জয়পাল (১০৭৫-১১০০) কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ৰাজ্যৰ পাল ৰাজবংশ (কামৰূপ) (৯০০–১১০০)ৰ সময়ত এজন শাসক আছিল।১ বোগৰা জিলাৰ ছিলিমপুৰত প্ৰহস নামৰ এজন ব্ৰাহ্মণৰ প্ৰসতি মন্দিৰ, বাগিছা সৃষ্টি, আৰু টেংক খনন সম্পৰ্কে পোৱা শিলালিপিত উল্লেখ আছে।
তথ্যসূত্ৰ
- ↑ Choudhury, P. C. The History of Civilisation of the People of Assam to the Twelfth Century A.D
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়পাল” প্ৰবন্ধৰ সংশোধন ৫৪২৩৬৪ (৭ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।