অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কোচবিহাৰ জিলা

কোচবিহাৰ জিলা পশ্চিমবংগৰ উত্তৰাঞ্চলৰ জলপাইগুড়ি বিভাগৰ এখন জিলা। মাটিকালিৰ হিচাপত ই ৰাজ্যৰ ত্ৰয়োদশ আৰু জনসংখ্যাৰ হিচাপত ষোড়শ বৃহত্তম বৰ্তমান কোচবিহাৰ জিলা অতীতত বৃহত্তৰ কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল। ১৭৭২ চনত কোচবিহাৰ ৰাজ্য ব্ৰিটিছ ভাৰতৰ এখন কৰদ ৰাজ্যালৈ পৰিণত হয়।

হালনাগাদ: ১১ এপ্ৰিল ২০২৫ ১৯২ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কোচবিহাৰ জিলা পশ্চিমবংগৰ উত্তৰাঞ্চলৰ জলপাইগুড়ি বিভাগৰ এখন জিলা। মাটিকালিৰ হিচাপত ই ৰাজ্যৰ ত্ৰয়োদশ আৰু জনসংখ্যাৰ হিচাপত ষোড়শ বৃহত্তম জিলা। এই জিলাৰ উত্তৰত পশ্চিমবংগৰ জলপাইগুড়ি জিলা; দক্ষিণত বাংলাদেশৰ ৰংপুৰ বিভাগ; পূৱে অসম|অসমৰ ধুবুৰী জিলা আৰু পশ্চিমত জলপাইগুড়ি জিলা তোথা বাংলাদেশৰ ৰংপুৰ বিভাগ অৱস্থিত।১

বৰ্তমান কোচবিহাৰ জিলা অতীতত বৃহত্তৰ কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল। ১৭৭২ চনত কোচবিহাৰ ৰাজ্য ব্ৰিটিছ ভাৰতৰ এখন কৰদ ৰাজ্যালৈ পৰিণত হয়। ১৯৪৯ চনত কোচবিহাৰৰ তদনীন্তন ৰজা জগদ্দীপেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰ ৰাজ্যটোক ভাৰত অধিৰাজ্যৰ হাতলৈ নিয়ে। ১৯৫০ চনত কোচবিহাৰ পশ্চিমবংগৰ এখন জিলাত পৰিণত হয়।১

ইতিহাস

মূল প্ৰবন্ধ: কোচবিহাৰ ৰাজ্য

কোচবিহাৰৰ ৰাজপ্ৰতীক
কোচবিহাৰৰ ৰাজপ্ৰতীকছবি: Amartyabag · CC BY-SA 3.0

বৰ্তমান কোচবিহাৰ জিলাখন অতীতত বৃহত্তৰ কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল। কামৰূপৰ ৰাজধানী দ্বিধাবিভক্ত হোৱাৰ পিছত কোচবিহাৰ ‘কামতা’-ৰ অন্তৰ্গত হয়। সপ্তদশ শতাব্দীৰ মধ্যভাগত ৰচিত চাহজাহাননামা গ্ৰন্থত কোচবিহাৰ নামটোৰ উল্লেখ পোৱা যায়। অষ্টাদশ শতাব্দীত মেজৰ ৰেনেলৰ মানচিত্ৰত কোচবিহাৰ ‘বিহাৰ’ নামেৰে উল্লিখিত হয়। ১৭৭২ চনত ভুটান|ভুটানৰ লগত সংঘৰ্ষৰ বাবে কোচবিহাৰ-ৰাজ ধৈৰ্যেন্দ্ৰ নাৰায়ণ তথা ৱাৰেন হেষ্টিংচ|ৱাৰেন হেষ্টিংচৰ মাজত এটা চুক্তি সাক্ষৰিত হয়। এই চুক্তিৰ ফলত কোচবিহাৰ ব্ৰিটিছসকলৰ এখন কৰদ ৰাজ্যলৈ পৰিণত হয়। ১৭৭৩ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানি|ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ লগত এটা চুক্তিৰ মাধ্যমেৰে ৰাজ্যখন "কোচবিহাৰ" নামেৰে পৰিচিত হয় আৰু ইয়াৰ ৰাজধানীৰ নাম হয় "বিহাৰ ফোৰ্ট। " উল্লেখ্য, "কোচবিহাৰ" শব্দটোৰ অৰ্থ "কোচ জাতিৰ বাসস্থান। " কোচবিহাৰ গেজেট অনুযায়ী, মহাৰজাৰ আদেশ অনুযায়ী ৰাজ্যৰ সৰ্বশেষ নামকৰণ হয় "কোচ বিহা। "১

