অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপান্বিতা ৰায়

দীপান্বিতা ৰায় (Dipanwita Roy) এগৰাকী বঙালী লেখিকা আৰু সাংবাদিক। তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যৰ অধ্যয়ন সমাপ্ত কৰে। শিশু সাহিত্যৰ প্ৰতি তেওঁ সদায় অধিক আগ্ৰহী।

হালনাগাদ: ২২ এপ্ৰিল ২০২৫ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

দীপান্বিতা ৰায় (Dipanwita Roy) এগৰাকী বঙালী লেখিকা আৰু সাংবাদিক।

তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যৰ অধ্যয়ন সমাপ্ত কৰে। শিশু সাহিত্যৰ প্ৰতি তেওঁ সদায় অধিক আগ্ৰহী।

সাহিত্য অকাডেমিয়ে দীপান্বিতা ৰায়ক ২০২৪ চনত, মহীদাদুৰ এণ্টিডোট নামৰ উপন্যাসখনৰ বাবে বাল সাহিত্য পুৰস্কাৰেৰে সন্মানিত কৰিছিল।১২৩৪৫

কৰ্মৰাজি

দীপান্বিতা ৰায় মূলতঃ এগৰাকী শিশু সাহিত্যিক। তেওঁৰ প্ৰকাশিত মৌলিক কাব্যগ্ৰন্থসমূহ হʼল গবেষণাগাৰে গুপ্তচোৰ, জলেৰ তলায় আতংক আৰু মহীদাদুৰ এণ্টিডোট।২৩

তথ্যসূত্ৰ

  1. ↑ Bal Sahitya Puraskar (2010-2024)
  2. ↑ ‘তুইও একদিন পাবি’, সত্যি হল নবনীতা দেবসেনেৰ ভবিষ্যদ্বাণী! আত্মহাৰা দীপান্বিতা. sangbadpratidin
  3. ↑ দুই নাৰী! বাল সাহিত্য অকাদেমি পেলেন দীপান্বিতা ৰায়, যুব অকাদেমি কবি সুতপা চক্ৰবৰ্তীৰ. sangbadpratidin
  4. ↑ (15 June 2024). Sahitya Akademi announces Yuva Puraskar, Bal Sahitya Puraskar winners for 2024. economictimes.indiatimes.com
  5. ↑ (15 June 2024). Sahitya Akademi announces Yuva Puraskar, Bal Sahitya Puraskar winners for 2024. theprint.in

সম্পৰ্কিত শ্ৰেণী

বঙালী সাহিত্যিকভাৰতৰ নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপান্বিতা ৰায়” প্ৰবন্ধৰ সংশোধন ৫০৪১৭৯ (২২ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।