অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
গ ৮১৯ প্ৰবন্ধ
- গুজৰাট ৰাজ্যিক মহিলা আয়োগগুজৰাট ৰাজ্যিক মহিলা আয়োগ হৈছে গুজৰাট ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ …
- গুজৰাটী থিয়েটাৰগুজৰাটী থিয়েটাৰে (Gujarati theatre) গুজৰাটী অথবা ইয়াৰ উপভাষাসমূহত নাট মঞ্চস্থ কৰা থিয়েট…
- গুজৰাটী ভাষাগুজৰাটী ভাষা ইণ্ডো-আৰ্য ভাষা। ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভা…
- গুজৰাটী ৱিকিপিডিয়াগুজৰাটী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ গুজৰাটী ভাষাৰ সংস্কৰণ। ৱিকিমিডিয়া …
- গুজৰী ভাষাগুজৰী, গোজৰী বা গুৰ্জৰী এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত…
- গুঝিয়া (পিঠা)গুঝিয়া, যাক গুঘাৰা, পেডাকিয়া, পুৰুকীয়া, কৰণজী, কজ্জিকায়ালু, সোমাছ আৰু কাৰ্জিকায়ী বুলি…
- গুঞ্জন চাক্সেনাগুঞ্জন চাক্সেনা (জন্ম ১৯৭৫) সমুখ সমৰত উৰাজাহাজ চলোৱা প্ৰথম মহিলাসকলৰ ভিতৰত তেওঁ অন্যতম। কা…
- গুঞ্জন চাক্সেনা: দ্য কাৰ্গিল গাৰ্লগুঞ্জন সক্সেনা: দ্য কাৰ্গিল গাৰ্ল হৈছে শৰণ শৰ্মাৰ দ্বাৰা পৰিচালিত আৰু ধৰ্ম প্ৰডাকচন আৰু জি…
- গুঞ্জন ভৰদ্বাজগুঞ্জন ভৰদ্বাজএগৰাকী ভাৰতীয় অভিনেতা। তেওঁ অসমীয়া চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে বিখ্যাত। ২০…
- গুঞ্জানন বৰুৱাগুঞ্জানন বৰুৱা(১৮৬৩-১৯৩৬)ৰ জন্ম হৈছিল শিৱসাগৰত। ১৮৮৩ চনত তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা…
- গুটিদাৰাগুটিদাৰা (বাংলা: গুটিদাড়া) বাংলাদেশৰ এটা পৰম্পৰাগত গ্ৰাম্য খেল। এই খেল বিশেষকৈ ব্ৰাহ্মণবা…
- গুটিমালী ফুলগুটিমালী (বৈজ্ঞানিক নাম: Jasminum multiflorum) জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা …
- গুড ফ্ৰাইডেগুড ফ্ৰাইডে বিশ্বৰ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। পৰম্পৰাগত বিশ্বাস অনু…
- গুড়গুড় হৈছে কুঁহিয়াৰ বা খেজুৰৰ ৰসৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ মিঠা খাদ্য। তালৰ ৰস পৰাও গুড় …
- গুড়ি পড়ৱাগুড়ি পড়ৱা ভাৰতীয় বসন্তউৎসৱ আৰু মাৰাঠী আৰু কংকনী হিন্দু ধৰ্মাৱলম্বী সকলৰ পাৰম্পৰিক নৱবৰ্…
- গুণ (হিন্দু দৰ্শন)গুণ (IAST: Guṇa; সংস্কৃত: गुण) হিন্দু দৰ্শনত প্ৰকৃতি বা পদাৰ্থগত অস্তিত্বৰ জাল গঠন কৰা তিন…
- গুণ মহন্তগুণ মহন্ত (Guna Mahanta) অসমৰ এগৰাকী অভিনয় শিল্পী আছিল। তেওঁ ১৯৪৬ চনত নগাঁৱত জন্মগ্ৰহণ কৰ…
