অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ

ভাৰতত ২৮ খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী দিল্লী। প্ৰতিখন ৰাজ্যৰে নিজা প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰ লগতে প্ৰয়োজনীয় বিৱৰণসমূহ উল্লেখ কৰা হৈছে।

হালনাগাদ: ২১ জুন ২০২৬ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ভাৰতত ২৮ খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী দিল্লী। প্ৰতিখন ৰাজ্যৰে নিজা প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰ লগতে প্ৰয়োজনীয় বিৱৰণসমূহ উল্লেখ কৰা হৈছে।

ভাৰত চৰকাৰৰ অন্তৰ্গত ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ অধীনত থকা জনগণনা ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি নিম্নোক্ত তালিকাখন প্ৰস্তুত কৰা হৈছে।

+ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰাজ্যৰ নামআই এচ অ ৩২৬৬-২ কোডলোকপিয়ল ২০১১ চিহ্নজনসংখ্যাক্ষেত্ৰফল (কি.মি.২)প্ৰধান ভাষাসমূহৰাজধানীবৃহত্তম নগৰ (যদি ৰাজধানী নহয়)জিলাৰ সংখ্যাগাঁৱৰ সংখ্যানগৰৰ সংখ্যাজনবসতিৰ ঘনত্বস্বাক্ষৰতাৰ হাৰ(%)মুঠ জনসংখ্যাৰ ভিতৰত চহৰত বাস কৰা লোকৰ হাৰলিংগ অনুপাতলিংগ অনুপাত (০-৬)
অন্ধ্ৰপ্ৰদেশAP২৮০৪৯,৫০৬,৭৯৯১৬০,২০৫তেলেগু, উৰ্দুহাইদৰাবাদ (আইনী ভাবে) অমৰাৱতী(প্ৰস্তাৱিত)২৩২৮.১২৩২১০৩০৮৬৭.৬৬২৭.৩৯৯২৯৬১
অৰুণাচল প্ৰদেশAR১২০১,৩৮২,৬১১৮৩.৭৪৩হিন্দী, আপাতানি, অসমীয়াইটানগৰ১৬৪.০৬৫১৭১৭৬৬.৯৫২০.৮৯২০৯৬৪
অসমAS১৮০৩১,১৬৯,২৭২৭৮,৫৫০অসমীয়া, বড়ো, ৰাভা, দেউৰী, বাংলা, কাৰ্বি, মিচিংদিছপুৰগুৱাহাটী২৭২৬,৩১২১২৫৩৯৭৭৩.১৮১২.৯৯৫৪৯৬৫
বিহাৰBR১০০১০৩,৮০৪,৬৩৭৯৯,২০০হিন্দী, ভোজপুৰী, মৈথিলী, মগধী ভাষাপাটনা৩৮১২৪৫,০৯৮১৩০১১০২৬৩.৮২১০.৫৯১৬২৯৪২
ছত্তীছগঢ়CT২২০২৫,৫৪০,১৯৬১৩৬,১৯৪ছত্তীছগঢ়ী ভাষা, হিন্দী ভাষাৰায়পুৰ১৬২০,৩০৮৯৭১৮৯৭১.০৪২০.১৯৯১৯৭৫
গোৱাGA৩০০১,৪৫৭,৭২৩৩,৭০২কোংকণী, মাৰাঠীপানাজীভাস্কো ডা গামা২৩৫৯৪৪৩৯৪৮৭.৪০৪৯.৮৯৬৮৯৩৮
