অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
জ ১,০৪১ প্ৰবন্ধ
- জবাৰাজ অৱৰোধজবাৰাজ অৱৰোধ বা জবাৰাজৰ যুদ্ধ আছিল ১৬৪৯ চনৰ ১০ জুলাইৰপৰা ২২ আগষ্টলৈ সংঘটিত খেমেলনিটস্কি বি…
- জব্বাৰৰ বলীখেলজব্বাৰৰ বলীখেল বা বলী খেল এক বিশেষ ধৰণৰ কুস্তি খেল। ই বাংলাদেশৰ চট্টগ্ৰাম অঞ্চলত অতি জনপ্ৰ…
- জমদগ্নিজমদগ্নি (সংস্কৃত: जमदग्नि, অৰ্থ-'মহৎ অগ্নি') হিন্দু সাহিত্যৰ এজন ঋষি। হিন্দু পৰম্পৰাত তেওঁ…
- জমাৎ-উল-বিদাজমাৎ-উল-বিদা (جمعة الوداع বিদায়ৰ শুক্ৰবাৰ, বা al-Jumu'ah al-Yateemah الجمعة اليتيمة বা th…
- জমীন কি দোস্তজমীন কি দোস্ত; পোছাকী নাম: উইলিমিনা লিওনোৰা আৰ্মষ্ট্ৰং, জন্ম: ১৪ আগষ্ট, ১৮৬৬ চন – মৃত্যু: …
- জম্বিজম্বি শব্দটো হাইতিয়ান লোককথাৰ পৰা আহিছে, য'ত জম্বি হৈছে এটা মৃতদেহ, যাক বিভিন্ন পদ্ধতিৰে …
- জম্মু আৰু কাশ্মীৰজম্মু আৰু কাশ্মীৰ (Jammu and Kashmir) ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। হিমালয় পৰ্বমালাত …
- জম্মু আৰু কাশ্মীৰ (দেশীয় ৰাজ্য)জম্মু আৰু কাশ্মীৰ অথবা কাশ্মীৰ আৰু জম্মু (Jammu and Kashmir) ১৮৪৬ চনৰ পৰা ১৮৫৮ চনলৈকে ব্ৰি…
- জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯ (Jammu and Kashmir Reorganisation Act, 2019) ভাৰতৰ সং…
- জম্মু আৰু কাশ্মীৰ ৰাজ্যিক মহিলা আয়োগজম্মু আৰু কাশ্মীৰ ৰাজ্যিক মহিলা আয়োগ হৈছে জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ …
- জম্মু এণ্ড কাশ্মীৰ একাডেমী অৱ আৰ্ট, কালচাৰ এণ্ড লেংগুৱেজজম্মু এণ্ড কাশ্মীৰ একাডেমী অৱ আৰ্ট, কালচাৰ এণ্ড লেংগুৱেজ (JKAACL) হৈছে জম্মু আৰু কাশ্মীৰৰ …
- জয় ইছি বেৱাজীজয় ইছি বেৱাজী (Joy Isi Bewaji; জন্ম: ৮ জুন, ১৯৭৭) এগৰাকী নাইজেৰিয়ান ৰচনাকাৰ, চিত্ৰনাট্যক…
- জয় ওলাডোকুনঅলুবুকোলা জয় ওলাডোকুন (ইংৰাজী: Olubukola Joy Oladokun; জন্ম ৬ এপ্ৰিল, ১৯৯২) এগৰাকী আমেৰিক…
- জয় গোস্বামীজয় গোস্বামী (জন্ম: ১০ নৱেম্বৰ, ১৯৫৪) বিংশ শতিকাৰ শেষৰ ফালে আত্মপ্ৰকাশ কৰা এজন আধুনিক বাংল…
- জয় চিয়া ৰামজয় চিয়া ৰাম (বা জয় সিয়াৰাম) এক হিন্দী অভিব্যক্তি, যাৰ অনুবাদ হৈছে "সীতা আৰু ৰামৰ বিজয়…
- জয় জোৱান জয় কিষাণজয় জৱান জয় কিষাণ আছিল ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ শ্লোগান, যিয়ে …
- জয় দাসজয় দাস ( Joy Das) হৈছে অসমৰ এগৰাকী প্ৰবীণ ভাস্কৰ্যশিল্পী। তেওঁ তেজপুৰ, কলিবাৰী ৰ বাসিন্দা…