- গুণদা দাস কৌৰগুণদা দাস কৌৰ হৈছে এগৰাকী অসমীয়া সংগীত শিল্পী। তেওঁ চল্লিশ আৰু পঞ্চাশ দশকত অসমীয়া সংগীত …
- গুণধৰ্মগুণধৰ্ম বা গুণদৰ্মাকৰ নাম ইণ্ডোনেছিয়াৰ মধ্য জাভাত থকা নৱম শতিকাৰ বৌদ্ধ ধৰ্মৰ স্মৃতিসৌধ বৰ…
- গুণভদ্ৰগুণভদ্ৰ (৩৯৪–৪৬৮; गुणभद्र) মধ্য ভাৰতৰ মগধৰ পৰা অহা এজন সন্ন্যাসী আৰু মহাযান বৌদ্ধ ধৰ্মৰ অন…
- গুণমালাগুণমালা পুথি মহাপুৰুষ শংকৰদেৱৰ এক অনন্য সৃষ্টি। মহাভাগৱতৰ সাৰমৰ্ম মাত্ৰ ৬ টি অধ্যায়ত সামৰ…
- গুণসিন্ধু হাজৰিকাগুণসিন্ধু হাজৰিকা (Guna Sindhu Hazarika) এগৰাকী অসমীয়া ছবিৰ পৰিচালক তথা সহকাৰী পৰিচালক। ১…
- গুণাকৰ দেৱ গোস্বামীগুণাকৰ দেৱ গোস্বামী (Gunakar Dev Goswami, ১৯৬৯-) এগৰাকী অসমীয়া নাট্যকাৰ আৰু নাট পৰিচালক। …
- গুণাভি বৰদলৈগুণাভি বৰদলৈ ( Gunabhi Bordoloi) বিয়াল্লিছৰ গণ-আন্দোলনৰ এগৰাকী শ্বহীদ৷ তেওঁৰ নগাঁও জিলাৰ …
- গুণাভিৰাম বৰুৱাগুণাভিৰাম বৰুৱা (১৮৩৪-১৮৯৪) এগৰাকী অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু…
- গুণাৰাম খনিকৰড° গুণাৰাম খনিকৰ (২২ মাৰ্চ, ১৯৪৯ - ৭ জানুৱাৰী, ২০১৬) অসমৰ এগৰাকী প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ।…
- গুণীন্দ্ৰ নাথ দত্তড॰ গুণীন্দ্ৰ নাথ দত্ত আছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰথম সোণৰ পদক অধিকাৰী আৰু বেলজিয়াম চ…
- গুণেশ্বৰী দেৱীগুণেশ্বৰী দেৱী (Guneswari Devi) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বিপ্লৱী৷ তেওঁ অসমৰ স্বাধীন…
- গুণোৎসৱগুণোৎসৱ হৈছে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক ভাল কাম কৰিবলৈ তথা সেই কামসমূহ প্ৰদৰ্শন কৰিবলৈ অন…
- গুণ্টুৰ জলকীয়াগুণ্টুৰ জলকীয়া হৈছে ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ আৰু প্ৰকাশম জিলাত উৎপাদিত জলকীয়াৰ এক প্…
- গুণ্টুৰ সান্নামগুণ্টুৰ সান্নাম (Guntur Sannam) বা Capsicum annuum var. Longhum এবিধ সুপৰিচিত জলকীয়া সমূহ…
- গুণ্ডিচা মন্দিৰগুণ্ডিচা মন্দিৰ (ଗୁଣ୍ଡିଚା ମନ୍ଦିର), হৈছে ভাৰতৰ ওড়িশা ৰাজ্যৰ মন্দিৰ চহৰত পুৰীত অৱস্থিত এটা …
- গুন আনাগুন আনা সাধাৰণ তুৰ্কী সৌৰ দেৱতা, যাক কাজাখ আৰু কিৰ্গিজ পৌৰাণিক কাহিনীত দেৱী হিচাপে গণ্য কৰ…
- গুনিত মংগাগুনীত মংগা (Guneet Monga; জন্ম: ২১ নৱেম্বৰ ১৯৮৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। ২০২৩ চ…
