অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

গুৱাহাটী চিটি চেণ্টাৰ মল

গুৱাহাটী চিটি চেণ্টাৰ মল হৈছে ভাৰতৰ অসম ৰাজ্যৰ গুৱাহাটীৰ মহানগৰৰ খ্ৰীষ্টান বস্তিত অৱস্থিত এটা শ্বপিং মল। এই মলটো উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ মল। ২০১৮ চনৰ ১ এপ্ৰিলত এই মলটো মুকলি কৰা হৈছিল আৰু ২০১৮ চনৰ ডিচেম্বৰ মাহত পুনৰ নিৰ্মাণ কৰা হৈছিল।

হালনাগাদ: ২২ আগষ্ট ২০২৫ ৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

গুৱাহাটী চিটি চেণ্টাৰ মল হৈছে ভাৰতৰ অসম ৰাজ্যৰ গুৱাহাটীৰ মহানগৰৰ খ্ৰীষ্টান বস্তিত অৱস্থিত এটা শ্বপিং মল। এই মলটো উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ মল। ২০১৮ চনৰ ১ এপ্ৰিলত এই মলটো মুকলি কৰা হৈছিল আৰু ২০১৮ চনৰ ডিচেম্বৰ মাহত পুনৰ নিৰ্মাণ কৰা হৈছিল।১২৩

মলটোত শ্বপাৰ্ছ ষ্টপ, লেভিছ, নাইকা, পাৰ্ক এভিনিউ, বাটা, লেন্সকাৰ্ট, এডিডাছ আদি কেইবাটাও বহুজাতিক আৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ বৈশিষ্ট্য আছে।৪৫৬৭ ২০২১ চনৰ ২২ জানুৱাৰীত ব্ৰিটিছ লাইফষ্টাইল ব্ৰেণ্ড ডব্লিউ কে লাইফে গুৱাহাটীৰ চিটি চেণ্টাৰ মলত প্ৰথমটো ষ্ট’ৰ মুকলি কৰে।৮ ইয়াৰ উপৰি মলটোত আছে বিশাল ফুড ক’ৰ্ট আৰু পিভিআৰ মাল্টিপ্লেক্স।৯

তথ্যসূত্ৰ

  1. ↑ City Center - Brahmaputra Group. Brahmaputra Group
  2. ↑ About Us. City Center
  3. ↑ Kumar, Sandeep. (11 December 2018). City Centre: Guwahati’s first complete mall set for pre-launch in December. Indiaretailing
  4. ↑ Shop. City Center
  5. ↑ News Desk, TNM. (26 August 2019). Nykaa Luxe store opens at City Center in Guwahati. The News Mill
  6. ↑ News Desk, TNM. (9 June 2019). Shoppers Stop formally opens flagship store at City Center Mall in Guwahati. The News Mill
  7. ↑ (5 July 2024). Adidas unveils upsized and renovated store at BCS City Centre Mall, Guwahati. In Fashion Business
  8. ↑ Gupta, Vaishnavi. (25 January 2021). London-Based Lifestyle Brand WK LIFE Unveils First Store in Guwahati. Retail4Growth
  9. ↑ Entertainment. City Center

সম্পৰ্কিত শ্ৰেণী

গুৱাহাটী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটী চিটি চেণ্টাৰ মল” প্ৰবন্ধৰ সংশোধন ৫৩৪৪৮৬ (২২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।