অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
য ২৭৩ প্ৰবন্ধ
- যয অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু …
- যকৃৎযকৃৎ হৈছে মেৰুদণ্ডী আৰু অন্য কিছু প্ৰাণীৰ এটা অত্যাৱশ্যকীয় অংগ। মানুহৰ ক্ষেত্ৰত ই মধ্যচ্ছ…
- যক্ষযক্ষ (Yakshas) হৈছে একপ্ৰকাৰৰ বনদেৱতা। তেওঁলোক সাধাৰণতে কোমল অন্তৰৰ হয় যদিও কোনো কোনো সময…
- যক্ষগণযক্ষগণ (Yakshagana) হৈছে দক্ষিণ কানাড়া, উডুপি, উত্তৰ কানাড়া, শিমোগা আৰু চিকমাগালুৰ জিলাৰ…
- যক্ষিণীযক্ষিণী (यक्षिणी) বা যক্ষি হৈছে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ পৌৰাণিক আখ্যানসমূহত উল্লেখ থকা…
- যক্ষী (ভাস্কৰ্য)যক্ষী (Yakshi (sculpture)) হ'ল ভাৰতৰ কেৰালা ৰাজ্যৰ মালমপুজা বান্ধৰ কাষতে থকা পলাক্কাডৰ মাল…
- যক্ষ্মাযক্ষ্মা হৈছে বিভিন্ন প্ৰকাৰৰ মাইক'বেক্টেৰিয়া, বিশেষকৈ মাইক'বেক্টেৰিয়াম টিউবাৰকুল'ছিছৰ দ্…
- যখাৰযখাৰ পটাছিয়ামৰ এবিধ যৌগ। ইয়াৰ ৰাসায়নিক নাম পটাছিয়াম নাইট্ৰেট (KNO3)। ই পটাছিয়াম আয়ন …
- যখিনী (চুটি ছবি)যখিনী (Jokhini) অসমীয়া ভাষাৰ এখন চুটি ছবি। ইয়াত বিংশ শতিকাৰ এগৰাকী গৰ্ভৱতী মহিলা আৰু অসম…
- যখিনী মোনাযখিনী মোনা বা শংকৰ মোনা (Malayan urn vine) বা ডিচচিডিয়া মেজৰ, ডিচচিডিয়া প্ৰজাতিৰ এবিধ পৰ…
- যখিনী লতাযখিনী লতা (বৈজ্ঞানিক নাম:Valaris solanacea) এপ’চাইনেচি (Apocynaceae) পৰিয়ালৰ এবিধ গছত বগু…
- যজুৰ্বেদযজুৰবেদ হিন্দুধৰ্মৰ প্ৰধান শাস্ত্ৰ চাৰিখন বেদৰ অন্যতম এখন বেদ। বৈদিক যুগৰ সভ্যতা আৰু সংস্ক…
- যজ্ঞযজ্ঞ (यज्ञ, আক্ষৰিক অৰ্থ: 'বলিদান, ভক্তি, পূজা, প্ৰসাদ') শব্দই হিন্দু ধৰ্মত পবিত্ৰ অগ্নিৰ …
- যজ্ঞ বেজবৰুৱাযজ্ঞ বেজবৰুৱা (Jajna Bezbaruah;১৯৩৯-২০২০)আছিল অসমৰ নগাঁও জিলাৰ এগৰাকী স্বনামধন্য সংগীতজ্ঞ,…
- যজ্ঞেশ্বৰ শৰ্মাযজ্ঞেশ্বৰ শৰ্মা (Jageswar Sharma) (১৯০৬-১৯৯৮) এজন অসমীয়া সাহিত্যিক, প্ৰবন্ধকাৰ,অনুবাদক, স…
- যতি-চিনআমি মনৰ ভাব স্পষ্টকৈ প্ৰকাশ কৰিবলৈ কথা কওঁতে শব্দ বা বাক্যৰ মাজত কিছু সময় বিৰতি লওঁ বা অৰ…
- যতিন মিপুনযতীন মিপুন (Jatin Mipun) এজন লেখক আৰু ভাৰতীয় পুলিচ সেৱাত যোগদান কৰা প্ৰথমজন মিচিং জনগোষ্ঠ…
- যতীন গোস্বামীনৃত্যাচাৰ্য যতীন গোস্বামী এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। ভাৰতৰ শাস্ত্ৰীয় ন…