- গুনুং উঁকিৰ মন্দিৰগুনুং উঁকিৰ মন্দিৰ বা কাংগাল মন্দিৰ বা শিৱলিংগ নামেৰেও জনাজাত অষ্টম শতিকাৰ আৰম্ভণিৰ শিৱাই …
- গুনুং হালিমুন ৰাষ্ট্ৰীয় উদ্যানগুনুং হালিমুন ছালাক ৰাষ্ট্ৰীয় উদ্যান (Mount Halimun Salak National Park) ইণ্ডোনেছিয়াৰ জা…
- গুন্দ্ৰুকগুন্দ্ৰুক নেপালৰ নেপালী লোকে কিম্বন প্ৰচেষ্টাৰ দ্বাৰা সেউজীয়া শাকৰপৰা তৈয়াৰ কৰা তৈয়াৰী …
- গুপী গাইন বাঘা বাইনগুপী গাইন বাঘা বাইন ( Goopy Gyne Bagha Byne, অসমীয়া অৰ্থ: গুপী গায়ন বাঘা বায়ন) ১৯৬৯ত মু…
- গুপ্ত লিপিগুপ্ত লিপি (কেতিয়াবা গুপ্ত ব্ৰাহ্মী লিপি বা উত্তৰ-ব্ৰাহ্মী লিপি বুলিও কোৱা হয়) হৈছে সংস্…
- গুপ্ত সাম্ৰাজ্যগুপ্ত সাম্ৰাজ্য (गुप्तसाम्राज्य, ) হৈছে প্ৰাচীন ভাৰতত মহাৰাজ শ্ৰী গুপ্তই প্ৰতিষ্ঠা কৰা এক …
- গুপ্তভাষাগুপ্তভাষা মানে একে ভাষা কোৱা লোকসমষ্টিৰ মাজত সাধাৰণভাৱে বোধগম্য নোহোৱা ভাষাই গুপ্তভাষা৷ ভা…
- গুপ্তেশ্বৰ দেৱালয়গুপ্তেশ্বৰ দেৱালয় বা গুপ্তেশ্বৰ মন্দিৰ (Gupteswar Temple) হৈছে অসমৰ শোণিতপুৰ জিলাৰ পশ্চিম…
- গুম্বোগুম্বো (Gumbo) হৈছে আমেৰিকাৰ উপসাগৰীয় উপকূল সম্প্ৰদায়ৰ মাজত জনপ্ৰিয় এক প্ৰকাৰৰ জোল। আমে…
- গুম্মাদি সন্ধ্যা ৰাণীগুম্মাদি সন্ধ্যা ৰাণী: Gummadi Sandhya Rani, অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেল…
- গুমৰাগগুমৰাগ ( Gumrag) অসমত বাস কৰা মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য৷ মিছিংসকলৰ জাতীয় উৎসৱ আল…
- গুল পানাগগুলকিৰাট কৌৰ পানাগ (Gul Panag; জন্ম: ৩ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ভয়ছ আৰ্টি…
- গুল পান্ৰাগুল পান্ৰা (ইংৰাজী: Gul Panra; জন্ম: ৬ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী পাকিস্তানী লোকগায়ক আৰু ভ্ৰ…
- গুল বৰ্ধনগুল বৰ্ধন (Gul Bardhan; ১৯২৮-২৯ নবেম্বৰ ২০১০) এগৰাকী কৰিঅ’গ্ৰাফাৰ আৰু মধ্য প্ৰদেশৰ ভূপাল ভ…
- গুলচেহৰা বেগমগুলচেহৰা বেগম (গুলচেহৰা, গুলচিহৰা বা গুলশৰা বুলিও জনা যায়; প্ৰায় ১৫১৫–১৫৫৭) এগৰাকী মোগল …
- গুলজাৰসম্পূৰণ সিং কাল্ৰা (জন্ম ১৮ আগষ্ট ১৯৩৪), গুলজাৰ ছদ্মনামেৰে বিখ্যাত এগৰাকী ভাৰতীয় চলচ্চিত…
- গুলজাৰিলাল নন্দাগুলজাৰিলাল নন্দা (Gulzarilal Nanda; ৪ জুলাই ১৮৯৮ – ১৫ জানুৱাৰী ১৯৯৮) আছিল ভাৰতৰ এগৰাকী ৰাজ…
- গুলনাজ কাৰাটাছগুলনাজ কাৰাটাছ (১৯৭১–২৫ অক্টোবৰ ১৯৯২), nom de guerre, Bêrîtan, কুৰ্দিস্তান ৱৰ্কাৰছ পাৰ্টি …
