অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
দ ৭৪৪ প্ৰবন্ধ
- দেৱকুথুদেৱকুথু ( Devakoothu) ভাৰতৰ কেৰালাত পৰিবেশন কৰা এক আচাৰ-ব্যৱহাৰৰ নৃত্য। ই হৈছে এগৰাকী মহিল…
- দেৱজিত চাংমাইদেৱজিত চাংমাই (Debajit Changmai) অসমৰ এজন শব্দযন্ত্ৰী। তেওঁ বৰ্তমান মুম্বাইৰ বাসিন্দা আৰু …
- দেৱজিৎ গায়নদেৱজিৎ গায়ন (Debajit Gayan) এগৰাকী অসমীয়া শব্দযন্ত্ৰী। খাছী চলচ্চিত্ৰ Iewduhত আগবঢ়োৱা অ…
- দেৱজিৎ শইকীয়াদেৱজিত শইকীয়া (Devajit Saikia) এগৰাকী ভাৰতীয় অধিবক্তা, প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ …
- দেৱজিৎ সাহাদেৱজিৎ সাহা এজন ভাৰতীয় হিন্দী, বাংলা আৰু অসমীয়া ভাষা চিনেমাৰ প্লেবেক গায়ক, পৰিৱেশক। তেও…
- দেৱতা (হিন্দু ধৰ্ম)হিন্দু ধৰ্মত দেৱতা বা দেৱ (Deva; देव) হৈছে দিব্য শৰীৰধাৰী একপ্ৰকাৰৰ উন্নতলোকৰ জীৱ। দেৱতা প…
- দেৱদত্ত পাটনায়কদেৱদত্ত পাটনায়ক (Devdutt Pattanaik; জন্ম: ১১ ডিচেম্বৰ, ১৯৭০) এজন ভাৰতীয় চিকিৎসক, বাণিজ্য…
- দেৱদাসদেৱদাস শৰৎচন্দ্ৰ চট্টোপাধ্যায় ৰচিত এটি বঙালী ভাষাৰ উপন্যাস। ইয়াৰ মুখ্য চৰিত্ৰত থকা পাৰ্ব…
- দেৱদাস (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)দেৱদাস শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: দেৱদাস, শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ এখন বঙা…
- দেৱদাস (১৯২৮ চনৰ চলচ্চিত্ৰ)দেৱদাস ১৯২৮ চনত মুক্তি পোৱা এখন বাংলা নিৰ্বাক চলচ্চিত্ৰ। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উ…
- দেৱদাস (১৯৩৫ চনৰ চলচ্চিত্ৰ)দেৱদাস ১৯৩৫ চনত প্ৰমথেশ বৰুৱাৰ পৰিচালনাত নিৰ্মিত এখন বাংলা ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ। বাংলা …
- দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)দেৱদাস ১৯৩৬ চনত মুক্তি পোৱা শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰ…
- দেৱদাস (১৯৩৭ চনৰ অসমীয়া চলচ্চিত্ৰ)দেৱদাস ১৯৩৭ চনৰ অসমীয়া চলচ্চিত্ৰ, যিখন শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত নিৰ…
- দেৱদাস (১৯৫৫ চলচ্চিত্ৰ)দেৱদাস (Devdas) বিমল ৰয়ৰ দ্বাৰা পৰিচালিত এখন হিন্দী ভাষী ভাৰতীয় চলচ্চিত্ৰ। ১৯৫৫ চনত মুক্…
- দেৱদাস (২০০২ চনৰ হিন্দী চলচ্চিত্ৰ)দেৱদাস হ'ল ২০০২ চনত মুক্তি পোৱা এখন ভাৰতীয় হিন্দী চলচ্চিত্ৰ। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বিখ…
