অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গুলজাৰিলাল নন্দা

গুলজাৰিলাল নন্দা (Gulzarilal Nanda; ৪ জুলাই ১৮৯৮ – ১৫ জানুৱাৰী ১৯৯৮) আছিল ভাৰতৰ এগৰাকী ৰাজনৈতিক নেতা তথা অৰ্থনীতিবিদ। ১৯৬৪ চনত জৱাহৰলাল নেহৰু আৰু ১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ বাবে তেখেত দুবাৰকৈ ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।

হালনাগাদ: ১২ জানুৱাৰী ২০২৩ ৬৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

গুলজাৰিলাল নন্দা (Gulzarilal Nanda; ৪ জুলাই ১৮৯৮ – ১৫ জানুৱাৰী ১৯৯৮)১২ আছিল ভাৰতৰ এগৰাকী ৰাজনৈতিক নেতা তথা অৰ্থনীতিবিদ। ১৯৬৪ চনত জৱাহৰলাল নেহৰু আৰু ১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ বাবে তেখেত দুবাৰকৈ ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা নিৰ্বাচিত নতুন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ জৰিয়তে তে‍ওঁৰ দুয়োটা কাৰ্যকালৰ অন্ত পৰিছিল। ১৯৯৭ চনত তেখেতক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Rediff On The NeT: Former PM Gulzarilal Nanda dead. Rediff.com
  2. ↑ Disha Experts. (10 July 2017). General Awareness for SSC Exams - CGL/ CHSL/ MTS/ GD Constable/ Stenographer. Disha Publications. পৃ. 2–. ISBN 978-93-86323-29-3

সম্পৰ্কিত শ্ৰেণী

ভাৰত ৰত্ন বঁটা বিজয়ীভাৰতৰ প্ৰধানমন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুলজাৰিলাল নন্দা” প্ৰবন্ধৰ সংশোধন ৩৪২৭৩৫ (১২ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।