অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
দ ৭৪৪ প্ৰবন্ধ
- দুন্দুভিদুন্দুভি পুৰণি ভাৰতীয় বাদ্যৰ ভিতৰত প্ৰখ্যাত। বৈদিক অনুষ্ঠানসমূহত দুন্দুভিক প্ৰাধান্য দিয়…
- দুপাট্টাদুপাট্টা বা দোপাট্টা (Dupatta) ভাৰতীয় উপমহাদেশত নাৰীসকলৰ মূৰ আৰু বুকু ঢাকিবলৈ ব্যৱহৃত এবি…
- দুবৰি বনদুবৰি বন (বৈজ্ঞানিক নাম: Cynodon dactylon) এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। ভাৰতীয় সংস্কৃতিত…
- দুমকা জিলাদুমকা জিলা (চাওঁতালি: ডুমকৗ) ভাৰতৰ অংগৰাজ্য ঝাৰখণ্ডৰ ২৪খন জিলাৰ ভিতৰত এখন। দুমকা এই জিলাৰ …
- দুমৌৰদুমৌৰ বা দুমীৰ মিচিং জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা গামোচা৷ ইয়াক পুৰুষ মহিলা উভয়েই ব্যৱহাৰ কৰে৷…
- দুলাল মানকিদুলাল মানকি (Dulal Manki, জন্ম: ১৯৬৪) এগৰাকী অসমৰ লোকশিল্পী তথা সংগীতজ্ঞ। তেওঁ অসমৰ চাহ জন…
- দুলাল ৰয়দুলাল ৰয় (Dulal Roy; জন্ম ১ এপ্ৰিল ১৯৪৩) অসমৰ এগৰাকী নাট্যকাৰ, নাট আৰু চলচ্চিত্ৰ পৰিচালক …
- দুলাৰ মাৰাণ্ডীদুলাৰ মাৰাণ্ডী (Dular Marandi, জন্ম: ১৫ জুলাই ১৯৯৫) ঝাৰখণ্ডৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবল…
- দুলাৰি কুৰেশিদুলাৰি কুৰেশি (Dulari Qureshi; জন্ম: ২৪ ছেপ্টেম্বৰ ১৯৫০) এগৰাকী ভাৰতীয় শিক্ষাবিদ, শিল্প ই…
- দুলাৰী দেৱীদুলাৰী দেৱী ( Dulari Devi; জন্ম: ১৯৬৮) এগৰাকী ভাৰতীয় শিল্পী আৰু চিত্ৰকৰ। ২০২১ চনত মধুৱনী …
- দুলিয়াজান বিধানসভা সমষ্টি
- দুলিয়াজান সাহিত্য সভাসাহিত্য সভাৰ এটা শাখা দুলীয়াজান সাহিত্য সভা। ১৯৬৪ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে এই শাখা প্ৰতিষ্…
- দুলীয়াজানদুলীয়াজান অসম ৰাজ্যৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন ঔদ্যোগিক চহৰ, যাক “তৈল নগৰী” নামেৰেও জনা…
- দুলীয়াজান ক্লাবদুলীয়াজান ক্লাব দুলীয়াজানৰ মাজমজিয়াত অৱস্থিত এটা অনুষ্ঠান। অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত…
- দুলীয়াজান মহাবিদ্যালয়দুলীয়াজান মহাবিদ্যালয় (Duliajan College), ১৯৬৯ চনত স্থাপন কৰা অসমৰ দুলীয়াজানত অৱস্থিত এ…
- দুশাৰা বিজয়নদুশাৰা বিজয়ন (ইংৰাজী: Dushara Vijayan; জন্ম: ১৪ অক্টোবৰ ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি…
- দুষ্যন্তদুষ্যন্ত (Dushyanta, दुष्यन्त) শাস্ত্ৰীয় ভাৰতীয় সাহিত্য আৰু ভাৰতীয় ইতিহাসৰ (খ্ৰীষ্টপূৰ্…