- জয় দৌলজয় দৌল ১৬৯৮ চনত আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে (১৬৯৬–১৭১৪) মাতৃ জয়মতীৰ সন্মান আৰু স্মৃ…
- জয় পাণ্ডাবৈজায়ান্ত্ "জয়" পাণ্ডা (Baijayant "Jay" Panda) এজন ভাৰতীয় ৰাজনীতিক। বৰ্তমান ভাৰতৰ নিম্ন…
- জয় বৰুৱাজয় বৰুৱা অসমৰ এগৰাকী গায়ক, সংগীতকাৰ আৰু "জয়" নামৰ বেণ্ডটোৰ মূল কণ্ঠশিল্পী। বৰুৱাই কেইবা…
- জয় ভগৱান (বক্সাৰ)জয় ভগৱান (Jai Bhagwan; জন্ম: ১১ মে' ১৯৮৫), দুবাৰকৈ এছিয়ান চেম্পিয়নশ্বিপ পদক বিজয়ী আৰু …
- জয় ভীমজয় ভীম ভাৰতৰ ৰাজনীতিবিদ, সমাজ সংস্কাৰক তথা ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী বি আৰ আম্বে…
- জয় মালা (ৰাজনীতিক)জয় মালা (Jay Mala (২২ আগষ্ট ১৯৫৮ – ২৬ এপ্ৰিল ২০২৩) এগৰাকী ভাৰতীয় সাংবাদিক, ৰাজনীতিবিদ, অ…
- জয় শ্ৰী কৃষ্ণজয় শ্ৰী কৃষ্ণ ভাৰতীয় ভাষা অনুসৰি জেয় শ্ৰী কৃষ্ণ বুলিও উচচাৰণ কৰা হয়, এক সংস্কৃত অভিব্য…
- জয় সন্তোষী মা (চলচ্চিত্ৰ)জয় সন্তোষী মা (Jai Santoshi Maa) ১৯৭৫ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ভক্তিমূলক চলচ্চিত্ৰ। পৰিচা…
- জয় সিংহমহাৰাণা জয় সিংহ (৫ ডিচেম্বৰ ১৬৫৩ – ২৩ ছেপ্টেম্বৰ ১৬৯৮), মেৱাৰ ৰাজ্যৰ ছিছোদিয়া ৰাজপুত মহা…
- জয় হিন্দজয় হিন্দ এটা অভিবাদন আৰু শ্লোগান যাৰ অৰ্থ হৈছে "ভাৰতৰ জয় হওক" বা "ভাৰত জীয়াই থাকক", বা …
- জয়-বিজয়হিন্দু পুৰাণ অনুসৰি, জয় আৰু বিজয় আছিল শ্ৰীবিষ্ণুৰ আবাস ক্ষেত্ৰ বৈকুণ্ঠৰ দুজন দ্বাৰপাল বা…
- জয়কান্ত গন্ধীয়াজয়কান্ত গন্ধীয়া (ইংৰাজী: Joykanta Gandhiya) বিহু সংস্কৃতিৰ গৱেষক আৰু লোকশিল্পী ৰূপে পৰিচ…
- জয়কান্ত শৰ্মাজয়কান্ত শৰ্মা অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, লেখক, অনুবাদক আৰু লোক-সাহিত্যৰ গৱেষক। দৈনিক অ…
- জয়কান্তনড. জয়কান্তন (Jayakanthan; জন্ম: ২৪ এপ্ৰিল, ১৯৩৪ – ৮ এপ্ৰিল, ২০১৫), জনপ্ৰিয় নাম: জেকে, হ'…
- জয়তী ঘোষজয়তী ঘোষ (Jayati Ghosh; জন্ম ১৬ ছেপ্টেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় উন্নয়ন অৰ্থনীতিবিদ। নতুন…
- জয়তী বসুজয়তী বসু (Joyoti Basu; জন্মঃ ১৭ ডিচেম্বৰ ১৯৫৭) এগৰাকী ভাৰতীয় জৈৱ ৰসায়নবিদ, কোষ জীৱবিজ্ঞ…
- জয়দীপ আহলাৱতজয়দীপ আহলাৱত (Jaideep Ahlawat; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮০)। পৰৱৰ্তী সময়ত তেওঁ কমাণ্ডো: এ ৱা…
