অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীনেশ গোস্বামী

দীনেশ গোস্বামী (Dinesh Goswami) এজন ভাৰতীয় ৰাজনীতিক আছিল। ১৯৮৯ চনত তেওঁ ভি পি সিং চৰকাৰত আইন আৰু ন্যায় মন্ত্ৰী আছিল। ১৯৮৫ চনত গুৱাহাটী সমষ্টিৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ অসমৰ পৰা এজন ৰাজ্যসভাৰ সদস্যও আছিল।

হালনাগাদ: ৬ জুন ২০২৫ ৫২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

দীনেশ গোস্বামী (Dinesh Goswami) এজন ভাৰতীয় ৰাজনীতিক আছিল। ১৯৮৯ চনত তেওঁ ভি পি সিং চৰকাৰত আইন আৰু ন্যায় মন্ত্ৰী আছিল।১২ ১৯৮৫ চনত গুৱাহাটী সমষ্টিৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ অসমৰ পৰা এজন ৰাজ্যসভাৰ সদস্যও আছিল।৩৪৫

১৯৯১ চনৰ ২ জুনত গৃহ ৰাজ্য অসমত এক গাড়ী দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়।৬

তথ্যসূত্ৰ

  1. ↑ (2 May 2013). Vice President releases book on Dinesh Goswami. Assam Tribune
  2. ↑ (3 June 1991). Dinesh Goswami, Indian Politician, 56. The New York Times
  3. ↑ Brief Profiles of Members. ৰাজ্যসভা
  4. ↑ (15 July 1990). We won't interfere'. Raj Chengappa. ইণ্ডিয়া টুডে
  5. ↑ (9 April 2014). Guwahati LS constituency. Pranjal Bhuyan. Assam Tribune
  6. ↑ (1991-06-03). Dinesh Goswami, Indian Politician, 56. The New York Times

সম্পৰ্কিত শ্ৰেণী

লোকসভাৰ সাংসদৰাজ্যসভাৰ সাংসদভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীনেশ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৫১৫৬৫৬ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।