গুৰমুখী লিপি (গুৰমুখী: ਗੁਰਮੁਖੀ ) হ'ল পঞ্জাবী ভাষাৰ তিনিটা লিখিত ৰূপৰ ভিতৰত অন্যতম৷১ ২ দ্বিতীয় শিখ গুৰু গুৰু অংগদে (১৫৬৩–১৬০৬) এই লিপিত কিছু সংস্কাৰ কৰিছিল যাৰ ফলত ইয়াক "গুৰমুখ" বা "গুৰুমুখী" নাম দিয়া হৈছিল।৩
শিখসকলৰ উপৰি ভাৰতৰ কিছু অংশত চৰকাৰী নথি-পত্ৰৰ বাবে গুৰমুখী লিপি ব্যৱহাৰ কৰা হয়। অৱশ্যে পাকিস্তানৰ মুছলমান পাঞ্জাবীসকলে শ্বাহমুখী লিপি ব্যৱহাৰ কৰে৷ ভাৰতীয় পঞ্জাবীসকলে গুৰমুখী বা দেৱনাগৰী লিপি ব্যৱহাৰ কৰে৷১ ২ ৩
অন্যান্য উত্তৰ ভাৰতীয় ভাষাৰ দৰে গুৰমুখীও ব্ৰাহ্মী লিপিৰ পৰাই উৎপত্তি হৈছিল৷৪
তথ্যসূত্ৰ
- ↑ Peter T. Daniels; William Bright. (1996). The World's Writing Systems. Oxford University Press. পৃ. 395. ISBN 978-0-19-507993-7
- ↑ Danesh Jain; George Cardona. (2007). The Indo-Aryan Languages. Routledge. পৃ. 53. ISBN 978-1-135-79711-9
- ↑ Mandair, Arvind-Pal S.; Shackle, Christopher. (December 16, 2013). Sikh Religion, Culture and Ethnicity. Routledge. পৃ. 13, Quote: "creation of a pothi in distinct Sikh script (Gurmukhi) seem to relate to the immediate religio-political context ..". ISBN 9781136846342 Mann, Gurinder Singh; Numrich, Paul. (December 3, 2007). Buddhists, Hindus, and Sikhs in America. Oxford University Press. পৃ. 100, Quote: "He modified the existing writing systems of his time to create Gurmukhi, the script of the Sikhs; then ..". ISBN 9780198044246 Shani, Giorgio. (March 2002
- ↑ Danesh Jain; George Cardona. (2007). The Indo-Aryan Languages. Routledge. পৃ. 94–99, 72–73. ISBN 978-1-135-79711-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৰমুখী” প্ৰবন্ধৰ সংশোধন ৬০৩৪০৭ (২৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।