- জয়দেৱজয়দেৱ দ্বাদশ শতিকাৰ সময়ছোৱাৰ এজন সংস্কৃত কবি। বসন্ত কালত গোপী ৰাধাৰ সৈতে কৃষ্ণৰ প্ৰেমৰ ও…
- জয়নগৰ মজিলপুৰজয়নগৰ মজিলপুৰ ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ দক্ষিণ চব্বিশ পৰগনা জিলাত অৱস্থিত এখন চহৰ।
- জয়নগৰৰ মোৱাজয়নগৰৰ মোৱা (জয়নগৰেৰ মোয়া) এবিধ খেজুৰৰ গুড় আৰু আখৈৰে তৈয়াৰ কৰা বাঙালী মিঠাই। এইপ্ৰকাৰ…
- জয়নাচৰণ বাথাৰীজয়নাচৰণ বাথাৰী ( Joynacharan Bathari) অসমৰ এগৰাকী লোক-শিল্পী। তেওঁ ছয়টা দশকজুৰি ডিমাছা ল…
- জয়নাব বিন্ত মহম্মদজয়নাব বিন্ত মহম্মদ (৬০০–৬২৯ খ্ৰীষ্টাব্দ) ইছলামিক নবী মহম্মদৰ প্ৰথম পত্নী খাদিজাৰ জ্যেষ্ঠ …
- জয়নুল আবেদিনজয়নুল আবেদিন (Zainul Abedin,(২৯ ডিচেম্বৰ ১৯১৪ – ২৮ মে' ১৯৭৬)) হৈছে বাংলাদেশৰ এজন পৰিচিত চ…
- জয়ন্ত কুমাৰ বৰাজয়ন্ত কুমাৰ বৰা (Jayanta Kumar Bora) হৈছে এগৰাকী অসমীয়া লেখক, অধ্যাপক, সম্পাদক৷ তেখেত বৰ…
- জয়ন্ত কুমাৰ শৰ্মাড° জয়ন্ত কুমাৰ শৰ্মা অসমৰ এগৰাকী আগশাৰীৰ পদাৰ্থবিদ, শিক্ষাবিদ, লেখক আৰু সম্পাদক৷
- জয়ন্ত তালুকদাৰজয়ন্ত তালুকদাৰ (Jayanta Talukdar) অসমৰ এজন আৰ্চাৰী খেলুৱৈ (ধনুৰ্বিদ)। ২০১২ চনৰ লণ্ডন অলিম…
- জয়ন্ত দাসজয়ন্ত দাস (৮ জুন, ১৯৬০ – ১৬ ডিচেম্বৰ, ২০২৩) অসমৰ এজন অভিনেতা আৰু বোলছবি পৰিচালক আছিল। ৰাম…
- জয়ন্ত নাথজয়ন্ত নাথ (ইংৰাজী: Jayanta Nath) অসমৰ এগৰাকী কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰ…
- জয়ন্ত নাৰ্লিকাৰজয়ন্ত বিষ্ণু নাৰ্লিকাৰ (১৯ জুলাই, ১৯৩৮ - ২০ মে', ২০২৫) হ'ল এজন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী। …
- জয়ন্ত বন্দ্যোপাধ্যায়জয়ন্ত বন্দ্যোপাধ্যায় (Jayanta Bandyopadhyay; জন্ম ৩১ ডিচেম্বৰ ১৯৪৭, কলকাতা, ভাৰত) এজন ভ…
- জয়ন্ত বসুমতাৰীবসুমতাৰী এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ য়ুনাইটেড পিপলছ পাৰ্টী লিবাৰেলৰ সদস্য। তেওঁ ২০২১ …
- জয়ন্ত বৰুৱাউত্তৰ-পূবৰ সংবাদ ক্ষেত্ৰৰে জড়িত এক উল্লেখযোগ্য নাম জয়ন্ত বৰুৱা। ছপা মাধ্যম, ইলেক্ট্ৰনিক …
- জয়ন্ত ভাগৱতীজয়ন্ত ভাগৱতী (জন্ম- ১৯৫৮, শ্বিলং) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেতা।
- জয়ন্ত মল্ল বৰুৱাজয়ন্ত মল্ল বৰুৱা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০১১ চনৰ পৰা ২০১৬ চনলৈ আৰু ২০২১ চনৰ পৰা …
