অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
দ ৭৪৪ প্ৰবন্ধ
- দিলীপ কুমাৰ বৰুৱাদিলীপ কুমাৰ বৰুৱা (১৯৪৩- ২৭ এপ্ৰিল, ২০১৭) অসমৰ এজন শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ। তাৰ্কি…
- দিলীপ চৌধুৰীদিলীপ চৌধুৰী (Dilip Choudhuri) হৈছে এগৰাকী অসমীযা সংগীতৰ একান্ত সাধক।
- দিলীপ ফুকনদিলীপ ফুকন (ইংৰাজী: Dilip Phookan) (জন্ম: ১ আগষ্ট ১৯৫৫) অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট কব…
- দিলীপ বৰাঅধ্যাপক দিলীপ বৰা (ইংৰাজী Dilip Borah); জন্ম: ১৯৬৪, ১ আগষ্ট) একাধাৰে লেখক, সমালোচক, সম্পাদ…
- দিলীপ বৰুৱাদিলীপ বৰুৱা (Dilip Barua) হৈছে অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক, সমালোচক আৰু অনুবাদক। অসম …
- দিলীপ শইকীয়াদিলীপ শইকীয়া (Dilip Saikia) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ ৰাজ…
- দিলীপ শৰ্মাদিলীপ শৰ্মা অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ আৰু সংগীতশিল্পী। কলিকতা ৰেডিঅ'ত অসমীয়া গীত গোৱা ত…
- দিলীপ শৰ্মা (গণিত লেখক)ড° দিলীপ শৰ্মা (-) এগৰাকী অসমীয়া গণিত অধ্যাপক, শিক্ষাবিদ, লেখক। হাইস্কুল শিক্ষান্ত পৰীক্ষ…
- দিল্লীদিল্লী (Delhi, दिल्ली), আধিকাৰীক নাম দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (National Capital Ter…
- দিল্লী আৰক্ষীদিল্লী আৰক্ষী (Delhi Police) হৈছে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ডৰ আইন প্ৰয়োগকাৰী সংস্থ…
- দিল্লী গলফ ক্লাবদিল্লী গলফ ক্লাব (DGC) ভাৰতৰ দিল্লীত অৱস্থিত এটা প্ৰখ্যাত গলফ ক্লাব। সদস্যপদ পোৱাটো অতি কঠ…
- দিল্লী দৰবাৰদিল্লী দৰবাৰ ভাৰতৰ সম্ৰাট বা সম্ৰাজ্ঞীৰ ৰাজপাটত বহাৰ উদ্যাপনৰ উদ্দেশ্যে ভাৰতৰ দিল্লীৰ ক'ৰ…
- দিল্লী ফটোগ্ৰাফী মহোৎসৱদিল্লী ফটো ফেষ্টিভেল (Delhi Photo Festival) হৈছে দিল্লীত নজৰ ফাউণ্ডেচনে আয়োজন কৰা দুবছৰীয…
- দিল্লী বিশ্ববিদ্যালয়দিল্লী বিশ্ববিদ্যালয় (Delhi University) চমুকৈ ডিইউ ভাৰতৰ দিল্লীত অৱস্থিত এখন কলেজীয়া গৱে…
- দিল্লী মহিলা আয়োগদিল্লী মহিলা আয়োগ (Delhi Commission for Women, DCW) হৈছে ভাৰতৰ দিল্লীত সংবিধান আৰু অন্যান…
- দিল্লী মেট্ৰ ৰে'ল নিগমদিল্লী মেট্ৰ' ৰেল নিগম (ডিএমআৰচি) হৈছে কেন্দ্ৰ-ৰাজ্যৰ যৌথ উদ্যোগ যিয়ে দিল্লী মেট্ৰ' আৰু ন…
- দিল্লী হাটদিল্লী হাট হৈছে ভাৰতৰ দিল্লীত অৱস্থিত এখন প্ৰৱেশ-মূল্য দি সোমোৱাৰ ব্যৱস্থা থকা মুকলি বজাৰ,…