- দুৰু শ্বাহদুৰু শ্বাহ (Duru Shah) মুম্বাইৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু সমাজ-কৰ্মী। তেওঁ ভাৰতৰ পিচিঅ…
- দুৰুক্তিদুৰুক্তি (সংস্কৃত: दुरुक्ति) হিন্দু পৌৰাণিক কাহিনীৰ কলি (অসুৰ)ৰ ভগ্নী আৰু পত্নী।
- দুৰ্গমাসুৰদুৰ্গমা, দুৰ্গমাসুৰ হিন্দু পৌৰাণিক কাহিনীত এজন অসুৰ ৰজা। তেওঁৰ কিংবদন্তি শাকম্ভৰী দেৱীৰ উৎ…
- দুৰ্গাআই গোসাঁনী দুৰ্গা (সংস্কৃত: दुर्गा,) হিন্দু ধৰ্মৰ এগৰাকী উপাস্য দেৱী। তেওঁৰ অন্যান্য নামসম…
- দুৰ্গা অষ্টমীদুৰ্গা অষ্টমী বা মহা অষ্টমী হৈছে পাঁচ দিন ব্যাপী চলা দুৰ্গা পূজাৰ মাজৰ এটি অন্যতম শুভ দিন।…
- দুৰ্গা খোটেদুৰ্গা খোটে ( Durga Khote; ১৪ জানুৱাৰী ১৯০৫ − ২২ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী…
- দুৰ্গা চোবদুৰ্গা চোব ( Durga Sob) জন্ম ৩ জুলাই, ১৯৬৬ চন; এগৰাকী নেপালী নাৰীবাদী সমাজ কৰ্মী আৰু ৰাজনী…
- দুৰ্গা পূজাদুৰ্গা পূজা (দুৰ্গোৎসৱ) হিন্দু দেৱী দুৰ্গাৰ আৰাধনাক কেন্দ্ৰ কৰি উদযাপিত এক বৃহৎ ধৰ্মীয়-সা…
- দুৰ্গা বড়োদুৰ্গা বড়ো (Durga Boro) হ'ল ১৯৮৭ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ কোকৰাঝাৰত জন্মগ্ৰহণ কৰা এজন …
- দুৰ্গা বাহিনীদুৰ্গা বাহিনী ( Durga Vahini ) হৈছে বিশ্ব হিন্দু পৰিষদৰ (VHP) মহিলা শাখা। ইয়াক ১৯৯১ চনত প…
- দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাদুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা (Durga Prasad Majinder Baruah) হৈছে অসমৰ এগৰাকী কবি আৰু নাট্যক…
- দুৰ্গাবাই কামতদুৰ্গাবাই কামত (Durgabai Kamat) মাৰাঠী ছবিৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি ভাৰতীয় চিনে…
- দুৰ্গাবাঈ দেশমুখদুৰ্গাবাঈ দেশমুখ বা লেডী দেশমুখ (Durgabai Deshmukh, ১৫ জুলাই ১৯০৯ – ৯ মে' ১৯৮১) এগৰাকী ভাৰ…
- দুৰ্গাবৰ কায়স্থদুৰ্গাবৰ কায়স্থ এগৰাকী পাঁচালী কবি আছিল। জন্মৰ সময় সম্পৰ্কীয় কোনো নিৰ্দিষ্ট তথ্য পোৱা ন…
- দুৰ্গাময়ী বৰাদুৰ্গাময়ী বৰা (Durgamoyee Bora) অসমৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী। মূলতঃ শাস্ত্ৰীয় সংগীত…
- দুৰ্গেশ কুমাৰদুৰ্গেশ কুমাৰ (Durgesh Kumar) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ বিহাৰৰ বাসিন্দা। তেওঁ মূলতঃ হিন…
- দুৰ্গেশ্বৰ বৰঠাকুৰদুৰ্গেশ্বৰ বৰঠাকুৰ (Durgeswar Borthakur) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা আৰু অসমীয়া চলচ্চিত…
