অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভাৰতৰ জিলাসমূহৰ তালিকাৰ

জিলা (ज़िला; ضلع) শব্দটোৱে ভাৰতবৰ্ষৰ ক্ষেত্ৰত এনে একোটা প্ৰশাসনিক ভৌগোলিক অঞ্চল, যিবোৰ ভাৰতৰ ৰাজ্য নাইবা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ অন্তৰ্গত। জিলাসমূহ কিছুমান উপভাগত বিভক্ত কৰা হৈছে, যেনে মহকুমা আৰু নাইবা তেহচিল, গাওঁ পঞ্চায়ত ইত্যাদি।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

জিলা (ज़िला; ضلع) শব্দটোৱে ভাৰতবৰ্ষৰ ক্ষেত্ৰত এনে একোটা প্ৰশাসনিক ভৌগোলিক অঞ্চল, যিবোৰ ভাৰতৰ ৰাজ্য নাইবা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ অন্তৰ্গত। জিলাসমূহ কিছুমান উপভাগত বিভক্ত কৰা হৈছে, যেনে মহকুমা আৰু নাইবা তেহচিল, গাওঁ পঞ্চায়ত ইত্যাদি।

জিলাৰ মুখ্য শাসনকৰ্তা সকল:

  • জিলা উপায়ুক্ত:- জিলা উপায়ুক্ত জিলা এখনৰ সৰ্বোচ্চ ক্ষমতাপ্ৰাপ্ত বিষয়া এখেতে জিলাখনৰ আইন শৃংখলা অটুট ৰখা দ্বায়িত্ব বহন কৰাৰ লগতে জিলা ন্যায়াধীশৰ কাৰ্যালয় সমূহ আৰু ৰাজহ সংগ্ৰহৰ দ্বায়িত্বত থকা ৰাজহ বিষয়া সকলৰ সমন্বয় ৰক্ষা কৰে। সাধাৰণতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকল জিলা উপায়ুক্ত হয় যদিও কেতিয়াবা ৰাজ্যিক প্ৰশাসনিক সেৱাৰ বিষয়া সকলকো এই পদত নিযুক্তি দিয়া হয়। জিলা উপায়ুক্তক সহায় কৰিবলৈ যথেষ্ট সংখ্যক বিভিন্ন সৰু বৰ প্ৰশাসিনক বিষয়া থাকে।
  • আৰক্ষী অধীক্ষক:- জিলাসমূহৰ আইন শৃংখলা আৰু তেনে ধৰণৰ বিষয় সমূহ নিয়াৰিকৈ চলোৱাৰ দ্বায়িত্বত এজন ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া এজন আৰক্ষী অধীক্ষকৰূপে থাকে।

ৰাজ্য চৰকাৰৰ দ্বাৰা এই বিষয়াসমূহ নিৰ্বাচিত কৰা হয় লগতে সময় আৰু পৰিস্থিতি সাপেক্ষে এওঁলোকক পদোন্নতি বা স্থানান্তৰ কৰা হয়।

ৰাজ্যসমূহৰ অন্তৰ্গত প্ৰতিখন জিলাতে এখন সুনিৰ্দিষ্ট কৰা জিলাৰ মুখ্য সদৰ থাকে; কিন্তু মুম্বাই এনে এখন চহৰ যিখন এখন জিলা হোৱা সত্ত্বেও, সুনিৰ্দিষ্ট কৰা জিলাৰ সদৰ নাই, যদিওবা তাত এজন জিলা উপায়ুক্ত আছে।

২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত বৰ্তমান ৬৪০খন জিলা আছে।১

অৱলোকন

মেপ নং! ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম! জিলা
1| অন্ধ প্ৰদেশ| ২৩
2| অৰুণাচল প্ৰদেশ| ১৬
3| অসম| ২৭
4| বিহাৰ| ৩৮
5| ছত্তীছগড়| ১৮
6| গোৱা| ২
7| গুজৰাট| ২৬
8| হাৰিয়ানা| ২১
9| হিমাচল প্ৰদেশ| ১২
10| জম্মু আৰু কাশ্মীৰ| ২২
11| ঝাৰখণ্ড| ২৪
12| কৰ্ণাটক| ৩০
13| কেৰালা| ১৪
14| মধ্য প্ৰদেশ| ৫০
15| মহাৰাষ্ট্ৰ| ৩৫
16| মণিপুৰ| ৯
17| মেঘালয়| ৭
18| মিজোৰাম| ৮
19| নাগালেণ্ড| ১১
20| উৰিষ্যা| ৩০
21| পঞ্জাব| ২০
22| ৰাজস্থান| ৩৩
23| ছিক্কিম| ৪
24| তামিল নাডু| ৩২
25| ত্ৰিপুৰা| ৪
26| উত্তৰ প্ৰদেশ| ৭১
27| উত্তৰাখণ্ড| ১৩
28| পশ্চিমবঙ্গ| ১৯
A| আণ্ডামান আৰু নিকোবৰ দ্বীপপুঞ্জ| ৩
B| চণ্ডীগড়| ১
C| দাদৰা আৰু নগৰ হাৱেলী| ১
D| দমন আৰু দিউ| ২
E| লাক্ষাদ্বীপ| ১
F| কেন্দ্ৰীয় শাসিত দিল্লীৰ অন্তৰ্গত জিলাসমূহ| ৯
G| পণ্ডিচেৰী| ৪
%! সৰ্বমুঠ! ৬৪০
|

অন্ধ্ৰপ্ৰদেশ (AP)

লগতে চাওক: Districts of Andhra Pradesh

ক'ডজিলাসদৰজনসংখ্যা (২০০১)মাটিকালি (বৰ্গ কিঃমিঃ)ঘনত্ব (প্ৰতি বৰ্গ কিঃমিঃ)চৰকাৰী ৱেবছাইট
ANঅনন্তপুৰঅনন্তপুৰ৩,৬৩৯,৩০৪১৯,১৩০১৯০anantapur.nic.in/
CHচিত্তুৰচিত্তুৰ৩,৭৩৫,২০২১৫,১৫২২৪৭chittoor.nic.in/
EGপূব গোদাৱৰীকাকিনাড়া৪,৮৭২,৬২২১০,৮০৭৪৫১eastgodavari.nic.in/
GUগুণ্টুৰগুণ্টুৰ৪,৪০৫,৫২১১১,৩৯১৩৮৭guntur.nic.in/
CUYSR জিলাকাডাপা২,৫৭৩,৪৮১১৫,৩৫৯১৬৮kadapa.nic.in/
KRকৃষ্ণমাছলীপত্তনম৪,২১৮,৪১৬৮,৭২৭৪৮৩krishna.nic.in/
KUকৰ্নুলকৰ্নুল৩,৫১২,২৬৬১৭,৬৫৮১৯৯kurnool.nic.in/
NEশ্ৰী পত্তি শ্ৰী ৰামুলু নেল্লোৰনেল্লোৰ২,৬৫৯,৬৬১১৩,০৭৬২০৩nellore.nic.in/
PRপ্ৰকাছমঅংগোল৩,০৫৪,৯৪১১৭,৬২৬১৭৩prakasam.nic.in/
SRশ্ৰীকাকুলমশ্ৰীকাকুলম২,৫২৮,৪৯১৫,৮৩৭৪৩৩srikakulam.nic.in/
VSবিছাখাপত্তনমবিছাখাপত্তনম৩,৭৮৯,৮২৩১১,১৬১৩৪০visakhapatnam.nic.in/
VZবিজয়নগৰমবিজয়নগৰম২,২৪৫,১০৩৬,৫৩৯৩৪৩vizianagaram.nic.in/
WGপশ্চিম গোদাৱৰীএলুৰু৩,৭৯৬,১৪৪৭,৭৪২৪৯০wgodavari.nic.in/

অৰুণাচল প্ৰদেশৰ জিলাসমূহ (AR)

লগতে চাওক: অৰুণাচল প্ৰদেশৰ জিলাসমূহ

অৰুণাচল প্ৰদেশক ১৬খন জিলা হৈছে:২

ক’ডজিলাসদৰজনসংখ্যা (২০১১)৩মাটিকালি (বৰ্গ কিমি)জনঘনত্ব (প্ৰতি বৰ্গ কিমি)ৱেবছাইট
০১টাৱাংটাৱাং চহৰ৪৯৯৫০২০৮৫২৩tawang.nic.in
০২পশ্চিম কামেংব’মডিলা৮৭০১৩৭৪২২১২westkameng.nic.in
০৩পূব কামেংচেপ্পা৭৮৪১৩৪১৩৪১৯eastkameng.nic.in
০৪পাপুমপাৰেয়ুপিয়া১৭৬৩৮৫২৮৭৫৬১papumpare.nic.in
০৫উজনি সোৱণশিৰিদাপৰিজো৮৩২০৫৭০৩২১২
০৬পশ্চিম ছিয়াংআলং১১২২৭২৮৩২৫১৩westsiang.nic.in
০৭পূব ছিয়াংপাচিঘাট৯৯০১৯৪০০৫২৭eastsiang.nic.in
০৮উজনি ছিয়াংয়ুং কিয়োং৩৫২৮৯৬১৮৮৫
০৯চাংলাংচাংলাং১৪৭৯৫১৪৬৬২৩২changlang.nic.in
১০টিৰাপখোন্সা১১১৯৯৭২৩৬২৪৭tirap.nic.in
১১নামনি সোৱণশিৰিজিৰো৮২৮৩৯৩৪৬০২৪
১২কুৰুং কুমেইকলৰিয়াং৮৯৭১৭৮৮১৮১৫
১৩দিবাং উপত্যকাঅনীনি৭৯৪৮৯১২৯১
১৪নামনি দিবাং উপত্যকাৰইং৫৩৯৮৬৩৯০০১৪roing.nic.in
১৫লোহিততেজু১৪৫৫৩৮২৪০২২৮lohit.nic.in
১৬অনজৌহাৱাই২১০৮৯৬১৯০৩

অসম (AS)

লগতে চাওক: অসমৰ জিলাসমূহ

ক'ডজিলাসদৰজনসংখ্যা (২০০১)মাটিকালি (বৰ্গ কিঃমিঃ)ঘনত্ব (/বৰ্গ কিঃমিঃ)চৰকাৰী ৱেবছাইট
BAবৰপেটাবৰপেটা১,৬৪২,৪২০৩,২৪৫৫০৬www. barpeta.gov.in
BOবঙাইগাঁওবঙাইগাঁও৯০৬,৩১৫২,৫১০৩৬১www.bongaigaon.gov.in
CAকাছাৰশিলচৰ১,৪৪২,১৪১৩,৭৮৬৩৮১www.cachar.gov.in
DAদৰংমঙলদৈ১,৫০৩,৯৪৩৩,৪৮১৪৩২www.darrang.gov.in
DMধেমাজীধেমাজি৫৬৯,৪৬৮৩,২৩৭১৭৬www.dhemaji.gov.in
DBধুবুৰীধুবুৰী১,৬৩৪,৫৮৯২,৮৩৮৫৭৬www.dhubri.gov.in
DIডিব্ৰুগড়ডিব্ৰুগড়১,১৭২,০৫৬৩,৩৮১৩৪৭www.dibrugarh.gov.in
GPগোৱালপাৰাগোৱালপাৰা৮২২,৩০৬১,৮২৪৪৫১www.goalpara.gov.in
GGগোলাঘাটগোলাঘাট৯৪৫,৭৮১৩,৫০২২৭০www.golaghat.gov.in
HAহাইলাকান্দিহাইলাকান্দি৫৪২,৯৭৮১,৩২৭৪০৯www.hailakandi.nic.in
JOযোৰহাটযোৰহাট১,০০৯,১৯৭২,৮৫১৩৫৪www.jorhat.gov.in
KAকাৰ্বি আংলংডিফু৮১২,৩২০১০,৪৩৪৭৮www.karbianglong.gov.in
KRকৰিমগঞ্জকৰিমগঞ্জ১,০০৩,৬৭৮১,৮০৯৫৫৫www.karimganj.gov.in
KKকোকৰাঝাৰকোকৰাঝাৰ৯৩০,৪০৪৩,১২৯২৯৭www.kokrajhar.gov.in
LAলখিমপুৰলখিমপুৰ জিলা৮৮৯,৩২৫২,২৭৭৩৯১www.lakhimpur.gov.in
MAমৰিগাঁওমৰিগাঁও৭৭৫,৮৭৪১,৭০৪৪৫৫www.morigaon.nic.in
NGনগাঁওনগাঁও২,৩১৫,৩৮৭৩,৮৩১৬০৪www.nagaon.gov.in
NLনলবাৰীনলবাৰী১,১৩৮,১৮৪২,২৫৭৫০৪www.nalbari.nic.in
NCডিমা হাছাওহাফলং১৮৬,১৮৯৪,৮৮৮৩৮www.nchills.gov.in
SIশিৱসাগৰশিৱসাগৰ১,০৫২,৮০২২,৬৬৮৩৯৫www.sivasagar.nic.in
SOশোণিতপুৰতেজপুৰ১,৬৭৭,৮৭৪৫,৩২৪৩১৫www.sonitpur.gov.in
TIতিনিচুকীয়াতিনিচুকীয়া১,১৫০,১৪৬৩,৭৯০৩০৩www.tinsukia.gov.in