১৯৪৯ চনৰ ২৮ অগষ্ট ৰজা জগদ্দীপেন্দ্ৰ নাৰায়ণ কোচবিহাৰ ৰাজ্যক ভাৰত অধিৰাজ্য|ভাৰতীয় অধিৰজ্যৰ হাতত তুলি দিয়ে। এই বছৰ ১২ ছেপ্টেম্বৰৰ পৰা কোচবিহাৰ ভাৰতৰ কমিশনাৰ শাসিত প্ৰদেশলৈ পৰিণত হয়। ১৯৫০ চনৰ ১ জানুৱাৰী ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ ২৯০ক ধাৰাত কোৱা হয় কোচবিহাৰ পশ্চিমবংগ ৰাজ্যৰ একটি জিলালৈ পৰিণত হয়।১

ভূগোল

সমগ্ৰ কোচবিহাৰ জিলাখন উত্তৰবঙ্গ সমভূমি|উত্তৰবঙ্গ সমভূমিৰ অন্তৰ্গত। জিলাৰ প্ৰধান নদ-নদীসমূহ দক্ষিণ-পূৰ্বাঞ্চলৰ সামান্য এঢলীয়া নিচিনা প্ৰবাহিত হৈ আছে। ইয়াৰ ভূভাগ ওখ-নিচ। কোনো কোনো অঞ্চলত ইমানেই নিচ যে বাৰিষা কালত নদীৰ দুকূল উভৰি বানপানীৰ দেখা দিয়ে। জিলাৰ উচ্চভূমি অঞ্চলখন শীতলকুচি ব্লকৰ লালবজাৰত তথা নিম্নভূমি অঞ্চলসমূহ দিনহাটা মহকুমা|দিনহাটা মহকুমাত অৱস্থিত। এই জিলাত কোনো পাহাৰ বা পৰ্বত নাই। কিন্তু বিভিন্ন অঞ্চলত একাধিক বিশাল আকাৰৰ বিল দেখিবলৈ পোৱা যায়।১

নদ-নদী

  • তিস্তা নদী
  • জলঢাকা নদী
  • তোৰষা নদী
  • কালজানি নদী
  • ৰায়ডাক নদী-দুধকুমাৰ নদী
  • গদাধৰ নদী
  • ধৰলা নদী
  • ডুডুয়া নদী
  • ঘৰঘৰীয়া নদী
  • মানসাই নদী
  • সঙ্কোশ নদী
  • শালটিয়া নদী
  • সুটুঙ্গা নদী
  • বুড়িতিস্তা নদী
  • দেওনাই-চাড়ালকাটা-যমুনেশ্বৰী নদী
  • সিঙ্গিমাৰী নদী
  • বানিয়াদহ নদী
  • খুটামাৰা নদী
  • মালদাহা নদী
  • ফুলকুমাৰ নদী
  • চিমলাজান নদী

