীখাদী বা খদ্দৰ হৈছে ভাৰতীয় উপমহাদেশৰ পূৱ অঞ্চলৰ পৰা আৰম্ভ হোৱা হাতেৰে বোৱা প্ৰাকৃতিক আঁহৰ …
- খাদৈচুক গাঁওখাদৈচুক (Khadoi chuck) অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ এখন গাঁও। জামুগুৰিহাটৰ কেন্…
- খাদ্যখাদ্য হৈছে জীৱৰ পুষ্টিত সহায়তা প্ৰদানৰ বাবে খোৱা কিছুমান পদাৰ্থ। খাদ্যত সাধাৰণত উদ্ভিদ বা…
- খাদ্য আৰু কৃষি সংস্থাৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা বা এফ এ অ হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বত ক্ষু…
- খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগখাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডটো ভাৰতবৰ্ষৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ। কৃষি আৰু নিৰ্মাণ খণ্ডত…
- খাদ্য বিজ্ঞানখাদ্য বিজ্ঞান হৈছে খাদ্যৰ মৌলিক বিজ্ঞান আৰু প্ৰয়োগিক বিজ্ঞান-ইয়াৰ পৰিসৰ কৃষি বিজ্ঞান আৰ্…
- খাদ্য সুৰক্ষাখাদ্য সুৰক্ষা বুলিলে খাদ্যজনিত ৰোগ ৰোধ কৰিব পৰাকৈ খাদ্যৰ প্ৰস্তুতকৰণ, সঞ্চয় আদি দিশ আলোচন…
- খাদ্যশস্যখাদ্যশস্য (Cereal) বা হৈছে ঘাঁহ জাতীয় উদ্ভিদৰ এনে বীজ যাক খাদ্যৰূপে ব্যৱহাৰ কৰা হয়। এই শ…
- খান আব্দুল গফ্ফৰ খানখান আব্দুল গফুৰ খান(Khan Abdul Ghaffar Khan, পেছত:خان عبدالغفار خان সান আব্দুল-গ়াফ়্ফ়াৰ …
- খান একাডেমীখান একাডেমী হৈছে ২০০৮ চনত বাংলাদেশী মূলৰ আমেৰিকান নাগৰিক ছলমান খানে ছাত্ৰ-ছাত্ৰীসকলক অনলাই…
- খান ছাৰপেছাগতভাৱে খান ছাৰ (Khan Sir) নামেৰে পৰিচিত ফৈজল খান (জন্ম ১৯৯৩) বিহাৰৰ পাটনাত বাস কৰা এজন…
- খান জাহান আলিখান জাহান আলি (১৩৬৯ - ২৫ অক্টোবৰ ১৪৫৯) এজন মুছলিম ধৰ্ম প্ৰচাৰক তথা বাংলাদেশৰ বাগেৰহাটৰ খান…
- খানজাদা ৰাজপুতখানজাদা বা খান জাদেহ হৈছে ভাৰতৰ উত্তৰ প্ৰদেশ আৰু ৰাজস্থান ৰাজ্যত পোৱা মুছলমান ৰাজপুতৰ এটা …
- খান্দুৱাখান্দুৱা ( Khandua ) হৈছে ওড়িশাৰ পৰা উৎপাদিত পৰম্পৰাগত "বন্ধা" বা ইকাট শাৰী, যিবোৰ সচৰাচৰ…
- খাপতাদ ৰাষ্ট্ৰীয় উদ্যানখাপতাদ ৰাষ্ট্ৰীয় উদ্যান নেপালৰ সুদূৰ পশ্চিম অঞ্চলত ১৯৮৪ চনত স্থাপিত এখন ৰাষ্ট্ৰীয় উদ্যান…
- খামটি জনগোষ্ঠীটাই খামটি (খামতি) বা খামটি শান হল চীনৰ য়ুন্নান প্ৰদেশ, ম্যানমাৰৰ কাচিন ৰাজ্যৰ খাম টি লুং,…
- খামটি ভাষাটাই-খামটি ভাষা (খামটি:တဲးၵံးတီႈ) উত্তৰ-পূব ভাৰত আৰু মানদেশত বসবাস কৰা খামটি জনগোষ্ঠীৰ লোকস…
- খাময়াং ভাষাখাময়াং ভাষা অসমৰ এক সংকটজনক টাই ভাষা, যিটো খাময়াং জনগোষ্ঠীয়ে কয় ৷ প্ৰায় পঞ্চাশজন লোকে…
- খাময়াঙ জনগোষ্ঠীটাই-খাময়াঙ জনগোষ্ঠী বা চিয়াম হ’ল অসমত বসবাস কৰা উত্তৰ পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল। এওঁলো…
- খামাজ ঠাটখামাজ হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুঃস্থানী সংগীতৰ দহটা ঠাট (মূল স্কেল)ৰ ভিতৰত এটা। ইয়াক এ…
