অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গুৱাহাটী নাট্য মহোৎসৱ

গুৱাহাটী নাট্য মহোৎসৱ (Guwahati Theatre Festival) ভাৰতৰ অসম ৰাজ্যৰ গুৱাহাটী চহৰত অনুষ্ঠিত হোৱা বাৰ্ষিক নাট্য মহোৎসৱ৷ গুৱাহাটীৰ ইংৰাজী ভাষাৰ সাপ্তাহিক টেবলয়ড কাকত জি প্লাছৰ উদ্যোগত এই উৎসৱৰ আয়োজন কৰা হৈছে।

হালনাগাদ: ৭ ডিচেম্বৰ ২০২৫ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

গুৱাহাটী নাট্য মহোৎসৱ (Guwahati Theatre Festival) ভাৰতৰ অসম ৰাজ্যৰ গুৱাহাটী চহৰত অনুষ্ঠিত হোৱা বাৰ্ষিক নাট্য মহোৎসৱ৷১ গুৱাহাটীৰ ইংৰাজী ভাষাৰ সাপ্তাহিক টেবলয়ড কাকত জি প্লাছৰ উদ্যোগত এই উৎসৱৰ আয়োজন কৰা হৈছে।২ এই মহোৎসৱৰ লক্ষ্য হৈছে গুৱাহাটী চহৰ আৰু উত্তৰ- পূৰ্বাঞ্চলৰ নতুন দৰ্শকৰ সন্মুখত পৰিবেশনকাৰী দলসমূহক তেওঁলোকৰ প্ৰডাকচন প্ৰদৰ্শনৰ বাবে এক মঞ্চ প্ৰদান কৰা।

ইতিহাস

২০১৬ চনত জি প্লাছে গুৱাহাটী নাট্য মহোৎসৱৰ আৰম্ভণি কৰিছিল।৩২

আৰু চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Rakshit, Rajibika. (15 September 2016). জোকাব়দেব় হ্যামলেটে মন-ধাঁধানো সূচনা গুয়াহাটি নাট্যোৎসবেব়. আনন্দবাজাৰ পত্ৰিকা
  2. ↑ (7 September 2016). Assam: 1st Guwahati Theatre Festival to start. The Northeast Today
  3. ↑ Deka, Prantik. (25 November 2017). Shabana Azmi Enthralls Crowds at G Plus Guwahati Theatre Festival. Kothasobi.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটী নাট্য মহোৎসৱ” প্ৰবন্ধৰ সংশোধন ৫৬১৮৩৬ (৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।