দিশপুৰ মহাবিদ্যালয় গুৱাহাটীৰ গণেশগুৰিত অৱস্থিত এক মহাবিদ্যালয় ৷ এইখন মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত ৷
স্থাপন
দিশপুৰ মহাবিদ্যালয়ৰ ১৯৭৮ চনৰ ২৮ আগষ্টত নৈশ পাঠদান কাৰ্যসূচীৰে শুভাৰম্ভ ঘটে ৷ ১৯৯২-৯৩ চনত প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ বাৰ্ষিক পত্ৰিকা "অৰুণ" উন্মোচন হয় ৷ ২০০২-০৩ চনত কম্পিউটাৰ কেন্দ্ৰ উদ্বোধন কৰা হয় ৷ মূখ্যবাণী: " সম্পূৰ্ণ বিকাশৰ স্থান " ৷
পাঠ্যক্ৰম আৰু বিভাগ
- অসমীয়া বিভাগ
- ইংৰাজী বিভাগ
- দৰ্শন বিভাগ
- বুৰঞ্জী বিভাগ
- ৰাজনীতি বিজ্ঞান বিভাগ
- অৰ্থনীতি বিভাগ
- শিক্ষা বিভাগ
- গাণনিক বিভাগ
- ব্যৱস্থাপনা বিভাগ
- মুদ্ৰা বিভাগ
- গণিত বিভাগ
- কম্পিউটাৰ বিভাগ
- বি.বি.এ. বিভাগ
পাঠদানৰ সময়
দৈনিক পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ ৷
প্ৰাচীৰ পত্ৰিকাসমূহ
- প্ৰজ্ঞান
- আলোচনী বিভাগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিশপুৰ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৯৭৪৪৫ (১৪ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।