- দিল্লীৰ জিলাসমূহভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীক ১১ খন জিলাত ভাগ কৰা হৈছে। ১৯৯৭ চনৰ জানুৱাৰী মাহত ইয…
- দিল্লীৰ নৰ-বানৰদিল্লীৰ নৰ-বানৰ ( Monkey-man of Delhi), যাক ফেচ স্ক্ৰেচাৰ বা ক’লা বান্দৰ বুলিও কোৱা হয়, ২…
- দিল্লীৰ হোটেলৰ অগ্নিকাণ্ড২০১৪ চনৰ ১২ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৪.৩০ বজাত দিল্লী চহৰৰ কৰোল বাগ অঞ্চলৰ হোটেল অৰ্পিত পেল…
- দিলৰুবা আহমেদদিলৰুবা আহমেদ এগৰাকী আমেৰিকান লেখিকা, শিক্ষাবিদ আৰু কবি। তেওঁ বাংলাদেশী বংশোদ্ভূত। তেওঁৰ ৰ…
- দিলৰুবা ইয়াছমিন ৰুহীদিলৰুবা ইয়াছমিন ৰুহী (ইংৰাজী: Dilruba Yasmeen Ruhee; জন্ম: ২৫ মে’ ১৯৮৮) এগৰাকী বাংলাদেশী …
- দিলৱালে দুলহনিয়া লে জায়েংগেদিলৱালে দুলহনিয়া লে জায়েংগে (DDLJ) হৈছে আদিত্য চোপ্ৰাৰ পৰিচালনাত ১৯৯৫ চনৰ ২০ অক্টোবৰত মু…
- দিশপুৰ মহাবিদ্যালয়দিশপুৰ মহাবিদ্যালয় গুৱাহাটীৰ গণেশগুৰিত অৱস্থিত এক মহাবিদ্যালয় ৷ এইখন মহাবিদ্যালয় গুৱাহা…
- দিশা পাটানিদিশা পাটানি(:Disha Patani, উচ্চাৰণ [ˈd̪ɪʃa paːʈəˈni]; জন্ম ১৩ জুন ১৯৯২ ) এগৰাকী ভাৰতীয় অভ…
- দিশা পাণ্ডেদিশা পাণ্ডে (ইংৰাজী: Disha Pandey) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তামিল চলচ্চিত্ৰত অভিনয় …
- দিশা পাৰমাৰদিশা পাৰমাৰ বৈদ্য (Disha Parmar Vaidya; জন্ম: ১১ নৱেম্বৰ ১৯৯৪) হিন্দী টেলিভিছন জগতৰ এগৰাকী…
- দিশানীদিশানী (ইংৰাজী: Disani) ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ আগতে নুৰিস্তানী জনগোষ্ঠীয়ে উপাসনা কৰা এগৰাক…
- দিহানামদিহানাম অসমৰ শংকৰী সংগীতৰ অন্তৰ্গত এবিধ বিশেষ সংগীতশৈলী। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্ব…
- দিহিং নদীদিহিং নদী (বা বুঢ়ী দিহিং) ব্ৰহ্মপুত্ৰ নদৰ এটি ডাঙৰ উপনৈ, যি অৰুণাচল প্ৰদেশ আৰু উজনি অসমৰ …
- দিহিং পাটকাই উৎসৱদিহিং পাটকাই উৎসৱ (Dehing Patkai Festival) হৈছে অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানীত অনুষ্ঠিত …
- দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান (Dehing Patkai National Park) অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়…
- দিৱোদাসদিৱোদাস বাধ্ৰ্যশ্ব, এজন ভাৰত-আৰ্য্যমূলৰ বা মধ্য ঋগ্বেদ যুগত ভাৰতৰ ৰজা (তেওঁৰ উদাৰতাৰ বাবে …