- খামুন ৰাজমন্ত্ৰী ফুকনখামুন ৰাজমন্ত্ৰী ফুকন আহোম ৰাজশাসনৰ ৰাজমন্ত্ৰী আছিল। তেওঁ আহোম ৰজাঘৰৰ নাওবৈচা ফুকন-ও আছিল।…
- খাম্বা আৰু থোইবিখাম্বা আৰু থোইবি ( Khamba and Thoibi) প্ৰাচীন কিংবদন্তি এটা মেইটেই সংস্কৃতি, লগতে মেইটেই প…
- খাম্বা থোইবি জাগোইখাম্বা থোইবি জাগোই হ'ল এটা পৰম্পৰাগত মণিপুৰী অনুষ্ঠান আৰু নাট্য নৃত্যৰ ধৰণ। সাধাৰণতে লয় হ…
- খালখাল বা কৃত্ৰিম জলপথ (Canal) হৈছে নিষ্কাশন ব্যৱস্থাপনাৰ বাবে (যেনে বান নিয়ন্ত্ৰণ আৰু জলসিঞ…
- খালিদা জাহিৰখালিদা জাহিৰ (১৯২৭–২০১৫), যাৰ বানান খালদা জাহিৰ, চুডানৰ প্ৰথম মহিলা চিকিৎসক আৰু মহিলা অধিক…
- খালীগীখালীগী (আৰবী خليج ৰ পৰা) পাৰস্য উপসাগৰীয় দেশ ইৰাক, চৌদি আৰব, কুৱেইট, ওমান, বাহৰেইন, কাটাৰ…
- খালীদ হোছেইনিখালীদ হোছেইনি এগৰাকী আফগান তথা আমেৰিকান শৰনাৰ্থী সাহিত্যিক, চিকিৎসক আৰু সমাজসেৱক।
- খালেদা জিয়াখালেদা জিয়া (Khaleda Zia; জন্ম: খালেদা খানম পুতুল; ১৯৪৫ চন–৩০ ডিচেম্বৰ ২০২৫) এগৰাকী বাংলা…
- খালেহৰিয়াট বিধানসভা সমষ্টিখালেহৰিয়াট বিধানসভা সমষ্টি (Khliehriat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয…
- খাৰখোৱাখাৰখোৱা এটা অসমীয়া শব্দ যাৰ দ্বাৰা এনে এজন লোকক বুজোৱা হয় যিজন আৱশ্যকীয়ভাৱে অসমীয়া নৃগ…
- খাৰচী পূজাখাৰচী পূজা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পূৰাণখ্যাত ত্ৰিপুৰা ৰাজ্যৰ উৎসৱ৷ এই পূজা প্ৰতি বছৰ আহাৰ…
- খাৰী বাৱলীখাৰী বাৱলী (Khari Baoli) ভাৰতৰ দিল্লীৰ পাইকাৰী গেলামালৰ দোকান আৰু এছিয়াৰ সৰ্ববৃহৎ পাইকাৰী…
- খাৰুখাৰু পৰম্পৰাগতভাৱে হাতত পিন্ধা কঠিন ঘূৰণীয়া অলংকাৰ যিবোৰ সাধাৰণতে বিভিন্ন ধাতু, কাঠ, কাঁচ…
- খাৰুপেটীয়াখাৰুপেটীয়া (IPA: ˌkɑːrʊˈpiːtɪə)(Kharupetia) অসমৰ দৰং জিলাত অৱস্থিত এখন নগৰ। এই অঞ্চলটো মঙ…
- খাৰ্চী পূজাখাৰ্চী পূজা ত্ৰিপুৰাৰ জনজাতিসকলৰ মাজত প্ৰচলিত এটা জনপ্ৰিয় উৎসৱ। এই পূজাত ত্ৰিপুৰাত থকা হি…
- খাৰ্চীখাৰ্চী হৈছে ত্ৰিপুৰাত ৰ্পালন কৰা এক উৎসৱ। অতীজতে ৰাজপৰিয়াল সসূহে চৈধ্যজন দেৱতাক স্মৰণ কৰ…
- খিচড়ীখিচড়ী (ইংৰাজী: Kichadi) হৈছে কেৰালাৰ ৰন্ধনশৈলীত ব্যৱহৃত পাচড়ীৰ এবিধ টেঙা সংস্কৰণ। এই টেঙ…
- খিচিৰিখিচিড়ি বা খিচিৰি হৈছে দক্ষিণ এছিয়াৰ খাদ্যত চাউল আৰু মচুৰ দাইলৰ দ্বাৰা তৈয়াৰী এবিধ খাদ্য…
- খিলঞ্জীয়া নাৰীবাদখিলঞ্জীয়া নাৰীবাদ (Indigenous feminism) হৈছে নাৰীবাদৰ এক আন্তঃবিভাজনমূলক তত্ত্ব আৰু অনুশী…
- খিলঞ্জীয়া লোকখিলঞ্জীয়া (𑜁𑜢𑜤𑜰𑜫:𑜎า𑜃𑜫𑜊𑜣 khér laan zi Indigenous peoples অন্যনাম: ভূমিপুত্ৰ, থলু…
- খিলানখিলান (Arch, আৰ্ক) হৈছে বেঁকা আকাৰৰ উলম্ব গঠন যি তলৰ খালী স্থান পাৰ হৈ থাকে। খিলানে ওপৰৰ ভ…
