অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

জয়মতী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

জয়মতী কুঁৱৰী (১৭শ শতিকা) আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী। জয়মতীয়ে তলৰ প্ৰবন্ধসমূহো বুজাব পাৰে: জয়মতী (১৯৩৫ চলচ্চিত্ৰ), জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া কথাছবি। জয়মতী (২০০৬ চলচ্চিত্ৰ), মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত কথাছবি।

হালনাগাদ: ৫ জানুৱাৰী ২০২৫ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

জয়মতী কুঁৱৰী (১৭শ শতিকা) আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ চ্যু-পাত-ফাৰ পত্নী।

জয়মতীয়ে তলৰ প্ৰবন্ধসমূহো বুজাব পাৰে:

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়মতী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ৪৬১৮৫৯ (৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।