কোচবিহাৰ জিলাৰ ছয়খন প্ৰধান নদী হ'ল তিস্তা নদী|তিস্তা, জলঢাকা নদী|জলঢাকা, তোৰষা নদী|তোৰষা, কালজানি নদী|কালজানি, ৰায়ডাক নদী|ৰায়ডাক তথা গদাধৰ নদী|গদাধৰ। এই নদীবোৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূৱলৈ প্ৰবাহিত। হিমালয়ৰ পৰা উৎপন্ন এই নদীবোৰ জলপাইগুড়ি জিলাৰ পশ্চিম ডুয়াৰ্চ অঞ্চলৰ পৰা কোচবিহাৰ জিলাত প্ৰৱেশ কৰিছে। কেৱল মাত্ৰ গুম্মন নদখন ডুয়াৰ্চৰ পৰা উৎপন্ন হোৱা নদী। কোচবিহাৰৰ মাজেৰ প্ৰবাহিত হৈ বাংলাদেশ|বাংলাদেশৰ ৰংপুৰ বিভাগ|ৰংপুৰ বিভাগত প্ৰৱেশ কৰি শেষত ব্ৰহ্মপুত্ৰ নদ|ব্ৰহ্মপুত্ৰৰ লগত মিলিত হৈছে এইবোৰ নদী। নদীবোৰৰ পাৰ ওখ-নিচ বা নদীৰতলি বালিময়। ডাঙৰ নদীবোৰত প্ৰচুৰ পৰিমাণে শিল দেখিবলৈ পোৱা যায়। বাৰিষা কালত বানপানী, নদীৰ পাৰৰ গঢ়াখহনীয়া তথা মৃত্তিকাক্ষয় দেখিবলৈ পোৱা যায়। গ্ৰীষ্মকালত তিস্তাৰ বাহিৰে অইন নদীবোৰত বিশেষ পানী নাথাকে। জিলাৰ অন্যান্য নদীসমূহৰ মজত শানিয়াজান, বুটামাৰা, মাতাঙ্গণ, কুমনাই, গিলাণ্ডি, ডুডুৱা, মুজনাই, ডোলং প্ৰভৃতি উল্লেখযোগ্য। বাৰংবাৰ নদীৰ গভীৰতা পৰিবৰ্তনৰ ফলত পৰিত্যক্ত নদীৰ গভীৰতা কালক্ৰমত জলাশয় বা বিললৈ পৰিণত হয়। এই এই জলাশয়বোৰ বৰষুণৰ পনীৰে ভৰি পৰে। ইয়াত মাছৰ খেতি কৰা হয় আৰু সিচঁৰ পানী পোৱা যায়। জিলাখনৰ উল্লেখযোগ্য বিলসমূহ হ'ল ভেৰভেৰী, চম্পাগুড়ি, ছুকানিম, ছকজল, চিতল, পানিগ্ৰাম, জগৎবেৰ প্ৰভৃতি।১

বতৰ আৰু জলবায়ু

কোচবিহাৰ জিলাৰ জলবায়ু অতিৰিক্ত আৰ্দ্ৰতাযুক্ত ও মধ্যম ধৰণৰ উষ্ণ। জিলাত গ্ৰীষ্মকাল মাৰ্চৰ পৰা মে মাহ লৈকে আৰু শীতকাল নভেম্বৰৰ মাজভগৰ পৰা ফেব্ৰুৱাৰীৰ শেষভাগ লৈকে স্থায়ী হয়। জুনৰ পৰা ছেপ্টেম্বৰ মাহ লৈকে বাৰিষাকাল। দক্ষিণ-পশ্চিম মৌচুমি বায়ুৰ প্ৰভাৱত বাৰিষাত এই অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হৈ থাকে। গ্ৰীষ্মকালত জিলাৰ গড় সৰ্বাচ্চ উষ্ণতা থাকে ৩৬° ছেণ্টিগ্ৰেডৰ পৰা সৰ্বনিম্ন ১৯° ছেণ্টিগ্ৰেড; আকৌ শীতকাল গড় উষ্ণতা সৰ্বোচ্চ ২৭° ছেণ্টিগ্ৰেডৰ পৰ সৰ্বনিম্ন ৮° ছেণ্টিগ্ৰেড। জিলাখনৰ গড় বৃষ্টিপাতৰ পৰিমাণ ২,৫০০-৩,২০০ মিলিমিটাৰ। বাৰ্ষিক ৭০ শতাংশ বৃষ্টিপাত দক্ষিণ-পশ্চিম মৌচুমি জলবায়ুৰ প্ৰভাৱতেই হয়। বাৰিষাত ঘূৰ্ণিবতাহ তথা নিম্নচাপ কেন্দ্ৰৰ সৃষ্টি হৈ অতিভাৰী বৃষ্টিপাত তথা তীব্ৰ বায়ুপ্ৰবাহ দেখা যায়। বাৰিষাৰ আৰম্ভণিতে বজ্ৰবিদ্যুৎ সহ বৃষ্টিপাত হয়। অক্টোবৰৰ পৰা এপ্ৰিল মাহ লৈকে আকাশ মেঘমুক্ত বা প্ৰায় মেঘমুক্ত থাকে।১