গুজৰাটGJ২৪০৬০,৩৮৩,৬২৮১৯৬,০২৪গুজৰাটীগান্ধীনগৰআহমেদাবাদ২৫১৮,৫৩৯২৪২৩০৮৭৯,৩১৩৭.৪৯১৮৮৮৩
হাৰিয়ানাHR০৬০২৫,৩৫৩,০৮১৪৪,২১২হাৰিয়ানবী (পশ্চিমীয়া হিন্দী)চণ্ডীগড় <small>(কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে)ফৰিদাবাদ২১৬,৯৫৫১০৬৫৭৩৭৬.৬৪২৮.৯৮৭৭৮১৯
হিমাচল প্ৰদেশHP০২০৬,৮৫৬,৫০৯৫৫,৬৭৩পশ্চিমীয়া হিন্দীছিমলা১২২০,১১৮৫৭১২৩৮৩,৭৮৯.৮৯২০৮৯৬
ঝাৰখণ্ডJH২০০৩২.৯৬৬.২৩৮৭৪,৬৭৭হিন্দীৰাঞ্চীজমছেদপুৰ২৪৩২,৬১৫১৫২৪১৪৬৭,৬৩২২,২৯৪৭৯৬৫
কৰ্ণাটকKA২৯০৬১,১৩০,৭০৪১৯১,৭৯১কন্নড়বেংগালুৰু৩০২৯,৪০৬২৭০৩১৯৭৫.৬০৩৪.০৯৬৮৯৪৬
কেৰালাKL৩২০৩৩,৩৮৭,৬৭৭৩৮,৮৬৩মালায়লমতিৰুভন্থাপুৰম১৪১,৩৬৪১৫৯৮৫৯৯৩.৯১২৬.০১,০৮৪৯৬০
মধ্য প্ৰদেশMP২৩০৭২,৫৯৭,৫৬৫৩০৮,২৫২হিন্দীভূপালইন্দোৰ৪৫৫৫,৩৯৩৩৯৪২৩৬৭০.৬৩২৬.৫৯৩০৯৩২
মহাৰাষ্ট্ৰMH২৭০১১২.৩৭২.৯৭২৩০৭,৭১৩মাৰাঠীমুম্বাই৩৫৪৩,৭১১৩৭৮৩৬৫৮২.৯১৪২.৪৯২৫৯১৩
মণিপুৰMN১৪০২,৭২১,৭৫৬২২,৩৪৭মণিপুৰীইম্ফাল৯২,৩৯১৩৩১২২৭৯.৮৫২৫.১৯৮৭৯৫৭
মেঘালয়ML170২,৯৬৪,০০৭২২,৭২০খাছী, গাৰো, জয়ন্তীয়াশ্বিলং৭৬,০২৬১৬১৩২৭৫.৪৮১৯.৬৯৮৬৯৭৩
মিজোৰামMZ১৫০১,০৯১,০১৪২১,০৮১মিজোআইজল৮৮১৭২২৫২৯১.৫৮৪৯.৬৯৭৫৯৬৪
নাগালেণ্ডNL১৩০১,৯৮০,৬০২১৬,৫৭৯আংগামী, আও, চাং, চকেঁচাং, কন্যাক আৰু চেমাকহিমাডিমাপুৰ১১১,৩১৭৯১১৯৮০.১১১৭.২৯৩১৯৬৪
ওড়িশা৩OR২১০৪১,৯৪৭,৩৫৮১৫৫,৮২০ওড়িয়াভুৱনেশ্বৰ৩০৫১,৩৪৯১৩৮২৬৯৭৩.৪৫১৫.০৯৭৮৯৫৩
পঞ্জাবPJ০৩০২৭,৭০৪,২৩৬৫০,৩৬২পঞ্জাবীচণ্ডীগড় <small>(কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে)লুধিয়ানা১৭১২,৬৭৩১৫৭৫৫০৭৬.৬৮৩৩.৯৮৯৩৭৯৮
ৰাজস্থানRJ০৮০৬৮,৬২১,০১২৩৪২,২৬৯ৰাজস্থানী (পশ্চিমীয়া হিন্দী)জয়পুৰ৩২৪১,৩৫৩২২২২০১৬৭.০৬২৩.৪৯২৬৯০৯
ছিক্কিমSK১১০৬০৭,৬৮৮৭,০৯৬নেপালীগেংটক৪৪৫২৯৮৬৮২.২০১১.১৮৮৯৯৬৩
তামিলনাডুTN৩৩০৭২,১৩৮,৯৫৮১৩০,০৫৮তামিলচেন্নাই৩২১৬,৩১৭৮৩২৪৮০৮০.৩৩৪৪.০৯৯৫৯৪২
তেলংগানাTG৩৩০৩৫,১৯৩,৯৭৮৪১,১৪,৮৪০তেলেগু, উৰ্দু, টুলুহাইদৰাবাদ---৭০৩৪৬৬.৫০%৪---
ত্ৰিপুৰাTR১৬০৩,৬৭১,০৩২১০,৪৯১,৬৯ককবৰক, বাংলাআগৰতলা৪৪৭০২৩৫৫৫৮৭.৭৫১৭.১৯৬১৯৬৬
উত্তৰ প্ৰদেশUP০৯০১৯৯,৫৮১,৪৭৭২৪৩,২৮৬হিন্দী ভাষা, উৰ্দু ভাষা৫লক্ষ্ণৌকানপুৰ৭২১০৭,৪৫২৭০৪৮২৮৬৯.৭২২০.৮৯০৮৯১৬
উত্তৰাখণ্ডUL০৫০১০,১১৬,৭৫২৫৩,৫৬৬পশ্চিমীয়া হিন্দীডেহৰাদুন১৩১৬,৮২৬৮৬১৮৯৭৯.৬৩২৫.৭৯৬৩৯০৮
পশ্চিমবংগWB১৯০৯১,৩৪৭,৭৩৬৮৮,৭৫২বাংলা, নেপালীকলিকতা১৮৪০,৭৮২৩৭৫১,০২৯৭৭.০৮২৮.০৯৪৭৯৬০
-মুঠ-৬৩৭,৬৪৩৫,০৮২
+কেন্দ্ৰীয়শাসিত অঞ্চলসমূহকেন্দ্ৰীয়শাসিত অঞ্চলৰ নামজনসংখ্যাভাষাৰাজধানীবৃহত্তম নগৰজিলাৰ সংখ্যাগাঁৱৰ সংখ্যাচহৰৰ সংখ্যাজনবসতিৰ ঘনত্বস্বাক্ষৰতাৰ হাৰ (%)মুঠ জনসংখ্যাৰ ভিতৰত চহৰত বাস কৰা লোকৰ সংখ্যালিংগ অনুপাতলিংগ অনুপাত (০-৬)
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ৩৭৯,৯৪৪বাংলাপৰ্ট ব্লেয়াৰ২৫৪৭৩৪৬৮৬.২৭৩২.৬৮৭৮৯৫৭
চণ্ডীগড়১,০৫৪,৬৮৬পঞ্জাবীচণ্ডীগড়১২৪১৯,২৫২৮৬.৪৩৮৯.৮৮১৮৮৪৫
জম্মু আৰু কাশ্মীৰ১২,৫৪১,৩০২উৰ্দু,৬ কাশ্মিৰী, ডোগৰীশ্ৰী নগৰ (গ্ৰীষ্ম), জম্মু (শীত)শ্ৰী নগৰ
দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ৫৮৬,৯৫৬গুজৰাটী, কোংকণী, মাৰাঠীদমন
লাক্ষাদ্বীপ৬৪,৪২৯মালায়লমকাভাৰাত্তিএনড্ৰট১২৪৩২০১৩৯২.২৮৪৪.৫৯৪৬৯৫৯
লাডাখ২৯০,৪৯২লাডাখীলেহ৩
কেন্দ্ৰীয় শাসিত দিল্লীৰ অঞ্চল১৬,৭৫৩,২৩৫হিন্দীনতুন দিল্লী৯১৬৫৬২১১,২৯৭৮৬.৩৪৯৩.২৮৬৬৮৬৮
পুডুছেৰী১,২৪৪,৪৬৪ফৰাচী আৰু তামিলপুডুছেৰী৪৯২৬২,৫৯৮৮৬.৫৫৬৬.৬১,০৩৮৯৬৭

বাহ্যিক সংযোগ

ref>Official and Regional Languages of India. Mapsofindia.com

তথ্যসূত্ৰ

  1. ↑ Districts of Bihar. Gov.bih.nic.in
  2. ↑ censusindia.gov.in/2011-prov-results/data_files/
  3. ↑ Orissa's new name is Odisha. The Times Of India
  4. ↑ Telangana State Profile. Telangana government portal. পৃ. 34
  5. ↑ Uttar Pradesh Legislature. Uplegassembly.nic.in
  6. ↑ Official and Regional Languages of India. Mapsofindia.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজ্যভাৰত সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ” প্ৰবন্ধৰ সংশোধন ৬১৩৪৬২ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।