দিলীপ ফুকন (ইংৰাজী ভাষা: Dilip Phookan) (জন্ম: ১ আগষ্ট ১৯৫৫) অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট কবি, ঔপন্যাসিক আৰু সাহিত্য সমালোচক। তেখেতৰ জন্ম হয় বোকাখাতৰ কুৰুৱাবাহীত। বৰ্তমান তেখেত তেজপুৰৰ বাসিন্দা। সত্তৰৰ দশকতে অসমীয়া সাহিত্যত কবি হিচাপে আত্মপ্ৰকাশ কৰা দিলীপ ফুকনে চাৰিখন কবিতা পুথি,এখন উপন্যাস ৰচনা কৰিছে। তদুপৰি অসমীয়া সাধুকথাসমূহৰ বস্তুনিষ্ঠ আলোচনাৰে লোকজীৱনৰ মনোধ্বনি শীৰ্ষক গ্ৰন্থ ৰচনা কৰিছে।১
সাহিত্যকৰ্ম
কবিতা পুথি
- বিপ্লৱ প্লাৱন
- দৈকলা সাতোঁৰে য'ত
- দুনাই অগ্নিত আখৈ ফুটে
- দৈৱাৎ এহালি দেওহাঁহ (২০২১)১
উপন্যাস
- জল পদুমৰ পানচৈ১
উপন্যাসিকা
- অস্তি ধনশিৰি তীৰে (সাতসৰী (আলোচনী) প্ৰকাশিত)১
অন্যান্য গ্ৰন্থ
- লোকজীৱনৰ মনোধ্বনি১
বঁটা
- নৰ্থ-ইষ্ট ফাউণ্ডেচনৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ (২০২২)১
তথ্যসূত্ৰ
- ↑ (২০২৩). দিলীপ ফুকনলৈ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ. অসমীয়া প্ৰতিদিন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিলীপ ফুকন” প্ৰবন্ধৰ সংশোধন ৬৩৯৮১০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।