- গুলপীয়া ৰিক্সাগুলপীয়া ৰিক্সা বা গুলপীয়া অটো (pink rickshaw) হৈছে ভাৰতৰ কিছুমান চহৰত মহিলা যাত্ৰীসকলৰ ব…
- গুলবদন বেগমগুলবদন বেগম (২০ নৱেম্বৰ ১৫২২ – ৭ ফেব্ৰুৱাৰী ১৬০৩) মোগল ৰাজকুমাৰী আৰু মোগল সাম্ৰাজ্যৰ প্ৰতি…
- গুলমাৰ্গগুলমাৰ্গ (Gulmarg) ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰত থকা এটা পাহাৰীয়া অঞ্চল…
- গুলাব গেংগুলাব গেং (Gulaab Gang ) ২০১৪ চনৰ ভাৰতৰ নাৰী সংগ্ৰামক কেন্দ্ৰ কৰি নিৰ্মিত ভাৰতীয় হিন্দী ভ…
- গুলাব চান্দ কাটাৰিয়াগুলাব চান্দ কাটাৰিয়া (Gulab Chand Kataria; জন্ম: ১৩ অক্টোবৰ ১৯৪৪) এজন ভাৰতীয় ৰাজনীতিবিদ …
- গুলাব বাইগুলাব বাই (জন্ম ১৯২৬, মৃত্যু ১৯৯৬), জনপ্ৰিয় ভাবে গুলাব জান নামে বিখ্যাত, এগৰাকী ভাৰতীয় ন…
- গুলাবি গেংগুলাবি গেং (হিন্দী শব্দ গুলাবিৰ অৰ্থ "গুলপীয়া") হৈছে এটি সজাগ গোট বা দল। দলটো প্ৰথমে উত্ত…
- গুলাবী (১৯৯৫ চলচ্চিত্ৰ)গুলাবী (Gulabi; ১৯৯৫ চনৰ এখন তেলেগু ৰোমান্টিক অপৰাধমূলক ছবি, যাৰ ৰচনা আৰু পৰিচালনা অভিষেক …
- গুলাল গোটাগুলাল গোটা (হিন্দী: गुलाल गोटा, অৰ্থ: 'ৰঙৰ বল') হ’ল লাৰপৰা তৈয়াৰী এক সৰু গোলাকাৰ পাত্ৰ, য…
- গুলালাই ইছমাইলগুলালাই ইছমাইল (Gulalai Ismail, জন্ম: ৩০ অক্টোবৰ ১৯৮৬) খাইবাৰ পখতুনখোৱাৰ এগৰাকী পাকিস্তানী…
- গুলাৰা গাদিৰবেয়োভাগুলাৰা ইব্ৰাহিমখলিল গিজী গাদিৰবেয়োভা (জন্ম নাম আফান্দিয়েভা; ১৯০৩ – ১৯৪২) এগৰাকী আজাৰবাইজ…
- গুলিকান থেয়্যামগুলিকান থেয়্যাম ( Gulikan Theyyam) ক ভগৱান শিৱ বুলি পূজা কৰা হয়। গুলিকান থেয়্যাম ভাৰতৰ …
- গুলুন কুং ফুগুলুন কুং ফু (চীনা: 古轮拳法; পিনয়িন: Gǔlún quánfǎ) হৈছে চীনৰ হেনান প্ৰদেশৰ ৱু পৰিয়ালৰ মাজত …
- গুলেৱামকুলুগুলেৱামকুলু (ইংৰাজী: Gule Wamkulu) হ’ল মালাৱী, জাম্বিয়া আৰু মোজাম্বিকৰ চেৱা লোকসকলৰ এক ধৰ…
- গুলৰুখচৰ চফিয়েভাগুলৰুখচৰ চফিয়েভা (Гулрухсор Сафиева; گلرخسار صفیاوا) (জন্ম ১৭ ডিচেম্বৰ ১৯৪৭) এগৰাকী তাজি…
- গুস্তাভ মাহলাৰগুস্তাভ মাহলাৰ (জাৰ্মান: [ˈɡʊstaf ˈmaːlɐ]; ৭ জুলাই ১৮৬০ – ১৮ মে' ১৯১১) আছিল এজন অষ্ট্ৰিয়া…
- গুৰচৰণ কৌৰগুৰচৰণ কৌৰ কোহলী, জন্ম: ১৩ ছেপ্টেম্বৰ ১৯৩৭ চন এগৰাকী ভাৰতীয় ইতিহাসৰ অধ্যাপক আৰু ভাৰতৰ প্ৰ…
- গুৰজিৎ কৌৰগুৰজিৎ কৌৰ ( Gurjit Kaur; জন্ম: ২৫ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় মহিলা ফিল্ড হকী খেলুৱৈ। ডি…