- দেৱদাস (২০১৩ চনৰ চলচ্চিত্ৰ)দেৱদাস হৈছে শৰৎ চন্দ্ৰ চট্টোপাধ্যায় উপন্যাস দেৱদাসৰ আধাৰত নিৰ্মিত বাংলাদেশী ৰোমান্টিক পিৰ…
- দেৱদাস গান্ধীদেৱদাস মোহনদাস গান্ধী (২২ মে ১৯০০ - ৩ আগষ্ট ১৯৫৭) আছিল মহাত্মা গান্ধীৰ চতুৰ্থটি আৰু একেবাৰ…
- দেৱদাস বনজাৰেদেৱদাস বনজাৰে (Devdas Banjare, ১৯৪৭ - ২০০৫): সৎনামী সকলৰ প্ৰধান নৃত্য পন্থীক আন্তঃৰাষ্ট্ৰী…
- দেৱদাসীদক্ষিণ আৰু পূব ভাৰতৰ কিছু অংশত দেৱদাসী বা যোগিনীসকল হ’ল কিছুমান যুৱতী যিসকলে হিন্দু দেৱতা …
- দেৱদাসী নৃত্যবিস্তাৰিত: দেৱদাসী মন্দিৰৰ দেৱতাৰ সন্তুষ্টিৰ বাবে মন্দিৰ বিশেষে এক শ্ৰেণীৰ নৰ্ত্তকী ছোৱালী…
- দেৱদাৰুদেৱদাৰু (Polyalthia longifolia) একপ্ৰকাৰৰ চিৰসেউজ বৃক্ষ। দেৱদাৰু দীঘলীয়াকৈ শংকু আকাৰত বাঢ…
- দেৱনাগৰী কক (क) (कवर्ण কৱৰ্ণ) দেৱনাগৰী ব্যঞ্জন বৰ্ণমালাৰ প্ৰথম আখৰ। ক আখৰৰ উৎস ব্ৰাহ্মি আখৰ 𑀓, যি গ…
- দেৱনাগৰী খখ (ख) (खवर्ण খৱৰ্ণ) দেৱনাগৰী ব্যঞ্জন বৰ্ণমালাৰ দ্বিতীয় আখৰ।
- দেৱনাগৰী লিপিright|thumb|300x300px|দেৱনাগৰীত ৰচিত ঋকবেদ|ঋগবেদৰ পাণ্ডুলিপি দেৱনাগৰী ভাৰতীয় উপমহাদেশত ব্…
- দেৱনাৰায়ণদেৱনাৰায়ণ (Devnarayan) ভাৰতৰ ৰাজস্থানৰ এজন লোকদেৱতা। তেওঁ বিষ্ণুৰ অৱতাৰ আছিল আৰু তেওঁক বে…
- দেৱপীদেৱপী বা দেৱপী অৰ্ষ্টিষেণ, এজন অমৰ ঋষি। নিৰুক্ত (ii.10), বৃহদ্দেৱত, মহাভাৰত, পুৰাণ আদিৰ মত…
- দেৱপ্ৰয়াগদেৱপ্ৰয়াগ উত্তৰাখণ্ডৰ তেহৰী চহৰ বা তেহৰী গড়ৱাল জিলাৰ এখন নগৰ আৰু নগৰ পালিকা। উত্তৰাখণ্ডৰ…
- দেৱব্ৰত দাসদেৱব্ৰত দাস (Debabrata Das) ৰামধেনু যুগৰ পৰৱৰ্তী কালৰ এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰ…
- দেৱব্ৰত শইকীয়াদেৱব্ৰত শইকীয়া (Debabrata Saikia; জন্ম: ১৪ ডিচেম্বৰ ১৯৬৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ব…
- দেৱবৰ্ণিনীদেৱবৰ্ণিনী বা ইলৱিড়া বা ইড়াৱিদা (Devavarnini) লংকাৰ ৰজা ৰাৱণৰ মাহীমাক আছিল৷ ভৰদ্বাজ মুনি…
- দেৱভুতিদেৱভুতি (আনুমানিক ৮৩ – ৭৫ খ্ৰীষ্টপূৰ্ব), যাক দেৱভোমী বুলিও জনা যায়, প্ৰাচীন ভাৰতৰ শেষ শুং…
- দেৱযানীদেৱযানী ( Devayani; देवयानी, Devayānī) হিন্দু পৌৰাণিক কথা অনুসৰি দৈত্যগুৰু শুক্ৰাচাৰ্য্য আ…
- দেৱযানী খোব্ৰাগড়েদেৱযানী খোব্ৰাগড়ে (Devyani Khobragade) ভাৰতীয় বৈদেশিক সেৱাৰ কেডাৰৰ এগৰাকী কেন্দ্ৰীয় চৰক…