মাটিৰ প্ৰকৃতি

কোচবিহাৰেৰ মৃত্তিকা পাললিক প্ৰকৃতিৰ। অধিকাংশ আলগা বালিমাটি, উপৰেৰ স্তৰেৰ দোঁয়াশ মাটি প্ৰায় সব জায়গাতেই তিন ফুট গভীৰ। কোথাও কোথাও এই গভীৰতা আৰও কম এবং তাৰ নিচে বালিস্তৰ বিদ্যমান। পূৰ্বদিকেৰ কালো দোঁয়াশ মাটি বাদ দিলে সৰ্বত্ৰই মাটি ছাই ৰঙেৰ। উপৰেৰ স্তৰেৰ মাটিৰ জলধাৰণ ক্ষমতা কম বলে আৰ্দ্ৰতা ধৰে ৰাখাৰ অনুপযোগী।১

সংস্কৃতি

কোচবিহাৰেৰ জনপ্ৰিয় লোকসংঙ্গীত হল ভাওয়াইয়া, ছাড়াও কোচবিহাৰেৰ জনপ্ৰিয় পালাগান বিষহৰা।

ভাষা

এ অঞ্চলেৰ মানুষ মূলত কোচ ৰাজবংশী ভাষায় কথা বলে। অত্যন্ত শ্ৰুতিমধুৰ এ ভাষা বাংলাদেশেৰ দিনাজপুৰ, ৰংপুৰ, ঠাকুৰগাঁও অঞ্চলেৰ মানুষেৰ মুখেও ব্যাপক প্ৰচলিত। পূৰ্ব, মধ্য, পশ্চিম এবং পাহাড়ী (কোচ) এই চাৰ ভাগে বিভক্ত ৰাজবংশী ভাষাৰ পাহাড়ী (কোচ) ভাগে এ এলাকাৰ জনগোষ্ঠীৰা কথা বলে থাকে। তিন কথ্যৰূপেৰ মধ্যে ৭৭-৮৯% মিল পাওয়া যায়। ৰাজবংশী ভাষা ৪৮-৫৫ ভাগ বঙালী, ৪৩-৪৯ ভাগ মৈথিলি এবং নেপালি শব্দ দ্বাৰা গঠিত।

শিক্ষাব্যাৱস্থা

কোচবিহাৰ পঞ্চানন বৰ্মা বিশ্ববিদ্যালয়, কৃষি বিশ্ববিদ্যালয়‚ পুণ্ডিবাৰী কোচবিহাৰ আচাৰ্য ব্ৰজেন্দ্ৰনাথ স্মৃতি মহাবিদ্যালয়, তুফানগঞ্জ মহাবিদ্যালয়, মেখলীগঞ্জ মাহাবিদ্যালয়, দিনহাটা মহাবিদ্যালয়, মাথাভাঙ্গা মহাবিদ্যালয়২ ইত্যাদী বিশ্ববিদ্যালয় ও মহাবিদ্যালয় ও বহুসংখ্যক উচ্চ ও নিম্নবিদ্যালয় এই জেলাৰ অন্তৰ্গত।

পৰিবহণব্যাৱস্থা

কোচবিহাৰে ৰেল মিউজিয়াম
কোচবিহাৰে ৰেল মিউজিয়ামছবি: Anup Sadi · CC BY-SA 4.0

৩১ নং জাতীয় সড়ক পৰিবহণে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। এটি পূৰ্বে আসামৰাজ্য পৰ্যন্ত্য বিস্তৃত। | এছাড়া ৰেলপথ ও আকাশপথ পাৰিবহন ব্যাবস্থা ৰয়েছে | নিউ কোচবিহাৰ এই জেলাৰ প্ৰধান ৰেলষ্টেশন এবং কোচবিহাৰ বিমানবন্দৰ হল একমাত্ৰ বিমানবন্দৰ |

