অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গুলাবী (১৯৯৫ চলচ্চিত্ৰ)

গুলাবী (Gulabi; ১৯৯৫ চনৰ এখন তেলেগু ৰোমান্টিক অপৰাধমূলক ছবি, যাৰ ৰচনা আৰু পৰিচালনা অভিষেক কৃষ্ণ বামছীৰ। ৰাম গোপাল বাৰ্মা আৰু অমিতাভ বচ্চন কৰ্প'ৰেশ্যন লিমিটেডৰ দ্বাৰা নিৰ্মিত এই ছবিখনত জে ডি চক্ৰৱৰ্তী আৰু মহেশ্বৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ৩১ মে’ ২০২৫ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

গুলাবী (Gulabi; ১৯৯৫ চনৰ এখন তেলেগু ৰোমান্টিক অপৰাধমূলক ছবি, যাৰ ৰচনা আৰু পৰিচালনা অভিষেক কৃষ্ণ বামছীৰ। ১ ৰাম গোপাল বাৰ্মা আৰু অমিতাভ বচ্চন কৰ্প'ৰেশ্যন লিমিটেডৰ দ্বাৰা নিৰ্মিত এই ছবিখনত জে ডি চক্ৰৱৰ্তী আৰু মহেশ্বৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ২ সংগীত ৰচনা কৰিছিল শশী প্ৰীতমে আৰু সংলাপ ৰচনা কৰিছিল নাদিমিন্তি নৰসিংহ ৰাৱে। ৩ ৪

ছবিখনৰ কাহিনীটো ডুবাইৰ এজন শ্বেখৰ পৰা উদ্ধাৰ হোৱা এগৰাকী কণমানি ছোৱালীৰ সৈতে জড়িত বাস্তৱ জীৱনৰ এক ঘটনাৰ পৰা অনুপ্ৰাণিত। মুক্তিৰ লগে লগে গুলাবীয়ে ইতিবাচক সমালোচনা লাভ কৰে ৫ আৰু বক্স অফিচত হিট হয়। ৬ কৃষ্ণ বামছীলৈ পৰিচালকৰ শ্ৰেষ্ঠ প্ৰথম ছবিৰ বঁটাকে ধৰি ছবিখনে দুটা নন্দী বঁটা লাভ কৰে। পিছলৈ ইয়াক তামিল ভাষাত ইধায়ামে ইধায়ামে নামেৰে ডাব কৰা হয় আৰু হিন্দীত আশিক (২০০১) নামেৰে পুনৰ নিৰ্মাণ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Archived copy
  2. ↑ Srivastava, Priyanka. (2014-09-13). Going regional: How celebs stars are taking to cinema here in a big way. ইণ্ডিয়া টুডে
  3. ↑ Rajitha Chanti. (2024-08-28). ఇండస్ట్రీలో విషాదం. ‘గులాబీ’ సినిమా రచయిత నడిమింటి నరసింగరావు కన్నుమూత.. TV9
  4. ↑ Niharika, S. (2024-08-28). టాలీవుడ్లో విషాదం - ఆర్జీవీ, కృషవంశీ సూపర్ హిట్ సినిమాల రచయిత నడిమింటి మృతి. ABP Desam
  5. ↑ Zamin Ryot review
  6. ↑ Gulabi (1995). Indiancine.ma

সম্পৰ্কিত শ্ৰেণী

তেলেগু চলচ্চিত্ৰ১৯৯৫ বৰ্ষৰ চলচ্চিত্ৰভাৰতৰ পতিতাবৃত্তি সম্পৰ্কীয় চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুলাবী (১৯৯৫ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫১৩৮৫২ (৩১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।