- দেৱলহিন্দু ধৰ্মত দেৱল মহান ঋষি বা ঋষিসকলৰ অন্যতম আছিল। তেওঁক নাৰদ আৰু বেদব্যাসৰ দৰে মহান কৰ্তৃ…
- দেৱল দেৱীদেৱল দেৱী (Deval Devi) গুজৰাটৰ বাঘেলা সাম্ৰাজ্যৰ শেষ সাৰ্বভৌম শাসক কৰ্ণ দেৱ দ্বিতীয়ৰ জীয়…
- দেৱলিনা ভট্টাচাৰ্য্যদেৱলিনা ভট্টাচাৰ্য্য (Devoleena Bhattacharjee) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আৰু প্ৰশি…
- দেৱশ্ৰী ৰায়দেৱশ্ৰী ৰায় (Debashree Roy; জন্ম: ৮ আগষ্ট, ১৯৬২) এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী, নৃত্যশিল…
- দেৱসেনাদেৱসেনা (देवसेना) এগৰাকী হিন্দু দেৱী৷ তেওঁ কাৰ্তিকৰ সহধৰ্মিনী আছিল। দক্ষিণ-ভাৰতীয় গ্ৰন্থব…
- দেৱান উপভাষাদেৱান, দেহান, বা কাছাৰী উপভাষা হৈছে অসমীয়া ভাষাৰ এটা আঞ্চলিক প্ৰকাৰ, যাক ঘাইকৈ বৰাক উপত্য…
- দেৱানন্দ কোঁৱৰদেৱানন্দ কোঁৱৰ (Devanand Konwar; জন্ম: ১৯৩২, মৃত্যু: ২৫ এপ্ৰিল ২০২০) হৈছে এগৰাকী অসমীয়া ৰ…
- দেৱানন্দ বৰুৱাদেৱানন্দ বৰুৱা আছিল অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী হেমকোষ প্ৰিণ্টাৰ্ছৰ প্ৰতিষ্ঠাপক আৰু হেমকোষৰ…
- দেৱানন্দ হাজৰিকাদেবানন্দ হাজৰিকা অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ। ২০১৬ চনত অসম বিধানসভাৰ নিৰ্বাচনত তে…
- দেৱানবাগ শ্বৰীফদেৱানবাগ শ্বৰীফ হৈছে বাংলাদেশ ৰাজধানী ঢাকা অৱস্থিত চুফী ভিত্তিক ইছলামিক প্ৰতিষ্ঠান। ইয়াত …
- দেৱানী আইনদেৱানী আইন হৈছে আইনৰ এটা প্ৰধান শাখা, ইংলেণ্ড, ৱেলছ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি সাধাৰণ …
- দেৱাল লিখনদেৱাল লিখন(:Graffiti)বা গ্ৰেফিটি হৈছে দেৱাল বা অন্য পৃষ্ঠত লিখা বা অংকন। সাধাৰণতে অনুমতি অ…
- দেৱালীদেৱালী, দীপাৱলী বা দ্বীপান্বিতা চাৰি-পাঁচ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ। প্ৰতি বছৰে শৰৎ কালত …
- দেৱাশীষ ৰায়দেৱাশিস ৰায় (জন্ম ৯ এপ্ৰিল ১৯৫৯) এগৰাকী বাংলাদেশী ৰাজনীতিজ্ঞ আৰু আইনজীৱী। তেওঁ হৈছে চিত্ত…
- দেৱাশ্ৰী চৌধুৰীদেবাশ্ৰী চৌধুৰী (ইংৰাজী: Debasree Chaudhuri; জন্ম: ৩১ জানুৱাৰী ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনীত…
- দেৱিকাদেৱিকা দেৱদোছ (জন্ম: প্ৰমীলা দেৱী; Devika Devadoss; ২৫ এপ্ৰিল ১৯৪৩ – ২ মে' ২০০২) এগৰাকী ভা…