- যতীন বৰাযতীন বৰা অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক-প্ৰযোজক। ১৯৮৯ চনৰ …
- যতীন্দ্ৰ কুমাৰ বৰগোহাঞিযতীন্দ্ৰ কুমাৰ বৰগোহাঞি (Jatindra Kumar Borgohain) অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক, অৰ্থনী…
- যতীন্দ্ৰ নাথ দুৱৰাযতীন্দ্ৰ নাথ দুৱৰা (Jatindra Nath Duwara; ১৮৯২–১৯৬৪) অসমৰ এগৰাকী কবি আৰু সাহিত্যিক আছিল। অ…
- যতীন্দ্ৰনাথ গোস্বামীযতীন্দ্ৰনাথ গোস্বামী (Jatindranath Goswami) ১৯১৮ চনৰ ১২ নৱেম্বৰত যোৰহাট জিলাৰ টীয়ক নেপালী…
- যতীন্দ্ৰনাথ দাসযতীন্দ্ৰনাথ দাস (২৭ অক্টোবৰ ১৯০৪ – ১৩ ছেপ্টেম্বৰ ১৯২৯), “যতীন দাস" নামেৰে অধিক পৰিচিত, এগৰ…
- যথাৰীতি (গ্ৰন্থ)যথাৰীতি হৈছে সমালোচক প্ৰভাত বৰাৰ এখন অতিশয় গুৰুত্বপূৰ্ণ সাহিত্য-সমালোচনাধৰ্মী প্ৰবন্ধ সংক…
- যথাৰ্থ অৰ্থবিজ্ঞানযথাৰ্থ অৰ্থবিজ্ঞানে (Positive Economics) বিষয়সমূহ যেনেদৰে থাকে তেনেদৰেই অধ্যয়ন কৰে। অৰ্থ…
- যদু (কিম্বদন্তি ৰজা)যদু হিন্দু ধৰ্মত যদু বংশৰ প্ৰতিষ্ঠাপক। তেওঁক ৰজা যযাতি আৰু তেওঁৰ ৰাণী দেৱযানীৰ জ্যেষ্ঠ পুত…
- যদু ভট্ট (চলচ্চিত্ৰ)যদু ভট্ট (Jadu Bhatta) ১৯৫৪ চনত নিৰ্মিত আৰু নীৰেন লাহিৰীৰ দ্বাৰা পৰিচালিত এখন বঙালী ভাষাৰ …
- যদুনাথ ভট্টাচাৰ্যযদুনাথ ভট্টাচাৰ্য বা যদু ভট্ট (Jadunath Bhattacharya; ১৮৪০ – ৪ এপ্ৰিল ১৮৮৩) এজন ভাৰতীয় সং…
- যদুনাথ সিংযদুনাথ সিং (Jadunath Singh; ১৯১৬ –১৯৪৮) আছিল ভাৰতীয় সেনাৰ এজন সৈনিক। তেওঁক ১৯৪৭ চনৰ ভাৰত-…
- যদুমণিদেৱযদুমণিদেৱ (Jadumonidev)) হৈছে গোপাল আতাৰ এজন প্ৰধান শিষ্য। তেওঁ বৰপেটালৈ যাওঁতে নাৰায়ন দা…
- যনিযনি হৈছে এপিয়েচি (বা উমবেললাইফে) পৰিয়ালৰ এবিধ একবৰ্ষী গুল্মজাতীয় উদ্ভিদ। ইয়াক ইংৰাজীত …
- যন্ত্ৰযন্ত্ৰ হৈছে এনে এক ভৌতিক ব্যৱস্থা যিয়ে শক্তি ব্যৱহাৰ কৰি বল প্ৰয়োগ কৰে আৰু গতি নিয়ন্ত্ৰ…
- যন্ত্ৰ কাপোৰযন্ত্ৰ কাপোৰ বা ফা যন্ত (থাই: ผ้ายันต์) হৈছে যন্ত্ৰ নামেৰে জনাজাত বৌদ্ধ গুপ্ত শিলালিপিৰে স…
- যন্ত্ৰ শিক্ষণযন্ত্ৰ শিক্ষণ বা মেশ্বিন লাৰ্নিং (ML) হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ এটা অধ্যয়নৰ ক্ষেত্ৰ যিয়ে…
- যন্তৰ মন্তৰ (জয়পুৰ)যন্তৰ মন্তৰ ৰাজস্থানৰ জয়পুৰৰ প্ৰতিষ্ঠাপক ৰাজপুত ৰজা ছাৱাই জয় সিংহই নিৰ্মাণ কৰিছিল। ইয়াত…
