অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ধুবুৰী

ধুবুৰী (ইং: Dhubri, Pron: ˈdʊbri) হ'ল ধুবুৰী জিলাৰ সদৰ ঠাই। ই ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ পাৰত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ নগৰ। ১৮৮৩ চনত নগৰ খনক পৌৰসভাৰ অন্তৰ্ভুক্ত কৰা হয়। ৰাজ্যৰ ৰাজধানী দিশপুৰৰ পৰা নগৰখনলৈ দুৰত্ব ২৮০ কি.মি.(১৭৪ মাইল)।

হালনাগাদ: ৬ মাৰ্চ ২০২৫ ৩৮ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ধুবুৰী (ইং: Dhubri, Pron: ˈdʊbri) হ'ল ধুবুৰী জিলাৰ সদৰ ঠাই। ই ব্ৰহ্মপুত্ৰ নদ আৰু গদাধৰ নৈৰ পাৰত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ নগৰ। ১৮৮৩ চনত নগৰ খনক পৌৰসভাৰ অন্তৰ্ভুক্ত কৰা হয়। ৰাজ্যৰ ৰাজধানী দিছপুৰৰ পৰা নগৰখনলৈ দুৰত্ব ২৮০ কি.মি.(১৭৪ মাইল)।

নেতাই ধুবুনি ঘাট, ধুবুৰী
নেতাই ধুবুনি ঘাট, ধুবুৰীছবি: Naruna Baruah · CC BY 4.0

সম্পৰ্কিত শ্ৰেণী

ধুবুৰী জিলাঅসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধুবুৰী” প্ৰবন্ধৰ সংশোধন ৪৮৮৪৫৮ (৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।