বিহাৰ (BR)

লগতে চাওক: Districts of Bihar

ক'ডজিলাসদৰজনসংখ্যা (২০০১)মাটিকালি (বৰ্গ কিঃমিঃ)ঘনত্ব (/বৰ্গ কিঃমিঃ)চৰকাৰী ৱেবছাইট
ARঅৰৰিয়াঅৰৰিয়া২,৮০৬,২০০২,৮২৯৯৯২araria.bih.nic.in
ARঅৰৱলঅৰৱল৬৯৯,৫৬৩৪,৮৩৯১০৯৯arwal.bih.nic.in/
AUঔৰংগাবাদঔৰংগাবাদ২,৫১১,২৪৩৩,৩০৩৭৬০aurangabad.bih.nic.in
BAবাঁকাবাঁকা২,০২৯,৩৩৯৩,০১৮৬৭২banka.bih.nic.in
BEবেগুছৰায়বেগুছৰায়২,৯৫৪,৩৬৭১,৯১৭১,৫৪০begusarai.bih.nic.in
BGভগলপুৰভগলপুৰ৩,০৩২,২২৬২,৫৬৯১,১৮০bhagalpur.bih.nic.in
BJভোজপুৰআৰা২,৭২০,১৫৫২,৪৭৩১,১৩৬bhojpur.bih.nic.in
BUবক্সৰবক্সৰ১,৭০৭,৬৪৩১,৬২৪১,০০৩buxar.bih.nic.in
DAদৰভঙাদৰভঙা৩,৯২১,৯৭১২,২৭৮১,৭২১darbhanga.bih.nic.in
ECপূব চম্পাৰণমোতিহাৰী৫,০৮২,৮৬৮৩,৯৬৯১২৮১eastchamparan.bih.nic.in
GAগয়াগয়া৪,৩৭৯,৩৮৩৪,৯৭৮৮৮০gaya.bih.nic.in
GOগোপালগঞ্জগোপালগঞ্জ২,৫৫৮,০৩৭২,০৩৩১,২৫৮gopalganj.bih.nic.in
JAজামুইজামুই১,৭৫৬,০৭৮৩,০৯৯৫৬৭jamui.bih.nic.in
JEজেহানাবাদজেহানাবাদ১,১২৪,১৭৬১,৫৬৯১২০৬Jehanabad.bih.nic.in
KHখগড়িয়াখগড়িয়া১,৬৫৭,৫৯৯১,৪৮৬১,১১৫khagaria.bih.nic.in
KIকৃষ্ণগঞ্জকৃষ্ণগঞ্জ১,৬৯০,৯৪৮১,৮৮৪৮৯৮kishanganj.bih.nic.in
KMকৈমুৰভভুৱা১,৬২৬,৯০০৩,৩৬৩৪৮৮kaimur.bih.nic.in
KTকটিহাৰকটিহাৰ৩,০৬৮,১৪৯৩,০৫৬১০০৪katihar.bih.nic.in
LAলখীছৰায়লখীছৰায়১,০০০,৭১৭১,২২৯৮১৫lakhisarai.bih.nic.in
MBমধুবনীমধুবনী৪,৪৭৬,০৪৪৩,৫০১১,২৭৯madhubani.bih.nic.in
MGমুংগেৰমুংগেৰ১,৩৫৯,০৫৪১,৪১৯৯৫৮munger.bih.nic.in
MPমধেপুৰামধেপুৰা১,৯৯৪,৬১৮১,৭৮৭১১১৬madhepura.bih.nic.in
MZমুজফ্‌ফৰপুৰমুজফ্‌ফৰপুৰ৪,৭৭৮,৬১০৩,১৭৩১,৫০৬muzaffarpur.bih.nic.in
NLনালান্দাবিহাৰ শ্বৰীফ২,৮৭২,৫২৩২,৩৫৪১,২২০nalanda.bih.nic.in
NWনৱাদানৱাদা২,২১৬,৬৫৩২,৪৯২৮৮৯nawada.bih.nic.in
PAপাটনাপাটনা৫,৭৭২,৮০৪৩,২০২১,৮০৩patna.bih.nic.in
PUপূৰ্ণিয়াপূৰ্ণিয়া৩,২৭৩,১২৭৩,২২৮১০১৪purnia.bih.nic.in
ROৰোহতাচছাছাৰাম২,৯৬২,৫৯৩৩,৮৫০৭৬৩rohtas.bih.nic.in
SHছহৰছাছহৰছা১,৮৯৭,১০২১,৭০২১১২৫saharsa.bih.nic.in
SMসমষ্টিপুৰসমষ্টিপুৰ৪,২৫৪,৭৮২২,৯০৫১,৪৬৫samastipur.bih.nic.in
SOশিৱহৰশিৱহৰ৬৫৬,৯১৬৪৪৩১,৮৮২sheohar.bih.nic.in
SPশ্বেখপুৰাশ্বেখপুৰা৬৩৪,৯২৭৬৮৯৯২২sheikhpura.bih.nic.in
SRসাৰণছপৰা৩,৯৪৩,০৯৮২,৬৪১১,৪৯৩saran.bih.nic.in
STসাগৰসাগৰ৩,৪১৯,৬২২২,১৯৯১,৪৯১sitamarhi.bih.nic.in
SUছুপৌলছুপৌল২,২২৮,৩৯৭২,৪১০৯১৯supaul.bih.nic.in
SWসীৱানসীৱান৩,৩১৮,১৭৬২,২১৯১,৪৯৫siwan.bih.nic.in
VAবৈশালী (অক্ষয়)হাজিপুৰ৩,৪৯৫,২৪৯২,০৩৬১,৭১৭vaishali.bih.nic.in
WCপশ্চিম চম্পাৰণবেতিয়া৩,৯২২,৭৮০৫,২২৯৭৫০westchamparan.bih.nic.in

ছত্তীছগঢ় (CG)

লগতে চাওক: Districts of Chhattisgarh

ক'ডজিলাসদৰজনসংখ্যা (২০১২)মাটিকালি (বৰ্গ কিঃমিঃ)ঘনত্ব (/বৰ্গ কিঃমিঃ)চৰকাৰী ৱেবছাইট
BAবস্তৰজগদলপুৰ১,৪১১,৬৪৪১৪,৯৬৮৮৭bastar.nic.in/
BJবিজাপুৰবিজাপুৰ২৫৫,১৮০৬,৫৫৫৩৫bijapur.gov.in/
BIবিলাসপুৰবিলাসপুৰ২,৬৬২,০৭৭৮,২৭০২৪১bilaspur.nic.in/
DAদান্তেৱাৰাদান্তেৱাৰা৫৩২,৭৯১১৭,৫৩৮৪১dantewada.nic.in/
DHধমতৰীধমতৰী৭৯৯,১৯৯৩,৩৮৩২০৮dhamtari.nic.in/
DUদুৰ্গদুৰ্গ৩.৩৪৩,০৭৯৮,৫৪২৩২৮durg.nic.in/
JAজশপুৰজশপুৰ নগৰ৮,৫২,০৪৩৫,৮২৫১২৭jashpur.nic.in/
JCজাঞ্জগীৰ-চাম্পাজাঞ্জগীৰ১,৬২০,৬৩২৩,৮৪৮৩৪২janjgirchampa.nic.in/
KBকোৰবাকোৰবা১,২০৬,৫৬৩৬,৬১৫১৫৩korba.nic.in/
KJকোৰিয়াবৈকুণ্ঠপুৰ৬৫৯,০৩৯৬,৫৭৮৮৯koriya.nic.in/
KKকাংকেৰকাংকেৰ৭৪৮,৫৯৩৬,৫১৩১০০kanker.gov.in/
KWকবীৰধামকৱৰ্ধা৫৮৪,৬৬৭৪,২৩৭১৩৮kawardha.nic.in/
MAমহাসমুন্দমহাসমুন্দ১,০৩২,২৭৫৪,৭৭৯১৮০mahasamund.nic.in/
NRনাৰায়ণপুৰনাৰায়ণপুৰ১৪০,২০৬৬,৬৪০১৭narayanpur.gov.in/
RGৰায়গড়ৰায়গড়১,৪৯৩,৬২৭৭,০৬৮১৭৯raigarh.nic.in/
RNৰাজনন্দগাঁওৰাজনন্দগাঁও১,৫৩৭,৫২০৮,০৬২১৫৯rajnandgaon.nic.in/
RPৰায়পুৰৰায়পুৰ৪,০৬২,১৬০১৩,০৮৩২৩০raipur.nic.in/
SJসুৰজপুৰসুৰজপুৰ৫২০,৬৬১৯,২৬৫১৩৭surguja.nic.in/
-কোণ্ডাগাঁওকোণ্ডাগাঁও578,3267,76974kondagaon.gov.in/
-গৰিয়াবন্দগৰিয়াবন্দ597,6535,823103gariaband.gov.in/
-বলৰামপুৰবলৰামপুৰ598,8553,806157balrampur.gov.in/
-বালোদবালোদ826,1653,527234balod.gov.in/
-বালোদা বজাৰবালোদা বজাৰ1,305,3434,748275balodabazar.gov.in/
-বেমেতৰাবেমেতৰা197,0352,85569bemetara.gov.in/
-মুংগেলীমুংগেলী701,7072,750255http://mungeli.gov.in
SJসৰগুজাঅম্বিকাপুৰ840,35216,35951surguja.gov.in/
SKসুক্মাসুক্মা249,8415,63646sukma.gov.in/

দিল্লী(DL)