- যন্তৰ মন্তৰ, নতুন দিল্লীনতুন দিল্লীৰ যন্তৰ মন্তৰ (Jantar Mantar) হৈছে খালি চকুৰে পৰ্যবেক্ষণৰ উদ্দেশ্যে নিৰ্মাণ কৰা…
- যমযম বা যমৰাজ (यम:) হৈছে হিন্দু ধৰ্মৰ মৃত্যু আৰু ন্যায়ৰ দেৱতা। তেওঁক কাল, ধৰ্মৰাজ আৰু ধৰ্মপ…
- যম লাখুটিযম লাখুটি (বৈজ্ঞানিক নাম:Cheilocostus speciosus) জিঞ্জিবাৰেচি (Zingiberaceae)পৰিয়ালৰ এবিধ…
- যমদূতযমদূত (সংস্কৃত- यमदूत) হিন্দু ধৰ্মমতে মৃত্যুৰ দূত। পাতালৰ দেৱতা যমৰ প্ৰতিনিধি হিচাপে তেওঁল…
- যমাই দেৱীযমাই দেৱী মন্দিৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ সতৰা জিলাৰ আউন্ধ চহৰৰ এটা পাহাৰীয়া কমপ্লেক্সত অৱস্থিত।…
- যমান্তকযমান্তক (यमान्तक) বা বজ্ৰভৈৰৱ হৈছে বজ্ৰযান বৌদ্ধধৰ্মৰ এগৰাকী দেৱতা। তেওঁক কোনো কোনো সময়ত …
- যমুনা (অভিনেত্ৰী)যমুনা (জন্ম: নিপ্পানিচ Jamuna; ৩০ আগষ্ট ১৯৩৬ – ২৭ জানুৱাৰী ২০২৩) এগৰাকী অভিনেত্ৰী, পৰিচালক…
- যমুনা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। যমুনা শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: * যমু…
- যমুনা কৃষ্ণণযমুনা কৃষ্ণণ (জন্ম: ২৫ মে' ১৯৭৪) এগৰাকী ভাৰতীয় অজৈৱ ৰসায়নবিজ্ঞানী। তেওঁ ২০১৪ চনৰ আগষ্ট ম…
- যমুনা গুৰুং (ফুটবলাৰ)যমুনা গুৰুং এগৰাকী নেপালী ফুটবল খেলুৱৈ। তেওঁ নেপালৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল দল প্ৰাক্তন অধি…
- যমুনা টুডুযমুনা টুডু ( Jamuna Tudu) এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী। তেওঁ আৰু আন পাঁচগৰাকী মহিলাই তেওঁ ব…
- যমুনা দেৱীযমুনা দেৱী (Jamuna Devi, ১৯২৯ চনৰ ১৯ নৱেম্বৰ – ২০১০ চনৰ ২৪ ছেপ্টেম্বৰ) মধ্যপ্ৰদেশৰ ভাৰতীয়…
- যমুনা নদীযমুনা (यमुना) উত্তৰ ভাৰতৰ এক অন্যতম প্ৰধান নদী। এইখন ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় নদী গঙ্গা…
- যমুনা বড়োযমুনা বড়ো (Jamuna Boro; জন্ম: ৭ মে' ১৯৯৭) এগৰাকী ভাৰতীয় অপেছাদাৰী মহিলা বক্সাৰ। তেওঁ ৰাছ…
- যমুনা বৰুৱাযমুনা বৰুৱা (১০ অক্টোবৰ ১৯১৯ – ২৪ নৱেম্বৰ ২০০৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৩৬ চনত মুক্তি …
- যমুনা শৰণ সিংযমুনা শৰণ সিং (Jamuna Sharan Singh; জন্ম ১৯৪১) এগৰাকী ভাৰতীয় পৰিৱেশ বিজ্ঞানী, শিক্ষাবিদ আ…
