অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নাগালেণ্ডৰ জিলাসমূহ

নাগালেণ্ড (Nagaland), ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য। নাগালেণ্ডৰ মুঠ ১১ খন জিলা আছে।

হালনাগাদ: ২ এপ্ৰিল ২০১৯ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নাগালেণ্ড (Nagaland), ভাৰতৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। নাগালেণ্ডৰ মুঠ ১১ খন জিলা আছে।

প্ৰশাসন

জিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।

জিলাখনৰ পুলিছ সম্বন্ধীয় শাখা পুলিছ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে

ইতিহাস

প্ৰথমতে নাগালেণ্ডৰ আঠখন জিলা আছিল। কিছুদিনৰ পূৰ্বে তিনিখন নতুন জিলা সৃষ্টি কৰা হৈছে। সেইকেইখন হৈছে: কিফিৰে জিলা (Kiphire district), লংলেং জিলা (Longleng district) আৰু পেৰেন জিলা (Peren district)।

জিলাসমূ্হ

নাগালেণ্ডৰ ১১খন জিলাৰ নাম হৈছে:

  1. ডিমাপুৰ জিলা
  2. কিফিৰে জিলা
  3. ক’হিমা জিলা
  4. লংলেং জিলা
  5. মোককচাং জিলা
  6. মন জিলা
  7. পেৰেন জিলা
  8. ফেক জিলা
  9. টুৱেনচাং জিলা
  10. ৱখা জিলা
  11. জুন্হেব’ট’ জিলা

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

নাগালেণ্ডৰ জিলাভাৰতৰ জিলাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাগালেণ্ডৰ জিলাসমূহ” প্ৰবন্ধৰ সংশোধন ১৯৩৬২৯ (২ এপ্ৰিল ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।