অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

গুণোৎসৱ

গুণোৎসৱ হৈছে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক ভাল কাম কৰিবলৈ তথা সেই কামসমূহ প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে কৰা এক বিশেষ অভিযান। প্ৰাথমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ স্তৰৰ উন্নতি অনাৰ বাবে শৈক্ষিক খণ্ডত ৰাজ্যৰ গুণগত মান বৃদ্ধিৰ এক পদক্ষেপ।

হালনাগাদ: ৫ জানুৱাৰী ২০২৪ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গুণোৎসৱ হৈছে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক ভাল কাম কৰিবলৈ তথা সেই কামসমূহ প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে কৰা এক বিশেষ অভিযান। প্ৰাথমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ স্তৰৰ উন্নতি অনাৰ বাবে শৈক্ষিক খণ্ডত ৰাজ্যৰ গুণগত মান বৃদ্ধিৰ এক পদক্ষেপ।১

ইতিহাস

শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে শিক্ষাবৰ্ষ ২০১৭ৰ পৰা গুণোৎসৱ উদযাপনেৰে কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে। অসমত এয়া ৰাজ্য চৰকাৰ, এছ এছ এ, এছ চি ই আৰ টি আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সৈতে জড়িত এক অভিসৰণ অনুশীলন। প্ৰথম অৱস্থাত ৮খন জিলা যেনে- বৰপেটা, চিৰাং, ডিব্ৰুগড়, হাইলাকান্দি, কামৰূপ মেট্ৰো, লখিমপুৰ জিলা, মৰিগাঁও আৰু পশ্চিম কাৰ্বিআংলংক এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হয়।

তথ্যসূত্ৰ

  1. ↑ গুণোৎসৱ, শোণিতপুৰ. অসম চৰকাৰ

সম্পৰ্কিত শ্ৰেণী

শিক্ষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুণোৎসৱ” প্ৰবন্ধৰ সংশোধন ৪০০৮৩২ (৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।