- দেৱিকা ভিচেদেৱিকা ভিচে ইংৰাজী:Devika Bhise; এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ দ্য মেন হু নিউ ইনফিনিটি চ…
- দেৱিকা মিহিৰাণীনাউলাগে দেৱিকা মিহিৰাণী পেৰেৰা (সিংহল: දේවිකා මිහිරානි), যি জনপ্ৰিয়ভাৱে দেৱিকা মিহিৰাণী ন…
- দেৱিকা ৰাণীদেৱিকা ৰাণী (Devika Rani; দেবিকা ৰাণী; জন্ম: ৩০ মাৰ্চ, ১৯০৮ – মৃত্যু: ৯ মাৰ্চ, ১৯৯৪); ভাৰত…
- দেৱীদেৱী হৈছে এটা সংস্কৃত শব্দ যাৰ অৰ্থ হৈছে ভগৱতী বা পূজিতা স্ত্ৰী। দেৱী হৈছে দেৱ শব্দৰ স্ত্ৰ…
- দেৱী (অশোকৰ পত্নী)দেৱী (देवी) আছিল মৌৰ্য সম্ৰাট অশোকৰ প্ৰথম পত্নী।
- দেৱী (গডেচ)দেৱী (ইংৰাজী: Goddess) হ’ল এগৰাকী মহিলা উপাস্য বা দেৱতাৰ বিপৰীত লিংগ। কিছুমান ধৰ্মত ধৰ্মীয…
- দেৱী (চলচ্চিত্ৰ)দেৱী (Devi) ১৯৮৪ চনত মুক্তি পোৱা শম্ভু গুপ্তা আৰু দাৰা আহমেদ পৰিচালিত এখন ৰঙীন অসমীয়া চলচ…
- দেৱী (১৯৬০ চলচ্চিত্ৰ)দেৱী ( Devi ) ১৯৬০ চনত মুক্তি পোৱা পৰিচালক সত্যজিৎ ৰায়ে পৰিচালনা কৰা এখন বঙালী ভাষাৰ নাট্…
- দেৱী (২০২০ চনৰ চলচ্চিত্ৰ)দেৱী ভাৰতীয় হিন্দী ভাষাৰ উদ্বেগজনক নাটকীয় চুটি চলচ্চিত্ৰ, যাক প্ৰথমবাৰ পৰিচালনা কৰে প্ৰি…
- দেৱী আন্দোলনদেৱী আন্দোলন (Goddess movement) বুলিলে দেৱী বা নাৰী উপাসনাকেন্দ্ৰীক আধ্যাত্মিক বিশ্বাস বা …
- দেৱী কন্যা কুমাৰীদেৱী কন্যা কুমাৰী (সংস্কৃত: देवी कन्या कुमारि, ৰোমানীকৃত: Dēvi Kanyā Kumāri) মহাদেৱীক কিশো…
- দেৱী খড়কাদেৱী খড়কা নেপালৰ দোলখা জিলাৰ এগৰাকী কমিউনিষ্ট ৰাজনীতিবিদ। তেওঁ বৰ্তমান নেপালৰ প্ৰতিনিধি প…
- দেৱী ঘৰ্তী মগৰদেৱী ঘৰ্তী মগৰ (নেপালী: देवी घर्ती मगर) এগৰাকী নেপালী লোক-গায়ক। নেপালৰ বাগলুং জিলাৰ ৰামুৱ…
- দেৱী চৌধুৰানী (উপন্যাস)দেৱী চৌধুৰানী (Devi Chaudhurani) বংকিমচন্দ্ৰ চেটাৰ্জী দ্বাৰা ৰচিত আৰু প্ৰকাশিত এখন বঙালী উ…
- দেৱী থাণ্ট চিনদেৱী থাণ্ট চিন (Devi Thant Sin; জন্ম ২ জানুৱাৰী ১৯৪৭) এগৰাকী বাৰ্মিজ পৰিৱেশবিদ, লেখক আৰু ক…
- দেৱী দৌলদেৱী দৌল গৌৰীসাগৰ পুখুৰীৰ উত্তৰ তীৰৰ পূৱ সীমান্তত অৱস্থিত এটা দৌল বা মন্দিৰ। গৌৰীসাগৰৰ তিন…
- দেৱী প্ৰসাদ শেট্টীদেৱী প্ৰসাদ শেট্টী (Devi Prasad Shetty) হৈছে এগৰাকী ভাৰতীয় হৃদৰোগ বিশেষজ্ঞ আৰু উদ্যোগী। ত…
- দেৱী ভাগৱতদেৱী ভাগৱত বা দেৱী পুৰাণ হৈছে হিন্দু ধৰ্মৰ এখন গ্ৰন্থ, মুলত উপপুৰাণ। শক্তি উপাসনাক গুৰুত্ত…