- গুৰদীপ কোহলীগুৰদীপ কোহলী (জন্ম ৩০ জানুৱাৰী ১৯৮০), তেওঁৰ বিবাহিত নাম গুৰদীপ পুঞ্জ নামেৰেও পৰিচিত, এগৰাক…
- গুৰবচন সিং ছালাৰিয়াকেপ্তেইন গুৰবচন সিং ছালাৰিয়া, পি.ভি.চি (Gurbachan Singh Salaria; ২৯ নৱেম্বৰ ১৯৩৫ – ৫ ডিচে…
- গুৰবিন্দৰ কৌৰ ব্ৰাৰগুৰব্ৰিন্দৰ কৌৰ ব্ৰাৰ (Gurbrinder Kaur Brar,১২ আগষ্ট ১৯২২ – ৭ ছেপ্টেম্বৰ ২০১৩) ভাৰতৰ পঞ্জা…
- গুৰমীত বাৱাগুৰমীত বাৱা ( Gurmeet Bawa; ১৮ ফেব্ৰুৱাৰী ১৯৪৪ – ২১ নৱেম্বৰ ২০২১) এজন ভাৰতীয় পাঞ্জাবী লোক…
- গুৰমুখীগুৰমুখী লিপি (গুৰমুখী: ਗੁਰਮੁਖੀ ) হ'ল পঞ্জাবী ভাষাৰ তিনিটা লিখিত ৰূপৰ ভিতৰত অন্যতম৷ দ্বিতীয…
- গুৰুগুৰু সেইজন যিয়ে জ্ঞান প্ৰদান কৰে। সংস্কৃত ভাষাৰ এই শব্দৰ অৰ্থ হৈছে শিক্ষক আৰু ওস্তাদ। এই …
- গুৰু আসনসিংহাসন বা গুৰু আসন নামঘৰৰ এক অবিচ্ছেদ্য অংগ। কীৰ্তনঘৰৰ পূৰ্বদিশৰ মণিকূটত সিংহাসন পশ্চিমমু…
- গুৰু কা তালগুৰু কা তাল নৱম গুৰু শ্ৰীগুৰু টেগ বাহাদুৰদেৱৰ স্মৃতিত উছৰ্গিত এক ঐতিহাসিক শিখ তীৰ্থস্থান। …
- গুৰু গ্ৰন্থ চাহিবগুৰু গ্ৰন্থ চাহিব বা সাম্মাণিক উপাধি সহ শ্ৰী গুৰু গ্ৰন্থ চাহিব জি (ਸ਼੍ਰੀ ਗੁਰੂ ਗ੍ਰੰਥ ਸਾਹਿਬ …
- গুৰু গ্ৰন্থ চাহিবত নাৰীগুৰু গ্ৰন্থ চাহিব শিখসকলৰ পবিত্ৰ গ্ৰন্থ। গুৰু গ্ৰন্থ চাহিব অনুসৰি শিখসকলৰ সমাজত নাৰীৰ ভূমি…
- গুৰু টেগ বাহাদুৰটেগ বাহাদুৰ (১ এপ্ৰিল ১৬২১ - ২৪ নৱেম্বৰ ১৬৭৫) আছিল দহজন শিখ ধৰ্মগুৰুৰ নৱম জন। ১৬২১ চনত অমৃ…
- গুৰু দত্তবসন্ত কুমাৰ শিৱশংকৰ পাডুকন (Vasanth Kumar Shivashankar Padukone, ৯ জুলাই ১৯২৫ – ১০ অক্টোবৰ…
- গুৰু নানকগুৰু নানক (১৪৬৯ – ১৫৩৯) শিখ ধৰ্মৰ জনক তথা দহজন শিখ গুৰুৰ প্ৰথমজন। তেওঁৰ জন্মদিন গোটেই পৃথি…
- গুৰু নানক জয়ন্তীগুৰু নানক জয়ন্তী বা গুৰু নানক দেৱ জী গুৰুপৰব বা গুৰু নানক প্ৰকাশ উৎসৱ শিখ ধৰ্মৰ প্ৰৱৰ্তক …
- গুৰু পূৰ্ণিমাগুৰু পূৰ্ণিমা বা ব্যাস পূৰ্ণিমা জৈন, হিন্দু আৰু বৌদ্ধসকলে গুৰুলৈ সন্মান আৰু কৃতজ্ঞতা জ্ঞাপ…
- গুৰু ৰামৰায় দৰবাৰ চাহিবগুৰু ৰাম ৰায় দৰবাৰ চাহিব ভাৰতৰ ডেৰাডুনত থকা শিখসকলৰ পূজাস্থলী, যিটো দহটা শিখ গুৰুৰ ভিতৰত …
- গুৰুডংমাৰ হ্ৰদগুৰুডংমাৰ হ্ৰদ বিশ্ব তথা ভাৰতৰ অন্যতম উচ্চ হ্ৰদ, ছিকিম চৰকাৰৰ মতে ৫,৪৩০ মিটাৰ উচ্চতাত অৱস্…
- গুৰুতৰ অৱসাদজনিত ব্যাধিগুৰুতৰ অৱসাদজনিত ব্যাধি (Major depressive disorder-MDD), (যাক সচৰাচৰ হতাশগ্ৰস্ততা বা অৱসাদ…
- গুৰুদ্বাৰগুৰুদ্বাৰ (পঞ্জাবী: ਗੁਰਦੁਆਰਾ; অৰ্থ: গুৰুৰ দুৱাৰ) হ’ল শিখ ধৰ্মৰ এক একত্ৰীকৰণ আৰু উপাসনাস্থল…
