| # | নাম | চিত্ৰ | কাৰ্যভাৰ গ্ৰহণ | কাৰ্যভাৰ সমাপ্তি | উপ ৰাষ্ট্ৰপতি | টোকা |
|---|---|---|---|---|---|---|
| ১ | ৰাজেন্দ্ৰ প্ৰসাদ | ২৬ জানুৱাৰী ১৯৫০ | ১৩ মে ১৯৬২ | সৰ্বপল্লী ৰাধাকৃষ্ণন | ||
| ২ | সৰ্বপল্লী ৰাধাকৃষ্ণন | ১৩ মে ১৯৬২ | ১৩ মে ১৯৬৭ | জাকিৰ হুছেইন | ||
| ৩ | জাকিৰ হুছেইন | ১৩ মে ১৯৬৭ | ৩ মে ১৯৬৯ | বৰাহগিৰি ভেংকট গিৰি | ||
| - | বৰাহগিৰি ভেংকট গিৰি | ৩ মে ১৯৬৯ | ২০ জুলাই ১৯৬৯ | কাৰ্যবাহী ৰাষ্ট্ৰপতি | ||
| - | মহম্মদ হিদায়তুল্লাহ | ২০ জুলাই ১৯৬৯ | ২৪ আগষ্ট ১৯৬৯ | কাৰ্যবাহী ৰাষ্ট্ৰপতি | ||
| ৪ | বৰাহগিৰি ভেংকট গিৰি | ২৪ আগষ্ট ১৯৬৯ | ২৪ আগষ্ট ১৯৭৪ | বৰাহগিৰি ভেংকট গিৰি | ||
| ৫ | ফখৰুদ্দিন আলি আহমেদ | ২৪ আগষ্ট ১৯৭৪ | ১১ ফ্ৰেব্ৰুৱাৰী ১৯৭৭ | বাছাপ্পা দানাপ্পা জাত্তি | ||
| - | বাছাপ্পা দানাপ্পা জাত্তি | ১১ ফ্ৰেব্ৰুৱাৰী ১৯৭৭ | ২৫ জুলাই ১৯৭৭ | কাৰ্যবাহী ৰাষ্ট্ৰপতি | ||
| ৬ | নীলম সঞ্জীৱ ৰেড্ডী | ২৫ জুলাই ১৯৭৭ | ২৫ জুলাই ১৯৮২ | মহম্মদ হিদায়ত উল্লাহ | ||
| ৭ | জেইল সিং | ২৫ জুলাই ১৯৮২ | ২৫ জুলাই ১৯৯২ | আৰ ভেঙ্কটৰমন | ||
| ৮ | আৰ ভেঙ্কটৰমন | ২৫ জুলাই ১৯৯২ | ২৫ জুলাই ১৯৯৭ | শঙ্কৰ দয়াল শৰ্মা | ||
| ৯ | শঙ্কৰ দয়াল শৰ্মা | ২৫ জুলাই ১৯৯২ | ২৫ জুলাই ১৯৯৭ | কে আৰ নাৰায়ণন | ||
| ১০ | কে আৰ নাৰায়ণন | ২৫ জুলাই ১৯৯৭ | ২৫ জুলাই ২০০২ | কৃষণ কান্ত | ||
| ১১ | এ পি জে আব্দুল কালাম | ২৫ জুলাই ২০০২ | ২৫ জুলাই ২০০৭ | ভৈৰণ সিং সেখৱত | ||
| ১২ | প্ৰতিভা পাটিল | ২৫ জুলাই ২০০৭ | ২৫ জুলাই ২০১২ | মঃ হামিদ আনছাৰী | ||
| ১৩ | প্ৰণব মুখাৰ্জী | ২৫ জুলাই ২০১২ | ২৫ জুলাই ২০১৭ | মঃ হামিদ আনছাৰী | ||
| ১৪ | ৰাম নাথ কোৱিন্দ | ২৫ জুলাই ২০১৭ | ২৫ জুলাই, ২০২২ | ভেংকাইয়া নাইডু | ||
| ১৫ | দ্ৰৌপদী মূৰ্মু | ২৫ জুলাই ২০২২ | বৰ্তমান | জগদীশ ধনখড় |
লগতে চাওক
- ভাৰতৰ ৰাষ্ট্ৰপতি
- ভাৰতৰ উপৰাষ্ট্ৰপতি
- ভাৰতৰ উপ-ৰাষ্ট্ৰপতিসকলৰ তালিকা
তথ্য সংগ্ৰহ
- ভাৰতৰ ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক ৱেবছাইট, আহৰণ: ০১-০১-২০১৩
- ভাৰতৰ ৰাষ্ট্ৰপতিসকল, ৰিডিফমেইল ডট কম ৱেবছাইটত, আহৰণ: ০১-০১-২০১৩
- প্ৰাক্তন ৰাষ্ট্ৰপতিসকল, জি নিউজ ৱেবছাইটত, আহৰণ: ০১-০১-২০১৩
President van India#Lijst van presidenten van India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৩৩১৭১৫ (২৭ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।