- যমুনাবাই ৱাইকৰযমুনাবাই ৱাইকৰ (ইংৰাজী: Yamunabai Waikar; ৩১ ডিচেম্বৰ ১৯১৫ – ১৫ মে' ২০১৮), সংগীত আৰু নৃত্য…
- যমুনামুখযমুনামুখ ( হৈছে অসমৰ হোজাই জিলাৰ এখন গাঁও। যমুনা নদীৰ পাৰত অৱস্থিত কাৰণে গাঁওখনৰ নাম যমুনা…
- যমুনালাল বাজাজযমুনালাল কানিৰাম বাজাজ জন্ম হৈছিল ৪ নৱেম্বৰ ১৮৮৯ চনত –মৃত্যু ১১ ফেব্ৰুৱাৰী ১৯৪২ চন। যমুনাল…
- যমুনেশ্বৰী খাটনিয়াৰযমুনেশ্বৰী খাটনিয়াৰক (Jamuneswari Khatoniyar) (১৮৯৯-১৯২৪) অসমীয়া সাহিত্যৰ ৰমন্যাসিক যুগৰ…
- যমুনোত্ৰী মন্দিৰযমুনোত্ৰী মন্দিৰ (Yamunotri Temple) ভাৰতৰ উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ৩,২৯১ মিটাৰ (১০,৭৯৭ …
- যযাতিযযাতি (ययाति) হিন্দু পৰম্পৰাৰ এজন বিখ্যাত পৌৰাণিক ৰজা। তেওঁক চন্দ্ৰবংশৰ ৰজা হিচাপে বৰ্ণনা …
- যলযলা জাযীৰাযলযলা জাযীৰা পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ। এই দ্বীপটো ২০১৩ চ…
- যশপালযশপাল সিং আছিল হিন্দী ভাষাৰ, একাধাৰে এগৰাকী লেখক, প্ৰবন্ধকাৰ, ৰাজনৈতিক বিশ্লেষক, সমাজবাদী …
- যশপাল ভাট্টিযশপাল ভাট্টি (Jaspal Singh Bhatti; ৩ মাৰ্চ ১৯৫৫ – ২৫ অক্টোবৰ ২০১২) আছিল এগৰাকী ভাৰতীয় কৌত…
- যশপাল শৰ্মাযশপাল শৰ্মা (; ১১ আগষ্ট ১৯৫৪ – ১৩ জুলাই ২০২১) এজন ভাৰতীয় আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ।…
- যশপ্ৰীত বুমৰাহযশপ্ৰীত যশবীৰসিং বুমৰাহ (Jasprit Jasbirsingh Bumrah, জন্ম: ৬ ডিচেম্বৰ ১৯৯৩) ভাৰতীয় আন্তঃৰ…
- যশস্বী জয়ছোৱালযশস্বী ভূপেন্দ্ৰ কুমাৰ জয়ছোৱাল (Yashasvi Jaiswal, জন্ম ২৮ ডিচেম্বৰ ২০০১) ভাৰতীয় আন্তঃৰাষ…
- যশিকা আনন্দযশিকা আনন্দ (ইংৰাজী: Yashika Aannand; জন্ম: ৪ আগষ্ট ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আ…
- যশোদাযশোদা পুৰাণ সম্বন্ধিত হিন্দু বিশ্বাস অনুসৰি নন্দ ৰজাৰ পত্নী আৰু শ্ৰীকৃষ্ণৰ পালক মাতৃ। ভাগৱ…
- যশোদা বিমলধৰ্মযশোদা বিমলধৰ্ম (යශෝධා විමලධර්ම) হৈছে শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ নাটক আৰু টেলিভিছনৰ এগৰাকী অ…
- যশোদাবেন মোদীযশোদাবেন নৰেন্দ্ৰভাই মোদী (জন্ম নাম: চিমনলাল মোডী; জন্ম ১৯৫২) এগৰাকী ভাৰতীয় প্ৰাক্তন বিদ্…
- যশোধৰাযশোধৰা (Yaśodharā; Yasodharā) এজন শ্ৰমণ হোৱাৰ উদ্দেশ্যে গৃহ-ত্যাগ নকৰালৈকে ৰাজকুমাৰ সিদ্ধা…
