অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

গুড়

গুড় হৈছে কুঁহিয়াৰ বা খেজুৰৰ ৰসৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ মিঠা খাদ্য। তালৰ ৰস পৰাও গুড় তৈয়াৰ কৰা হয়। কুঁহিয়াৰ, খেজুৰ বা তাল গছৰ ৰস ঘন গাঢ় কৈ পকাই গুড় তৈয়াৰ কৰা হয়।

হালনাগাদ: ২৯ মে’ ২০২০ ৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

গুড় হৈছে কুঁহিয়াৰ বা খেজুৰৰ ৰসৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ মিঠা খাদ্য। তালৰ ৰস পৰাও গুড় তৈয়াৰ কৰা হয়। কুঁহিয়াৰ, খেজুৰ বা তাল গছৰ ৰস ঘন গাঢ় কৈ পকাই গুড় তৈয়াৰ কৰা হয়।

পৰিবেশন প্ৰণালী

গুড়ৰ পৰা পিঠা, পায়স ইত্যাদি সুস্বাদু জলপান আৰু মিঠাই তৈয়াৰ কৰা হয়। গুড়ৰ সন্দেশ বাংলাদেশৰ এটি অত্যন্ত জনপ্ৰিয় মিঠাই।

সম্পৰ্কিত শ্ৰেণী

খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুড়” প্ৰবন্ধৰ সংশোধন ২৩২৫৩১ (২৯ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।