প্ৰশাসনিক বিভাগ

সমগ্ৰ কোচবিহাৰ জেলাকে মোট পাঁচটি মহকুমা ও ১২টি সমষ্টি উন্নয়ন ব্লক|সমষ্টি উন্নয়ন ব্লকে বিভক্ত কৰা হয়েছে। জেলায় মোট ৬টি পুৰসভা ৰয়েছে।

মহকুমামহকুমা সদৰসমষ্টি উন্নয়ন ব্লকপৌৰসভা
কোচবিহাৰ সদৰকোচবিহাৰকোচবিহাৰ ১ সমষ্টি উন্নয়ন ব্লক কোচবিহাৰ ২ সমষ্টি উন্নয়ন ব্লককোচবিহাৰ
মেখলিগঞ্জমেখলিগঞ্জমেখলিগঞ্জ সমষ্টি উন্নয়ন ব্লক হলদিবাড়ী সমষ্টি উন্নয়ন ব্লকমেখলিগঞ্জ হলদিবাড়ি
মাথাভাঙ্গামাথাভাঙ্গামাথাভাঙ্গা ১ সমষ্টি উন্নয়ন ব্লক মাথাভাঙ্গা ২ সমষ্টি উন্নয়ন ব্লক শীতলকুচি সমষ্টি উন্নয়ন ব্লকমাথাভাঙ্গা
তুফানগঞ্জতুফানগঞ্জতুফানগঞ্জ ১ সমষ্টি উন্নয়ন ব্লক তুফানগঞ্জ ২ সমষ্টি উন্নয়ন ব্লকতুফানগঞ্জ
দিনহাটাদিনহাটাদিনহাটা ১ সমষ্টি উন্নয়ন ব্লক দিনহাটা ২ সমষ্টি উন্নয়ন ব্লক সিতাই সমষ্টি উন্নয়ন ব্লকদিনহাটা

জেলাটিৰ বাৰোটি জনগণনা নগৰ হলো -

  • নগৰ চ্যাংড়াবান্ধা (মেখলিগঞ্জ)
  • খড়িমালা খাগড়াবাড়ি (কোচবিহাৰ ১)
  • গুড়িয়াহাটি (কোচবিহাৰ ১)
  • ঢালিয়াবাড়ি, কোচবিহাৰ|ঢালিয়াবাড়ি (কোচবিহাৰ ১)
  • বাণেশ্বৰ, কোচবিহাৰ|বাণেশ্বৰ (কোচবিহাৰ ২)
  • খাগড়াবাড়ি (কোচবিহাৰ ২)
  • বাইশগুড়ি (কোচবিহাৰ ২)
  • চকচকা (কোচবিহাৰ ২)
  • টাকাগাছ (কোচবিহাৰ ২)
  • কামাত ফুলবাড়ি (তুফানগঞ্জ ১)
  • ছোট লাউকুঠি (তুফানগঞ্জ ২)
  • ভাঙৰি প্ৰথম খণ্ড (দিনহাটা ১)
  • ***মনোমুগ্ধকৰ কিছু স্থান***
  • চৌৰঙ্গী মোড়
  • গোপালেৰ হাট
  • ধৰলা সেতু চ্যাংৰাবান্ধা
  • জামালদাহ অনুকূল চন্দ্ৰেৰ আশ্ৰম
  • বড়োকামাত

তথ্যসূত্ৰ

  1. ↑ "জিলা পৰিচয়: কোচবিহাৰ", সপ্তৰ্ষি মিত্ৰ, যোজনা - ধনধান্যে, অক্টোবৰ ২০০৬ সংখ্যা, পৃ. ৪৭-৫৪
  2. ↑ www.mtbc.ac.in/{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}{{অকাৰ্যকৰ সংযোগ|তাৰিখ=ফেব্ৰুয়াৰি ২০১৯ |bot=InternetArchiveBot |ঠিক কৰাৰ প্ৰচেষ্টা=yes }}

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবংগভাৰতৰ জিলাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোচবিহাৰ জিলা” প্ৰবন্ধৰ সংশোধন ৫০৩২১৬ (১১ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।