লগতে চাওক: দিল্লীৰ জিলাসমূহ

সংকেতজিলাসদৰজনসংখ্যা (২০১১)মাটিকালি (বৰ্গ কিমি)জনঘনত্ব (প্ৰতি বৰ্গ কিমি)ৱেবছাইট
CDমধ্য দিল্লীদৰিয়াগঞ্জ৬৪৪,০০৫২৫২৫,৭৫৯www.dccentral.delhigovt.nic.in/
EDপূব দিল্লীপ্ৰীত বিহাৰ১,৪৪৮,৭৭০৪৪০৩২৯৩www.dceast.delhigovt.nic.in
NDনতুন দিল্লীকনৌথ প্লেচ (Connaught Place)৩০২,৩৬৩২২১৩৭৪৪www.dcnewdelhi.delhigovt.nic.in
NOউত্তৰ দিল্লীসদৰ বাজাৰ৭৭৯,৭৮৮৫৯১২৯৯৬www.dcnorth.delhigovt.nic.in/
NEউত্তৰ পূব দিল্লীশ্বাহদাৰা১,৭৬৩,৭১২৫২৩৩৯১৭www.dcnortheast.delhigovt.nic.in
NWউত্তৰ পশ্চিম দিল্লীকানঝাৱালা৭৮৫,২৮৪১৩০৬০৪১www.dcnorthwest.delhigovt.nic.in
SDদক্ষিণ দিল্লীচাকেট২,২৫৮,৪৯০২৫০৯০৩৩www.dcsouth.delhigovt.nic.in
SWদক্ষিণ পশ্চিম দিল্লীবসন্ত বিহাৰ১,৭৪৯,৪৯২৩৯৫৪৪৩০www.dcsouthwest.delhigovt.nic.in
WDপশ্চিম দিল্লীৰাজৌৰি গাৰ্ডেন২,১১৯,৬৪১১১২১৮৯২৫www.dcwestrev.delhigovt.nic.in

গোৱা (GA)

লগতে চাওক: গোৱাৰ জিলাসমূহ

ক’ডজিলাসদৰজনসংখ্যা (২০১১)৪মাটিকালি (বৰ্গ কিমি)জনঘনত্ব (প্ৰতি বৰ্গ কিমি)ৱেবছাইট
NGউত্তৰ গোৱাপানাজী৮১৭,৭৬১১,৭৩৬৪৭১northgoa.nic.in
SGদক্ষিণ গোৱামাৰগাঅ’৬৩৯,৯৬২১,৯৬৬৩২৬southgoa.nic.in

Gujarat (GJ)

লগতে চাওক: Districts of Gujarat

#Code৫District৬HeadquartersPopulation (2011)Area (km²)Density (/km²)৬Website
1AHAhmedabadAhmedabad7,208,2008,707890amdavad.gujarat.gov.in/
2AMAmreliAmreli1,513,6146,760205amreli.gujarat.gov.in/
3ANAnandAnand2,090,2762,942711anand.gujarat.gov.in/
4ARAravalliModasa1,051,7463,217327
5BKBanaskanthaPalanpur3,116,04512,703290banaskantha.gujarat.gov.in/
6BRBharuchBharuch1,550,8226,524238bharuch.gujarat.gov.in/
7BVBhavnagarBhavnagar2,877,96111,155288bhavnagar.gujarat.gov.in/
8BTBotadBotad656,0052,564256
9CUChhota UdepurChhota Udepur1,071,8313,237331
10DADahodDahod2,126,5583,642582dahod.gujarat.gov.in/
11DGDangAhwa226,7691,764129dangs.gujarat.gov.in/
12DDDevbhoomi DwarkaKhambhalia752,4845,684132
13GAGandhinagarGandhinagar1,387,478649660gandhinagar.gujarat.gov.in/
14GSGir SomnathVeraval1,217,4773,754324
15JAJamnagarJamnagar2,159,13014,125153jamnagar.gujarat.gov.in/
16JUJunagadhJunagadh2,742,2918,839310junagadh.gujarat.gov.in/
17KHKhedaNadiad2,298,9344,215541kheda.gujarat.gov.in/
18KAKutchBhuj2,090,31345,65246kutch.gujarat.gov.in/
19MHMahisagarLunavada994,6242,500398
20MAMehsanaMehsana2,027,7274,386462mehsana.gujarat.gov.in/
21MBMorbiMorbi960,3294,871197
22NRNarmadaRajpipla590,3792,749214narmada.gujarat.gov.in/
23NVNavsariNavsari1,330,7112,211602navsari.gujarat.gov.in/
24PMPanchmahalGodhra2,388,2675,219458panchmahals.gujarat.gov.in/
25PAPatanPatan1,342,7465,738234patan.gujarat.gov.in/
26POPorbandarPorbandar586,0622,294255porbandar.gujarat.gov.in/
27RARajkotRajkot3,157,67611,203282rajkot.gujarat.gov.in/
28SKSabarkanthaHimatnagar2,427,3467,390328sabarkantha.gujarat.gov.in/
29STSuratSurat4,996,3914,327653surat.gujarat.gov.in/
30SNSurendranagarSurendranagar1,755,87310,489167surendranagar.gujarat.gov.in/
31TATapiVyara806,4893,435249
32VDVadodaraVadodara3,639,7757,794467vadodara.gujarat.gov.in/
33VLValsadValsad1,703,0683,034561valsad.gujarat.gov.in/

Haryana (HR)

লগতে চাওক: Districts of Haryana

CodeDistrictHeadquartersPopulation (২০০১)Area (km²)Density (/km²)Official website
AMAmbalaAmbala১,০১৩,৬৬০১,৫৬৯৬৪৬ambala.nic.in/
BHBhiwaniBhiwani১,৪২৪,৫৫৪৫,১৪০২৭৭bhiwani.nic.in/
FRFaridabadFaridabad২,১৯৩,২৭৬২,১০৫১,০৪২faridabad.nic.in/
FTFatehabadFatehabad৮০৬,১৫৮২,৪৯১৩২৪fatehabad.nic.in/
GUGurgaonGurgaon১,৬৫৭,৬৬৯২,৭৬০৬০১gurgaon.nic.in/
HIHissarHissar১,৫৩৬,৪১৭৩,৭৮৮৪০৬hisar.nic.in/
JHJhajjarJhajjar৮৮৭,৩৯২১,৮৬৮৪৭৫jhajjar.nic.in/
JIJindJind১,১৮৯,৭২৫২,৭৩৬৪৩৫jind.nic.in/
KRKarnalKarnal১,২৭৪,৮৪৩২,৪৭১৫১৬karnal.nic.in/
KTKaithalKaithal৯৪৫,৬৩১২,৭৯৯৩৩৮kaithal.nic.in/
KUKurukshetraKurukshetra৮২৮,১২০১,২১৭৬৮০kurukshetra.nic.in/
MAMahendragarhNarnaul৮১২,০২২১,৬৮৩৪৮২mahendragarh.nic.in/
MWMewatNuh৯৯৩,০০০১,৭৬৫৫৬২mewat.nic.in/
PKPanchkulaPanchkula৪৬৯,২১০৮১৬৫৭৫panchkula.nic.in/
PPPanipatPanipat৯৬৭,৩৩৮১,২৫০৭৭৪panipat.gov.in/
RERewariRewari৭৬৪,৭২৭১,৫৫৯৪৯১rewari.nic.in/
RORohtakRohtak৯৪০,০৩৬১,৬৬৮৫৬৪rohtak.nic.in/
SISirsaSirsa১,১১১,০১২৪,২৭৬২৬০sirsa.nic.in/
SNPSonipatSonipat১,২৭৮,৮৩০২,২৬০৫৬৬sonepat.gov.in/
YNYamuna NagarYamuna Nagar৯৮২,৩৬৯১,৭৫৬৫৫৯yamunanagar.nic.in/
PWPalwalPalwal৯৩৪,৬৭৫১,৮৭৫৪৯৯palwal.nic.in/

হিমাচল প্ৰদেশ (HP)

লগতে চাওক: Districts of Himachal Pradesh

ক'ডজিলাসদৰজনসংখ্যা (২০১২)মাটিকালি (বৰ্গ কিঃমিঃ)ঘনত্ব (/বৰ্গ কিঃমিঃ)চৰকাৰী ৱেবছাইট
BIবিলাসপুৰবিলাসপুৰ৩৪০,৭৩৫১,১৬৭২৯২hpbilaspur.gov.in/
CHচম্বাচম্বা৪৬০,৪৯৯৬,৫২৮৭১hpchamba.nic.in/
HAহমিৰপুৰহমিৰপুৰ৪১২,০০৯১,১১৮৩৬৯hphamirpur.gov.in/
KAকংড়াধৰমশালা১,৩৩৮,৫৩৬৫,৭৩৯২৩৩hpkangra.nic.in/
KIকিন্নৌৰৰেকং পিঅ'৮৩,৯৫০৬,৪০১১৩hpkinnaur.nic.in/
KUকুল্লুকুল্লু৩৭৯,৮৬৫৫,৫০৩৬৯hpkullu.gov.in/
LSলাহৌল এণ্ড স্পিতিকীলং৩৩,২২৪১৩,৮৩৫২hplahaulspiti.gov.in
MAমণ্ডীমণ্ডী৯০০,৯৮৭৩,৯৫০২২৮hpmandi.nic.in/
SHছিমলাছিমলা৭২১,৭৪৫৫,১৩১১৪১hpshimla.nic.in/
SIছিৰমৌৰনাহন৪৫৮,৩৫১২,৮২৫১৬২hpsirmaur.gov.in/
SOসোলানসোলান৪৯৯,৩৮০১,৯৩৬২৫৮hpsolan.gov.in/
UNAউনাউনা৪৪৭,৯৬৭১,৫৪০২৯১hpuna.nic.in/

Jammu and Kashmir (JK)

লগতে চাওক: Districts of Jammu and Kashmir

#Code৭District৮HeadquartersPopulation (2011)Area (km²)Density (/km²)৮Official website
1ANAnantnagAnantnag1,070,1442853375anantnag.gov.in/
2BPRBandiporaBandipore385,0993,010128bandipore.gov.in/
3BRBaramullaBaramulla1,015,5033329305baramulla.nic.in/
4BDBadgamBadgam735,7531406537budgam.nic.in/
5DODodaDoda409,57611,69179doda.gov.in/
6GBGanderbalGanderbal297,00319791,151
7JAJammuJammu1,526,4063,097596jammu.gov.in/
8KTKathuaKathua615,7112,651232kathua.gov.in/
9KWKishtwarKishtwar230,696773730
10KGKulgamKulgam422,786457925
11KUKupwaraKupwara875,5642,379368kupwara.gov.in/
12POPoonchPoonch476,8201,674285poonch.gov.in/
13PUPulwamaPulwama570,0601,398598pulwama.gov.in/
14RARajouriRajouri619,2662,630235rajouri.nic.in/
15RBRambanRamban283,3131,330213
16RSReasiReasi314,7141710184
17SBSambaSamba318,611913318samba.gov.in/
18SHShopianShupiyan265,960312852
19SRSrinagarSrinagar1,269,7512,228703srinagar.nic.in/
20UDUdhampurUdhampur555,3574,550211udhampur.gov.in/

Jharkhand (JH)

লগতে চাওক: Districts of Jharkhand

#Code৯District১০HeadquartersPopulation (2011)Area (km²)Density (/km²)১০Official website
1BOBokaroBokaro2,061,9182,861716
2CHChatraChatra1,042,3043,700275
3DEDeogharDeoghar1,491,8792,479602
4DHDhanbadDhanbad2,682,6622,0751,284dhanbad.nic.in/
5DUDumkaDumka1,321,0964,404300dumka.nic.in/
6ESEast SinghbhumJamshedpur2,291,0323,533648jamshedpur.nic.in/
7GAGarhwaGarhwa1,322,3874,064327garhwa.nic.in/
8GIGiridihGiridih2,445,2034,887497giridih.nic.in/
9GOGoddaGodda1,311,3822,110622godda.nic.in/
10GUGumlaGumla1,025,6565327193gumla.nic.in/
11HAHazaribagHazaribag1,734,0054,302403hazaribag.nic.in/
12JAJamtaraJamtara790,2071,802439
13KHKhuntiKhunti530,2992,467215
14KOKodermaKoderma717,1691,312427koderma.nic.in/
15LALateharLatehar725,6733,630200
16LOLohardagaLohardaga461,7381,494310lohardaga.nic.in/
17PKPakurPakur899,2001,805498pakur.nic.in/
18PLPalamuDaltonganj1,936,3195,082381palamu.nic.in/
19RMRamgarhRamgarh949,1591,212684
20RARanchiRanchi2,912,0227,974557ranchi.nic.in/
21SASahibganjSahebganj1,150,0381,599719sahibganj.nic.in/
22SKSeraikela KharsawanSeraikela1,063,4582,725390seraikela.nic.in/
23SISimdegaSimdega599,8133,750160chaibasa.nic.in/
24WSWest SinghbhumChaibasa1,501,6197,186209

