জলমণ্ডল (গ্ৰীক শব্দ: হাইড্ৰ’, “জল” আৰু স্পাইৰা, “মণ্ডল”) হৈছে ভূ-পৃষ্ঠত থকা সকলো সাগৰ-মহাসাগৰ, হ্ৰদ, নদ-নদী, ভূ-জল, অন্যান্য জলৰাশি, জলীয় বাষ্প আনকি গোটা অৱস্থাত থকা বৰফ, এই আটাইবোৰক একেলগে জলমণ্ডল বোলে। জলমণ্ডলে পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ ঠাই আগুৰি আছে। পৃথিৱীৰ জলমণ্ডল প্ৰায় ৪ বিলিয়ন বছৰ ধৰি বৰ্তি আছে। ১২ মহাদেশীয় বিস্থাপন আৰু সমুদ্ৰতল প্ৰসাৰণৰ বাবে ইয়াৰ আকৃতি সঘনাই সলনি হৈ থাকে।৩ বিশেষকৈ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে বৰ্তমান পৃথিবীৰ জলমণ্ডলৰ আকৃতি দ্ৰুত গতিত পৰিবৰ্তন হ’বলৈ ধৰিছে।৪
তথ্যসূত্ৰ
- ↑ Encyclopædia Britannica, 'Hydrosphere': www.britannica.com/science/hydrosphere/Origin-an
- ↑ Albarède, Francis; Blichert-Toft, Janne. (November 2007). The split fate of the early Earth, Mars, Venus, and Moon. Comptes Rendus Geoscience. পৃ. 917–927
- ↑ "Our Changing Planet: an Introduction to Earth System Science and Global Environmental Change." Our Changing Planet: an Introduction to Earth System Science and Global Environmental Change, by Fred T. Mackenzie, 2nd ed., Pearson Education, 2011, pp. 88–91
- ↑ How climate change is accelerating sea level rise.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জলমণ্ডল” প্ৰবন্ধৰ সংশোধন ৩১২২৫৬ (৩০ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।