- দেৱী ভাগৱত পুৰাণদেৱী ভাগৱত পুৰাণ (সংস্কৃত: देवी भागवतपुराणम्), দেৱী পুৰাণ বা সৰলভাৱে দেৱী ভাগৱত বুলিও কোৱা…
- দেৱী লঞ্জাৰদেৱী লঞ্জাৰ হৈছে ইণ্ডোনেছিয়াৰ সাগৰৰ দেৱী। তেওঁ মধ্য জাভাৰ পেকালোংগান চহৰৰ জনপ্ৰিয় দেৱী৷ …
- দেৱী লিয়ানা চিৰিস্তাদেৱী লিয়ানা চিৰিস্তা (জন্ম: ৭ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী মালয়েছিয়াৰ গায়িকা, মডেল আৰু সৌন্…
- দেৱী শ্ৰীদেৱী শ্ৰী বা শ্ৰীদেৱী ( জাভানী: ꦢꦺꦮꦶꦱꦿꦶ, বালি: ᬤᬾᬯᬶᬲ᭄ᬭᬶ, সুন্দানী: ᮑᮄ ᮕᮧᮠᮎᮤ ᮞᮀᮠᮡᮀ ᮃᮞᮢᮤ) হৈ…
- দেৱী শ্ৰী প্ৰসাদদেৱী শ্ৰী প্ৰসাদ (దేవిశ్రీ ప్రసాద్, தேவி ஸ்ரீ பிரசாத்) (জন্ম: আগষ্ট ২, ১৯৭৯) এজন ভাৰতীয় স…
- দেৱী সাৰতিকাদেৱী সাৰতিকা (ইংৰাজী: Dewi Sartika; ৪ ডিচেম্বৰ ১৮৮৪ — ১১ ছেপ্টেম্বৰ ১৯৪৭) আছিল ইণ্ডোনেছিয়…
- দেৱী ৰতিদেৱী ৰতি, যাক চাং হিয়াং ৰাতিহ বা চাং হিয়াং ছেমাৰা ৰাতিহ বুলিও কোৱা হয়, জাভা আৰু বালিত প…
- দেৱীকা বৈদ্যদেৱীকা বৈদ্য (জন্ম: ১৩ আগষ্ট ১৯৯৭) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ৷ তেওঁ মহাৰাষ্ট্ৰৰ হৈ ঘৰুৱা খেল…
- দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় বা ডিচিবি গাৰ্লছ কলেজ যোৰহাটৰ কৃষ্ণকান্ত সন্দিকৈ পথত অৱস…
- দেৱীমাহাত্ম্যম্দেৱীমাহাত্ম্যম (Sanskrit:देवीमाहात्म्यम्),হৈছে সনাতন হিন্দু ধৰ্মৰ এখন অন্যতম গ্ৰন্থ;এই পুথ…
- দেৱেন দত্তদেৱেন দত্ত (Deven Dutta) অসমৰ এগৰাকী লেখক, শিক্ষাবিদ আৰু সক্ৰিয় ৰাজহুৱা কৰ্মী আছিল। কটন ক…
- দেৱেন্দ্ৰ ঝাঝাৰীয়াদেৱেন্দ্ৰ ঝাঝাৰীয়া (Devendra Jhajharia; জন্ম: ১০ জুন ১৯৮১) এজন ভাৰতীয় পেৰালিম্পিক জেভলীন…
- দেৱৰত জনকদেৱৰত জনক প্ৰাচীন বিদেহ ৰাজ্যৰ জনক বংশৰ জনক ৰজা নিমিৰ ষষ্ঠ বংশধৰ। তেওঁ ইক্ষ্ৱাকু বংশধৰ আছি…
- দেৱৰাজ ৰয় মহাবিদ্যালয়দেৱৰাজ ৰয় মহাবিদ্যালয় বা ডি আৰ কলেজ হৈছে গোলাঘাটৰ জোনাকী নগৰত অৱস্থিত এখন চৰকাৰী মহাবিদ্…
- দেৱৱতীদেৱৱতী (Devavati) গ্ৰামণী নামৰ এগৰাকী গন্ধৰ্বৰ জীয়ৰী আছিল৷ উল্লেখ আছে যে- তেওঁ দেখাত সাক্…
- দৈ ভাতদৈ ভাত (Curd Rice), যাক য়গাৰ্ট ৰাইচ বুলিও কোৱা হয়, এবিধ দক্ষিণ ভাৰতীয় খাদ্য। ভাৰতীয় ইং…
- দৈকলাদৈকলা(Great Cormorant, বৈজ্ঞানিক নাম-Phalacrocorax carbo), এবিধ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস…
