গোৱা পশ্চিম ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী পানাজী। মাটিকালিৰ ফালৰপৰা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য গোৱাক দুখন প্ৰশাসনিক জিলাত ভাগ কৰা হৈছে।
জিলাসমূ্হ
গোৱাৰ দুখন জিলা হৈছে:
| ক’ড | জিলা | সদৰ | জনসংখ্যা (২০১১)১ | মাটিকালি (বৰ্গ কিমি) | জনঘনত্ব (প্ৰতি বৰ্গ কিমি) | ৱেবছাইট |
| NG | উত্তৰ গোৱা | পানাজী | ৮১৭,৭৬১ | ১,৭৩৬ | ৪৭১ | northgoa.nic.in |
| SG | দক্ষিণ গোৱা | মাৰগাঅ’ | ৬৩৯,৯৬২ | ১,৯৬৬ | ৩২৬ | southgoa.nic.in |
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ (2010 - 2011). Distribution of Population, Decadal Growth Rate, Sex-Ratio and Population Density. The Registrar General & Census Commissioner, India, New Delhi-110011
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোৱাৰ জিলাসমূহ” প্ৰবন্ধৰ সংশোধন ৩৮০৭২২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।