- দিৱ্যঙ্কা ত্ৰিপাঠীদিৱ্যঙ্কা ত্ৰিপাঠী জন্ম হয় ১৯৮৪ চনৰ ১৪ ডিচেম্বৰত। তেওঁ এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন…
- দীক্ষা ডাগাৰদীক্ষা ডাগাৰ ( Diksha Dagar; জন্ম: ১৪ ডিচেম্বৰ ২০০০) এগৰাকী ভাৰতীয় পেছাদাৰী গলফাৰ যি বধিৰ…
- দীক্ষাভূমিদীক্ষাভূমি যাৰ বানান দীক্ষভূমি বুলিও কোৱা হয়, ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ নাগপুৰ চহৰত অৱস্থিত…
- দীক্ষু শৰ্মাদীক্ষু শৰ্মা এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ অসমীয়া গীতৰ লগতে হিন্দী আৰু বঙালী গীততো কণ্…
- দীঘলতীদীঘলতী বা দীঘলতি ল'ৰেচি পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ বনৰীয়া গছ।ই এবিধ বহুবৰ্ষজীৱী, গুল্মজা…
- দীঘলনেজীদীঘলনেজী হাঁহ (Northern Pintail, বৈজ্ঞানিক নাম-Anas acuta) সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত …
- দীঘলীপুখুৰীদীঘলীপুখুৰী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গুৱাহাটীত অৱস্থিত এটা আয়তাকাৰ (rectangular) কৃত্ৰি…
- দীঘা–সোণপুৰ দলংদীঘা–সোণপুৰ দলং বা জে পি সেতু হৈছে গংগা নদীৰ ওপৰেৰে ৰেল-কম-ৰোড তীখাৰ ট্ৰাছ দলং, যিয়ে পাটন…
- দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল আঁচনিগ্ৰামীণ কৌশল আঁচনি বা ডিডিইউ-জিকেৱাই হৈছে ভাৰত চৰকাৰৰ যুৱ নিয়োগ আঁচনি।
- দীনদয়াল উপাধ্যায়পণ্ডিত দীনদয়াল উপাধ্যায় (২৫ চেপ্তেম্বৰ ১৯১৬- ১১ ফ্ৰেব্ৰুৱাৰী ১৯৬৮) এজন ভাৰতীয় ৰাজনীতিক …
- দীননাথ বেজবৰুৱাদীননাথ বেজবৰুৱা (Dinanath Bezbarua, জন্ম:১৮১৩ খ্ৰী, মৃত্যু:১৮৯৫ খ্ৰী) মহাৰাজ পুৰন্দৰ সিংহৰ…
- দীননাথ শৰ্মাদীননাথ শৰ্মা (Dinanath Sarmah) আছিল "আৱাহন" যুগৰ এগৰাকী অসমীয়া গল্পকাৰ। তেখেতে ১৯১৪ চনৰ ১…
- দীননাথ শৰ্মা (আৱাহনৰ সম্পাদক)দীননাথ শৰ্মা আছিল অসমীয়া সাহিত্য আলোচনী "আৱাহন"ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু এগৰাকী চিকিৎসক। …
- দীনবন্ধু (চলচ্চিত্ৰ)দীনবন্ধু হৈছে ২০০৪ চনৰ ১৫ অক্টোবৰত মুক্তি লাভ কৰা মুনিন বৰুৱা পৰিচালিত আৰু কৃষ্ণ ৰয়, গোপা…
- দীনবন্ধু পুৰস্কাৰদিনবন্ধু পুৰস্কাৰ হ'ল পশ্চিম বংগৰ এক সন্মানীয় নাট্য বঁটা। ১৯৮৩ চনত পশ্চিম বংগ চৰকাৰৰ তথ্য…
- দীনবন্ধু মিত্ৰদীনবন্ধু মিত্ৰ ( জন্ম-১০ এপ্ৰিল,১৮২৯ মৃত্যু-১ নভেম্বৰ,১৮৭৩) আছিল বঙালী ভাষাৰ এজন লেখক তথা …
- দীনা পাঠকদীনা পাঠক ( Dina Pathak; জন্ম: গান্ধী, ৪ মাৰ্চ ১৯২২ – ১১ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় চলচ্…