- যশোধৰা বাগচীযশোধৰা বাগচী ( Jasodhara Bagchi; ১৯৩৭-৯ জানুৱাৰী ২০১৫) আছিল এগৰাকী আগশাৰীৰ ভাৰতীয় নাৰীবাদ…
- যশোধৰা ৰাজে সিন্ধিয়াযশোধৰা ৰাজে সিন্ধিয়া (জন্ম-১৯ জুন ১৯৫৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ শিৱৰাজ সিং চৌহানৰ…
- যশোধৰা ৰায়চৌধুৰীযশোধৰা ৰায়চৌধুৰী (জন্ম: ১৯৬৫) এগৰাকী ভাৰতীয় কবি। তেওঁ কেইবাখনো বাংলা কবিতা সংকলন ৰচনা কৰ…
- যশৱন্ত গড়, অৰুণাচল প্ৰদেশযশৱন্ত গড় বা যশৱন্ত গড় ৱাৰ মেম’ৰিয়েল হৈছে অৰুণাচল প্ৰদেশৰ ছেলা পাছত নিৰ্মিত এটি যুদ্ধ স…
- যশৱন্ত সিংযশৱন্ত সিং (; ৩ জানুৱাৰী ১৯৩৮ – ২৭ ছেপ্টেম্বৰ ২০২০) আছিল ভাৰতীয় সেনাৰ এজন বিষয়া আৰু কেন্…
- যশৱন্ত সিং ৰাৱতৰাইফলমেন যশৱন্ত সিং ৰাৱত (Jaswant Singh Rawat), এমভিচি (১৯ আগষ্ট ১৯৪১ - ১৭ নৱেম্বৰ ১৯৬২) ভ…
- যশৱন্ত সিনহাযশৱন্ত সিনহা (Yashwant Sinha; জন্ম ৬ নৱেম্বৰ ১৯৩৭) এজন ভাৰতীয় প্ৰশাসক আৰু ৰাজনীতিবিদ। প্ৰ…
- যষ্টিমধুযষ্টিমধু হৈছে Glycyrrhiza glabraৰ সাধাৰণ নাম। ই হৈছে বীনৰ পৰিয়াল Fabaceaeৰ অন্তৰ্গত এবিধ …
- য়য় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু…
- য়'ক' টাৱাডায়'ক' টাৱাডা (多和田葉子 Tawada Yōko,, জন্ম ২৩ মাৰ্চ, ১৯৬০) বৰ্তমান জাৰ্মানীৰ বাৰ্লিনত বাস কৰা …
- য়'ড্-বেচেড' প্ৰভাৱয়'ড্-বেচেড' প্ৰভাৱ (Jod-Basedow effect, Jod-Basedow syndromeand বা Jod-Basedow phenomeno…
- য়'হান গটলীব ফিশট্যয়'হান গটলীব ফিশট্য (Johann Gottlieb Fichte,; ১৯ মে ১৭৬২ – ২৯ জানুৱাৰী ১৮১৪) আছিল এজন জাৰ্…
- য়'হান ৱল্ফগাং ফন গ্যটেয়’হান ৱল্ফগাং ফন গ্যটে (Johann Wolfgang von Goethe,; ২৮ আগষ্ট ১৭৪৯ – ২২ মাৰ্চ ১৮৩২) আছিল …
- য়'হানেছ গুটন্বাৰ্গজ'হানেছ গুটন্বাৰ্গ, সম্পূৰ্ণ নাম Johannes Gensfleisch zur Laden zum Gutenberg ( আনুমানিক …
- য়নমি পাৰ্কয়নমি পাৰ্ক (কোৰিয়ান: 박연미; জন্ম ৪ অক্টোবৰ ১৯৯৩) হৈছে এগৰাকী উত্তৰ কোৰিয়াৰ পলাতক, ইউটিউবা…
- য়শ চোপ্ৰায়শ ৰাজ চোপ্ৰা (২৭ ছেপ্টেম্বৰ ১৯৩২ - ২১ অক্টোবৰ ২০১২)) এজন হিন্দী বোলছবিৰ লগত জড়িত ভাৰতীয…
- য়শ ৰাজ ফিল্মছয়শ ৰাজ ফিল্মছ হৈছে য়শ চোপ্ৰাৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতৰ এটা মনোৰঞ্জক কোম্পানী। য়শ চোপ্ৰাৰ…
