দীপক ভট্টাচাৰ্য অসমৰ এজন ৰাজনীতিবিদ আৰু হাইলাকান্দি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল।১ ২০১৯ চনৰ ২৯ জানুৱাৰীত ৭৯ বয়সত তেখেতৰ মৃত্যু হৈছিল।২
তথ্যসূত্ৰ
- ↑ Assam Assembly Election Results in 1978. www.elections.in
- ↑ (29 January 2019). Former CPI(M) MLA Dipak Bhattacharjee no more. The Assam Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপক ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৩৮৯৬৩৩ (৩০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।