- দৈজিং উৎসৱদৈজিং উৎসৱ (Dwijing Festival) বা আই নদী উৎসৱ হৈছে চিৰাং জিলাৰ আই নদীৰ পাৰত হাগ্ৰামা দলঙৰ ক…
- দৈত্যহিন্দু ধৰ্মত, দৈত্য (সংস্কৃত: दैत्य) হৈছে দানৱ আৰু অসুৰৰ এটা গোত্ৰ বা জাতি। দৈত্যবোৰ দিতি …
- দৈত্যগুৰু শুক্ৰাচাৰ্য্যশুক্ৰাচাৰ্য্য (সংস্কৃত: शुक्राचार्य) হৈছে হিন্দু পুৰাণৰ এজন অন্যতম প্ৰসিদ্ধ ঋষি আৰু দৈত্যগ…
- দৈত্যাৰি ঠাকুৰদৈত্যাৰি ঠাকুৰ (Daityari Thakur) শংকৰোত্তৰ যুগৰ এগৰাকী উল্লেখযোগ্য চৰিতকাৰ আৰু নাট্যকাৰ। ত…
- দৈনন্দিন বাৰ্তাদৈনন্দিন বাৰ্তা এখন দৈনিক অসমীয়া বাতৰিকাকত। কাকতখনৰ মুখ্য সম্পাদক নৰেন হাজৰিকা আৰু সম্পাদ…
- দৈনিক অগ্ৰদূতদৈনিক অগ্ৰদূত (Dainik Agradoot) হৈছে অসমৰ এখন অসমীয়া ভাষাৰ বাতৰি কাকত। কাকতখন গুৱাহাটী, য…
- দৈনিক অসমদৈনিক অসম (Dainik Asam) হৈছে অসমৰ এখন পুৰণি অসমীয়া বাতৰি কাকত। কাকতখন প্ৰথম প্ৰকাশ হয় ১৯…
- দৈনিক গণ অধিকাৰদৈনিক গণ অধিকাৰ অসমৰ এখন অসমীয়া দৈনিক বাতৰি কাকত। এই কাকতখন গুৱাহাটী আৰু শিলচৰৰ পৰা প্ৰকা…
- দৈনিক চুটি বুদ্ধিদৈনিক চুটি বুদ্ধি হৈছে অসমীয়া বিদ্ৰূপাত্মক হাস্যৰসৰ (satire) ৱেবছাইট। সমাজ, ৰাজনীতি, শিক্…
- দৈনিক জনমভূমিদৈনিক জনমভূমি অসমৰ এটা উল্লেখযোগ্য অসমীয়া দৈনিক বাতৰিকাকত, যাৰ আৰম্ভণি ১৯৭২ চনত যোৰহাটৰ প…
- দৈনিক বাতৰিদৈনিক বাতৰি হ'ল যোৰহাট জিলাৰপৰা অসমীয়া ভাষাত প্ৰকাশিত অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত। ১৮৮০…
- দৈয়ন দিয়াদৈয়ন দিয়া( Doiyan Diya) অসমীয়া সমাজৰ বিবাহৰ এক পালনীয় আচাৰ৷ দৰা কইনা দুয়োৰে ঘৰতে এই আ…
- দৈৱকীদৈৱকী হৈছে দেৱক ৰজাৰ কন্যা আৰু বসুদেৱৰ ভাৰ্যা। আৰু কৃষ্ণ তথা বলোৰামৰ মাতৃ।
- দৈৱচন্দ্ৰ তালুকদাৰদৈৱচন্দ্ৰ তালুকদাৰ (DAIBA CHANDRA TALUKDAR) অসমীয়া সাহিত্যৰ পাঠক সমাজত এগৰাকী ঔপন্যাসিক হ…
- দো আঁখেঁ বাৰহ হাথদো আঁখেঁ বাৰহ হাথ ( Do Aankhen Barah Haath ) ১৯৫৭ চনত মুক্তি পোৱা, ভি শান্তাৰাম পৰিচালিত এ…
- দো বিঘা জমিনদো বিঘা জমিন (Do Bigha Zamin, অৰ্থ: দুই বিঘা মাটি) ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষাৰ…
- দো-পিঁয়াজাদো-পিঁয়াজা দুখন ঠাইৰ দুটা পৃথক খাদ্যৰ নাম, এটা বৃহত্তৰ ইৰাণ অঞ্চলৰ আৰু এটা দক্ষিণ এছিয়াৰ…
- দোতমাদোতমা হৈছে উত্তৰ-পূবৰ ভাৰতৰ অসম ৰাজ্যৰ বিটিএডিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ এখন নগৰ। এই ঠাইখন …