Karnataka (KA)

লগতে চাওক: Districts of Karnataka

#Code১১District১২HeadquartersPopulation (2011)Area (km²)Density (/km²)১২Official website
1BKBagalkotBagalkot1,890,8266,583288www.bagalkot.nic.in/
2BLBallariBallari2,532,3838,439300
3BGBelgaumBelgaum4,778,43913,415356www.belgaum.nic.in/
4BRBangalore RuralBangalore987,2572,239441www.bangalorerural.nic.in/
5BNBangalore UrbanBangalore9,588,9102,1904,378bangaloreurban.nic.in/
6BDBidarBidar1,700,0185,448312www.bidar.nic.in/
7CJChamarajnagarChamarajanagar1,020,9625,102200chamrajnagar.nic.in/
8CKChikkaballapurChikkaballapur1,254,3774,208298www.chikballapur.nic.in/
9CKChikkamagaluruChikmagalur1,137,7537,201158chickmagalur.nic.in/
10CTChitradurgaChitradurga1,660,3788,437197www.chitradurga.nic.in/
11DKDakshina KannadaMangaluru2,083,6254,559457
12DADavanagereDavangere1,946,9055,926329www.davanagere.nic.in/
13DHDharwadDharwad1,846,9934,265434www.dharwad.nic.in/
14GAGadagGadag-Betageri1,065,2354,651229gadag.nic.in/
15GUGulbargaGulbarga2,564,89210,990233www.gulbarga.nic.in/
16HSHassanHassan1,776,2216,814261www.hassan.nic.in/
17HVHaveriHaveri1,598,5064,825331haveri.nic.in/
18KDKodaguMadikeri554,7624,102135www.kodagu.nic.in/
19KLKolarKolar1,540,2314,012384kolar.nic.in/
20KPKoppalKoppal1,391,2925,565250www.koppal.nic.in/
21MAMandyaMandya1,808,6804,961365www.mandya.nic.in/
22MYMysuruMysore2,994,7446,854437www.mysore.nic.in/
23RARaichurRaichur1,924,7736,839228www.raichur.nic.in/
24RMRamanagaraRamanagara1,082,7393,573303
25SHShimogaShimoga1,755,5128,495207www.shimoga.nic.in/
26TUTumakuruTumakuru2,681,44910,598253www.tumkur.nic.in/
27UDUdupiUdupi1,177,9083,879304
28UKUttara KannadaKarwar1,353,29910,291132uttarakannada.nic.in/
29BJVijayapuraVijayapura2,175,10210,517207
30YGYadgirYadgir1,172,9855,225224

কেৰালা (KL)

লগতে চাওক: Districts of Kerala

ক’ডজিলাসদৰজনসংখ্যা (২০১১)৪মাটিকালি (বৰ্গ কিমি)জনঘনত্ব (প্ৰতি বৰ্গ কিমি)ৱেবছাইট
ALআলাপ্পুড়াআলাপ্পুড়া২,১০৫,৩৪৯১,৪১৪১,৪৮৯www.alappuzha.nic.in/
ERএৰ্নাকুলমকাক্কাড৩,০৯৮,৩৭৮২,৯৫১১,০৫০ernakulam.nic.in/
IDইডুক্কিপাইনাভু১,১২৮,৬০৫৪,৪৭৯২৫২idukki.nic.in/
KLকোল্লামকোল্লাম২,৫৮৪,১১৮২,৪৯৮১,০৩৪kollam.nic.in/
KNকন্নুৰকন্নুৰ২,৪১২,৩৬৫২,৯৬৬৮১৩kannur.nic.in/
KSকাছৰগোডকাছৰগোড১,২০৩,৩৪২১,৯৯২৬০৪kasargod.nic.in/
KTকোট্টয়মকোট্টয়ম১,৯৫২,৯০১২,২০৩৮৮৬kottayam.nic.in/
KZকঢ়িকোডকঢ়িকোড২,৮৭৮,৪৯৮২,৩৪৫১,২২৮kozhikode.nic.in/
MAমল্লপুৰমমল্লপুৰম৩,৬২৯,৬৪০৩,৫৫০১,০২২malappuram.nic.in/
PLপালক্কাড়পালক্কাড়২,৬১৭,০৭২৪,৪৮০৫৮৪palakkad.nic.in/
PTপতনমতিট্টাপতনমতিট্টা১,২৩১,৫৭৭২,৪৬২৫০০pathanamthitta.nic.in/
TSত্ৰিচ্চুৰত্ৰিচ্চুৰ২,৯৭৫,৪৪০৩,০৩২৯৮১thrissur.nic.in/
TVতিৰুৱনন্তপুৰমতিৰুৱনন্তপুৰম৩,২৩৪,৭০৭২,১৯২১,৪৭৬www.trivandrum.gov.in//
WAওৱায়ানাডকলপট্টা৭৮৬,৬২৭২,১৩১৩৬৯wayanad.nic.in/

Madhya Pradesh (MP)

লগতে চাওক: Districts of Madhya Pradesh

CodeDistrictHeadquartersPopulation (২০০১)Area (km²)Density (/km²)Official website
ALAlirajpurAlirajpuralirajpur.nic.in/
APAnuppurAnuppur৬,৬৭,১৫৫৩,৭০১১৮০anuppur.nic.in/
ASAshok NagarAshok Nagar৬,৮৮,৯৪০৪,৬৭৩.৯৪১৪৭ashoknagar.nic.in/
BLBalaghatBalaghat১,৪৪৫,৭৬০৯,২২৯১৫৭balaghat.nic.in/
BRBarwaniBarwani১,০৮১,০৩৯৫,৪৩২১৯৯barwani.nic.in/
BEBetulBetul১,৩৯৪,৪২১১০,০৪৩১৩৯betul.nic.in/
BDBhindBhind১,৪২৬,৯৫১৪,৪৫৯৩২০bhind.nic.in/
BPBhopalBhopal১,৮৩৬,৭৮৪২,৭৭২৬৬৩bhopal.nic.in/
BUBurhanpurBurhanpurburhanpur.nic.in/
CTChhatarpurChhatarpur১,৪৭৪,৬৩৩৮,৬৮৭১৭০chhatarpur.nic.in/
CNChhindwaraChhindwara১,৮৪৮,৮৮২১১,৮১৫১৫৬chhindwara.nic.in/
DMDamohDamoh১,০৮১,৯০৯৭,৩০৬১৪৮damoh.nic.in/
DTDatiaDatia৬২৭,৮১৮২,৬৯৪২৩৩datia.nic.in/
DEDewasDewas১,৩০৬,৬১৭৭,০২০১৮৬dewas.nic.in/
DHDharDhar১,৭৪০,৫৭৭৮,১৫৩২১৩dhar.nic.in/
DIDindoriDindori৫৭৯,৩১২৭,৪২৭৭৮dindori.nic.in/
GUGunaGuna৯৭৬,৫৯৬৬,৪৮৫guna.nic.in/
GWGwaliorGwalior১,৬২৯,৮৮১৫,৪৬৫২৯৮gwalior.nic.in/
HAHardaHarda৪৭৪,১৭৪৩,৩৩৯১৪২harda.nic.in/
HOHoshangabadHoshangabad১,০৮৫,০১১৬,৬৯৮১৬২hoshangabad.nic.in/
INIndoreIndore৪,৫৮৫,৩২১৩,৮৯৮৬৬৩www.indore.nic.in/
JAJabalpurJabalpur২,১৬৭,৪৬৯৫,২১০৪১৬jabalpur.nic.in/
JHJhabuaJhabua১,৩৯৬,৬৭৭৬,৭৮২২০৬jhabua.nic.in/
KAKatniKatni১,০৬৩,৬৮৯৪,৯৪৭২১৫katni.nic.in/
ENKhandwa (East Nimar)Khandwa১,৭০৮,১৭০১০,৭৭৯১৫৮khandwa.nic.in/
WNKhargone (West Nimar)Khargone১,৫২৯,৯৫৪৮,০১০১৯১khargone.nic.in/
MLMandlaMandla৮৯৩,৯০৮৫,৮০৫১৫৪mandla.nic.in/
MSMandsaurMandsaur১,১৮৩,৩৬৯৫,৫৩০২১৪mandsaur.nic.in/
MOMorenaMorena১,৫৮৭,২৬৪৪,৯৯১৩১৮morena.nic.in/
NANarsinghpurNarsinghpur৯৫৭,৩৯৯৫,১৩৩১৮৭narsinghpur.nic.in/
NENeemuchNeemuch৭২৫,৪৫৭৪,২৬৭১৭০neemuch.nic.in/
PAPannaPanna৮৫৪,২৩৫৭,১৩৫১২০panna.nic.in/
RERewaRewa১,৯৭২,৩৩৩৬,৩১৪৩১২rewa.nic.in/
RGRajgarhRajgarh১,২৫৩,২৪৬৬,১৪৩২০৪rajgarh.nic.in/
RLRatlamRatlam১,২১৪,৫৩৬৪,৮৬১২৫০ratlam.nic.in/
RSRaisenRaisen১,১২০,১৫৯৮,৪৬৬১৩২raisen.nic.in/
SGSagarSagar২,০২১,৭৮৩১০,২৫২১৯৭sagar.nic.in/
STSatnaSatna১,৮৬৮,৬৪৮৭,৫০২২৪৯satna.nic.in/
SRSehoreSehore১০,৭৮,৭৬৯৬,৫৭৮১৬৪sehore.nic.in/
SOSeoniSeoni১,১৬৫,৮৯৩৮,৭৫৮১৩৩seoni.nic.in/
SHShahdolShahdol১,৫৭২,৭৪৮৯,৯৫৪১৫৮shahdol.nic.in/
SJShajapurShajapur১,২৯০,২৩০৬,১৯৬২০৮shajapur.nic.in/
SPSheopurSheopur৫৫৯,৭১৫৬,৫৮৫৮৫sheopur.nic.in/
SVShivpuriShivpuri১,৪৪০,৬৬৬১০,২৯০১৪০shivpuri.nic.in/
SISidhiSidhi১,৮৩০,৫৫৩১০,৫২০১৭৪sidhi.nic.in/
SNSingrauliWaidhan৯২০,১৬৯৫,৬৭২১৬২singrauli.nic.in/
TITikamgarhTikamgarh১,২০৩,১৬০৫,০৫৫২৩৮tikamgarh.nic.in/
UJUjjainUjjain১,৭০৯,৮৮৫৬,০৯১২৮১ujjain.nic.in/
UMUmariaUmaria৫১৫,৮৫১৪,০৬২১২৭umaria.nic.in/
VIVidishaVidisha১,২১৪,৭৫৯৭,৩৬২১৬৫vidisha.nic.in/

Maharashtra (MH)