- জয়ন্ত মাধৱজয়ন্ত মাধৱ অসমৰ এগৰাকী অৰ্থনীতিবিদ। তেখেতে ২০০৩ চনৰপৰা ২০০৯চনলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰ…
- জয়ন্ত মাধৱ বৰাজয়ন্ত মাধৱ বৰা অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ। আধুনিক অসমীয়া সাহিত্যৰ ধাৰাটো…
- জয়ন্ত হাজৰিকাজয়ন্ত হাজৰিকা (১৯৪৩–১৯৭৭) অসমীয়া আধুনিক গীতৰ এক প্ৰভাৱশালী কণ্ঠশিল্পী-সুৰকাৰ, যিয়ে পশ্চ…
- জয়ন্ত ৰংপীজয়ন্ত ৰংপি এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ১৯৯১ চনৰ পৰা ২০০৪ চনলৈকে অসমৰ স্বায়ত্ত্ব শাসিত জিল…
- জয়ন্তীজয়ন্তী (जयन्ती, ) হিন্দু পৌৰাণিক কাহিনীৰ এটা চৰিত্ৰ। তেওঁ দেৱৰ ৰজা আৰু স্বৰ্গৰ শাসক ইন্দ্…
- জয়ন্তী (অভিনেত্ৰী)কমলা কুমাৰী (Kamala Kumari; ৬ জানুৱাৰী ১৯৪৫ – ২৬ জুলাই ২০২১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল…
- জয়ন্তী কুমাৰেশজয়ন্তী কুমাৰেশ ( Jayanthi Kumaresh; এগৰাকী ভাৰতীয় বীণা সংগীতজ্ঞ। ছয় প্ৰজন্মৰ পৰা কৰ্ণাট…
- জয়ন্তী চুতীয়াজয়ন্তী চুতীয়া (Joyanti Chutia) এগৰাকী অসমীয়া বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখিকা। ১৯৪…
- জয়ন্তী নটৰাজনজয়ন্তী নটৰাজন (Jayanthi Natarajan; জন্ম: ৭ জুন ১৯৫৪) এগৰাকী ভাৰতীয় উকীল আৰু ৰাজনীতিবিদ। …
- জয়ন্তী নায়কড° জয়ন্তী নায়ক (জন্ম ৬ আগষ্ট ১৯৬২) গোৱাৰ এগৰাকী কোংকণী সাহিত্যিক আৰু লোককথাৰ গৱেষক। তেখে…
- জয়ন্তী পাটনায়কজয়ন্তী পাটনায়ক (Jayanti Patnaik, ৭ এপ্ৰিল ১৯৩২ – ২৮ ছেপ্টেম্বৰ ২০২২) এগৰাকী ভাৰতীয় ৰাজন…
- জয়ন্তীয়া বুৰঞ্জী (গ্ৰন্থ)জয়ন্তীয়া বুৰঞ্জী গ্ৰন্থখনৰ প্ৰথম সম্পাদনা কৰিছিল সূৰ্যকুমাৰ ভূঞাই ১৯৩৭ চনত৷ গ্ৰন্থখনত আহ…
- জয়ন্তীয়া ভাষাজয়ন্তীয়া বা প্নাৰ (ইংৰাজী: Pnar / Ka Ktien Pnar) হ'ল ভাৰত আৰু বাংলাদেশত প্ৰচলিত এটা অষ্ট…
- জয়ন্তীয়া ৰাজ্যজয়ন্তীয়া ৰাজ্য বৰ্তমানৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য আছিল। আনুমানিক পঞ্চদশ শতিকাত প্ৰভাত ৰা…
- জয়পালজয়পাল (১০৭৫-১১০০) কামৰূপ ৰাজ্যৰ পাল বংশ (কামৰূপ) (৯০০–১১০০)ৰ সময়ত এজন শাসক আছিল। বোগৰা জ…
- জয়পাল (হিন্দুশ্বাহী বংশৰ ৰজা)জয়পাল ৯৬৪ চনৰপৰা ১০০১ চনলৈকে হিন্দু শ্বাহী বংশৰ শাসক আছিল। পশ্চিমে লঘ্মানৰপৰা পূবে কাশ্মী…
- জয়পুৰজয়পুৰ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ ৰাজধানী তথা বৃহত্তম চহৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি, ৩১ লাখ লোক…
- জয়পুৰ সংৰক্ষিত বনাঞ্চল, ডিব্ৰুগড়জয়পুৰ সংৰক্ষিত বনাঞ্চল হৈছে অসমৰ ডিব্ৰুগড় জিলাৰ এখন বৰ্ষাৰণ্য। এই বনাঞ্চলখন 'পূবৰ আমাজান…
- জয়পুৰ সাহিত্য উৎসৱজয়পুৰ সাহিত্য উৎসৱ (Jaipur Literature Festival) (JLF)-ক প্ৰায়ে "পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সাহি…
- জয়প্ৰকাশ নাৰায়ণজয়প্ৰকাশ নাৰায়ণ (Jayaprakash Narayan; ১৯০২–১৯৭৯) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন আগশাৰীৰ মু…
- জয়ভদ্ৰ হাগ্জেৰজয়ভদ্ৰ হাগজেৰ (Joy Bhadra Hagjer; 1914–1973) এজন ভাৰতীয় ৰাজনৈতিক নেতা আছিল। হাফলঙৰ ওচৰৰ …
- জয়মতী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)জয়মতী কুঁৱৰী (১৭শ শতিকা) আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী। জয়মতীয়ে তলৰ প…
- জয়মতী (১৯৩৫ চলচ্চিত্ৰ)জয়মতী (১৯৩৫) অসমীয়া ভাষাৰ প্ৰথম কথাছবি আৰু অসমৰ বুৰঞ্জী-সমল আধাৰিত চলচ্চিত্ৰচৰ্চাৰ এটা প…
- জয়মতী (২০০৬ চলচ্চিত্ৰ)জয়মতী (ইংৰাজী নাম: Joymati - the saviour) হৈছে মঞ্জু বৰা পৰিচালিত ২০০৬ বৰ্ষৰ এখন অসমীয়া …
- জয়মতী কুঁৱৰীজয়মতী কুঁৱৰী আছিল আহোম ৰাজবংশৰ স্বৰ্গদেউ চ্যু-পাত-ফা-ৰ বৰকুঁৱৰী আৰু অসম বুৰঞ্জীৰ এক স্মৰণ…
- জয়মতী কুঁৱৰী (নাটক)জয়মতী কুঁৱৰী (Joymoti Kunwari) হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল…
- জয়ললিতাজয়ললিতা জয়ৰাম (তামিল ভাষা: ஜெ. ஜெயலலிதா, কানাড়া ভাষা: ಜೆ. ಜಯಲಲಿತಾ, মালায়ালাম ভাষা: ജെ.…
- জয়শংকৰ প্ৰসাদজয়শংকৰ প্ৰসাদ (৩০ জানুৱাৰী ১৮৮৯ আধুনিক হিন্দী সাহিত্য আৰু হিন্দী নাট্যশালাৰ প্ৰধান ব্যক্ত…
- জয়শ্ৰী গড়কৰজয়শ্ৰী গড়কৰ (ইংৰাজী: Jayshree Gadkar; জন্ম: ২১ ফেব্ৰুৱাৰী ১৯৪২ – ২৯ আগষ্ট ২০০৮) আছিল এগৰ…
- জয়শ্ৰী গোস্বামী মহন্তজয়শ্ৰী গোস্বামী মহন্ত এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী তথা সাহিত্যিক। তেওঁ উচ্চ সদন ৰাজ্য স…
- জয়শ্ৰী টি.জয়শ্ৰী তলপড়ে (ইংৰাজী: Jayshree Talpade) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী যিয়ে প…
- জয়শ্ৰী ভি. উল্লালজয়শ্ৰী ভি. উল্লাল (: Jayshree V. Ullal,জন্ম ২৭ মাৰ্চ ১৯৬১ ) এগৰাকী ব্ৰিটিছ–আমেৰিকান কোটিপ…
- জয়সাগৰ পুখুৰীজয়সাগৰ পুখুৰী (Joysagar Tank) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এক ঐতিহাসিক পুখুৰী। জয়সাগৰ পুখু…
- জয়া আখতাৰজয়া আখতাৰ (জন্ম: ১৪ অক্টোবৰ, ১৯৭২) এগৰাকী ভাৰতীয় চিনেমা পৰিচালক আৰু চিত্ৰনাট্যকাৰ। ২০০৯ …
- জয়া আহছানজয়া মাছউদ (ইংৰাজী: Jaya Maswood; জন্ম: ১ জুলাই), যিগৰাকী জনপ্ৰিয়ভাৱে জয়া আহছান নামেৰে প…
- জয়া কিশোৰীজয়া কিশোৰী (Jaya Kishori; জন্ম: ১৩ জুলাই ১৯৯৫) এগৰাকী ভাৰতীয় আধ্যাত্মিক বক্তা, গায়িকা, …
- জয়া প্ৰদাজয়া প্ৰদা (Jaya Prada, জন্মতে নাম- ললিতা ৰাণী; ৩ এপ্ৰিল ১৯৬২) হৈছে এগৰাকী ভাৰতীয় চিত্ৰাভ…
- জয়া বচ্চনজয়া বচ্চন (বিবাহৰ পূৰ্বে ভাদুৰী; Jaya Bachchan; জন্ম: ৯ এপ্ৰিল ১৯৪৮) এগৰাকী ভাৰতীয় অভিনে…
- জয়া ভট্টাচাৰ্যজয়া ভট্টাচাৰ্য (Jaya Bhattacharya, জন্ম: ১ জুলাই ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ দূৰ…
- জয়া শীলজয়া শীল ঘোষ ( Jaya Seal Ghosh) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। অতি কম বয়সৰ পৰা…
- জয়া শৰ্মাজয়া শৰ্মা ( Jaya Sharma; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ যিয়…
- জয়া সেনাপতিজয়া সোনাপতি (Joya Senapati) হৈছে এগৰাকী অসমীয়া লেখিকা। তেখেত ‘ সদৌ অসম লেখিকা সমাৰোহ সমি…
- জয়াপ্ৰভাজয়াপ্ৰভা (জন্ম: ১৯৫৭) এগৰাকী ভাৰতীয় সমালোচক আৰু কবি, যিয়ে তেলুগু ভাষাত সাহিত্য চৰ্চা কৰ…
- জয়াভাৰতীজয়াভাৰতী (জন্ম:লেক্ষ্মী ভাৰতী; Jayabharathi; জন্ম: ২৮ জুন ১৯৫৪)) এগৰাকী ভাৰতীয় অভিনেত্ৰী…
- জয়াম্মা বাণ্ডাৰীজয়ম্মা বাণ্ডাৰী (জন্ম আনুমানিক ১৯৭৮) এগৰাকী ভাৰতীয় প্ৰাক্তন যৌনকৰ্মী তথা পৰৱৰ্ত্তী সময়ত…
- জয়াশ্ৰী ৰাইজীজয়াশ্ৰী নৈষধ ৰায়জী (Jayashri Raiji, ১৮৯৫–১৯৮৫) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ…
- জয়াশ্ৰী ৰামাদাসজয়াশ্ৰী ৰামাদাস (Jayashree Ramadas) (তাছকাৰ) এগৰাকী ভাৰতীয় শিক্ষাবিদ। তেওঁ ভাৰতৰ মুম্বাই…
- জয়িতা মণ্ডলজয়িতা মণ্ডল ভাৰতৰ পশ্চিমবঙ্গৰ এজন সমাজকৰ্মী আৰু প্ৰথম বাঙালি ট্ৰান্সজেণ্ডাৰ মহিলা, যাক এট…
- জয়ীতা গুপ্তজয়ীতা গুপ্ত ( Joyeta Gupta) জন্ম ভাৰতৰ দিল্লীত; তেওঁ পৰিৱেশ আৰু উন্নয়নৰ ওপৰত গুৰুত্ব আৰো…
- জয়ৰণ বায়ৰামোভাজয়ৰণ বায়ৰামোভা (মাৰ্চ ১৮৯৬ – ১৯৮৭) আছিল এগৰাকী আজাৰবাইজানী মহিলা অধিকাৰ কৰ্মী আৰু কমিউনি…
- জয়ৱন্তীবেন মেহতাজয়ৱন্তীবেন মেহতা (:Joyawantiben Mehta; ২০ ডিচেম্বৰ ১৯৩৮ – ৭ নৱেম্বৰ ২০১৬) এগৰাকী ভাৰতীয় …
- জল প্ৰদূষণজল প্ৰদূষণ (water pollution) বিশুদ্ধ পানী জীৱজগতৰ এক অপৰিহাৰ্য উপাদান। পানী অবিহনে জীৱ…
- জল মহলজলমহল ভাৰতৰ ৰাজস্থান ৰাজ্যৰ ৰাজধানী জয়পুৰ চহৰৰ মান সাগৰ হ্ৰদৰ মাজভাগত থকা এটা ৰাজপ্ৰসাদ। …
- জল সংৰক্ষণজল সংৰক্ষণত প্ৰাকৃতিক সম্পদ নিৰ্মল পানীক বহনক্ষমভাৱে ব্যৱহাৰ কৰা, জলমণ্ডলক সুৰক্ষিত কৰা আৰ…
- জলকীয়াজলকীয়া গুল্মজাতীয় গছত ধৰা জ্বলাগুণ থকা এক প্ৰকাৰৰ পাচলি, যি বিশ্বজুৰি খাদ্যত মছলা আৰু কি…
- জলকুঁৱৰীলোককথা অনুসৰি জলকুঁৱৰী বা জলপৰী বা মৎস্যকন্যা (Mermaid) হৈছে জলভাগত নিবাস কৰা একপ্ৰকাৰৰ জী…
- জলছবিজলছবি (Jalchobi) অসমীয়া সাহিত্য জগতৰ এগৰাকী সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এ…
- জলজাহজলজাহ অসমীয়া সাহিত্যিক ৰাজীৱ বৰাৰ এখন পাৰিপাৰ্শ্বিক উপন্যাস। এই উপন্যাসখন ২০২২ চনত অসমৰ এ…
- জলতৰংগজলতৰং (হিন্দী: जलतरंग) হৈছে এটা সুৰীয়া তালৰ যন্ত্ৰ যি ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হৈছে।…
- জলদস্যুৰূপে মহিলাযদিও ইতিহাসত জলদস্যুৰ অধিকাংশই পুৰুষ, মহিলা জলদস্যুৰ প্ৰায় এশটামান জনা-শুনা উদাহৰণ আছে আৰ…
- জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানজলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান (Jaldapara National Park) হʼল পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ পূব …
- জলন্ধৰজলন্ধৰ (সংস্কৃত: जलन्धर) বা চলন্তৰণ (সংস্কৃত: चलन्तरण) হৈছে হিন্দু ধৰ্মৰ এজন অসুৰ। ইন্দ্ৰই…
- জলফাইজলফাই (বৈজ্ঞানিক নাম: Elaeocarpus serratus) হৈছে এলিঅ’কাৰপেচী (Elaeocarpaceae) পৰিয়ালৰ অন…
- জলবায়ুজলবায়ু (Climate) হৈছে সাধাৰণতে ৩০-বছৰতকৈ অধিক অন্তৰালৰ বতৰৰ পৰিসংখ্যা। কোনো এটা অঞ্চলত এক…
- জলবায়ু পৰিৱৰ্তনবৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তন (Climate change)ৰ ভিতৰত গোলকীয় উষ্ণতা বৃদ্ধি (Global warmi…
- জলবিদ্যুৎজলবিদ্যুৎ (Hydroelectricity) হৈছে জলশক্তিৰ পৰা উৎপাদন হোৱা বিদ্যুৎ। ২০১৫ চনৰ তথ্য মতে, পৃথ…
- জলমণ্ডলজলমণ্ডল (গ্ৰীক শব্দ: হাইড্ৰ’, “জল” আৰু স্পাইৰা, “মণ্ডল”) হৈছে ভূ-পৃষ্ঠত থকা সকলো সাগৰ-মহাস…
- জলমহলজলমহল, যাক নৰ্নৌলৰ জলমহল বা জলপ্ৰাসাদ বুলিও কোৱা হয়, ভাৰতৰ হাৰিয়ানাৰ নৰ্নৌলত অৱস্থিত ১৬ …
- জলশংখজলশংখ (ইংৰাজী: Jalashankha) প্ৰণৱী গগৈৰ এখন অসমীয়া কবিতা-সংকলন৷ ২੦২৪ চনত পি.ডব্লিউ.এফ.-এ …