- গুৰুপ্ৰসাদ দাসগুৰুপ্ৰসাদ দাস (Guru Prasad Das) (জন্ম-১২-০২-১৯০৪, মৃত্যু-১৯-২-১৯৮২) কুৰি শতিকাৰ প্ৰথম ভাগ…
- গুৰুবাই কৰ্মৰকাৰগুৰুবাই কৰ্মৰকাৰ (Gurubai Karmarkar; মৃত্যু ১৯৩২) ১৮৮৬ চনত পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহ…
- গুৰুমাপাগুৰুমাপা (নেপাল ভাষা: 𑐐𑐸𑐬𑐸𑐩𑐵𑐥𑐵; দেৱনাগৰী: गुरुमापा) নেপাল মণ্ডলৰ লোককথাৰ এক পৌৰাণ…
- গুৰুমূৰ্তী ভুৱনেশ্বৰীগুৰুমূৰ্তি ভুৱনেশ্বৰী (জন্ম ১৯৬৫ চন) এগৰাকী ভাৰতীয় বৈদ্যুতিক অভিযন্তা, যাৰ গৱেষণাত শক্তি …
- গুৰুসদয় সংগ্ৰহালয়গুৰুসদয় সংগ্ৰহালয় ( Gurusaday Museum) ভাৰতৰ কলকাতাত অৱস্থিত এক লোককলা আৰু শিল্প সংগ্ৰহাল…
- গুৱলা সাপগুৱলা সাপ (milk snake, বৈজ্ঞানিক নাম-Lampropeltis triangulum) এবিধ অবিষাক্ত সাপৰ প্ৰজাতি৷ …
- গুৱাটেমালাৰ মায়ান হৰিণা নৃত্যগুৱাটেমালাৰ মায়ান ডিয়াৰ (হৰিণাা) নৃত্য (ইংৰাজী: Mayan Deer Dance), যাক স্পেনিছ ভাষাত "বা…
- গুৱানিউগুৱানিউ (সৰলীকৃত চীনা: 掼牛; পৰম্পৰাগত চীনা: 摜牛; পিনইন: guan niú), চীনা শৈলীৰ ম’হ যুঁজ বুলিও…
- গুৱান্ইনকৰুণাৰ প্ৰতীক হিচাপে জনাজাত বোধিসত্ত্ৱ অৱলোকিতেশ্ৱৰৰ (সংস্কৃত: अवलोकितेश्वर) এটি সচৰাচৰ ব্…
- গুৱামৰিগুৱামৰি বা চফ হৈছে গাজৰ পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ই হালধীয়া ফুল আৰু পাতল পাত…
- গুৱাহাটীগুৱাহাটী অসমৰ সৰ্ববৃহৎ মহানগৰ আৰু উত্তৰ-পূব ভাৰতৰ এক মুখ্য বাণিজ্যিক, শৈক্ষিক আৰু প্ৰশাসনি…
- গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱগুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অসমৰ গুৱাহাটীত অনুষ্ঠিত হোৱা চলচ্চিত্ৰ মহোৎসৱ। এ…
- গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱগুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ অসমৰ গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয…
- গুৱাহাটী উচ্চ ন্যায়ালয়গুৱাহাটী উচ্চ ন্যায়ালয় অসমৰ সৰ্বোচ্চ ন্যায়িক প্ৰতিষ্ঠান আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত বহু…
- গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰগুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ (Guwahati Central Jail) হৈছে অসমৰ গুৱাহাটী চহৰৰ মাজমজিয়াত অৱস…
- গুৱাহাটী গৌৰৱযাত্ৰাকুইয়াৰ প্ৰাইড গুৱাহাটী বা গুৱাহাটী গৌৰৱযাত্ৰা (Queer Pride Guwahati) অসমৰ গুৱাহাটীত অনুষ্…