লগতে চাওক: Districts of Maharashtra

CodedistrictHeadquartersPopulation (২০০১)Area (km²)Density (/km²)Official website
AHAhmednagarAhmednagar৪,০৮৮,০৭৭১৭,০৪৮২৪০ahmednagar.gov.in/
AKAkolaAkola১,৬২৯,৩০৫৫,৪২৯৩০০akola.nic.in/
AMAmravatiAmravati২,৬০৬,০৬৩১২,২৩৫২১৩amravati.nic.in/
AUAurangabadAurangabad২,৯২০,৫৪৮১০,১০৭২৮৯aurangabad.nic.in/
BHBhandaraBhandara১,১৩৫,৮৩৫৩,৮৯০২৯২bhandara.gov.in/
BIBeedBeed২,১৫৯,৮৪১১০,৬৯৩২০২beed.nic.in/
BUBuldhanaBuldhana২,২২৬,৩২৮৯,৬৬১২৩০buldhana.nic.in/
CHChandrapurChandrapur২,০৭৭,৯০৯১১,৪৪৩১৮২chanda.nic.in/
DHDhuleDhule১,৭০৮,৯৯৩৮,০৯৫২১১dhule.gov.in/
GAGadchiroliGadchiroli৯৬৯,৯৬০১৪,৪১২৬৭gadchiroli.nic.in/
GOGondiaGondia১,২০০,১৫১৫,৪৩১২২১gondia.gov.in/
HIHingoliHingoli৯৮৬,৭১৭৪,৫২৬২১৮hingoli.gov.in/
JGJalgaonJalgaon৩,৬৭৯,৯৩৬১১,৭৬৫৩১৩jalgaon.nic.in/
JNJalnaJalna১,৬১২,৩৫৭৭,৭১৮২০৯jalna.nic.in/
KOKolhapurKolhapur৩,৫১৫,৪১৩৭,৬৮৫৪৫৭kolhapur.nic.in/
LALaturLatur২,০৭৮,২৩৭৭,১৫৭২৯০latur.nic.in/
MCমুম্বাই—৩,৩২৬,৮৩৭৬৯৪৮,২১৫mumbaicity.gov.in/
MUMumbai suburbanBandra (East)৮,৫৮৭,৫৬১৫৩৪১৬,০৮২mumbaisuburban.gov.in/
NBNandurbarNandurbar১,৩০৯,১৩৫৫,০৫৫২৫৯nandurbar.nic.in/
NDNandedNanded২,৮৬৮,১৫৮১০,৫২৮২৭২nanded.nic.in/
NGNagpurNagpur৪,০৫১,৪৪৪৯,৮৯২৪১০nagpur.nic.in/
NSNashikNashik৪,৯৮৭,৯২৩১৫,৫৩৯৩২১nashik.nic.in/
OSOsmanabadOsmanabad১,৪৭২,২৫৬৭,৫৬৯১৯৫osmanabad.nic.in/
PAParbhaniParbhani১,৪৯১,১০৯৬,৫১১২২৯parbhani.gov.in/
PUPunePune৭,২২৪,২২৪১৫,৬৪৩৪৬২pune.gov.in/
RGRaigadআলিবাগ২,২০৫,৯৭২৭,১৫২৩০৮raigad.nic.in/
RTRatnagiriRatnagiri১,৬৯৬,৪৮২৮,২০৮২০৭ratnagiri.gov.in/
SISindhudurgOros৮৬১,৬৭২৫,২০৭১৬৫sindhudurg.gov.in/
SNSangliSangli২,৫৮১,৮৩৫৮,৫৭২৩০১sangli.gov.in/
SOSolapurSolapur৩,৮৫৫,৩৮৩১৪,৮৯৫২৫৯solapur.gov.in/
STSataraSatara২,৭৯৬,৯০৬১০,৪৭৫২৬৭satara.gov.in/
THThaneThane৮,১২৮,৮৩৩৯,৫৫৮৮৫০thane.gov.in/
WRWardhaWardha১,২৩০,৬৪০৬,৩০৯১৯৫wardha.gov.in/
WSWashimWashim১,০১৯,৭২৫৫,১৫৫১৯৮washim.gov.in/
YAYavatmalYavatmal২,৪৬০,৪৮২১৩,৫৮২১৮১yavatmal.nic.in/

মণিপুৰ (MN)

লগতে চাওক: মণিপুৰৰ জিলাসমূহ

সংকেতজিলাসদৰজনসংখ্যা (২০১১)১৩মাটিকালি (বৰ্গ কিমি)জনঘনত্ব (প্ৰতি বৰ্গ কিমি)ৱেবছাইট
BIবিষ্ণুপুৰবিষ্ণুপুৰ240,363496415ukhrul.nic.in
CCচুড়াচান্দপুৰচুড়াচান্দপুৰ271.2744,57450churachandpur.nic.in
CDচান্দেলচান্দেল144,0283,31737chandel.nic.in
EIপূব ইম্ফলপৰম্পত452,661710555imphaleast.nic.in
SEসেনাপতিসেনাপতি354,7723,269116Senapati.nic.in
TAতামেংলংতামেংলং140,1434,39125tamenglong.nic.in
THথৌবালথৌবাল420,517514713thoubal.nic.in
UKউখৰুলউখৰুল183,1154,54731ukhrul.nic.in
WIপশ্চিম ইম্ফললম্ফেলপাত514,683519847imphalwest.nic.in

মেঘালয় (ML)

লগতে চাওক: মেঘালয়ৰ জিলাসমূহ

ক'ডজিলাসদৰজনসংখ্যা (২০০১)মাটিকালি (বৰ্গ কিঃমিঃ)ঘনত্ব (/বৰ্গ কিঃমিঃ)চৰকাৰী ৱেবছাইট
EGপূব গাৰো পাৰ্বত্যৱিলিয়ামনগৰ২৪৭,৫৫৫২,৬০৩৯৫www.eastgarohills.nic.in
EKপূব খাচী পাৰ্বত্যশ্বিলং৬৬০,৯৯৪২,৭৫২২৪০www.eastkhasihills.gov.in
JHজয়ন্তীয়া পাৰ্বত্যজ’ৱাই২৯৫,৬৯২৩,৮১৯৭৭www.jaintia.nic.in
RBৰি ভৈনংপ’হ১৯২,৭৯৫২,৩৭৮৮১www.ribhoi.gov.in
SGদক্ষিণ গাৰো পাৰ্বত্যবাঘমৰা৯৯,১০৫১,৮৫০৫৪www.southgarohills.gov.in
WGপশ্চিম গাৰো পাৰ্বত্যতুৰা, মেঘালয় (Tura)৫১৫,৮১৩৩,৭১৪১৩৯www.westgarohills.gov.in
WKপশ্চিম খাচী পাৰ্বত্যনংষ্ট’ইন২৯৪,১১৫৫,২৪৭৫৬www.westkhasihills.gov.in

মিজোৰাম (MZ)

লগতে চাওক: মিজোৰামৰ জিলাসমূহ

ক'ডজিলাসদৰজনসংখ্যা (২০০১)মাটিকালি (বৰ্গ কিঃমিঃ)ঘনত্ব (/বৰ্গ কিঃমিঃ)চৰকাৰী ৱেবছাইট
AIআইজলআইজল৩৩৯,৮১২৩,৫৭৭৯৫www.aizawl.nic.in
CHচাম্ফাইচাম্ফাই১০১,৩৮৯৩,১৬৮৩২www.champhai.nic.in
KOকোলাশিবকোলাশিৱ৬০,৯৭৭১,৩৮৬৪৪www.kolasib.nic.in
LALawngtlaiLawngtlai৭৩,০৫০২,৫১৯২৯www.lawngtlai.nic.in
LUলুংলেলুংলে১৩৭,১৫৫৪,৫৭২৩০www.lunglei.nic.in
MAমামিতমামিত৬২,৩১৩২,৯৬৭২১www.mamit.nic.in
SAচাইহাচাইহা৬০,৮২৩১,৪১৪৪৩www.saiha.nic.in
SESerchhipSerchhip৫৫,৫৩৯১,৪২৪৩৯www.serchhip.nic.in

নাগালেণ্ড (NL)

লগতে চাওক: নাগালেণ্ডৰ জিলাসমূহ

CodeDistrictHeadquartersPopulation (২০০১)Area (km²)Density (/km²)Official website
DIডিমাপুৰ জিলাডিমাপুৰ৩০৮,৩৮২৯২৬৩৩৩dimapur.nic.in/
KOক’হিমা জিলাক’হিমা৩১৪,৩৬৬৩,১১৩১০১kohima.nic.in/
MKমোককচাং জিলামোককচাং২২৭,২৩০১,৬১৫১৪১mokokchung.nic.in/
MNমন জিলামন২৫৯,৬০৪১,৭৮৬১৪৫mon.nic.in/
PHফেক জিলাফেক১৪৮,২৪৬২,০২৬৭৩phek.nic.in/
TUটুৱেনচাং জিলাটুৱেনচাং৪১৪,৮০১৪,২২৮৯৮tuensang.nic.in/
WOৱখা জিলাৱখা১৬১,০৯৮১,৬২৮৯৯wokha.nic.in/
ZUজুন্থেব’ট’ জিলাজুনহেব'ট'১৫৪,৯০৯১,২৫৫১২৩zunheboto.nic.in/

Orissa (OR)

লগতে চাওক: Districts of Orissa

CodeDistrictHeadquartersPopulation (২০০১)Area (km²)Density (/km²)Official website
ANAngulAngul১,১৩৯,৩৪১৬,৩৪৭১৮০
BDBoudh (Bauda)Boudh৩৭৩,০৩৮৪,২৮৯৮৭
BHBhadrakBhadrak১,৩৩২,২৪৯২,৭৮৮৪৭৮
BLBalangirBalangir১,৩৩৫,৭৬০৬,৫৫২২০৪
BRBargarh (Baragarh)Bargarh১,৩৪৫,৬০১৫,৮৩২২৩১
BWBalasoreBalasore২,০২৩,০৫৬৩,৭০৬৫৪৬
CUCuttackCuttack২,৩৪০,৬৮৬৩,৯১৫৫৯৮
DEDebagarh (Deogarh)Debagarh২৭৪,০৯৫২,৭৮১৯৯
DHDhenkanalDhenkanal১,০৬৫,৯৮৩৪,৫৯৭২৩২
GNGanjamChhatrapur৩,১৩৬,৯৩৭৮,০৩৩৩৯১ganjam.nic.in/
GPGajapatiParalakhemundi৫১৮,৪৪৮৩,০৫৬১৭০
JHJharsugudaJharsuguda৫০৯,০৫৬২,২০২২৩১
JPJajpurPanikoili১,৬২২,৮৬৮২,৮৮৫৫৬৩
JSJagatsinghpurJagatsinghpur১,০৫৬,৫৫৬১,৭৫৯৬০১
KHKhordhaBhubaneswar১,৮৭৪,৪০৫২,৮৮৮৬৪৯
KJKendujhar (Keonjhar)Kendujhar১,৫৬১,৫২১৮,৩৩৬১৮৭
KLKalahandiBhawanipatna১,৩৩৪,৩৭২৮,১৯৭১৬৩kalahandi.nic.in/
KNKandhamalPhulbani৬৪৭,৯১২৬,০০৪১০৮kandhamal.nic.in/
KOKoraputKoraput১,১৭৭,৯৫৪৮,৫৩৪১৩৮
KPKendraparaKendrapara১,৩০১,৮৫৬২,৫৪৬৫১১
MLMalkangiriMalkangiri৪৮০,২৩২৬,১১৫৭৯
MYMayurbhanjBaripada২,২২১,৭৮২১০,৪১৮২১৩mayurbhanj.nic.in/
NBNabarangpurNabarangpur১,০১৮,১৭১৫,১৩৫১৯৮
NUNuapadaNuapada৫৩০,৫২৪৩,৪০৮১৫৬
NYNayagarhNayagarh৮৬৩,৯৩৪৩,৯৫৪২১৮
PUPuriPuri১,৪৯৮,৬০৪৩,০৫৫৪৯১
RARayagadaRayagada৮২৩,০১৯৭,৫৮৫১০৯
SASambalpurSambalpur৯২৮,৮৮৯৬,৭০২১৩৯
SOSubarnapur (Sonepur)Subarnapur৫৪০,৬৫৯২,২৮৪২৩৭
SUSundergarhSundergarh১,৮২৯,৪১২৯,৯৪২১৮৪sundergarh.nic.in/

