অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়নাচৰণ বাথাৰী

জয়নাচৰণ বাথাৰী ( Joynacharan Bathari) অসমৰ এগৰাকী লোক-শিল্পী। তেওঁ ছয়টা দশকজুৰি ডিমাছা লোকসংগীত, লোকবাদ্য আৰু লোককৃষ্টিৰ ওপৰত চৰ্চা কৰি আহিছে। তেওঁ ভাৰত চৰকাৰে প্ৰদান কৰা ২০২৫ চনৰ পদ্মশ্ৰী বঁটা লাভ কৰে। ডিমাছা লোকবাদ্য মুৰি (পেঁপা) আৰু খ্ৰাম (ঢোল) বজোৱাত তেওঁ পাকৈত।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

জয়নাচৰণ বাথাৰী ( Joynacharan Bathari) অসমৰ এগৰাকী লোক-শিল্পী। তেওঁ ছয়টা দশকজুৰি ডিমাছা লোকসংগীত, লোকবাদ্য আৰু লোককৃষ্টিৰ ওপৰত চৰ্চা কৰি আহিছে। তেওঁ ভাৰত চৰকাৰে প্ৰদান কৰা ২০২৫ চনৰ পদ্মশ্ৰী লাভ কৰে।১ ডিমাছা লোকবাদ্য মুৰি (পেঁপা) আৰু খ্ৰাম (ঢোল) বজোৱাত তেওঁ পাকৈত। ডিমাছা লোকনৃত্য “জাওবনী’’ আৰু “জাওপিনবানি’’ পুনৰসৃষ্টিতো বিশেষ পদক্ষেপ লয়।

তেওঁ ডিমাছা সাধুকথাৰ সংকলন “The Monkey and the Tortoise’’ আৰু “Tale of An Elderly Dimasa Couple’’ নামে দুখন পুথি ৰচনা কৰে।২

তথ্যসূত্ৰ

  1. ↑ ২০২৫ বৰ্ষৰ পদ্ম বঁটা
  2. ↑ নৃত্যাচাৰ্য যতীন গোস্বামীলৈ পদ্ম বঁটা

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়নাচৰণ বাথাৰী” প্ৰবন্ধৰ সংশোধন ৫৭২৫৭০ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।