- দীনা শনিচৰদীনা শনিচৰ (১৮৬০ বা ১৮৬১–১৮৯৫) এজন বন্য ল’ৰা আছিল। ১৮৬৭ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ উত্তৰ প্…
- দীনেশ গোস্বামীদীনেশ গোস্বামী (Dinesh Goswami) এজন ভাৰতীয় ৰাজনীতিক আছিল। ১৯৮৯ চনত তেওঁ ভি পি সিং চৰকাৰত …
- দীনেশ চন্দ্ৰ গোস্বামীড॰ দীনেশ চন্দ্ৰ গোস্বামী (Dinesh Chandra Goswami) অসমৰ এগৰাকী বিজ্ঞানী, সাহিত্যিক, নাট্যকা…
- দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্পদীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প হ'ল দীনেশ চন্দ্ৰ গোস্বামী বিৰচিত অসমীয়া কল্পবিজ্…
- দীনেশ দাসদীনেশ দাস (Dinesh Das, ১৯৪১-বৰ্তমান) অসমৰ এজন অভিনেতা। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰ, মঞ…
- দীনেশ ভ্ৰমাৰদীনেশ ভ্ৰমাৰ ( জন্ম: ২৬ জুন ১৯৩৯) ভাৰতৰ বিহাৰৰ এজন হিন্দী আৰু ভোজপুৰী ভাষাৰ কবি। তেখেতে ভো…
- দীপ গগৈদীপ গগৈ (জন্ম ১৭ ডিচেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ ভা…
- দীপ মেধিদীপাংকৰ "দীপ" মেধি বিশ্বৰ এগৰাকী আগশাৰীৰ অসমীয়া কম্পিউটাৰ বিজ্ঞানী আৰু অধ্যাপক। কম্পিউটাৰ…
- দীপক কুমাৰ দাসদীপক কুমাৰ দাস (Dipak Kumar Das) হৈছে এগৰাকী অসমীয়া বিজ্ঞানী৷ তেখেত ভাৰতীয় মহাকাশ গৱেষণা…
- দীপক চান্দ জৈনদীপক চান্দ জৈন বৰ্তমান মাৰ্কেটিঙৰ ইনছেড অধ্যাপক (ইংৰাজী: INSEAD Chaired Professor)। তেওঁ ২…
- দীপক ধৰদীপক ধৰ (Deepak Dhar, জন্ম: ৩০ অক্টোবৰ ১৯৫১) এগৰাকী ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু প…
- দীপক ভট্টাচাৰ্যদীপক ভট্টাচাৰ্য অসমৰ এজন ৰাজনীতিবিদ আৰু হাইলাকান্দি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল…
- দীপক মিশ্ৰন্যায়াধীশ দীপক মিশ্ৰ (জন্ম ৩ অক্টোবৰ ১৯৫৩) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৫তম মুখ্য ন্যায়াধীশ…
- দীপক শৰ্মাদীপক শৰ্মা (Dipak Sarma, ২৩ আগষ্ট, ১৯৬৮ – ৩ নৱেম্বৰ, ২০২৫) অসম, ভাৰতৰ এগৰাকী বাঁহী বাদক। ত…
- দীপলিনা ডেকাদীপলিনা ডেকা (Deeplina Deka) অসমৰ এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী। বৈদ্যুতিক অভিযান্ত্ৰিক …
- দীপা কুমাৰদীপা কুমাৰ (Deepa Kumar) এগৰাকী ভাৰতীয় আমেৰিকান পণ্ডিত আৰু সক্ৰিয় কৰ্মী। তেওঁ ৰাটজাৰ্ছ ব…
- দীপা কৰ্মকাৰদীপা কৰ্মকাৰ (জন্ম: ৯ আগষ্ট ১৯৯৩) ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত জন্মগ্ৰহণকাৰী এগৰাকী ভাৰতীয় আ…