পুডুচেৰী (PY)

লগতে চাওক: Districts of Pondicherry

ক'ডজিলাসদৰজনসংখ্যা (২০০১)মাটিকালি (বৰ্গ কিঃমিঃ)ঘনত্ব (/বৰ্গ কিঃমিঃ)চৰকাৰী ৱেবছাইট
KAকৰাইকলকৰাইকল১৭০,৬৪০১৬০১,০৬৭Karaikal.gov.in/
MAমাহেমাহে৩৬,৮২৩৯৪,০৯১mahe.gov.in/
POপণ্ডিচেৰীপুডুছেৰী৭৩৫,০০৪২৯৩২,৫০৯puducherry.nic.in/
YAয়নাময়নাম৩১,৩৬২৩০১,০৪৫yanam.nic.in/

Punjab (PB)

লগতে চাওক: Districts of Punjab (India)

CodeDistrictHeadquartersPopulation (২০০১)Area (km²)Density (/km²)Official website
AMAmritsarAmritsar৩,০৭৪,২০৭৫,০৭৫৬০৬amritsar.nic.in/
BNLBarnalaBarnala
BABathindaBathinda১,১৮১,২৩৬৩,৩৭৭৩৫০bathinda.nic.in/
FIFirozpurFirozpur১,৭৪৪,৭৫৩৫,৮৬৫২৯৭ferozepur.nic.in/
FRFaridkotFaridkot৫৫২,৪৬৬১,৪৭২৩৭৫faridkot.nic.in/
FTFatehgarh SahibFatehgarh Sahib৫৩৯,৭৫১১,১৮০৪৫৭fatehgarhsahib.nic.in/
FAFazilkaFazilka১,৯৯৮,৪৬৪৫,০২১৩৯৮fazilka.nic.in/
GUGurdaspurGurdaspur২,০৯৬,৮৮৯৩,৫৭০৫৮৭gurdaspur.nic.in/
HOHoshiarpurHoshiarpur১,৪৭৮,০৪৫৩,৩১০৪৪৭hoshiarpur.nic.in/
JAJalandharJalandhar১,৯৫৩,৫০৮২,৬৫৮৭৩৫jalandhar.nic.in/
KAKapurthalaKapurthala৭৫২,২৮৭১,৬৪৬৪৫৭kapurthala.nic.in/
LULudhianaLudhiana৩,০৩০,৩৫২৩,৭৪৪৮০৯ludhiana.nic.in/
MAMansaMansa৬৮৮,৬৩০২,১৭৪৩১৭mansa.nic.in/
MOMogaMoga৮৮৬,৩১৩১,৬৭২৫৩০moga.nic.in/
MUSri Muktsar SahibSri Muktsar Sahib৭৭৬,৭০২২,৫৯৬২৯৯muktsar.nic.in/
PAPathankotPathankot১,৯৯৮,৪৬৪৫,০২১৩৯৮Pathankot.nic.in/
PAPatialaPatiala১,৮৩৯,০৫৬৩,৬২৭৫০৭patiala.nic.in/
RURupnagarRupnagar১,১১০,০০০১,১১৭৫২৪rupnagar.nic.in/
SASSahibzada Ajit Singh Nagar (Mohali)Sahibzada Ajit Singh Nagar (Mohali)
SASangrurSangrur১,৯৯৮,৪৬৪৫,০২১৩৯৮sangrur.nic.in/
Shahid Bhagat Singh NagarNawanshahr৫৮৬,৬৩৭১,২৫৮৪৬৬nawanshahr.nic.in/
TTTarn TaranTarn Taran Sahib

Rajasthan (RJ)

লগতে চাওক: Districts of Rajasthan

CodeDistrictHeadquartersPopulation (২০০১)Area (km²)Density (/km²)Official website
AJAjmerAjmer২,১৮০,৫২৬৮,৪৮১২৫৭ajmer.nic.in/
ALAlwarAlwar২,৯৯০,৮৬২৮,৩৮০৩৫৭alwar.nic.in/
BIBikanerBikaner১,৬৭৩,৫৬২২৭,২৪৪৬১bikaner.nic.in/
BMBarmerBarmer১,৯৬৩,৭৫৮২৮,৩৮৭৬৯barmer.nic.in/
BNBanswaraBanswara১,৫০০,৪২০৫,০৩৭২৯৮banswara.nic.in/
BPBharatpurBharatpur২,০৯৮,৩২৩৫,০৬৬৪১৪bharatpur.nic.in/
BRBaranBaran১,০২২,৫৬৮৬,৯৫৫১৪৭web.archive.org/web/20090425203918/http://baran.
BUBundiBundi৯৬১,২৬৯৫,৫৫০১৭৩bundi.nic.in/
BWBhilwaraBhilwara২,০০৯,৫১৬১০,৪৫৫১৯২bhilwara.nic.in/
CRChuruChuru১,৯২২,৯০৮১৬,৮৩০১১৪churu.nic.in/
CTChittorgarhChittorgarh১,৮০২,৬৫৬১০,৮৫৬১৬৬chittorgarh.nic.in/
DADausaDausa১,৩১৬,৭৯০৩,৪২৯৩৮৪dausa.nic.in/
DHDholpurDholpur৯৮২,৮১৫৩,০৮৪৩১৯dholpur.nic.in/
DUDungapurDungarpur১,১০৭,০৩৭৩,৭৭০২৯৪dungapur.nic.in/
GAGanganagarGanganagar১,৭৮৮,৪৮৭৭,৯৮৪২২৪ganganagar.nic.in/
HAHanumangarhHanumangarh১,৫১৭,৩৯০১২,৬৪৫১২০hanumangarh.nic.in/
JJJhunjhunuJhunjhunu১,৯১৩,০৯৯৫,৯২৮৩২৩jhunjhunu.nic.in/
JLJaloreJalore১,৪৪৮,৪৮৬১০,৬৪০১৩৬jalore.nic.in/
JOJodhpurJodhpur২,৮৮০,৭৭৭২২,৮৫০১২৬jodhpur.nic.in/
JPJaipurজয়পুৰ৫,২৫২,৩৮৮১১,১৫২৪৭১jaipur.nic.in/
JSJaisalmerJaisalmer৫০৭,৯৯৯৩৮,৪০১১৩jaisalmer.nic.in/
JWJhalawarJhalawar১,১৮০,৩৪২৬,২১৯১৯০jhalawar.nic.in/
KAKarauliKarauli১,২০৫,৬৩১৫,৫৩০২১৮karauli.nic.in/
KOKotaKota১,৫৬৮,৫৮০৫,৪৪৬২৮৮kota.nic.in/
NANagaurNagaur২,৭৭৩,৮৯৪১৭,৭১৮১৫৭nagaur.nic.in/
PAPaliPali১,৮১৯,২০১১২,৩৮৭১৪৭pali.nic.in/
PGPratapgarhPratapgarh১,৭৫,৮৬৭৬৪২২৭৪pratapgarh.nic.in/
RARajsamandRajsamand৯৮৬,২৬৯৩,৮৫৩২৫৬rajsamand.nic.in/
SKSikarSikar২,২৮৭,২২৯৭,৭৩২২৯৬sikar.nic.in/
SMSawai MadhopurSawai Madhopur১,১১৬,০৩১৪,৫০০২৪৮sawaimadhopur.nic.in/
SRSirohiSirohi৮৫০,৭৫৬৫,১৩৬১৬৬sirohi.nic.in/
TOTonkTonk১,২১১,৩৪৩৭,১৯৪১৬৮tonk.nic.in/
UDUdaipurUdaipur২,৬৩২,২১০১৩,৪৩০১৯৬udaipur.nic.in/

ছিক্কিম(SK)

লগতে চাওক: ছিক্কিমৰ জিলাসমূহ

CodeDistrictHeadquartersPopulation (২০০১)Area (km²)Density (/km²)Official website
ESপূৱ ছিক্কিমগেংটক২৪৪,৭৯০৯৫৪২৫৭esikkim.gov.in/
NSউত্তৰ ছিক্কিমমাংগন৪১,০২৩৪,২২৬১০nsikkim.gov.in/
SSদক্ষিণ ছিক্কিমনামছি১৩১,৫০৬৭৫০১৭৫ssikkim.gov.in/
WSপশ্চিম ছিক্কিমগেইজিঙ১২৩,১৭৪১,১৬৬১০৬wsikkim.gov.in/

Tamil Nadu (TN)

লগতে চাওক: Districts of Tamil Nadu

#Code১৪District১৫HeadquartersPopulation (2011)Area (km²)Density (/km²)১৫Official website
1AYAriyalurAriyalur752,4813,208387municipality.tn.gov.in/Ariyalur/
2CGLChengalpattuChengalpattu2,556,2442,945868
3CHChennaiChennai7,100,00042617,000www.chennai.tn.nic.in/
4COCoimbatoreCoimbatore3,472,5787,469748www.coimbatore.tn.nic.in/
5CUCuddaloreCuddalore2,600,8803,999702www.cuddalore.tn.nic.in/
6DHDharmapuriDharmapuri1,502,9004,532332www.dharmapuri.tn.nic.in/
7DIDindigulDindigul2,161,3676,058357www.dindigul.tn.nic.in/
8ERErodeErode2,259,6085,714397erode.nic.in/
9KLKallakurichiKallakurichi1,370,2813,520389
10KCKanchipuramKanchipuram1,166,4011,656704www.kanchi.tn.nic.in/
11KKKanyakumariNagercoil1,863,1781,6851,106www.kanyakumari.tn.nic.in/
12KAKarurKarur1,076,5882,901371karur.nic.in/
13KRKrishnagiriKrishnagiri1,883,7315,086370
14MDUMaduraiMadurai3,991,0383,676823www.madurai.tn.nic.in/
15MayiladuthuraiMayiladuthurai
16NGNagapattinamNagapattinam1,614,0692,716668www.nagapattinam.tn.nic.in/
17NINilgirisOoty735,0712,549288nilgiris.nic.in/
18NMNamakkalNamakkal1,721,1793,429506namakkal.nic.in/
19PEPerambalurPerambalur564,5111,752323www.perambalur.tn.nic.in/
20PUPudukkottaiPudukkottai1,918,7254,651348pudukkottai.nic.in/
21RARamanathapuramRamanathapuram1,337,5604,123320ramanathapuram.nic.in/
22RNRanipetRanipet1,210,2772,234524
23SASalemSalem3,480,0085,245663salem.nic.in/
24SISivagangaSivaganga1,341,2504,086324
25TSTenkasiTenkasi14,07,6272916483
26TPTirupurTirupur2,471,2225,106476tiruppurcorp.tn.gov.in/
27TCTiruchirappalliTiruchirappalli2,713,8584,407602tiruchirappalli.nic.in/
28THTheniTheni1,243,6843,066433www.theni.tn.nic.in/
29TITirunelveliTirunelveli1,665,2533,842433
30TJThanjavurThanjavur2,402,7813,397691thanjavur.nic.in/
31TKThoothukudiThoothukudi1,738,3764,594378thoothukudi.nic.in/
32TPTirupatturTirupattur1,111,8121,792620
33TLTiruvallurTiruvallur3,725,6973,4241,049www.tiruvallur.tn.nic.in/
34TRTiruvarurTiruvarur1,268,0942,377533www.tiruvarur.tn.nic.in/
35TVTiruvannamalaiTiruvannaamalai2,468,9656,191399www.tiruvannamalai.tn.nic.in/
36VEVelloreVellore1,614,2422,080776vellore.nic.in/
37VLViluppuramViluppuram2,093,0033,725562www.viluppuram.tn.nic.in/
38VRVirudhunagarVirudhunagar1,943,3093,446454www.virudhunagar.tn.nic.in/

ত্ৰিপুৰা (TR)

CodeDistrictHeadquartersPopulation (২০০১)Area (km²)Density (/km²)Official website
DHধালাইআমবাছা৩০৭,৪১৭২,৫২৩১২২dhalai.gov.in/
NTউত্তৰ ত্ৰিপুৰাকৈলাছাহাৰ৫৯০,৬৫৫২,৮২১২০৯northtripura.nic.in/
STদক্ষিণ ত্ৰিপুৰাওদায়পুৰ৭৬২,৫৬৫২,১৫২৩৫৪southtripura.nic.in/
STখুৱাইওদায়পুৰ৭৬২,৫৬৫২,১৫২৩৫৪southtripura.nic.in/
WTপশ্চিম ত্ৰিপুৰাআগৰতলা১,৫৩০,৫৩১২,৯৯৭৫১১westtripura.nic.in/

তেলংগানা (TG)

লগতে চাওক: তেলংগানাৰ জিলাসমূহ

#Code১৬District১৭HeadquartersPopulation (2011)Area (km²)Density (/km²)১৭
1ADAdilabadAdilabad708,9524,185.97171
2Komaram BheemKomaram Bheem515,8354,300.16106
3Bhadradri KothagudemKothagudem1,304,8118,951.00143
4HYHyderabadHyderabad3,441,9924,325.2918,172
5JagtialJagtial983,4143,043.23407
6JangaonJangaon582,4572,187.50259
7Jayashankar BhupalpallyBhupalpalle712,2576,361.70115
8Jogulamba GadwalGadwal664,9712,928.00208
9KamareddyKamareddy972,6253,651.00266
10KAKarimnagarKarimnagar1,016,0632,379.07473
11KHKhammamKhammam1,401,6394,453.00321
12MahabubabadMahabubabad770,1702,876.70269
13MAMahbubnagarMahbubnagar1,318,1104,037.00281
14MancherialMancherial807,0374,056.36201
15MEMedakMedak767,4282,740.89275
16Medchal-MalkajgiriShamirpet2,542,2035,005.982,251
17MuluguMulugu2,94,6713,881124
18NANalgondaNalgonda1,631,3992,449.79227
19NarayanpetNarayanpet5,66,8742336.44243
20NagarkurnoolNagarkurnool893,3086,545.00124
21NirmalNirmal709,4153,562.51185
22NINizamabadNizamabad1,534,4284,153.00366
23PeddapalliPeddapalle795,3324,614.74356
24Rajanna SircillaSircilla546,1212,030.89273
25RARanga ReddyShamshabad2,551,7311,038.00486
26SangareddySangareddy1,527,6284,464.87347
27SiddipetSiddipet993,3763,425.19279
28SuryapetSuryapet1,099,5603,374.47305
29VikarabadVikarabad881,2503,385.00274
30WanaparthyWanaparthy751,5532,938.00268
31WLWarangal UrbanWarangal1,135,7071,304.50826
32Warangal RuralWarangal716,4572,175.50330
33Yadadri BhuvanagiriBhongiri726,4653,091.48239

উত্তৰ প্ৰদেশ (UP)

লগতে চাওক: Districts of Uttar Pradesh

ক'ডজিলাসদৰজনসংখ্যা (২০০১)মাটিকালি (বৰ্গ কিঃমিঃ)জনঘনত্ব (/বৰ্গ কিঃমিঃ)চৰকাৰী ৱেবছাইট
AGআগ্ৰাআগ্ৰা৩,৬১১,৩০১৪,০২৭৮৯৭agra.nic.in/def.asp
AHপ্ৰয়াগৰাজ (এলাহাবাদ)প্ৰয়াগৰাজ৪,৯৪১,৫১০৫,৪২৪৯১১allahabad.nic.in/
ALআলিগড়আলিগড়২,৯৯০,৩৮৮৩,৭৪৭৭৯৮aligarh.nic.in/
ANঅম্বেডকৰ নগৰআকবৰপুৰ২,০২৫,৩৭৩২,৩৭২৮৫৪ambedkarnagar.nic.in/
AUঔৰৈয়াঔৰৈয়া১,১৭৯,৪৯৬২,০৫১৫৭৫auraya.nic.in/
AZআজমগড়আজমগড়৩,৯৫০,৮০৮৪,২৩৪৯৩৩azamgarh.nic.in/
BBবাৰাবংকীবাৰাবংকী২,৬৭৩,৩৯৪৩,৮২৫৬৯৯barabanki.nic.in/
BDবদায়ুঁবদায়ুঁ৩,০৬৯,২৪৫৫,১৬৮৫৯৪badaun.nic.in/
BGবাগপতবাগপত১,১৬৪,৩৮৮১,৩৪৫৮৬৬bagpat.nic.in/
BHবহৰাইচবহৰাইচ২,৩৮৪,২৩৯৫,৭৪৫৪১৫behraich.nic.in/
BIবিজনোৰবিজনোৰ৩,১৩০,৫৮৬৪,৫৬১৬৮৬bijnor.nic.in
BLবলিয়াবলিয়া২,৭৫২,৪১২২,৯৮১৯২৩ballia.nic.in/
BNবাঁদাবাঁদা১,৫০০,২৫৩৪,৪১৩৩৪০banda.nic.in/
BPবলৰামপুৰবলৰামপুৰ১,৬৮৪,৫৬৭২,৯২৫৫৭৬balrampur.nic.in/
BRবৰেলীবৰেলী৩,৫৯৮,৭০১৪,১২০৮৭৩bareilly.nic.in/
BSবস্তীবস্তী২,০৬৮,৯২২৩,০৩৪৬৮২basti.nic.in/
BUবুলন্দচহৰবুলন্দচহৰ২,৯২৩,২৯০৩,৭১৯৭৮৬bulandshahar.nic.in/
CDচন্দৌলীচন্দৌলী১,৬৩৯,৭৭৭২,৫৫৪৬৪২chandauli.nic.in/
CSছত্ৰপতী শ্বাহুজী মহাৰাজ নগৰগৌৰীগঞ্জ
CTচিত্ৰকুটচিত্ৰকুট৮০০,৫৯২৩,২০২২৫০chitrakoot.nic.in/
DEদেৱৰিয়াদেৱৰিয়া২,৭৩০,৩৭৬২,৫৩৫১,০৭৭deoria.nic.in/
ETএটাএটা২,৭৮৮,২৭০৪,৪৪৬৬২৭etah.nic.in/
KRকাঁশী ৰাম নগৰকাসগঞ্জ
EWইটাৱাইটাৱা১,৩৪০,০৩১২,২৮৭৫৮৬etawah.nic.in/
FIফিৰোজাবাদফিৰোজাবাদ২,০৪৫,৭৩৭২,৩৬১৮৬৬firozabad.nic.in/
FRফৰ্ৰুখাবাদফতেহপুৰ১,৫৭৭,২৩৭২,২৭৯৬৯২farrukhabad.nic.in/
FTফতেহপুৰফতেহপুৰ২,৩০৫,৮৪৭৪,১৫২৫৫৫fatehpur.nic.in/
FZফৈজাবাদফৈজাবাদ২,০৮৭,৯১৪২,৭৬৫৭৫৫faizabad.nic.in/
GBগৌতম বুদ্ধ নগৰনইডা১,১৯১,২৬৩১,২৬৯৯৩৯gbnagar.nic.in/
GNগোণ্ডাগোণ্ডা২,৭৬৫,৭৫৪৪,৪২৫৬২৫gonda.nic.in/
GPগাজীপুৰগাজীপুৰ৩,০৪৯,৩৩৭৩,৩৭৭৯০৩ghazipur.nic.in/
GRগোৰখপুৰগোৰখপুৰ৩,৭৮৪,৭২০৩,৩২৫১,১৩৮gorakhpur.nic.in/
GZগাজিয়াবাদগাজিয়াবাদ৩,২৮৯,৫৪০১,৯৫৬১,৬৮২ghaziabad.nic.in/
HMহমীৰপুৰহমীৰপুৰ১,০৪২,৩৭৪৪,৩২৫২৪১hamirpur.nic.in/
HRহৰদোইহৰদোই৩,৩৯৭,৪১৪৫,৯৮৬৫৬৮hardoi.nic.in/
HTমহামায়া নগৰহাথৰস১,৩৩৩,৩৭২১,৭৫২৭৬১hathras.nic.in/
JHঝাঁচীঝাঁচী১,৭৪৬,৭১৫৫,০২৪৩৪৮jhansi.nic.in/
JLজলৌনওৰই১,৪৫৫,৮৫৯৪,৫৬৫৩১৯jalaun.nic.in/
JPজ্যোতিবা ফুলে নগৰআমৰোহা১,৪৯৯,১৯৩২,৩২১৬৪৬jpnagar.nic.in/
JUজৌনপুৰজৌনপুৰ৩,৯১১,৩০৫৪,০৩৮৯৬৯jaunpur.nic.in/
KDৰামাবাই নগৰআকবৰপুৰ১,৫৮৪,০৩৭৩,১৪৩৫০৪kanpurdehat.nic.in
KJকন্নৌজকন্নৌজ১,৩৮৫,২২৭১,৯৯৩৬৯৫kannauj.nic.in/
KNকানপুৰকানপুৰ৪,১৩৭,৪৮৯৩,০২৯১,৩৬৬kanpurnagar.nic.in/
KSকৌশাম্বীমনঝনপুৰ১,২৯৪,৯৩৭১,৮৩৭৭০৫kaushambhi.nic.in/
KUকুশীনগৰপডৰৌনা২,৮৯১,৯৩৩২,৯০৯৯৯৪kushinagar.nic.in/
LAললিতপুৰললিতপুৰ৯৭৭,৪৪৭৫,০৩৯১৯৪lalitpur.nic.in/
LKলখীমপুৰ খিৰীখিৰী৩,২০০,১৩৭৭,৬৮০৪১৭kheri.nic.in/
LUলক্ষ্ণৌলক্ষ্ণৌ৩,৬৮১,৪১৬২,৫২৮১,৪৫৬lucknow.nic.in/
MBমাঊমাঊ১,৮৪৯,২৯৪১,৭১৩১,০৮০mau.nic.in/
MEমেৰঠমেৰঠ৩,০০১,৬৩৬২,৫২২১,১৯০meerut.nic.in/
MGমহাৰাজগঞ্জমহাৰাজগঞ্জ২,১৬৭,০৪১২,৯৪৮৭৩৫maharajganj.nic.in/
MHমহোবামহোবা৭০৮,৮৩১২,৮৪৭২৪৯mahoba.nic.in/
MIমিৰ্জাপুৰমিৰ্জাপুৰ২,১১৪,৮৫২৪,৫২২৪৬৮mirzapur.nic.in/
MOমোৰাদাবাদমোৰাদাবাদ৩,৭৪৯,৬৩০৩,৬৪৮১,০২৮moradabad.nic.in/
MPমৈনপুৰীমৈনপুৰী১,৫৯২,৮৭৫২,৭৬০৫৭৭mainpuri.nic.in/
MTমথুৰামথুৰা২,০৬৯,৫৭৮৩,৩৩৩৬২১mathura.nic.in/
MUমুজফ্‌ফৰনগৰমুজফ্‌ফৰনগৰ৩,৫৪১,৯৫২৪,০০৮৮৮৪muzaffarnagar.nic.in/
PNহাপুড়হাপুড়১,৪৫১,৯৮৩
PIপিলীভীতপিলীভীত১,৬৪৩,৭৮৮৩,৪৯৯৪৭০www.pilibhit.nic.in/
PBশামলীশামলী১,০৭,২৩৩nppshamli.in/statis.aspx
PRপ্ৰতাপগড়প্ৰতাপগড়২,৭২৭,১৫৬৩,৭১৭৭৩৪pratapgarh.nic.in/
RAৰামপুৰৰামপুৰ১,৯২২,৪৫০২,৩৬৭৮১২rampur.nic.in/
RBৰায়বৰেলীৰায়বৰেলী২,৮৭২,২০৪৪,৬০৯৬২৩raebareli.nic.in/
SAচহাৰনপুৰচহাৰনপুৰ২,৮৪৮,১৫২৩,৬৮৯৭৭২saharanpur.nic.in/
SIসীতাপুৰসীতাপুৰ৩,৬১৬,৫১০৫,৭৪৩৬৩০sitapur.nic.in/
SJশ্বাহজাহানপুৰশ্বাহজাহানপুৰ২,৫৪৯,৪৫৮৪,৫৭৫৫৫৭shahjahanpur.nic.in/
SKসন্ত কবীৰ নগৰখলীলাবাদ১,৪২৪,৫০০১,৪৪২৯৮৮sknagar.nic.in/
SNসিদ্ধাৰ্থনগৰনৱগড়২,০৩৮,৫৯৮২,৭৫১৭৪১sidharthnagar.nic.in/
SOসোণভদ্ৰৰ'বাৰ্ট্‌চগঞ্জ১,৪৬৩,৪৬৮৬,৭৮৮২১৬sonbhadra.nic.in/
SRসন্ত ৰবিদাস নগৰজ্ঞানপুৰ১,৩৫২,০৫৬৯৬০১,৪০৮srdnagar.nic.in/
SUচুলতানপুৰচুলতানপুৰ৩,১৯০,৯২৬৪,৪৩৬৭১৯sultanpur.nic.in
SVশ্ৰাবস্তীশ্ৰাবস্তী১,১৭৫,৪২৮১,১২৬১,০৪৪shravasti.nic.in/
UNউন্নাৱউন্নাৱ২,৭০০,৪২৬৪,৫৫৮৫৯২unnao.nic.in/
VAবাৰাণসীবাৰাণসী৩,১৪৭,৯২৭১,৫৭৮১,৯৯৫varanasi.nic.in/