- য়শ্বিনৰী অহচুমিয়শ্বিনৰী অহচুমি (Yoshinori Ohsumi; 大隅 良典; জন্ম: ৯ ফেব্ৰুৱাৰী, ১৯৪৫) এজন জাপানী কোষ জীৱবিজ…
- য়াং লিং-ফুয়াং লিং-ফু (ইংৰাজী: Yang Ling-fu; জন্ম: ১৬ ডিচেম্বৰ, ১৮৮৯ – ৪ ছেপ্টেম্বৰ, ১৯৭৮) এগৰাকী চী…
- য়াংজে নদীয়াংজে নদী (Yangtze River) ( or ), (Chinese: 长江, Cháng Jiāng), (চীনা নাম - Chang Jiang বা …
- য়াওশংয়াওশং (Yaosang) বসন্ত ঋতুত পাঁচদিন জুৰি উদযাপন কৰা মণিপুৰৰ এটা উৎসৱ। মেইটেই কেলেণ্ডাৰৰ ‘ল…
- য়াকুব মেমনয়াকুব আব্দুল ৰাজ্জাক মেমন মুম্বাইৰ অপৰাধ জগতৰ এজন কুখ্যাত ব্যক্তি যাক ১৯৯৩ চনৰ ১২ মাৰ্চ শ…
- য়াচিংফায়াচিংফা (𑜊𑜡 𑜏𑜢𑜂𑜫 𑜇𑜡,Ya Sing Pha, অন্য উচ্চাৰণ: যাছিংফা) হৈছে তাঈ আহোমসকলৰ বাবে এগ…
- য়াছমিন আলী হকইয়াছমিন আলী হক (Yasmin Ali Haque)এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু ভাৰতত ইউনিচেফৰ দেশ প্ৰতিনিধ…
- য়াছমিন লাফিত্তেয়াছমিন লাফিত্তে (আৰবী: ياسمين لافيت) এগৰাকী ফৰাচী-মৰক্কোৰ প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী,…
- য়াছমিন লীয়াছমিন লী এগৰাকী কম্বোডিয়ান আমেৰিকান ট্ৰেন্সজেণ্ডাৰ পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু…
- য়াছমিন শইকীয়ায়াছমিন শইকীয়া (Yasmin Saikia) হৈছে হাৰ্ড-নিকাচ'ছ চেয়াৰ ইন পিছ ষ্টাডিজ আৰু এৰিজোনা ষ্টেট…
- য়াজিদিয়াজিদি (Yazidi) কূৰ্দিছ আৰু আৰবী ভাষী এটা জাতি। এওঁলোক জ'ৰ'ষ্ট্ৰীয়ানিজম (Zoroastrianism)…
- য়াদৱী - দ্য ডিগ্নিফাইড প্ৰিন্সেছয়াদৱী– দ্য ডিগ্নিফাইড প্ৰিন্সেছ'(Yadvi – The Dignified Princess) হৈছে জ্যোতি সিঙৰদ্বাৰা প…
- য়ান নিংয়ান নিং (চীনা: 颜宁; জন্ম ২১ নৱেম্বৰ ১৯৭৭; নিয়েং য়ান বুলিও জনা যায়) এগৰাকী চীনা গাঁথনিগত…
- য়ান হুই (জিইউয়ান)য়ান হুই (জিইউয়ান)(Yan Hui(Ziyuan) এজন চীনা দাৰ্শনিক আছিল। তেওঁ কনফুচিয়াছৰ আটাইতকৈ প্ৰিয…
- য়ানুং জামোহ লেগোয়ানুং জামোহ লেগো ( Yanung Jamoh Lego; জন্ম: ৯ জুলাই ১৯৬৩) ভাৰতৰ অৰুণাচল প্ৰদেশৰ এজন বনৌষধ…
- য়ামিন হাজৰিকায়ামিন হাজৰিকা (Yamin Hazarika, ১৯৫৬ - ২৫ জুলাই ১৯৯৯) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আ…
- য়ামী গৌতময়ামী গৌতম ধৰ (Yami Gautam Dhar, ২৮ নৱেম্বৰ, ১৯৮৮) হৈছে প্ৰধানকৈ হিন্দী ছবিত অভিনয় কৰা এগ…
