অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়া শৰ্মা

জয়া শৰ্মা ( Jaya Sharma; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ যিয়ে বাঁওহতীয়া বেটিং কৰিছিল। ২০০৫ চনৰ বিশ্বকাপত খেলাকে ধৰি ২০০২ চনৰপৰা ২০০৮ চনৰ ভিতৰত ভাৰতৰ হৈ এখন টেষ্ট মেচ, ৭৭খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু এখন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰিছিল।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

জয়া শৰ্মা ( Jaya Sharma; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ যিয়ে বাঁওহতীয়া বেটিং কৰিছিল।১ ২০০৫ চনৰ বিশ্বকাপত খেলাকে ধৰি ২০০২ চনৰপৰা ২০০৮ চনৰ ভিতৰত ভাৰতৰ হৈ এখন টেষ্ট মেচ, ৭৭খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু এখন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰিছিল। দিল্লী, ৰেলৱে আৰু ৰাজস্থানৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল।

২০০৭ চনত তেওঁ বিচিচিআইৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।২ ২০০৫–০৬ চনৰ মহিলা এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে তেওঁৰ ১৩৮* ৰান মহিলাৰ এদিনীয়াত ভাৰতৰ বাবে তৃতীয় সৰ্বাধিক স্ক’ৰ।৩ ২০০৭ চনত অতিথি অষ্ট্ৰেলিয়ান দলৰ বিৰুদ্ধে তেওঁ আৰু এটা শতক অৰ্জন কৰে।৪

আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত শতক

ৰাণখেলপ্ৰতিপক্ষনগৰস্থানবছৰ
১৩৮*৪৭কৰাচী, পাকিস্তাননেচনেল ষ্টেডিয়াম২০০৫৫
১০৪*৫৯চেন্নাই, ভাৰতএম. এ. চিদাম্বৰম ষ্টেডিয়াম২০০৭৪

তথ্যসূত্ৰ

  1. ↑ The changing landscape of women's cricket. International Cricket Council
  2. ↑ (18 June 2009). Jaya backs Indian eves to win cup. ESPN
  3. ↑ Records / Women's One-Day Internationals / Batting records / Most runs in an innings. ESPNcricinfo
  4. ↑ Full Scorecard of AUS Women vs IND Women 3rd Match 2006/07 - Score Report. ESPNcricinfo
  5. ↑ Full Scorecard of IND Women vs PAK Women 3rd Match 2005/06 - Score Report. ESPNcricinfo

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা ক্ৰিকেটাৰমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়া শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৭০০৭৯ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।