- দোতমা বিধানসভা সমষ্টিদোতমা বিধানসভা সমষ্টি (Dotma Assembly constituency) হৈছে অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত…
- দোতোৰাদোতোৰা, দোতৰা বা দোতাৰা আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্…
- দোপো (কাপোৰ)দোপো ( Dopo clothing) হৈছে হানবক নামৰ পোছাকৰ ভিতৰুৱা প' বা অভাৰকোট, যিটো প্ৰথমবাৰৰ বাবে ১৬…
- দোল পূৰ্ণিমাদোল পূৰ্ণিমা, জনপ্ৰিয়ভাৱে দোল যাত্ৰা, দৌল উৎসৱ বা দেউল বুলিও জনা যায়, ব্ৰজ অঞ্চল, ৰাজস্থ…
- দোস্ত হবিবুৰ ৰহমানদোস্ত হবিবুৰ ৰহমান (Dost Habibur Rahman, ১৯৩৯-১৯৬৯) অসম তথা ভাৰতৰ এগৰাকী গীতিকাৰ, গায়ক আৰ…
- দোহাৰদোহাৰ ভাৰতৰ এটি লোকসঙ্গীতৰ দল; যাৰ মূলকেন্দ্ৰ কলকাতাত। কেৱল ভাৰতৰ পশ্চিমবঙ্গতে নহয়, বাংল…
- দোহোৰীদোহোৰী (दोहोरी) নেপালৰ এক প্ৰকাৰৰ লোকসংগীত। সাধাৰণতে এটা মহিলা আৰু এটা পুৰুষৰ দুটা দলে মিল…
- দোৰোণদোৰোণ এবিধ লেমিয়াছি (Lamiaceae ) গোত্ৰৰ 'লিউকাছ" (Leucas) জাতিৰ অন্তৰ্গত তৃণজাতীয় উদ্ভিদ…
- দোৰোলাদোৰোলা বা দোনা হৈছে কলগছৰ পটুৱাৰে নিৰ্মিত এবিধ দ-পাত্ৰ। কলগছ কাটি গা-গছৰ তৰপবোৰ এৰুৱাই তাৰ…
- দোৱাতদোৱাত বা সহজকৈ বুজিবলৈ চিয়াঁহীৰ বটল হৈছে প্ৰায়ে কাঁচ, চীনামাটি, ৰূপ, পিতল বা পিউটাৰৰপৰা …
- দৌল গোবিন্দ মন্দিৰঅসমৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ অৱস্থিত। প্ৰধানতঃ এই ম…
- দ্বন্দ্ববাদদ্বন্দ্ববাদ (Dialectic) শব্দই মূলতঃ কোনো বিষয়ৰ ওপৰত বিভিন্ন দৃষ্টিভংগী গ্ৰহণ কৰা কিন্তু য…
- দ্বাদশ অলিম্পিয়ানগ্ৰীক ধৰ্ম আৰু আখ্যান অনুযায়ী দ্বাদশ অলিম্পিয়ান বা বাৰগৰাকী অলিম্পিয়ান দেৱ-দেৱী হৈছে মূ…
- দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬ (Officially the XII South Asian Games), অসম আৰু মেঘালয়ৰ…
- দ্বাদশ মহাজনদ্বাদশ মহাজন হৈছে ভগৱান বিষ্ণুৰ বাৰজন বিশেষ আৰু বিশ্বস্ত প্ৰতিনিধি। মানৱ সমাজক ভক্তিমূলক স…
- দ্বাৰকানাথ ঠাকুৰদ্বাৰকানাথ ঠাকুৰ (জন্ম ১৭৯৪-১৮৪৬) ব্ৰিটিছ অংশীদাৰসকলৰ সৈতে উদ্যোগ গঠন কৰা প্ৰথম ভাৰতীয় উদ…
- দ্বি জাতি তত্ত্বদ্বি জাতি তত্ত্ব (Two-nation theory) হৈছে এনে এক মতাদৰ্শ, য’ত ভাৰতীয় উপমহাদেশৰ মুছলমানসকল…
- দ্বিজ মাধৱদ্বিজ মাধৱ, বা মাধবাচাৰ (প্ৰায় ১৬ শতিকা) মধ্যযুগৰ এজন বাংলা কবি আৰু মধ্যযুগীয় বাংলা সাহি…