- গুৱাহাটী চাহ নিলাম কেন্দ্ৰগুৱাহাটী চাহ নিলাম কেন্দ্ৰ (Guwahati Tea Auction Centre) হৈছে মূলতঃ অসমত উৎপাদিত চাহপাত বি…
- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় গুৱাহাটীৰ নৰকাসুৰ পাহাৰত অৱস্থিত অসমৰ দ্বিতীয়খন …
- গুৱাহাটী চিটি চেণ্টাৰ মলগুৱাহাটী চিটি চেণ্টাৰ মল হৈছে ভাৰতৰ অসম ৰাজ্যৰ গুৱাহাটীৰ মহানগৰৰ খ্ৰীষ্টান বস্তিত অৱস্থিত …
- গুৱাহাটী চিনে ক্লাবগুৱাহাটী চিনে ক্লাব হৈছে অসমৰ এটা পঞ্জীয়নভুক্ত চলচ্চিত্ৰ সমাজ। ১৯৬৫ চনৰ ২৬ এপ্ৰিল তাৰিখে …
- গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিগুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি (ইংৰাজী: Guwahati Central Assembly constituency) হৈছে উ…
- গুৱাহাটী তাৰকাগৃহগুৱাহাটী তাৰকাগৃহ অসমৰ গুৱাহাটীত অৱস্থিত জ্যোতিৰ্বিজ্ঞানৰ শিক্ষা আৰু গৱেষণা কেন্দ্ৰ। ই অসম…
- গুৱাহাটী তেল শোধনাগাৰগুৱাহাটী তেল শোধনাগাৰ (Guwahati Refinery) অসমৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটীৰ নুনমাটিত অৱস্…
- গুৱাহাটী নাট্য মহোৎসৱগুৱাহাটী নাট্য মহোৎসৱ (Guwahati Theatre Festival) ভাৰতৰ অসম ৰাজ্যৰ গুৱাহাটী চহৰত অনুষ্ঠিত …
- গুৱাহাটী পৌৰ নিগমগুৱাহাটী পৌৰ নিগম (GMC) হৈছে অসমৰ গুৱাহাটীৰ স্থানীয় প্ৰশাসন। ১৯৭১ চনত গুৱাহাটী পৌৰ নিগম আ…
- গুৱাহাটী বিশ্ববিদ্যালয়গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ গুৱাহাটী মহানগৰীৰ জালুকবাৰী অঞ্চলত অৱস্থিত এক ৰাজহুৱা কলেজিয়…
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত মহাবিদ্যালয়সমূহৰ তালিকাঅনন্দৰাম বৰুৱা একাডেমী বি.এড. মহাবিদ্যালয়, পাঠশাল (বৰপেটা) বৰপেটা বি টি মহাবিদ্যালয় (বৰপ…
- গুৱাহাটী মহাবিদ্যালয়গুৱাহাটী মহাবিদ্যালয় (Guwahati College) অসমৰ গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত এখন মহাবিদ্যা…
- গুৱাহাটী মেট্ৰ' লাইটগুৱাহাটী মেট্ৰ' লাইট (Guwahati Metro Lite) হৈছে ভাৰতৰ অসম ৰাজ্যৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীৰ বা…
- গুৱাহাটী যুদ্ধ সমাধিস্থানগুৱাহাটী যুদ্ধ সমাধিস্থান অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এক সমাধিক্ষেত্ৰ। দ্বিতীয় বিশ্বযুদ…
- গুৱাহাটী লোকসভা সমষ্টিগুৱাহাটী লোকসভা সমষ্টি (Gauhati Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এট…