- খিলেৰিহাটখিলেৰিহাট (Khliehriat) হৈছে ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব জয়ন্তীয়া পাৰ্বত্য জিলাৰ মুখ্য কাৰ্য…
- খীৰ ভৱানী মন্দিৰখীৰ ভৱানী মন্দিৰ ( খীৰ ভৱানী বা ৰাগনিয়া দেৱী মন্দিৰ হৈছে ভাৰতৰ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ উত…
- খীৰা মৰলখীৰা মৰল(১৬-১৭ শতিকা)ৰ প্ৰকৃত নাম আছিল ক্ষীৰদ সিং চৌধুৰী। বৰপেটাৰ সুন্দৰীদিয়াত তেওঁৰ জন্ম…
- খুকুৰী (গোৰ্খা)খুকুৰী হৈছে ভাৰতীয় উপমহাদেশৰপৰা উৎপত্তি হোৱা ব্লেডত সুকীয়া ৰিকাৰ্ভ থকা একপ্ৰকাৰৰ কটাৰী ব…
- খুছবু গ্ৰেৱালখুছবু গ্ৰেৱাল এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ খুছবু কোছাৰ নামেৰেও পৰি…
- খুছৱন্ত সিংখুছৱন্ত সিং (Khushwant Singh; ২ ফেব্ৰুৱাৰী, ১৯১৫ – ২০ মাৰ্চ, ২০১৪) এজন প্ৰসিদ্ধ ভাৰতীয় সা…
- খুজিস্তা আখতাৰ বানুখুজিস্তা আখতাৰ বানু (Khujista Akhtar Banu) ১৯ শতিকাৰ শেষৰ ফালে এগৰাকী সাহিত্যিক, বঙালী সমা…
- খুদিমাৰীখুদিমাৰী ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ অন্তৰ্গত এখন সৰু গাঁও। এই গাঁওখন …
- খুদ্দাকা নিকায়খুদ্দাকা নিকায় (শব্দগত অৰ্থ 'ক্ষুদ্ৰ সংগ্ৰহ') হৈছে সুত্ত পিটকৰ পাঁচটা নিকায় বা সংগ্ৰহৰ ভ…
- খুন চেং খুন ফায়েনখুন চেং খুন ফায়েন (থাই: ขุนช้างขุนแผน) থাই লোককথাৰ এটা কিংবদন্তিৰ আধাৰত ৰচিত এখন মহাকাব্য…
- খুন ভৰী মাংগ্খুন ভৰী মাংগ্ (Khoon Bhari Maang ) ১৯৮৮ চনৰ ৰাকেশ ৰোশন পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় হ…
- খুন্দনাখুন্দনা তামোল খুন্দি খাবৰ বাবে ব্যৱহাৰ কৰা এবিধ সঁজুলি। এই সঁজুলিবিধ অসমত বিশেষভাৱে প্ৰচলি…
- খুমটাইগোলাঘাট নগৰৰ পৰা প্ৰায় ১৮ কি মি উত্তৰ পশ্চিমত “খুমটাই” অৱস্থিত। ইয়াৰ পূবে ঢেকিয়াল মৌজা,…
- খুমটাই বিধানসভা সমষ্টিখুমটাই বিধানসভা সমষ্টি (ইংৰাজী: Khumtai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰা…
- খুশী কবীৰখুশী কবীৰ (Khushi Kabir) এগৰাকী বাংলাদেশী সমাজকৰ্মী, নাৰীবাদী, আৰু পৰিৱেশবিদ।
- খুশী কাপুৰখুশী কাপুৰ (Khushi Kapoor; জন্ম: ৫ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী ভাষ…
- খুৰমান গাচিমোভাখুৰমান গাচিমোভা(:Khuraman Gasimova, আজাৰবাইজানী: জুৰাম কাছিমোভা) এগৰাকী আজাৰবাইজান অপেৰা গ…
- খুৰশীদ বানোখুৰশীদ বানো (Khursheed Bano; ১৪ এপ্ৰিল ১৯১৪-১৮ এপ্ৰিল ২০০১) এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্প…
- খুৰ্জা মৃৎশিল্পখুৰ্জা মৃৎশিল্প (Khurja pottery) ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ বুলন্দশ্বাহৰ জিলাৰ খুৰ্জাত প্ৰচ…
- খুৱানা মাৰিয়াখুৱানা মাৰিয়া (ইংৰাজী: Juana Maria; মৃত্যু: ১৯ অক্টোবৰ ১৮৫৩), ইতিহাসত চান নিকোলাছ দ্বীপৰ …
- খুৱালুংখুৱালুং ( खुवालुङ) নেপালৰ সপ্তকোশী নদীত থকা আৰু কিৰাটি জনসাধাৰণৰ বাবে এটা পৱিত্ৰ শিল। উদয়…