- দুৰ্গেশ্বৰ শৰ্মাদুৰ্গেশ্বৰ শৰ্মা এজন অসমীয়া কবি আৰু নাট্যকাৰ। তেওঁৰ কবিতা পুথি দুখন হৈছে অঞ্জলি আৰু নিবেদ…
- দুৰ্জন (চলচ্চিত্ৰ)দুৰ্জন (ইংৰাজী: Durjon) ২০১৩ বৰ্ষত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। আহৰণ ফিল্মছৰ বেনা…
- দুৰ্জয়thumb|right|250px|মদন কামদেৱত পালৰ গঠনশৈলী দুৰ্জয় নগৰ বৰ্তমান উত্তৰ গুৱাহাটীত, ৯০০ চনৰপৰা…
- দুৰ্ধৰাদুৰ্ধৰা আছিল খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ হেমচন্দ্ৰৰ জৈন গ্ৰন্থ পৰিষিতপৰ্বন অনুসৰি, খ্ৰীষ্টপূৰ…
- দুৰ্বল আন্তঃক্ৰিয়াদুৰ্বল আন্তঃক্ৰিয়া বা দুৰ্বল নিউক্লীয় বল হৈছে 'নিউক্লীয় পদাৰ্থবিজ্ঞান' আৰু 'কণিকা পদাৰ্…
- দুৰ্বাসাদুৰ্বাসা (दुर्वासा) প্ৰাচীন ভাৰতীয় পৌৰাণিক আখ্যানৰ এগৰাকী ঋষি। দুৰ্বাসা ঋষি প্ৰবল ক্ৰোধৰ …
- দুৰ্যোগদুৰ্যোগ হ’ল এনে এক সময়ৰ ভিতৰত সংঘটিত হোৱা এক গুৰুতৰ সমস্যা যিয়ে ব্যাপক মানৱ, বস্তুগত, অৰ…
- দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ (২০০৫ চনৰ ৫৩ নং আইন), ভাৰতৰ সংসদৰ উচ্চ সদনে ২০১৮ চনৰ ২৮ নৱেম…
- দুৰ্যোধনদুৰ্যোধন (दुर्योधन) মহাভাৰতৰ এটি চৰিত্ৰ। কৌৰৱৰ এশ ভাইৰ ভিতৰত জ্যেষ্ঠ। তেওঁ ধৃতৰাষ্ট্ৰ আৰু …
- দুৱা লিপাদুৱা লিপা (জন্ম: ২২ আগষ্ট ১৯৯৫) হৈছে এগৰাকী ইংৰাজ গায়িকা আৰু গীতিকাৰ। তেওঁ লণ্ডন, ইংলেণ্ড…
- দুৱাৰ (চলচ্চিত্ৰ)দুৱাৰ - The Voyage Out হৈছে ২০১৩ চনৰ ৪ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্…
- দূতদূত (সংস্কৃত: दूत, Dūta) হৈছে বাৰ্তাবাহক, প্ৰতিনিধি বা দুটাপক্ষৰ মাজত যোগাযোগ ৰক্ষা কৰা ব্…
- দূতী চান্দদূতী চান্দ (Dutee Chand; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৯৬) এগৰাকী ভাৰতীয় দৌৰবিদ বা স্প্ৰিণ্টাৰ আৰু…
- দূষণদূষণ (दूषण) ভাৰতীয় মহাকাব্য ৰামায়ণত বৰ্ণিত এজন মানুহ খোৱা ৰাক্ষস আছিল। তেওঁ লংকাৰ অধিপতি…
- দূৰণীৰ ৰঙদূৰণীৰ ৰঙ (Duranir Rong ) ১৯৭৯ত মুক্তিপ্ৰাপ্ত জন্ছ মহলীয়া পৰিচালিত আৰু প্ৰযোজিত এখন ক’লা…
- দূৰদৰ্শনদূৰদৰ্শন বা টিভি (ইংৰাজীত Telivision/TV/Telly/Tube টেলিভিজন/টিভি/টেলি/ট্যুব) এটি মাধ্যম যা…
- দূৰদৰ্শন (চেনেল)দূৰদৰ্শন (চমুকৈ DD) হৈছে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ…
- দূৰদৰ্শন এটি যন্ত্ৰদূৰদৰ্শন এটি যন্ত্ৰ হল ২০১৬ বৰ্ষৰ ২ ছেপ্টেম্বৰত মুক্তি পোৱা এখন হাস্যৰসাত্মক অসমীয়া ভাষাত…