- দীপা খন্দকাৰদীপা খন্দকাৰ (ইংৰাজী: Deepa Khandakar; জন্ম: ২৮ নৱেম্বৰ) এগৰাকী বাংলাদেশী টেলিভিছন অভিনেত্…
- দীপা নাৰায়ণদীপা নাৰায়ণ (দীপা নাৰায়ণ-পাৰ্কাৰ): Deepa Narayan এগৰাকী সমাজ বিজ্ঞানী যিয়ে চুপ: ব্ৰেকিং…
- দীপা মাদীপা মা নামেৰে পৰিচিত ননী বালা বৰুৱা, থেৰাভাদা বৌদ্ধ ধৰ্মৰ এগৰাকী ভাৰতীয় ধ্যান শিক্ষয়িত্…
- দীপা মালিকদীপা মালিক (Deepa Malik; জন্ম ৩০ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় এথলীট। ২০১৬ চনৰ গ্ৰীষ্মকা…
- দীপা মেহতাদীপা মেহতা (Deepa Mehta; জন্ম: ১ জানুৱাৰী ১৯৫০) হৈছে এগৰাকী ভাৰতীয় মূলৰ ছবি পৰিচালক। বৰ্ত…
- দীপা শ্বাহীদীপা শ্বাহী (: Deepa Sahi; জন্ম: ৩০ নৱেম্বৰ ১৯৬২) সেনা পটভূমিৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰ…
- দীপাংকৰ বৰাদীপাংকৰ বৰা (Dipankar Borah; জন্ম: ১১ অক্টোবৰ ১৯৯৪) অসমৰ এগৰাকী উদ্ভিদবিজ্ঞানী, অধ্যাপক আৰ…
- দীপাংকৰ ভট্টাচাৰ্যদীপাংকৰ ভট্টাচাৰ্য (Dipankar Bhattacharjee) অসমৰ এগৰাকী প্ৰখ্যাত বেডমিণ্টন খেলুৱৈ। তেওঁ বা…
- দীপানী ছিলভাদীপানী ছিলভা (সিংহল: දීපානි සිල්වා), যাৰ আন এটা নাম হৈছে দীপানী ডি ছিলভা (সিংহল: දීපානි ධී…
- দীপান্বিতা শৰ্মাদীপান্বিতা শৰ্মা (Dipannita Sharma) বলিউডত খ্যাতি লাভ কৰা এগৰাকী অসমীয়া অভিনেত্ৰী তথা ছুপ…
- দীপান্বিতা ৰায়দীপান্বিতা ৰায় (Dipanwita Roy) এগৰাকী বঙালী লেখিকা আৰু সাংবাদিক। তেওঁ যাদৱপুৰ বিশ্ববিদ্যা…
- দীপামণি হালৈ মহন্তদীপামণি হালৈ মহন্ত এগৰাকী লেখক, অধ্যাপক৷ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহয…
- দীপালি দত্তডাঃ দীপালি দত্ত(Deepali Dutta) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ মনোৰোগ বিশেষজ্ঞ। তেওঁ গুৱাহাটী চিকিৎস…
- দীপালী পন্ত যোশীদীপালী পন্ত যোশী (Deepali Pant Joshi) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এগৰাকী প্ৰাক্তন কাৰ্যবাহী সঞ্চ…
- দীপালী বৰঠাকুৰদীপালী বৰঠাকুৰ (Deepali Borthakur, ৩০ জানুৱাৰী, ১৯৪১ - ২১ ডিচেম্বৰ ২০১৮) অসমৰ এগৰাকী প্ৰসি…
- দীপিকা কামাইয়াদীপিকা কামাইয়া (ইংৰাজী: Deepika Kamaiah) এগৰাকী ভাৰতীয় মডেলৰপৰা চলচ্চিত্ৰ অভিনেত্ৰী হোৱা…
- দীপিকা কুমাৰীদীপিকা কুমাৰী (Deepika Kumari; জন্ম: ১৩ জুন ১৯৯৪) এগৰাকী ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ। তেও…
