অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জয় শ্ৰী কৃষ্ণ

জয় শ্ৰী কৃষ্ণ ভাৰতীয় ভাষা অনুসৰি জেয় শ্ৰী কৃষ্ণ বুলিও উচচাৰণ কৰা হয়, এক সংস্কৃত অভিব্যক্তি, যাৰ অনুবাদ হৈছে বৈষ্ণৱ হিন্দু ধৰ্মৰ এটা প্ৰধান দেৱতা "কৃষ্ণৰ বিজয়।" এই অভিবাদন বৈষ্ণৱসকলৰপৰা পোৱা বুলি বিশ্বাস কৰা হয়।

হালনাগাদ: ১২ ছেপ্তেম্বৰ ২০২৫ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

জয় শ্ৰী কৃষ্ণ ভাৰতীয় ভাষা অনুসৰি জেয় শ্ৰী কৃষ্ণ বুলিও উচচাৰণ কৰা হয়,১ এক সংস্কৃত অভিব্যক্তি, যাৰ অনুবাদ হৈছে বৈষ্ণৱ হিন্দু ধৰ্মৰ এটা প্ৰধান দেৱতা "কৃষ্ণৰ বিজয়।"২ এই অভিবাদন বৈষ্ণৱসকলৰপৰা পোৱা বুলি বিশ্বাস কৰা হয়।৩৪ এই অভিবাদনে আন এজন ব্যক্তিক তেওঁলোকৰ সফলতা কামনা কৰি জনোৱা বুলি কোৱা হয়,৫ আৰু ইয়াক অঞ্জলি মুদ্ৰা বা শিৰ নত কৰি অভিবাদন জনোৱা হিচাপেও ব্যৱহাৰ কৰা হৈছে,৬ বিশেষকৈ নিজৰ বয়োজ্যেষ্ঠসকলক সম্ভাষণ জনোৱাৰ সময়ত।৭৮

জয় শ্ৰী কৃষ্ণ অভিব্যক্তি হৈছে কৃষ্ণৰ জন্ম উদ্‌যাপন কৰা হিন্দু উৎসৱ জন্মাষ্টমীৰ সময়ত মানুহক সম্ভাষণ জনোৱাৰ বাবে বহুলভাৱে ব্যৱহৃত অভিব্যক্তি।৯১০ বৰ্তমান সময়ত ভাৰতৰ ভিতৰত আৰু বাহিৰত বৈষ্ণৱ সম্প্ৰদায়ৰ ভিত্তিত, গুজৰাটী আৰু ৰাজস্থানীসকলৰ মাজত জয় শ্ৰী কৃষ্ণৰ বহুল ব্যৱহাৰ দেখা যায়।১১১২১৩১৪

তথ্যসূত্ৰ

  1. ↑ Knapp, Stephen. (2008-05-29). Seeing Spiritual India: A Guide to Temples, Holy Sites, Festivals and Traditions. iUniverse. পৃ. 329. ISBN 978-0-595-61452-3
  2. ↑ (2006). Contributions to Indian Sociology. Mouton. পৃ. 214
  3. ↑ (1985). Eightyfour Vaishnavas. Shri Vallabha Publications. পৃ. 37
  4. ↑ Rajasthan (India). (1976). Rajasthan (district Gazetteers).: Pali. Printed at Government Central Press. পৃ. 65
  5. ↑ Subhash Krishna. (19 July 2020). Salvation by Lord Shri Krishna. Notion Press. পৃ. 2–. ISBN 978-1-64587-108-8
  6. ↑ Pattanaik, Devdutt. (1998). Vishnu: An Introduction. Vakils, Feffer and Simons. পৃ. 100
  7. ↑ Dr Ahmad Sayeed. (4 October 2014). Know Your India: "Turn a New Page to Write Nationalism". Vij Books India Pvt Ltd. পৃ. 48. ISBN 978-93-84318-68-0
  8. ↑ Harriet Curtis-Lowe. (25 September 2014). Where the Streams Meet. Andrews UK Limited. পৃ. 33. ISBN 978-1-909183-60-5
  9. ↑ Debjani Chatterjee. (12 August 2020). Happy Krishna Janmashtami: Twitter Abuzz With Greetings And Pics. NDTV.com
  10. ↑ (29 August 2013). Lord Krishna's homeland Braj celebrates Janamashtmi
  11. ↑ Diversity in Indian Context
  12. ↑ Saul Tripathi. (1 April 2003). Powers of transformation. Index on Censorship. পৃ. 125–131
  13. ↑ Dr Partha Sarkar. (24 February 2019). Media And Politics. Pratishthaa Publishing House. পৃ. 109
  14. ↑ S. D. S. Yadava. (2006). Followers of Krishna: Yadavas of India. Lancer Publishers. পৃ. 164. ISBN 978-81-7062-216-1

সম্পৰ্কিত শ্ৰেণী

সংস্কৃতিহিন্দু ধৰ্মীয় প্ৰথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয় শ্ৰী কৃষ্ণ” প্ৰবন্ধৰ সংশোধন ৫৩৮৩৮৫ (১২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।