- দূৰবীক্ষণ যন্ত্ৰদূৰবীক্ষণ যন্ত্ৰ বা দূৰবীণ (প্ৰাচীন গ্ৰীক τῆλε, ৰোমানাইজড টেলি 'দূৰ' আৰু σκοπεῖν, skopein …
- দূৰসংযোগদূৰসংযোগ, সাধাৰণতে বহুবচন ৰূপত ব্যৱহৃত বা টেলিকম হিচাপে চুটি ৰূপত জনা যায়, ই হৈছে দূৰত্ব …
- দূৰৱৰ্তী সংবেদনদূৰৱৰ্তী সংবেদন বা দূৰ সংবেদন (remote sensing) হৈছে এক কলা আৰু বিজ্ঞান য'ত কোনো এক বস্তু ব…
- দৃশ্য কলাদৃশ্য কলা হৈছে চিত্ৰাংকন, অংকন, প্ৰিণ্টমেকিং, ভাস্কৰ্য, মাটিৰ শিল্প, ফটোগ্ৰাফি, ভিডিঅ', প্…
- দৃশ্য কলাৰ শিক্ষাদৃশ্য কলা শিক্ষা (Art Education) হৈছে শিক্ষাৰ ক্ষেত্ৰ যি কোনোৱে চাব পৰা কলাৰ প্ৰকাৰ, দৃশ্য…
- দৃশ্যম ২দৃশ্যম ২: দ্য ৰিজাম্পচন হৈছে ২০২১ চনৰ এখন ভাৰতীয় মালায়ালম ভাষাৰ অপৰাধমূলক থ্ৰিলাৰ চলচ্চি…
- দৃষ্টিসমালোচনাত্মক তত্ত্ব, দৰ্শন, সমাজবিজ্ঞান আৰু মনোবিশ্লেষণত ৰূপক অৰ্থত দৃষ্টি (Gaze) হৈছে ব্য…
- দৃষ্টি বোম্মাইদৃষ্টি বোম্মাই (তামিল), দৃষ্টি গোম্বে (কানাড়া) বা দৃষ্টি বোম্মা (তেলেগু) হৈছে পুতলা হিচাপ…
- দৃষ্টিৰ জড়তাদৃষ্টিৰ জড়তা (Persistence of vision) হৈছে চকুৰে কিবা এটা দৃশ্য চোৱাৰ পিছত অক্ষিপটত (Retin…
- দে এষ্ট্ৰ'নমিয়া__NOTOC__ দে এষ্ট্ৰ'নমিয়া (; জ্যোতিৰ্বিজ্ঞান সম্পৰ্কে) এইটো এখন লেটিন ভাষাৰ গ্ৰন্থ, সম্ভৱ…
- দে দে হমে আজাদীদে দে হমে আজাদী অথবা সবৰমতী কে শান্ত হৈছে কভী প্ৰদীপে ৰচনা কৰা এটা ভাৰতীয় গীত। মহাত্মা গা…
- দেউচি/ভৈলোভৈলো আৰু দেউচি হৈছে পৰম্পৰাগত নেপালী লোকগীত, যাক সামূহিকভাৱে দেউচি/ভৈলো নামেৰে জনা যায়। এ…
- দেউতা ভূতদেউতা ভূত অসমীয়া লোককথাৰ জনপ্ৰিয় ভূত। ঘৰত খেদি ফুৰা অস্থিৰ আত্মা বুলি কোৱা হয় আৰু পৰিয়…
- দেউতাৰ বিয়াদেউতাৰ বিয়া (Deutar Biya) ১৯৯৭ চনত মুক্তিপ্ৰাপ্ত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ।বি.কে.বি. ফিল…
- দেউদা নৃত্যদেউডা নৃত্য বা দেউডা খেল নেপালৰ খাছ সম্প্ৰদায়ৰপৰা অহা আৰু নেপালৰ সুদূৰপশ্চিম আৰু কৰ্ণালী …
- দেউলফাকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হ'ল দৌল উৎসৱ। বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা…
- দেউৰী জনগোষ্ঠীদেউৰী জনগোষ্ঠী হৈছে বৃহৎ অসমীয়া জাতিৰ অন্তৰ্গত এক চীনা-তিব্বতীয় জনগোষ্ঠী, যাৰ বসতি মূলতঃ…