- য়ায়ই কুচামায়ায়ই কুচামা (草間 彌生, Yayoi Kusama, জন্ম ২২ মাৰ্চ ১৯২৯) এগৰাকী জাপানী সমসাময়িক শিল্পী যি …
- য়ালচুকয়ালচুক হৈছে তুৰ্কী ধৰ্ম-গল্পত জোন দেৱী। প্ৰাচীন তুৰ্কী লোক ধৰ্মবিশ্বাস আৰু পৌৰাণিক কাহিনী…
- য়াহু!য়াহু! এক ৱে'ব সেৱা প্ৰদানকাৰী। ইয়াৰ মুখ্য কাৰ্যালয় কেলিফ'ৰ্নিয়াৰ চানীভেইলত অৱস্থিত। ই …
- য়িন আৰু য়াংচীনা দৰ্শনত য়িন আৰু য়াং ( yīnyáng, "আন্ধাৰ-ঊজ্বল", "ঋণাত্মক-ধনাত্মক")-এ এই কথাক বুজাই যে…
- য়িয়ুন লিয়িয়ুন লি (Yiyun Li, জন্ম:৪ নৱেম্বৰ, ১৯৭২) হৈছে আমেৰিকাত অধ্যাপনা কৰি থকা চীনত জন্মা এগৰা…
- য়িলিন ঝংয়িলিন ঝং (চীনা: 钟宜霖 / 鍾宜霖) হৈছে এগৰাকী ব্ৰিটিছ-চীনা সাংবাদিক, চিত্ৰনাট্যকাৰ আৰু সৰ্বাধিক …
- য়ু জুয়ানয়ু জুয়ান (ইংৰাজী: Yu Juan; জন্ম: ১৯৭৯ – ১৯ এপ্ৰিল, ২০১১) চীনৰ ফুডান বিশ্ববিদ্যালয়ৰ এগৰা…
- য়ুগ'স্লেভিয়াৰ দূৰভাষ নম্বৰয়ুগ'স্লেভিয়াৰ দূৰভাষ নম্বৰ সমূহৰ আৰম্ভণিতে থাকে ৩টা সংখ্যাযুক্ত স্থান সংকেত আৰু তাৰ পিছত…
- য়ুন ঝুয়ুন ঝু (ইংৰাজী: Yun Zhu; জন্ম: ২৯ জুলাই ১৭১১ – ১ জুন ১৮৩৩), যাক ৱাংলান য়ুন ঝু বা 'লেটাচ …
- য়ুন বো-মিয়ুন বো-মি (ইংৰাজী: Yoon Bo-mi; কোৰিয়ান: 윤보미; জন্ম: ১৩ আগষ্ট, ১৯৯৩, বোমি নামেৰে জনাজাত) এ…
- য়ুন্নানয়ুন্নান হৈছে দক্ষিণ-পশ্চিম চীনৰ এটা অভ্যন্তৰীণ প্ৰদেশ। প্ৰদেশটোৰ আয়তন প্ৰায় ৩৯৪,০০০ বৰ্…
- য়ুবিইউবি, পূৰ্বে Cred Avenue নামেৰে পৰিচিত, এটা ভাৰতীয় ফিনটেক কোম্পানী যিয়ে নিজৰ ডিজিটেল প্ল…
- য়ুভাল নোৱা হাৰাৰি{{Infobox scientist | name = য়ুভাল নোৱা হাৰাৰি | native_name = יובל נח הררי | native_name…
- য়ুমলেম্বম গম্ভিনী দেৱীয়ুমলেম্বম গম্ভিনী দেৱী (Yumlembam Gambhini Devi, জন্ম: ১ জানুৱাৰী ১৯৪৫) এগৰাকী ভাৰতীয় কণ…
- য়ুয়ানয়ুয়ান ঝৌয়ুয়ানয়ুয়ান (YY) ঝৌ এগৰাকী চীনা আৰু আমেৰিকান কম্পিউটাৰ বিজ্ঞানী আৰু উদ্যোগী। তেওঁ ছান ড…
- য়ুৰি গেগেৰিনয়ুৰি এলেক্সিয়েভিচ গেগেৰিন (Yuri Alekseyevich Gagarin) (Ю́рий Алексе́евич Гага́рин; ৯ মাৰ…
- য়ুৰেই নাগাচিমায়ুৰেই নাগাচিমা (Yurie Nagashima, 長島 有里枝, জন্ম ১৯৭৩) এগৰাকী জাপানী ফটোগ্ৰাফাৰ, সমসাময়িক শ…
- য়ুৱিকা চৌধুৰীয়ুৱিকা চৌধুৰী (ইংৰাজী: Yuvika Chaudhary; জন্ম: ২ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয…