অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পশ্চিমবংগৰ জিলাসমূহ

পশ্চিমবঙ্গ (পশ্চিমবঙ্গ) ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য। বৰ্তমান পশ্চিমবঙ্গ ১৯ খন জিলাত ৩ টাঅ বিভাগত বিভক্ত, সেইসমূহ তলৰ তালিকাত বিস্তাৰিত তথ্য সহকাৰে উল্লেখ কৰা হ’ল:

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৬ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

পশ্চিমবঙ্গ (পশ্চিমবঙ্গ) ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য।১ বৰ্তমান পশ্চিমবঙ্গ ১৯ খন জিলাত ৩ টাঅ বিভাগত বিভক্ত, সেইসমূহ তলৰ তালিকাত বিস্তাৰিত তথ্য সহকাৰে উল্লেখ কৰা হ’ল: ২

জিলাসমূহ

সংকেত৩জিলাজিলাৰ সদৰ৪প্ৰতিষ্ঠা৫মহকুমা২আয়তন৪২০০১ চনত জনসংখ্যা৪জনঘনত্বমানচিত্ৰ
KOকলকাতা জিলাকলিকতা১৯৪৭--185 বৰ্গ কি.মি.৪,৫৭২,৮৭৬Kolkata in West Bengal (India).svg
PNউত্তৰ চব্বিশ পৰগনা জিলাবাৰাসত১৯৮৬৬* ব্যাৰাকপুৰ * বাৰাসত সদৰ * বনগাঁ * বসিৰহাট * বিধাননগৰ4094 বৰ্গ কি.মি.৮,৯৩৪,২৮৬North 24 Parganas in West Bengal (India).svg
PSদক্ষিণ চব্বিশ পৰগনা জিলাআলিপুৰ১৯৮৬৬* বাৰুইপুৰ * ক্যানিং * ডায়মণ্ড হাৰবাৰ * কাকদ্বীপ * আলিপুৰ সদৰ9960 বৰ্গ কি.মি.৬,৯০৬,৬৮৯South 24 Parganas in West Bengal (India).svg
HRহাওড়া জিলাহাওড়া১৯৪৭* হাওড়া সদৰ * উলুবেড়িয়া1467 বৰ্গ কি.মি.৪,২৭৩,০৯৯Howrah in West Bengal (India).svg
NAনদিয়া জিলাকৃষ্ণনগৰ১৯৪৭* কৃষ্ণনগৰ সদৰ * কল্যাণী * ৰাণাঘাট * তেহট্ট3927 বৰ্গ কি.মি.৪,৬০৪,৮২৭Nadia in West Bengal (India).svg
MUমুৰ্শিদাবাদ জিলাবহৰমপুৰ১৯৪৭* বহৰমপুৰ সদৰ * ডোমকল * লালবাগ * কান্দি * জঙ্গীপুৰ5324 বৰ্গ কি.মি.৫,৮৬৬,৫৬৯Murshidabad in West Bengal (India).svg
PUপুৰুলিয়া জিলাপুৰুলিয়া১৯৫৬৭* পুৰুলিয়া সদৰ পূৰ্ব * পুৰুলিয়া সদৰ পশ্চিম * ৰঘুনাথপুৰ6259 বৰ্গ কি.মি.২,৫৩৬,৫১৬Purulia in West Bengal (India).svg
BIবীৰভূম জিলাসিউড়ি১৯৪৭* সিউড়ি সদৰ * বোলপুৰ * ৰামপুৰহাট4545 বৰ্গ কি.মি.৩,০১৫,৪২২Birbhum in West Bengal (India).svg
BNবাঁকুড়া জিলাবাঁকুড়া১৯৪৭* বাঁকুড়া সদৰ * খাতড়া * বিষ্ণুপুৰ6882 বৰ্গ কি.মি.৩,১৯২,৬৯৫
BRবৰ্ধমান জিলাবৰ্ধমান১৯৪৭* আসানসোল * দুৰ্গাপুৰ * কালনা * কাটোয়া * বৰ্ধমান সদৰ উওৰ * বৰ্ধমান সদৰ দক্ষিণ7024 বৰ্গ কি.মি.৬,৮৯৫,৫১৪
HGহুগলী জিলাচুঁচুড়া১৯৪৭* চুঁচুড়া সদৰ * চন্দননগৰ * শ্ৰীৰামপুৰ * আৰামবাগ3149 বৰ্গ কি.মি.৫,০৪১,৯৭৬
MEপূৰ্ব মেদিনীপুৰ জিলাতমলুক২০০২৮* তমলুক * হলদিয়া * এগৰা * কাঁথি4785 বৰ্গ কি.মি.৪,৪১৭,৩৭৭
MEপশ্চিম মেদিনীপুৰ জিলামেদিনীপুৰ২০০২৮* খড়গপুৰ * মেদিনীপুৰ সদৰ * ঘাটাল * ঝাড়গ্ৰাম9296 বৰ্গ কি.মি.৫,১৯৩,৪১১
KBকোচবিহাৰ জিলাকোচ বিহাৰ ৰাজ্য১৯৫০৯* কোচবিহাৰ সদৰ * দিনহাটা * মাথাভাঙ্গা * মেকলীগঞ্জ * তুফানগঞ্জ3387 বৰ্গ কি.মি.২,৪৭৯,১৫৫
DAদাৰ্জিলিং জিলাদাৰ্জিলিং১৯৪৭* দাৰ্জিলিং সদৰ * কালিম্পং * কাৰ্শিয়ং * শিলিগুড়ি3149 বৰ্গ কি.মি.১,৬০৯,১৭২
JAজলপাইগুড়ি জিলাজলপাইগুড়ি১৯৪৭* জলপাইগুড়ি সদৰ * মালবাজাৰ * আলিপুৰদুয়াৰ6227 বৰ্গ কি.মি.৩,৪০১,১৭৩
UDউত্তৰ দিনাজপুৰ জিলাৰায়গঞ্জ১৯৯২১০১১* ৰায়গঞ্জ সদৰ * ইসলামপুৰ3140 বৰ্গ কি.মি.২,৪৪১,৭৯৪
DDদক্ষিণ দিনাজপুৰ জিলাবালুৰঘাট১৯৯২১১* বালুৰঘাট সদৰ * গঙ্গাৰামপুৰ2219 বৰ্গ কি.মি.১,৫০৩,১৭৮
MAমালদহ জিলাইংলিশবাজাৰ১৯৪৭* চাঁচল * মালদহ সদৰ3733 বৰ্গ কি.মি.৩,২৯০,৪৬৮
মুঠ————88752 বৰ্গ কি.মি.৮০,১৭৬,১৯৭—

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ India: Administrative Divisions (population and area). Census of India
  2. ↑ (2008-03-19). Directory of District, Sub division, Panchayat Samiti/ Block and Gram Panchayats in West Bengal, March 2008. West Bengal. National Informatics Centre, India
  3. ↑ (2004-08-18). NIC Policy on format of e-mail Address: Appendix (2): Districts Abbreviations as per ISO 3166–2. Ministry Of Communications and Information Technology, Government of India. পৃ. pp. 5–10
  4. ↑ Districts: West Bengal. Government of India portal
  5. ↑ Here 'Established' means year of establishment as a district of West Bengal. The state of West Bengal was established in 1947 with 14 districts of erstwhile Bengal province of British India
  6. ↑ Mandal, Asim Kumar. (2003). The Sundarbans of India: A Development Analysis. Indus Publishing. পৃ. 168–169. ISBN 8173871434
  7. ↑ District profile. Official website of Purulia District
  8. ↑ Jana, Naresh. (2001-12-31). Tamluk readies for giant's partition. The Telegraph (Kolkata)
  9. ↑ Brief History of Cooch Behar. Official website of Cooch Behar District
  10. ↑ Home page. Official website of Uttar Dinajpur District
  11. ↑ Historical Perspective. Official website of South Dinajpur District

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবংগভাৰতৰ জিলাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশ্চিমবংগৰ জিলাসমূহ” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৫৩ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।