- দেউৰী ভাষাদেউৰী ভাষা হৈছে উত্তৰ পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশৰ অধিবাসী দেউৰী জনগোষ্ঠীৰ লোকসকলৰ দ্…
- দেউৰী স্বায়ত্বশাসিত পৰিষদদেউৰী স্বায়ত্ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্ত্বশাসিত অঞ্চলৰ পৰিষদ। দেউৰী জনগোষ্ঠীৰ উন্নয়…
- দেও ছাগলীদেও ছাগলী (mainland serow, বৈজ্ঞানিক নাম-Capricornis milneedwardsii)এবিধ 'goat antelope' ৰ…
- দেও লাংখুইদেও লাংখুই হৈছে ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক উপন্যাস। দেও লাংখুই মানে দেও ল…
- দেওধনী নৃত্যদেওধনী নৃত্য (Deodhani dance) অসমৰ এবিধ পুৰণিকলীয়া নৃত্য। নামনি অসমৰ অবিভক্ত কামৰূপৰ ভূমি…
- দেওধাই অসম বুৰঞ্জীদেওধাই অসম বুৰঞ্জী হৈছে অসম চৰকাৰ আৰু পুৰাতত্ত্ব বিভাগৰ দ্বাৰা ১৯৩২ চনত প্ৰথম প্ৰকাশ কৰা এ…
- দেওধাই লিপিদেওধাই লিপি বৰ্তমানে এক বিলুপ্ত লিপি, যিটো কিছু বিশেষজ্ঞৰ অনুসৰি কছাৰী জনগোষ্ঠীৰ মাজত প্ৰচ…
- দেওপানী দুৰ্গা মন্দিৰদেওপানী দুৰ্গা মন্দিৰ বা দেওপানী থান অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ বৰসেৱাগুৰি গাঁৱৰ ওচৰত…
- দেওপাহাৰদেওপাহাৰ ভাৰতৰ অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত অৱস্থিত পূৰাতাত্ত্বিক স্থান। এই স্থলত এখন সংৰক…
- দেওবাৰদেওবাৰ সপ্তাহৰ এটা দিন। ইয়াৰ স্থান শনিবাৰৰ পিছত আৰু সোমবাৰৰ আগত। ইহুদী ধৰ্মীয় পঞ্জিকা অন…
- দেওহাঁহদেওহাঁহ ( White-winged Wood Duck )' (Asarcornis scutulata) এবিধ ডাঙৰ আকাৰৰ হাহঁৰ প্ৰজাতি। …
- দেওৰাজ হাঁহদেওৰাজ হাঁহ (Greylag Goose, বৈজ্ঞানিক নাম-Anser anser) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ ৰ…
- দেঝুৰদেঝুৰ (বা দেজি-হোৰ) হৈছে কাশ্মীৰী পণ্ডিত বিবাহিত মহিলাসকলে পিন্ধা একপ্ৰকাৰৰ ওলমি থকা কাণৰ …
- দেনমোহৰইছলামত দেনমোহৰ বা মোহৰ (in مهر; مهريه; mehir; mahar; মেহৰ, মেহেৰ, মেহৰিয়ে, বা মোহৰিয়াহ ও…
- দেনাবিত্তীয় হিচাপকৰণত দেনাৰ অৰ্থ হৈছে এটা প্ৰতিষ্ঠানৰ ন্যায়িক ধাৰ বা কৰ্ত্তব্যসমূহ যি ব্যৱসা…
- দেনাৱাকা হামিনেকলা সূৰী ডোনা মাৰিয়া দেনাৱাকা (২০ ফেব্ৰুৱাৰী ১৯০৬ – ৯ ডিচেম্বৰ ২০০২), যি জনপ্ৰিয়ভাৱে দেন…
- দেব (অভিনেতা)দীপক অধিকাৰী নামেৰেও পৰিচিত দেব এজন জনপ্ৰিয় ভাৰতীয় বাংলা চলচ্চিত্ৰ অভিনেতা। বহুমুখী অভিন…
- দেবত্তমা সাহাদেবত্তমা সাহা (Debattama Saha) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা যিয়ে মূলতঃ হিন্দী আৰু…
- দেবলিনা হেমব্ৰামদেবলিনা হেমব্ৰাম (ইংৰাজী: Deblina Hembram) পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতী…
- দেবানন্দ উলুপদেবানন্দ উলুপ (ইংৰাজী: Debananda Ulup ) (জন্ম: ৩০জুন,১৯৬৪ ) অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল…
- দেবানন্দ ভৰালিদেবানন্দ ভৰালি (Devananda Bharali; (১৮৮৩ - ১৯৭২) কুৰি শতিকাৰ প্ৰথমাংশৰ এগৰাকী অসমীয়া ভাষা…
- দেবি স্মিথদেবি স্মিথ (ইংৰাজী: Debi Smith) এগৰাকী আমেৰিকান লোক-গায়িকা তথা গীতিকাৰ। ১৯৯৪ চনৰ পৰা তেওঁ…
- দেবেন্দ্ৰ নাথ আচাৰ্যদেবেন্দ্ৰ নাথ আচাৰ্য (১৯৩৭ – ১৯৮১ চন) এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহি…
- দেবেন্দ্ৰনাথ ঠাকুৰদেৱেন্দ্ৰনাথ ঠাকুৰ (জন্ম ১৫ মে,১৮১৭ – মৃত্যু ১৯ জানুৱাৰী,১৯০৫) এজন ভাৰতীয় দাৰ্শনিক আৰু ধৰ…
- দেলিমা চিলালাহিদেলিমা চিলালাহি উত্তৰ টাপানুলী, ইন্দোনেছিয়াৰ পৰিবেশ সংৰক্ষণ কৰ্মী। তেওঁ উত্তৰ সুমাত্ৰাত প…
- দেশভূগোলৰ মতে দেশ হ'ল একোটা ভৌগোলিক অঞ্চল। এই দেশ শব্দটিয়ে প্ৰায়েই ৰাজনৈতিক বিভাগ বা সাৰ্বভ…
- দেশ (আলোচনী)দেশ হৈছে চুটিগল্প, উপন্যাস, ধাৰাবাহিক, সমালোচনা, কবিতা, ৰচনা, আৰু গ্ৰন্থৰ সমালোচনাৰে সজ্জি…
- দেশ অনুসাৰে কয়লাএই প্ৰৱন্ধত দেশ অনুসাৰে কয়লা খনি আৰু কয়লা উৎপাদনৰ তালিকা দিয়া হৈছে। সকলো তথ্য ব্ৰিটিছ প…
- দেশ অনুসৰি ইছলাম ধৰ্মইছলামৰ অনুগামীসকলে ২০২২ চনত ২০১৭ চনৰ প্ৰস্তাৱিত প্ৰক্ষেপণ বজাই ৰাখি বিশ্বৰ দ্বিতীয় বৃহত্ত…
- দেশ অনুসৰি বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰৰ তালিকা২০১২ চনলৈকে, সৰ্বমুঠ ৯৬২ খন এই বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ ১৫৭খন দেশব্যপী ("state parties") আ…
- দেশ অনুসৰি হিন্দু ধৰ্মহিন্দু ধৰ্মৰ বিশ্বজুৰি প্ৰায় ১.২ বিলিয়ন (১২০ কোটি) অনুগামী আছে, যি বিশ্বৰ মুঠ জনসংখ্যাৰ …
- দেশিয়া ভাষাদেশিয়া, দেশিয়া ওড়িয়া, কোৰাপুটী ওড়িয়া বা দক্ষিণ-পশ্চিম ওড়িয়া এটি ভাৰতীয়-আৰ্য ভাষা …
- দেশী সুৰাদেশী সুৰা:Desi daru; বা ভাৰতত নিৰ্মিত ভাৰতীয় সুৰা (IMIL) বুলিও জনা যায়। দেশী দাৰু (হিন্দ…
- দেশীয় ৰাজ্য (ব্ৰিটিছ ভাৰত)দেশীয় ৰাজ্যসমূহ (Princely state) আছিল ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ নামমাত্ৰ সাৰ্বভৌম আৰু ব্…
- দেহ বিচাৰ গীতদেহ বিচাৰ গীত বা দেহবিচাৰৰ গীত অসমীয়া সমাজত প্ৰচলিত আধ্যাত্মিক ভাবযুক্ত তত্ত্বগধুৰ লোকগীত…
- দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্তদেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্ত (Dehong Dai and Jingpo Autonomous Prefecture; টাই-নু…
- দেহাট বিবিদেহাট বিবি, দেহাট দেদও, কাশ্মীৰৰ পৃষ্ঠপোষক সন্ত শ্বেখ নূৰ-উদ-দিন (নুন্দ ৰেছি)ৰ শিষ্য আছিল।…
- দেহাল পূজাদেহাল পূজা বা দেওশাল পূজা কাৰ্বিসকলে পালন কৰা এটি লোক উৎসৱ। গাঁৱৰ উন্নতিৰ বাবে গাঁওবাসীয়ে…
- দেৰগাঁওদেৰগাঁও(Dergaon) (IPA: ˈdɜːˌgɑ̃ʊ)উজনি অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন ঐতিহাসিক ঠাই। হেমকোষ …
- দেৰগাঁও উল্কাপিণ্ডদেৰগাঁও উল্কাপিণ্ড নামেৰে নামাংকিত এই উল্কাপিণ্ডটো ২০০১ চনৰ ২ মাৰ্চ তাৰিখে বিয়লি প্ৰায় ৪…
- দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় গোলাঘাট জিলাৰ দেৰগাঁওত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬২ এই মহ…
- দেৰগাঁও বিধানসভা সমষ্টিদেৰগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Dergaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰ…
- দেৰাডুনদেৰাডুন ভাৰতৰ এখন মহানগৰ আৰু ই উত্তৰাখণ্ডৰ ৰাজধানী। এই চহৰ খন ভাৰতবৰ্ষৰ ৰাজধানী চহৰ দিল্লী…
- দেৰ্জপ্ৰমদেৰ্জপ্ৰম (ইউক্ৰেইনীয়ান: Держпром) বা গোচপ্ৰম (Госпром) হৈছে ইউক্ৰেইনৰ খাৰ্কিভত অৱস্থিত ফ…
- দেৱ আনন্দদেৱ আনন্দ ( Dev Anand; জন্ম: ধৰমদেৱ পিশোৰীমল আনন্দ ; ২৬ ছেপ্টেম্বৰ ১৯২৩ – ৩ ডিচেম্বৰ ২০১১)…
- দেৱ কুমাৰ বসুদেৱ কুমাৰ বসু (Deb Kumar Bose) এগৰাকী বঙালীভাষী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ অসমীয়া ছব…
- দেৱকান্ত বৰুৱাদেৱকান্ত বৰুৱা (১৯১৪–১৯৯৬) অসমীয়া আধুনিকতাৰ প্ৰাৰম্ভিক পৰ্বত স্মৰণীয় কবি আৰু একেদৰে শীৰ্…
- দেৱকান্ত সন্দিকৈদেৱকান্ত সন্দিকৈ (জন্ম:১৯৫০- ) ( Devakanta Handique) এগৰাকী গদ্য লেখক। আশীৰ দশকৰ পৰা অসমীয…
- দেৱকী জৈনদেৱকী জৈন (Devaki Jain, জন্ম ১৯৩৩) এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ আৰু সাহিত্যিক। তেওঁ মুখ্যতঃ …
- দেৱকী পণ্ডিতদেৱকী পণ্ডিত (: Devaki Pandit; জন্ম: ৬ মাৰ্চ ১৯৬৫)[উদ্ধৃতিৰ প্ৰয়োজন] এগৰাকী ভাৰতীয় শাস্ত…
- দেৱকীনন্দন খত্ৰীদেৱকী নন্দন খাত্ৰী ( জন্ম ১৮ জুন,১৮৬১–১ আগষ্ট ১৯১৩) সমস্তীপুৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয…