অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

দিল্লীৰ হোটেলৰ অগ্নিকাণ্ড

২০১৪ চনৰ ১২ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৪.৩০ বজাত দিল্লী চহৰৰ কৰোল বাগ অঞ্চলৰ হোটেল অৰ্পিত পেলেচত এই অগ্নিকাণ্ড সংঘটিত হয় আৰু কমেও ১৭জন লোকৰ মৃত্যু হয়। হোটেলখনৰ সকলো মহলাত জুই লাগিছিল; মানুহবোৰক ভৱনটোৰ পৰা জঁপিয়াই পৰা দেখা গৈছিল।

হালনাগাদ: ২৯ জুন ২০২১ ৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

২০১৪ চনৰ ১২ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৪.৩০ বজাত দিল্লী চহৰৰ কৰোল বাগ অঞ্চলৰ হোটেল অৰ্পিত পেলেচত এই অগ্নিকাণ্ড সংঘটিত হয় আৰু কমেও ১৭জন লোকৰ মৃত্যু হয়। হোটেলখনৰ সকলো মহলাত জুই লাগিছিল; মানুহবোৰক ভৱনটোৰ পৰা জঁপিয়াই পৰা দেখা গৈছিল।১২৩৪

তথ্যসূত্ৰ

  1. ↑ (Feb 11, 2019). New Delhi Hotel Fire: People Jump From Windows, Several Casualties (Photos, Videos). International Business Times
  2. ↑ (Feb 12, 2019). 17 dead in huge fire at high-rise hotel in Indian capital Delhi. The Independent
  3. ↑ 17 killed in fire at shoddy New Delhi hotel, 4 others hurt. latimes.com. Associated Press
  4. ↑ Gettleman, Jeffrey; Schultz, Kai. (Feb 12, 2019). New Delhi Hotel Fire Kills at Least 17

সম্পৰ্কিত শ্ৰেণী

স্বাধীনোত্তৰ ভাৰতমানৱ-সৃষ্ট দুৰ্যোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিল্লীৰ হোটেলৰ অগ্নিকাণ্ড” প্ৰবন্ধৰ সংশোধন ২৮৩৮০৭ (২৯ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।