উত্তৰাখণ্ড (UK)

লগতে চাওক: Districts of Uttarakhand

CodeDistrictHeadquartersPopulation (২০০১)Area (km²)Density (/km²)Official website
ALআল্মোড়াআল্মোড়া৬২১,৯২৭৩,০৯০১৯৮
BAবাগেশ্বৰবাগেশ্বৰ২৪৯,৪৫৩২,৩১০১০৮bageshwar.nic.in/
CLচামোলীগোপেশ্বৰ৩৬৯,১৯৮৭,৬৯২৪৮chamoli.nic.in/
CPচম্পাৱতচম্পাৱত২২৪,৪৬১১,৭৮১১২৬champawat.nic.in/
DDদেৰাডুনদেৰাডুন১,২৭৯,০৮৩৩,০৮৮৪১৪dehradun.nic.in/
HAহৰিদ্বাৰহৰিদ্বাৰ১,৪৪৪,২১৩২,৩৬০৬১২haridwar.nic.in/
NAনৈনীতালনৈনীতাল৭৬২,৯১২৩,৮৫৩১৯৮nainital.nic.in/
PGপৌড়ী গড়ৱালপৌড়ী৬৯৬,৮৫১৫,৪৩৮১২৮pauri.nic.in/
PIপিথোৰাগড়পিথোৰাগড়৪৬২,১৪৯৭,১১০৬৫pithoragarh.nic.in/
RPৰুদ্ৰপ্ৰয়াগৰুদ্ৰপ্ৰয়াগ২২৭,৪৬১১,৮৯৬১২০rudraprayag.nic.in/
TGটেহৰী গড়ৱালনতুন টেহৰী৬০৪,৬০৮৪,০৮৫১৪৮tehri.nic.in/
USউধম সিং নগৰৰুদ্ৰপুৰ১,২৩৪,৫৪৮২,৯১২৪২৪usnagar.nic.in/
UTউত্তৰকাশীউত্তৰকাশী২৯৪,১৭৯৭,৯৫১৭uttarkashi.nic.in/

পশ্চিমবঙ্গ (WB)

লগতে চাওক: পশ্চিমবংগৰ জিলাসমূহ

CodeDistrictHeadquartersPopulation (২০০১)Area (km²)Density (/km²)Official website
BIবীৰভূম জিলাসিউড়ি৩,০১২,৫৪৬৪,৫৪৫৬৬৩birbhum.gov.in/
BNবাঁকুড়া জিলাবাঁকুড়া৩,১৯১,৮২২৬,৮৮২৪৬৪bankura.nic.in/
BRবৰ্ধমান জিলাবৰ্ধমান৬,৯১৯,৬৯৮৭,০২৪৯৮৫bardhaman.nic.in/
DAদাৰ্জিলিং জিলাদাৰ্জিলিং১,৬০৫,৯০০৩,১৪৯৫১০darjeeling.gov.in/
DDদক্ষিণ দিনাজপুৰ জিলাবালুৰঘাট১,৬৭০,৯৩১২,১৮৩৬৮৮ddinajpur.nic.in/
HGহুগলী জিলাচুঁচুড়া৫,০৪০,০৪৭৩,১৪৯১,৬০১hooghly.nic.in/
HRহাওড়া জিলাহাওড়া৪,২৭৪,০১০১,৪৬৭২,৯১৩howrah.gov.in/
JAজলপাইগুড়ি জিলাজলপাইগুড়ি৩,৪০৩,২০৪৬,২২৭৫৪৭jalpaiguri.nic.in/
KBকোচবিহাৰ জিলাকোচ বিহাৰ ৰাজ্য২,৪৭৮,২৮০৩,৩৮৭৭৩২coochbehar.gov.in/
KOকলকাতা জিলাকলিকতা৪,৫৮০,৫৪৪১৮৫২৪,৭৬০kolkata.gov.in/
MAমালদহ জিলাইংলিশবাজাৰ৩,২৯০,১৬০৩,৭৩৩৮৮১malda.nic.in/
PMপশ্চিম মেদিনীপুৰ জিলামেদিনীপুৰ৫,১৯৩,৪১১৯,৭৮৬৫৩১paschimmedinipur.gov.in/
PRপূৰ্ব মেদিনীপুৰ জিলাতমলুক৪,৪১৭,৩৭৭৪,৭৮৫৯২৩purbamedinipur.gov.in/
MUমুৰ্শিদাবাদ জিলাবহৰমপুৰ৫,৮৬৩,৭১৭৫,৩২৪১,১০১murshidabad.gov.in/
NAনদিয়া জিলাকৃষ্ণনগৰ৪,৬০৩,৭৫৬৩,৯২৭১,১৭২nadia.nic.in/
PNউত্তৰ চব্বিশ পৰগনা জিলাবাৰাসত৮,৯৩০,২৯৫৪,০৯৫২,১৮১north২৪parganas.nic.in/
PSদক্ষিণ চব্বিশ পৰগনা জিলাআলিপুৰ৬,৯০৯,০১৫৯,৯৫৫৬৯৪s২৪pgs.gov.in/
PUপুৰুলিয়া জিলাপুৰুলিয়া২,৫৩৫,২৩৩৬,২৫৯৪০৫purulia.gov.in/
UDউত্তৰ দিনাজপুৰ জিলাৰায়গঞ্জ২,৪৪১,৮২৪৩,১৮০৭৬৮uttardinajpur.nic.in/

নগৰ জিলাসমূহ

  • বাঙ্গালোৰ চহৰ জিলা
  • কলকাতা জিলা
  • কেন্দ্ৰীয় দিল্লী জিলা
  • চেন্নাই জিলা
  • হাইদ্ৰাবাদ জিলা
  • কামৰূপ মহানগৰ জিলা
  • মুম্বাই নগৰ জিলা

আৰু চাওক

  • ভাৰতৰ মহকুমাসমূহ

বাহ্যিক সংযোগ

  • 2001 maps; provides maps of social, economic and demographic data of India in 2001

তথ্যসূত্ৰ

  1. ↑ www.censusindia.gov.in/2011-prov-results/paper2/
  2. ↑ At a glance. Government of Arunachal Pradesh website
  3. ↑ (2010 - 2011). Distribution of Population, Decadel Growth Rate, Sex-Ration and Population Density. The Registrar General & Census Commissioner, India, New Delhi-110011
  4. ↑ (2010 - 2011). Distribution of Population, Decadal Growth Rate, Sex-Ratio and Population Density. The Registrar General & Census Commissioner, India, New Delhi-110011
  5. ↑ (18 August 2004). NIC Policy on format of e-mail Address: Appendix (2): Districts Abbreviations as per ISO 3166–2. Ministry Of Communications and Information Technology, Government of India. পৃ. 5–10
  6. ↑ Indian Districts by Population, Growth Rate, Sex Ratio 2011 Census. 2011 census of India
  7. ↑ (18 August 2004). NIC Policy on format of e-mail Address: Appendix (2): Districts Abbreviations as per ISO 3166–2. Ministry Of Communications and Information Technology, Government of India. পৃ. 5–10
  8. ↑ Indian Districts by Population, Growth Rate, Sex Ratio 2011 Census. 2011 census of India
  9. ↑ (18 August 2004). NIC Policy on format of e-mail Address: Appendix (2): Districts Abbreviations as per ISO 3166–2. Ministry Of Communications and Information Technology, Government of India. পৃ. 5–10
  10. ↑ Indian Districts by Population, Growth Rate, Sex Ratio 2011 Census. 2011 census of India
  11. ↑ (18 August 2004). NIC Policy on format of e-mail Address: Appendix (2): Districts Abbreviations as per ISO 3166–2. Ministry Of Communications and Information Technology, Government of India. পৃ. 5–10
  12. ↑ Indian Districts by Population, Growth Rate, Sex Ratio 2011 Census. 2011 census of India
  13. ↑ (2010 - 2011). Ranking of Districts by Population Size, 2001 and 2011. The Registrar General & Census Commissioner, India, New Delhi-110011
  14. ↑ (18 August 2004). NIC Policy on format of e-mail Address: Appendix (2): Districts Abbreviations as per ISO 3166–2. Ministry Of Communications and Information Technology, Government of India. পৃ. 5–10
  15. ↑ Indian Districts by Population, Growth Rate, Sex Ratio 2011 Census. 2011 census of India
  16. ↑ (18 August 2004). NIC Policy on format of e-mail Address: Appendix (2): Districts Abbreviations as per ISO 3166–2. Ministry Of Communications and Information Technology, Government of India. পৃ. 5–10
  17. ↑ Indian Districts by Population, Growth Rate, Sex Ratio 2011 Census. 2011 census of India

সম্পৰ্কিত শ্ৰেণী

ভাৰত সম্পৰ্কীয় তালিকাভাৰতৰ জিলাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ জিলাসমূহৰ তালিকাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৮৬০০ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।