- দীপিকা চিখলিয়াদীপিকা চিখলিয়া টোপীৱালা (Dipika Chikhlia Topiwala, জন্ম: ২৯ এপ্ৰিল ১৯৬৫) এগৰাকী ভাৰতীয় অ…
- দীপিকা ঠাকুৰদীপিকা ঠাকুৰ ( Deepika Thakur; জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৮৭) এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰ…
- দীপিকা ডেকাদীপিকা ডেকা (Dipika Deka) এগৰাকী ভাৰতীয় চিকিৎসাবিদ, অধ্যাপক তথা স্ত্ৰী আৰু প্ৰসূতিৰোগ বিশ…
- দীপিকা পাডুকনদীপিকা পাডুকন বা দীপিকা পাডুকনি (Deepika Padukone; জন্ম: ৫ জানুৱাৰী, ১৯৮৬) হ'ল এগৰাকী ভাৰত…
- দীপিকা বৰগোহাঁইদীপিকা বৰগোহাঁই ( Dipika Borgohain; জন্ম: ১৯৩২ মৃত্যু: ২০২৪) এগৰাকী প্ৰবন্ধকাৰ, সমালোচক, অ…
- দীপ্তি ওমচেৰী ভল্লাদীপ্তি ওমচেৰী ভল্লা, জন্ম ১৯৫৭ চন, দিল্লী বিশ্ববিদ্যালয়ৰ সংগীত আৰু চাৰু-কলা অনুষদৰ কৰ্ণাট…
- দীপ্তি কাপুৰদীপ্তি কাপুৰ (জন্ম:-১৯৮০) বৰ্তমান পৰ্তুগালৰ নিবাসী এগৰাকী ভাৰতীয় লেখিকা আৰু সাংবাদিক। তেও…
- দীপ্তি জীৱনজীদীপ্তি জীৱনজী (Deepthi Jeevanji; জন্ম ২৭ ছেপ্টেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় পেৰা-এথলীট। ২০২৪ …
- দীপ্তি নাভালদীপ্তি নাভাল (Deepti Naval; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৫২) এগৰাকী ভাৰতীয়-আমেৰিকান অভিনেত্ৰী, পৰ…
- দীপ্তি ফুকন পাটগিৰিদিপ্তী ফুকন পাটগিৰি (DIPTI PHUKAN PATGIRI) একাধাৰে এগৰাকী অসমীয়া ভাষাবিদ, সাহিত্যিক, অধ্য…
- দীপ্তি শৰ্মাদীপ্তি ভগৱান শৰ্মা (জন্ম ২৪ আগষ্ট ১৯৯৭) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। বাঁওহতীয…
- দীপ্তি সতীদীপ্তি সতী ( Deepti Sati) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ মালয়ালম ছবিত অ…
- দীপ্তিৰেখা পাঢ়ীদীপ্তিৰেখা পাঢ়ী এগৰাকী ওড়িয়া টেলিভিছন অভিনেত্ৰী আৰু মুখ্য কণ্ঠশিল্পী। তেওঁ ওড়িয়া চলচ্…
- দীপৰ বিলদীপৰ বিল (Dipor Bil) হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি…
- দীয়া চুজানা বাজাজদীয়া চুজানা বাজাজ ( Deeya Suzannah Bajaj; জন্ম: ৯ মাৰ্চ ১৯৯৪) এগৰাকী ভাৰতীয় দুঃসাহসিক ক্…
- দীশা ৰবিদীশা আনাপ্পা ৰবি (Disha Annappa Ravi; জন্ম: ১৯৯৮/৯৯, বাংগালোৰ) ভাৰত চৰকাৰে অভিযোগ দৰ্শাইছি…
- দীৰ্ঘতমাদীৰ্ঘতমা আছিল ঋগবেদৰ দাৰ্শনিক পদ্যৰ বাবে সুপৰিচিত এজন প্ৰাচীন ভাৰতীয় ঋষি। তেওঁ ঋগবেদৰ প্ৰ…
- দীৰ্ঘম্যাদী ক'ভিডদীৰ্ঘদিনীয়া ক’ভিড বা দীৰ্ঘম্যাদী ক’ভিড হৈছে ক’ভিড-১৯ সংক্ৰমণৰ প্ৰাৰম্ভিক সময়ৰ পিছতো স্থা…
- দীৰ্ঘেশ্বৰী দেৱালয়দীৰ্ঘেশ্বৰী দেৱালয় বা দীৰ্ঘেশ্বৰী মন্দিৰ অসমৰ উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদৰ পাৰত অৱস্থি…
- দীৱানা (১৯৯২ চনৰ চলচ্চিত্ৰ)দীৱানা হ'ল ৰাজ কানৱাৰৰ পৰিচালিত আৰু সাগৰ সাৰহাদীৰ ৰচিত ১৯৯২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ৰোমান…
- দুঃশলাদুঃশলা (Sanskrit: दुःशला), (দুঃশলা নামটো দুশলা হিচাপেও ঠায়ে ঠায়ে লিখা দেখা যায়) কৌৰৱ কূ…
- দুঃশাসনদুঃশাসন (সংস্কৃত: दुःशासन) অন্ধৰাজ ধৃতৰাষ্ট্ৰ আৰু ৰাণী গান্ধাৰীৰ দ্বিতীয় পুত্ৰ। তেখেত মহা…
- দুআইছলামী পৰিভাষাত, দুআ (دُعَاء, বহুবচন: أدْعِيَة; বহুত সময়ত: 'দুয়া') শব্দটোৰ আক্ষৰিক অৰ্থ …
- দুখু মাঝিদুখু মাঝি (Dukhu Majhi) পশ্চিমবংগৰ এগৰাকী পৰিৱেশ কৰ্মী। বিগত পাঁচটা দশকত তেওঁ ৫,০০০ৰো অধিক…
- দুগদুগীদুগদুগী এবিধ অসমীয়া সোণৰ বিশেষ লকেট। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰ…
- দুগুণ বোজাদুগুণ বোজা (Double burden,যাক দুগুন দিন, দ্বিতীয় শ্বিফ্ট আৰু ডাবল ডিউটি বুলিও কোৱা হয়) হ…
- দুগ্ধ আঁহদুগ্ধ বা গাখীৰৰ আঁহ বা দুগ্ধৰ উল হৈছে এজলন, এটা পুনৰ্নিৰ্মিত কৰা প্ৰ’টিন আঁহ যিটো গাখীৰত প…
- দুগ্ধ আত্মীয়তাদুগ্ধ আত্মীয়তা (milk kinship) হৈছে অজৈৱিক মাতৃয়ে শিশুক লালনৰ সময়ত দুগ্ধ পানৰ জড়িয়তে গ…
- দুগ্ধনলী বন্ধ হোৱাদুগ্ধনলী বন্ধ হোৱা (কেতিয়াবা গাখীৰৰ নলী বন্ধ হোৱা বা বন্ধ হোৱা বুলিও কোৱা হয়) হ’ল শিশুক …
- দুতিৰাম বৰুৱাদুতিৰাম বৰুৱা (Dutiram Baruah) অসমৰ এজন স্বাধীনতা সংগ্ৰামী তথা এগৰাকী চাহখেতিয়ক আছিল। ১৮৫…
- দুধ পতি চাহদুধ পতি চাহ (Hindi: दूध पत्ति चाय, Urdu: دودھ پتی چائے) হৈছে এক প্ৰসিদ্ধ চাহ পানীয়, যি ভা…
- দুধনৈদুধনৈ অসমৰ গোৱালপাৰা জিলাৰ এক অঞ্চল। দুধনৈ গোৱালপাৰা জিলাৰ এক ৰাজহ চক্ৰ আৰু উন্নয়ন খণ্ড।
- দুধনৈ বিধানসভা সমষ্টিদুধনৈ বিধানসভা সমষ্টি (Dudhnai Assembly constituency) উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমৰ ১২৬খন বিধ…
- দুধনৈ মহাবিদ্যালয়দুধনৈ মহাবিদ্যালয় (Dudhnoi College) হৈছে ১৯৭২ চনত স্থাপিত অসমৰ গোৱালপাৰা জিলাৰ দুধনৈত অৱস…
- দুধমতীদুধমতী (মৈথিলী: दूधमती) হৈছে ভাৰতীয় উপমহাদেশৰ মিথিলা অঞ্চলৰ সমতল ভূমিত বৈ যোৱা এখন পবিত্ৰ…
- দুনিয়া আবুতালেবদুনিয়া আলী এম. আবুতালেব (Dunya Abutaleb; জন্ম: ১৭ জুন ১৯৯৭) হ'ল ছৌদি আৰৱৰ এগৰাকী টাইকোৱাণ…